সময় যে বহুত পাৰ হৈ গ'ল এই গানটো শুনিলেই অনুমান কৰিব পাৰি,সৌ সিদিনা CD কেছেটত চোৱা জোনবাই খন কিমান বছৰ হৈ গ'ল। 2024 পৰা কোনোবাই এই গানটো শুনি আছে যদি লাইক এটা কৰি জনাব চোন
Bor din Pasot khuni aji eh gan tu Mon Bhalagil aji khurut khiini silu ❣️❣️❣️Mon tacha hoigol Heart ❣️❣️❣️ From assam 🔥🔥🔥 Jai Hind jai Bharat 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
Where are the viewers, this song still gives me da goosebumps as it gives me during ma childhood.. Even millions of views won't give justice to zubeen da for this evergreen song.. Love from tripura
Magh bihu le aru 2 month ..... eagerly waiting.😍magh bihu buli kole direct gaon r kotha monot pore urukar dina office r pora joldi ulai gawle juwa ...❤❤
সেই সময়ত এনেকুৱা বিহুগীত মুক্তি পোৱাৰ পিছত শুনাৰ সৌভাগ্য কেৱল আমাৰেই হেছিল...😍🤩🥰
Hoy diok
Qq
এই গীতটি অবিহনে মাঘ বিহু আধৰুৱা❤️😌
জয় জুবীন দা
নিয়ৰ সৰা গধুলি.. মাঘ মাহৰ জাননী.. মেজিৰ তলৰ ধেমালি.. চোৱা আহি পালে ভোগালী.. ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো।
good
YOU ARE RIGHT BRO
মাঘ বিহুৰ উৰুকা খানাত এই লগাই আছোঁ 13/1/2025
@@arupkalita644 HAPPY BHUGALI BIHU, URUKA KHANA KHALA NAI 🔥🔥🔥🔥
@@GogoiKhanindra happy bhogali bihu bro
মাঘ বিহু এই গানটো অবিহনে যেন আধৰুৱা।
গানটোৰ শুনিলেই বহু স্মৃতি ৰোমন্থন কৰো।।
মাঘ বিহুত উৰুকাত শুনি আছোঁ 2025
এনেকুৱা হৃদয় চুই যোৱা অমৰ সৃষ্টি গীত আৰু নোলাই ❤
কাৰো কলিজাত দম নাই এনেকুৱা গীত বনাবলৈ❤
শোকে খুন্দা মাৰি ধৰে 😢 আগৰ গীত বোৰলৈ মনত পৰিলে হলেও এই গীত বোৰ এতিয়াও জীয়াই আছে সদায় অমৰ হৈ থাকিব এই গীত ❤
Hoi o bhai karur a dm nai only zubeen dak eri
একদম সঁচা কথা ❤❤
😊
Any one 2025
অসমীয়া নৱবৰ্ষ আৰু বাপতিসাহোন ৰঙালী বিহুৰ হিয়াভৰা ওলগ আৰু অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ ।
অনাগত প্ৰতিটো দিন যাতে আনন্দৰে ভৰি পৰক আৰু সাফল্যৰ বাৰ্তা আনি জীৱনটো ৰঙীন আৰু সুন্দৰ কৰি তোলক তাৰেই কামনা কৰিলোঁ । 🥰🥰🥰🥰
😅😅😅😅😅😅😅😅😅😅😅 in 😊😊😅😅😊😅😅😊😊😅😅😅😅😅😅😅😅😊😊 ki ba korisa to p Ltd p
বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছো । ২০১৯ ৰ পৰা কোনো উৎসৱেই মই পালন কৰা নাই। গীতটো শুনিব মন গল , সঁচাকৈ মনটো জুৰ পৰি গল। ভাল দিনৰ অপেক্ষাত!,..
Nostalgic hoi porilu gaan tu xuni... Nijor apun gaon khonoloi bor koi monot pori gol... Jabo khujileu jabo nuari.... Happy magh Bihu from somewhere in Kashmir 🙏🙏🙏
এলপি স্কুল ৰ সৰস্বতী পূজাত কিমান নাচিছিলো এই গানটোত । সেইবোৰ স্মৃতি সদায় চিৰ যুগমীয়া হৈ থাকিব
Pahorebo nowaro
মাঘৰ উৰুকাৰ বিশেষ গান টো। যিটো গানৰ অবিহনে উৰুকা আধৰুৱা 😂❤️
মাঘ বিহু উৰুকাৰ জাতীয় সংগীত হিচাপে ঘোষণা কৰিব লাগে ❤❤ জয় জুবিন দা ❤
মাঘ বিহু মানেই এই গানটো ❤️🔥💯
অতি সুন্দৰ প্ৰদৰ্শন ভক্তি ভৰা গান শুভ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে কৃষ্ণ ৰাম হৰি বিষ্ণু নাৰায়ন 🌷🌷🌹🤩🥰😊👌👍🙏🪷
সচাকৈ মানস দা বহুত ধুনীয়া গান অসমবাসীক উপহাৰ দিলে। মাঘ বিহু যেন আধৰুৱা এইটো গান ৰ অবিহনে🙂
Xosa,🙂🙏
Hoi dada
Zubeen da maine
Zubeen
মাঘ বিহুৰ উৰুকাৰ দিনা শুনি আছোঁ 2025ৰ
আজি 46 বয়সত এই গান বোৰ শুনিলে নিজকে 25 বছৰ যেন লাগে সছাই আগৰ বিহুৰ গান বিলাগ মনত লগা । ভাই ভনীৰ মা দেউতাৰ আগত গাব পাৰি ।এই গান বিলগ অমৰ
Right 👍👍
এইবোৰ গানে বহুত স্মৃতি মনত পেলাই দিয়ে❤
Hoy kintu
@@Meeku69lol
Hoi
Horu kalor kotha monot pore oo🤧🥺🥺🥺
Joi Zubin Garg 😊
সময় যে বহুত পাৰ হৈ গ'ল এই গানটো শুনিলেই অনুমান কৰিব পাৰি,সৌ সিদিনা CD কেছেটত চোৱা জোনবাই খন কিমান বছৰ হৈ গ'ল। 2024 পৰা কোনোবাই এই গানটো শুনি আছে যদি লাইক এটা কৰি জনাব চোন
@@chaplin3060 জোনবাই আছিল
hoi amio danwe hoi golu.vabile kne lage.amr dinbur bhut val lga asil.vcd bur sai bhut val lagisil
@@jupitaradas150 সেই সময় বোৰেই ভাল আছিল...আকৌ সেই দিনবোৰ ঘূৰাই পোৱা হ'লে 😐
সছাই বহুত ভাল দিন আছিল তেতিয়া 😢😢😢
Xodai xeibur din le monot pori jai
এই গানটো অবিহনে মাঘৰ বিহু আধৰুৱা❤️
Hosai
Xosa ke 😍
Mmm❤❤❤
Pppp
right
মাঘ বিহু মানে পৰ্বতৰ ঢেকীয়া ❤️🔥❤️🔥
কোনোবাই আজিৰ দিনটোত শুনি আছেনে বাৰু
সকলোৱে এটাকৈ লাইক কৰি দিব
Happy Bhogali Bihu everyone🎉
Not just a song... It's an emotion ❤️
উৰুকাৰ নিশা এই গীতটোৰ লগতে নাচৰ মজা বেলেগ ❤💫
মাঘ বিহুৰ উৰুকাৰ দিনা শুনি আছোঁ 2025ৰ
2025 ত কোনোবাই শুনি আছা নেকি❤
মাঘ বিহুৰ বাবে এই গীতটোৰ কথাই সুকীয়া ❤
Joi zubeen da ❤
Bihu ahi gol❤️❤️❤️❤️❤️❤️
দিখৌ ,শিৱসাগৰ আৰু নিমাইজান । আমাৰ বাবে শৈশৱৰ আৱেগ । বাকী শিৱসাগৰ জিলা সদায় ওপৰত❤️
❤️With out this Iconic Song ..Maghor Bihu Is Incomplete 🥰
This song fills our hearts with joy😌😌 . Magh Bihu is incomplete without this song.
Gaanto suni atiyai gusi jam jen lagise asomot. Love Asom, love asomiya bihu, love mor gaon, love manas zubeen. Miss those days 😪 😞
Hosakoi dr
Uff কি যে ভাল লগা দিন আছিল এইবোৰ দিন সদায় প্ৰিয় হৈ থাকিব আমাৰ অতীত বোৰ 😊😊
Xosa ke Zubeen da r bihu r ek blg moja ase 😍
Old is gold
Aji kali tu bihu gaan t xai agor dore feel ai nuhuwa nisina hol 😕
কালিলৈ কাৰণে কোন কোন আহিছে ❤❤❤ like কৰি যাব(12/01/2025)
Memories song সচাই বহুত ভাল লাগে গানটো 😍😍❤💚
আজি উৰুকা ২০২৩
আৰু আমাৰ ভেলাঘৰ ৰজনজনাই আছে এইটো চিৰসেউজ গীতেৰে 💚💚❤️❤️❤️❤️
ধন্যবাদ মানস ৰবীন, ধন্যবাদ জুবিন দা, ধন্যবাদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু জোনবাই টীম।
Happy bhugali bihu
👌 oo
O
Vi ni was to se😂 see Zee, pp ❤cxxd Wed Jan wes moj
Maghor bihu is incomplete without this zubeen daar gaan ❤
2012,13, ৰ কথা তেতিয়া সৰু কিপেদ মোবাইলত এই গান বোৰ শুনিছিলোঁ ,তেতিয়াৰ পৰা প্ৰিয় আছিল❤️,এতিয়াও প্ৰিয়❤️
ভোগালী বিহুত এইটো গান শুনিব কোন কোন আহিচা like কৰী যোৱা 🥰🥰🥰
Even after hearing it 50 times, I still don't get it
@@mokibulmokki7492 😅
মাঘ বিহু, নতুন বছৰ, পিকনিক এই গানটোৰ অবিহনে আধৰুৱা❤
নতুন বছৰৰ শুভেচ্ছা দেই ২০২৫🎉
নমৰালৈকে শুনি থাকিম তাৰ পিছত কি হ'ব নাজানো আহি থকা প্ৰজম্ম যদি এই জুবিন দা ইমান ধুনীয়া বিহু গীত সমূহ ভালকৈ ৰাখিব বুলি আশা ৰাখিলোঁ ❤❤❤
অকল এই গীতটি বুলিও নহয় জোনবাই আৰু জানমণি ALBUM সকলো গীত SUPERHIT.
Every 90s kid golden memories ❤️❤️❤️❤️
Damnnn i jst love this song lots of love from manipur 😘😘😘
Love from sivasagar ❤
Emotion of Every Assamese people.❣️😍
Emotion of every people of Assam
@@bishaldey2172 yeh BHI thik haii
@@bishaldey2172 ll
Yes
এই গীতটিৰ oবিহনে মাঘৰ বিহু আধৰুৱা Love you জুবীনদা ❣️🎧❣️
Uruka is incomplete without this song❤💫
❤
Sarat dhuniya song
13/1/2025ৰ মাঘ বিহুৰ উৰুকাৰ দিনা খানাত শুনি আছোঁ, যিমানেই গান নোলাওক বিহু বুলি কলে জুবিন দাৰ সেই আগৰ পুৰণি বিহু নুশুনিলে বিহুৰ উৰুকা খানা খোৱা যেন এই নালাগে বিহু বিহু এ নালাগে😢😢
We are fortunate enough to grew up litsening to these songs...90's kid ❤
We are fortunate enough to grew up litsening to these songs.. 90's kid
@@pranjalthakuria5911पोपीपी पी पी पोৌৌৌো
ৌৌৌৌ
ৌৌৌ০ৌৌৌৌৌঔৌ
😊ৌৌৌৌ
Without This Song Bihu Is Incomplete ♥️
🥺
Hoiii
Without This song Bihu ls lncomplete
😢🎉😢😢😢😢😢
Golden days of Assamese Music industry 😍😍
Zubeen da apuni eman dhuniya gan gay muru hopun gaika huwa
@@jyotipravaboruah2685 Nischoy future ot singer hoba
Right
Someone text me the Bengali translation of this lyrics
Anyone in 2025😊
Hmm me
Yes Mee....
❤
Meeee
Yes
2025 এইটো গান উৰুকা ৰাতি বাজি thkiba zubune জিন্দা বাদ jinda he
Magh bihut ae gan2 bihu nanasile mon2 vle nlge🥰🥰🥰🤟❤️❤️❤️❤️❤️
বিহু বুলি আগতীয়াকৈ শুনি আছোঁ❣️2022💚
Zubeen Garg is best singer in the world nobody can touch that height he is pride of India love ❤️❤️❤️ you zubeen da
Bor din Pasot khuni aji eh gan tu Mon Bhalagil aji khurut khiini silu ❣️❣️❣️Mon tacha hoigol Heart ❣️❣️❣️ From assam 🔥🔥🔥 Jai Hind jai Bharat 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
Happy Bhugali Bihu💐❤
Where are the viewers, this song still gives me da goosebumps as it gives me during ma childhood.. Even millions of views won't give justice to zubeen da for this evergreen song.. Love from tripura
A
@@commandovlogs580.9 ggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggg
love from assam🔥❤
You
মানস দা পুনৰ আপুনি জোনবাই বিহুগীতবোৰ বনাই আমাক কৃতাৰ্থ কৰে যেন
Lock Down ত ঘৰত থাকি আমনি লগাত শুনি অলপ সতেজ হৈছোঁ....
Bal
O
@@samardas320 1
Same to you
Wow zubeen da! u are great with melodious soulful voice !~❤~🖤🥀
Bro please dont say coz he is always great ❤❤
Dagvb
Sdgvnmdf🥰😍💚🧡
Sdgamb💚🧡😍
Nostalgic...imotional..lovely
বিহুৰ কাৰণে আগতিয়াকৈ শুনি আছোঁ 2023🌸🌸
Moi🥺
মই
Aaiijoi মজা বিহু নাচিব মন গৈছে।জয় জুবিন দা ❤️
আমাৰ দিনৰ গান 😍😍😍
yes
Aibar urukat gutai raati aii geet tu k bojaalu...mojaa laagil🙏🙏
Miss my childhood days 😓😔..oh ..
Magh bihu le aru 2 month ..... eagerly waiting.😍magh bihu buli kole direct gaon r kotha monot pore urukar dina office r pora joldi ulai gawle juwa ...❤❤
2024 কোনে চাই আছে 😊
OLD IS GOLD ❤️ ....Notun gan jimanei dhuniya nahok ...kin2 aibur gan huna mjjai blg... huni amoni nalage 😍❤️
2021 চনটো এই গানটোৰে আৰম্ভ কৰিছো 😍😍😍😍😍
Same naam
@@pallabsaikia8593 amezing 😃where you from
জুবিন দাৰ কণ্ঠত প্ৰাণ পাই উঠা এই সুমুধুৰ গানবোৰ অবিহনে বিহু উকা ।
Bihu is Incomplete without this music 😘😘
❤❤আজি উৰুকাৰ দিনা কোনে কোনে শুনি আছে বাৰু ❤❤ আটাইলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাছিলোঁ ❤❤❤❤
সঁচাকৈ পাগল হৈ যাওঁ এইকেইটা গান শুনিলে।😍😍😍
2025 ot Sai thoka like kora
Advance happy magh bihu & advance happy new year 2025 🤗🤗🤗
bhai besi hunkale wish kori dili, anyway thanx and wish you the same
😂
Yahuu Kaila magh Bihu uruka aru aitu gann uff🎉🎉
Assamese Bihu is incomplete without this song ❤😌🔥
Our Assam …..our tradition…our culture…our proud ❤❤❤❤
Our Assam... Our tradition ...our culture ... Our proud
Outstanding❤❤❤❤😂🎉🎉🎉🎈
hsakoi ai bihu ti hunila purona din kal bur ola mn pori jai .. .. zubeen da ❤ u
অতি সুন্দৰ বিহুগীত।মন সুন্দৰ সকলো সময়তে ভাল হয়। অসমৰ গৌৰৱ বিহুগীত। বিহুগীত মোৰ বহুত ভাল লাগে।
2025ত কোনে কোনে চাই আছে লাইক এটা
Moi Sai aso happy magh Bihu ❤❤❤❤❤❤
From arunachal pradesh..love this song🥺🥺🥺😚😚😚😍😍😍
hi
Hi
Same
🥃🥃
Me
ৰাজীৱ শদিয়াই আমাক অৰ্থাৎ সমূহ অসম বাসীক গায়ক আৰু শিল্পী মাজৰ পাৰ্থক্য বুজাই দিলে। তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলো
মনত পৰিছে সেই কথা বোৰ ।😍
All assamese MAGH BIHU emotion ....this song......legend song.....Thanks to Manash Robin daa and Zubeen daa
বৰ ধুনীয়া ❤️
মাঘ বিহু আধৰুৱা এইটো গানৰ অবিহনে😊
Today ( 12/01/2025)
Like
ভোগালী বিহুৰ শুভেচ্ছা থাকিল 🎉❤
2025 Kune Kune saisa 👍
বহুতো পুৰণি হল গানটো, কিন্তু আজিও শুনি বৰ ভাল লাগে
Aji kali anekuwa gan powa bohut tan....❤❤❤
Ajiiiii uruka.... Maghor bihur 2024 t.... Xunibo ahisu❤️❤️❤️😭
Child hood memories alive😌😌
Kune kune 2023 ahisa mur dore xunibo bohut val loga din asil xeibur ❤ monot pori jai 🥳❤️
এই গানটো জুবিন ৰ মাতত জলন্ত হীৰা হৈ পৰিছিল আজিও ই জিলিকণি তুলি আছে।
Yas
Magh bihu manei eitu song🔥❣️
Old i's gold Zubeen da ganor bahire bihu আধৰুৱা😢jay zubeen Da ❤
Magh bihu r monot pelai diye...
Agor bihu agor bihu songs movies...
Xokolu atiya miss korisu ..
Atiya bihu ase jodio...adhoruwa jen lage..
মাঘ বিহুৰ উৰুকা নিশাৰ বিশেষ গানটো।
যিটো গান নুশুনিলে উৰুকা উৰুকা এই নালাগে।
👍Yes
@@baponshill9884 pppppp9 I