মহাভাৰতৰ যুদ্ধৰ পিছত কি হ'ল বিধৱাসকলৰ ? জানিলে আচৰিত হৈ পৰিব || Mahabharata || Assamese Motivation |
HTML-код
- Опубликовано: 23 янв 2025
- মহাভাৰতৰ যুদ্ধৰ পিছত কি হ'ল বিধৱাসকলৰ ? জানিলে আচৰিত হৈ পৰিব || Mahabharata || Assamese Motivation |
#motivational #assamese #mahabharat
About This Video
মহাভাৰতৰ যুদ্ধৰ পিছত মৃত লাখ লাখ যুদ্ধাৰ পত্নীবোৰৰ কি হ'ল? স্বামীক হেৰুৱাৰ পিছত লাখ লাখ বিধৱা পত্নীয়ে কি কৰিলে? যুদ্ধৰ পিছত ধৃতৰাষ্ট, গান্ধাৰী, বিদুৰ আদিৰ কি হ'ল? এই সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে ভিডিঅটো।
Your Queries :-
মহাভাৰতৰ যুদ্ধৰ পিছত কি হ'ল বিধৱা মহিলাৰ
মহাভাৰতৰ যুদ্ধৰ পিছত কি হ'ল
মহাভাৰতৰ কাহিনী অসমীয়া
assamese motivational video new
assamese video new
অসমীয়া ভিদিও
mahabharat ke baad kunti ka kya hua
mahabharat ke baad vidhwa ka kya hua
mahabharat motivational speech
mahabharat ke baad vidur ka kya hua
মহাভাৰতৰ যুদ্ধৰ পিছত বিদুৰৰ কি হ'ল
mahabharat yudh
কিয় এদিনৰ বাবে জী উঠিছিল মহাভাৰতৰ মৃত যোদ্ধা
#mahabharat #mahabharata #mahabharatstatus #mahabharat_krishna #mahabharatkatha #mahabharatam #krishnabhajan #krishnastatus #krishnaquotes #krishnamotivation #krishnamotivationalspeech #nari #women_respect_video
জয় শ্ৰী কৃষ্ণায় বাসুদেৱায় নমো নমঃ 💖🙏
Bahut bhal lagil huni
বৰ ভাল লাগিল আগলৈ আৰু শুনাব
ভাল লাগিল ❤❤❤
Bhal lagil, agote jona nasilu, 🙏 apunak huniboloi hohai korat.
Val Lagil
এনে ধৰণৰ কাহিনী পাই থাকিম বুলি আশা কৰিলো। ধন্যবাদ !
bohut val lagil kotha khini khuni eibbur kotha khunai nasilu khub val lagil thank u so much bro❤❤❤god bless u
Val lagil
মহাভাৰতৰ সাধুবোৰ শুনি বৰ ভাল লাগে
সুন্দৰ,❤❤❤
সুন্দৰ ❤
Val lagil kahanitu kor pore kwa hoisa ulakh koribo
ইমান ধুনিয়া ধুনিয়া সুন্দৰ বহুত ভাল লাগিল.নজনা কথা জানিব পাৰিলে অন্তৰ শান্তি লাগে.
সুন্দৰ 👍👍
Jai shree krishna
নজনা কথা জানি লো ,ভাল লাগিল , আশা কৰোঁ আগলৈ আৰু কথা শুনিবলৈ পাম ,
Joy Shrikrishna. . .❤ ❤ ❤
ভাল লাগিল
Jai shree Ram Jai shree Krishna 😍❤💝💞💕🤩👩❤️👩👍🥰🤓👌🌹💖💯
মহাভাৰত ৰামায়ণ কল্প কাহিনী গতিকে এই কল্প কাহিনীৰ পৰা আৰু উপ কাহিনী সৃষ্টি কৰি সহজ সৰল মানুহক অন্ধ ধাৰ্মিক কৰি ৰাখক।জয় আপোনাৰ জয়।
Hundor oti hundor
Jai Shri krishna
সুন্দৰ
Krisna...🌷🙏🌷
Sundar
Dharma hol asam manuhr uparjonr path Dhanda.
ধৰ্ম মানে কি জানানে মহা পণ্ডিত, ধৰ্মক ব্যৱসায়িক বুলি কৈছা যে,ধৰ্ম সদাই ধৰ্মৰ ঠাইত আছে কোনোবাই ব্যৱসায় কৰিব পাৰে কিন্তু ধৰ্ম আছে থাকিব
Jai shree krishna.......🙏🙏🙏
কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছলৈকে বিদুৰ জীয়াই থকাৰ কথা পোৱা যায় ভাগৱতত ৷
Very good
❤
🙏♥️🌹🌻⭐ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 ভাল লাগিল ডাঙৰীয়া আপোনাৰ বহুমূলীয়া মহাভাৰতৰ কথা।🙏 কিন্তু বিদুৰ মহাভাৰতৰ যুদ্ধ আৰম্ভ আগতে কৌৰৱৰ শিবিৰ এৰি যোৱা বুলি। 🙏এটা আখ্যান আছে।🙏 কিমান সচা আমি নাজানো 🙏 অনুগ্ৰহ কৰি জনাব বুলি আশা কৰিলো 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
Krishna
Jay shree Krishna
কোনোদিনে নজনা কথা কিছুমান এই ভিডিঅ'টিৰ জৰিয়তে আজি জানিব পাৰিলোঁ ! ভাল লাগিল ভিডিঅ'টি ! নজনা কিছু শিকিবলৈ সুযোগ পোৱা বাবে আৰু সময়োপযোগী ধৰ্ম জ্ঞানৰ ভিডিঅ' পোৱাৰ আশাৰে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালৈ অশেষ ধন্যবাদ জনালোঁ !
উক্ত কথা বোৰ মহাশয় আপুনি কৰ পৰা সংগ্ৰহ কৰিছিল অলপ জনাবচোন। ধন্যবাদ 🙏
অতি জানিবলগিয়া বিষয় । ধন্যবাদ ❤
মহাভাৰতত পাইছো।
শুনি ভালেই লাগিল কিন্তু কিমান দূৰ সঁচা সেই টো নাজানো
Know
Good ! But where did you get this story?
সঞ্জয় কোন আছিল ? তেওঁৰ বিষয়ে কবচোন ৷
Bhal label
Organic cotton
Sri krishnai bia patile neki pasot?!
Mahabgarat akhon mohakabyahe, kalpanik kahini. Mohabharatr kunu torhya proman nai. Treta joog, Dwapar joog, kalki joogr kunu tithya proman nai. Lakh basore bule ata joog, Bat man, Spider man jenekoi kalpanik kahini.
😊
Apuni ekdom hosa kotha koise etia eibur misa kothar kunu value nai
Tar mane Bhagoban Krishna o misa.....???
Apuni buji puwa hwa nai xye enekoi koise..
😊
Jai shree Krishna
Jai shree krishna