কবিতা লিখি জেল ? কি হৈছিল সেইদিনা বৰ্ষাশ্রীৰ লগত

Поделиться
HTML-код
  • Опубликовано: 2 дек 2024

Комментарии • 262

  • @monishagogoi3198
    @monishagogoi3198 2 года назад +24

    ভাল লাগিলে দাদা ভিডিঅʼটো । আৰু বৰ্ষাশ্ৰীয়ে কাৰাৰুদ্ধ জীৱনৰ পৰা মুক্তি পাওক তাৰেই কামনা কৰিলো।

  • @prachurjya8740
    @prachurjya8740 2 года назад +58

    এজনী ছোৱালীক গ্ৰেপ্তাৰ কৰিছে … দেখা যাওঁক পৰৱৰ্তী সময় । নেদেখাজন আছে , যি হয় ভালৰ বাবে হয় । এজনী ছাত্ৰীয়ে জেইলত মিছাকৈয়ে অপৰাধীৰ পোছাক ধাৰণ কৰি থকাৰ পাছতো তাইৰ যি পঢাৰ মানসিকতা , মাকলৈ যি কিতাপ বিছাৰি ফোন কৰিছে …ইয়াতকৈ বেছি মনোবল , পঢাৰ প্ৰতি থকা সদ ইচ্চা প্ৰকাশ পাইছে । 🙏নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ …….

  • @AlproBic20
    @AlproBic20 2 года назад +43

    সচাঁকৈয়ে আমি স্বাধীন নে, নিৰাপদ নে, আমি সাৰ্বভৌম ৰাষ্ট্ৰ মানুহ হয় নে?!! বৰ্তমান চৰকাৰ আৰু অসম পুলিচ সচাঁকৈয়ে বিবেচনাহীন মানুহৰ দ্বাৰা গঠিত।।

    • @angitadutta6439
      @angitadutta6439 2 года назад

      Ami sadhin aru nirapod kintu hompurno rupa nohoi

    • @AlproBic20
      @AlproBic20 2 года назад +1

      @@angitadutta6439 যদি স্বাধীন হয় তেন্তে বৰ্ষাশ্ৰী লগত এইটো নহল হয় live example. বৰ্তমান সময়ত সকলোবোৰ কবলৈ হে।।

  • @mvmanab3268
    @mvmanab3268 2 года назад +13

    অসমীয়া থলগিৰি মানুহখিনিক চেপি খুন্দি মাৰিছে সকলোফালৰ পৰা । অসমীয়া মানুহখিনিয়ে এতিয়াও কিয় বুজি উঠা নাই। 🥺🥺 ভাল লাগিল ভাস্কৰ দা এনেকোৱা ভিডিঅ' বনোৱাৰ বাবে। জ‌য় আই অসম 🙏🏽

  • @MsDjit
    @MsDjit 2 года назад

    বৰ্ষাশ্ৰীৰ সাহস আৰু প্ৰতিভাক চেলুট জনাইছো । তোমাৰ মুক্তিৰ লগতে উজ্জ্বল ভবিষ্যত কামনা কৰিছোঁ ।

  • @ShantanaRajkhowa
    @ShantanaRajkhowa 2 года назад

    Borkhashree k hunkale mukti diar babe sorkarok onurudh jonalu 🙏🙏🙏🙏🙏🙏

  • @trailukyaneog7748
    @trailukyaneog7748 2 года назад +8

    BJP চৰকাৰে আমাৰ সমাজখন শেষ কৰি দিলে। হায় হায় এয়াই আমাৰ চৰকাৰ আৰু পুলিচ প্ৰশাসন ।
    বৰ্ষাশ্ৰীক অতিশীঘ্ৰে মুক্তি দিয়ক চৰকাৰে ✊✊✊

  • @huntudiary4500
    @huntudiary4500 2 года назад +38

    কি কম 🙄কিবা এটা কবওঁ ভয় এতিয়া😔অতি দুখেৰে কওঁ নতুনকৈ পোখা মেলা পোখাবোৰ পুলিতে মাৰিলে কি কম!

  • @dutta22
    @dutta22 2 года назад +23

    *সুন্দৰ মনোমোহা মাজতেই কবিতাৰ সৃষ্টি হয়😍 আৰু একো একোজন কবিৰ উৎপত্তি হয়*

  • @montusaikia9966
    @montusaikia9966 2 года назад +11

    ৰাজ্য চৰকাৰৰ লগতে প্ৰশাসনক অনুৰোধ জনালোঁ অতি শীঘ্ৰে বৰ্ষাশ্ৰীক মুক্তি দিব লাগে।।
    জয় আই অসম ✊✊

  • @madhujya007
    @madhujya007 2 года назад +11

    মুঠতে এটাই গম পোৱা গল যে বিপ্লৱী সত্তাক চৰকাৰী পক্ষই ভয় কৰে আজিও।

  • @mriduladas7201
    @mriduladas7201 2 года назад +21

    চৰকাৰে কলমক ইমান ভয় কৰিছে। জেলত বন্দী কৰি থলেই প্ৰতিভা শেষ হৈ নাযায়।

  • @jurimonisenapoti6015
    @jurimonisenapoti6015 2 года назад +49

    সিহঁতৰ নিজৰ লৰা ছোৱালী বোৰৰ একো প্রতিভা নাই জে সেইকাৰনে বুজি নাপাই মূল্য বোৰ এটা কথা হচা আমাৰ নিচিনা দুখিয়া মানুহৰ ঘৰৰ লৰা ছোৱালী বোৰৰ লগত নোৱাৰে ফেৰ মিলাব চবতে চোকা পঢ়া শুনা নাচ গান কবিতা মুঠতে সকলোতকৈ আগবঢ়া কিন্তু যোগাৰ দিব নোৱাৰো সেইটোৱে ডাঙৰ দোশ😌আমাৰ ছোৱালী জনি মুকলি কৰি দিয়ক 🙏সোনকালে মন্ত্রী ডাঙৰীয়াই

  • @milandeka3351
    @milandeka3351 2 года назад

    ইউটিউবাৰ হিচাপে আপুনিয়ে একমাত্ৰ জাতিপ্ৰেমী। জাতীয় ইচ্ছ্যু আৰু ইতিহাসৰ ওপৰত কিছু কিছু সময়ত প্ৰাধান্য দি আহিছে। সেইবাবে আপোনাক ভাল লাগে ভাস্কৰ দা।

  • @lborah9223
    @lborah9223 2 года назад +13

    এদিন ছোৱালী জনি অসমত সকলোৱে চিনি পোৱা হৱ,,, দুখীয়া দুখ বুজিবলৈ চৰকাৰক অনুৰোধ কৰিছোঁ যাতে ছোৱালী জনিক মুক্ত কৰি দিয়ে,,, আৰু লগতে আপোনাৰ লৈ ধন্যবাদ তাই ঘৰ পৰিয়াল দেখোৱা কাৰণে আপোনাৰ video সদায় চাই থাকিম,,, for Golaghat

    • @nijaraborah6862
      @nijaraborah6862 2 года назад

      Hoidiok apuni thik kotha koise mathu tai logot val holei hol ru

  • @kuheswarpayeng5813
    @kuheswarpayeng5813 2 года назад +9

    This is political power 🔋.

  • @najiraparbin3175
    @najiraparbin3175 2 года назад

    Video to Sai bhut vl lagil 👌

  • @donikonwar3799
    @donikonwar3799 2 года назад +8

    Give her all necessary books related to her studies... request to our respected CM.

  • @junbora8927
    @junbora8927 2 года назад +3

    Borsha hunkale ulai ahi porikha deyok 🙏🙏🙏🙏🙏

  • @bhairabborah3271
    @bhairabborah3271 2 года назад +19

    বাকী সকলো পিছৰ কথা আজিৰ দিনটোত তাইক মুকলি কৰিব লাগে । তাই ৰ পৰীক্ষা সমাগত। পঢ়িব দিয়ক তাইক । ককাইটি (ভাস্কৰ দা) তুমি বৰ কষ্ট কৰিব পাৰা হে।

  • @onee-chan1878
    @onee-chan1878 2 года назад +26

    কবিতা লিখিলে যদি জেল হয় কি কম আৰু ইমানকণ অধিকাৰ ও নাই মানে। 🙏

  • @viralvideos6542
    @viralvideos6542 2 года назад +2

    Bahut bhal contest loisa,bhal lagil

  • @pallobphukon3603
    @pallobphukon3603 2 года назад +10

    অসমৰ ভৱিষ্যত অন্ধকাৰ আৰু কি কম । আৰু অলপ দিনৰ পাছত অসমৰ মানুহে উশাহ লবলৈও বি জে পি চৰকাৰ আৰু পুলিচ প্ৰশাসনৰ অনুমতি লৈ লব লাগিব ।

  • @ankurkrborah4700
    @ankurkrborah4700 2 года назад +3

    ৰাষ্ট্ৰদ্ৰোহ আৰু প্ৰতিভা!!!! আচহুৱা লাগিল

  • @utpalkumarmedhi2617
    @utpalkumarmedhi2617 2 года назад +12

    আচলতে আমি এতিয়াও স্বাধীন হোৱা নাই । এটা সময়ত ৰজাই শাসন কৰিছিল আৰু এতিয়া মন্ত্ৰীয়ে শাসন কৰে একেটাই কথা । কথা এটা কবলৈ হলে এতিয়া আমি বহুত ভাবিব লাগিব কাৰণ বাকস্বাধীনতা বুলিবলৈ আজিকালি একোৱেই নাই ।

  • @punyaborah7874
    @punyaborah7874 2 года назад +3

    Thank you purbanchal for your helpful video , ejoni protibhabhan horu suwali dumah jailot thakatu bor dhukhar katha ; tai hunkale niyai paok.....

  • @TravelWithAmlan
    @TravelWithAmlan 2 года назад +15

    Apuni balegot k balge ❤️ that's why we love your videos 💕 love from golaghat 💕

  • @junmonichetia3031
    @junmonichetia3031 2 года назад +12

    বহুত দুখ লাগিল

  • @nayanjyotideka7989
    @nayanjyotideka7989 2 года назад +30

    পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও নৈতিক , সামাজিক আৰু সাংবিধানিক জ্ঞান সুবেই প্ৰয়োজনীয়

  • @babulsonowal8905
    @babulsonowal8905 2 года назад +6

    You Tuber বোৰে এইবোৰ ভিডিঅহে কৰিব লাগে।

  • @mukulborah4573
    @mukulborah4573 2 года назад +2

    এতিয়া কবিতা এটা লিখিবলৈও চৰকাৰৰ পৰামৰ্শ লব লগিব 🙏🙏🙏 ।

  • @tapankonwar6720
    @tapankonwar6720 2 года назад +1

    Jodi misa koi jail khuwale,bohut jibonot daag logale ,,napai

  • @parthamohan5891
    @parthamohan5891 2 года назад +2

    Bhaskar da...apunar hahokh ase🙏🏼

  • @Dhruba438
    @Dhruba438 2 года назад +71

    NEET t o paisil aru maths t major .... Khub betikrom...enekuwa student ni a moi xuna..... Bohut matha hbo lgbo tyr... Karon duota complete beleg field...

    • @manoshisaikialifevlogs1747
      @manoshisaikialifevlogs1747 2 года назад +6

      Absolutely...bor sinta eta bixoi...medhabi egoraki student education jate othole najai

    • @simantadas4410
      @simantadas4410 2 года назад +6

      Maer mura tor neet t paise,neet t pai nopohe,😅hoyto Ayurbedic BMS t paise,ene kuwa student bahut ase.

    • @zeal6360
      @zeal6360 2 года назад +4

      Tate without coaching

    • @Dhruba438
      @Dhruba438 2 года назад +4

      @@manoshisaikialifevlogs1747 kintu othole khedabo k amar sorkar xodai ready

    • @Dhruba438
      @Dhruba438 2 года назад +4

      @@simantadas4410 xosa ki ami tu njnu ... Jodio bams t paise tumio jna kiman porhibo lge tetiya o bio .... So overall ty xanghatik medhabi .... Aru neet t pi eri dia ako dawor kotha nohoi baba. .tumr eku prblm nthkibo pare bohutor bohut prblm ahe bixekh k suwali buror

  • @nitulmitalivlogs3711
    @nitulmitalivlogs3711 2 года назад

    Dhuniya hoise

  • @Surajtsk4851
    @Surajtsk4851 2 года назад +8

    বহুত দুখ লগা।।কিয় মানুহৰ দুখ মৰম মমতা একো বুজি নাপাই, দুদিনীয়া জীৱনত কিয় ইমান মই মটালি, কিয় মানৱতা অলপ ও বুজি নাপাই,এজনী সাধাৰণ ছোৱালীক ইমান জীয়া শাস্তি, সাধাৰণ এখন ঘৰ, বেয়া লাগিল মা দেউতাক দেখা পাই,কি কৰিব বেচেৰা উপাই নাই।আচৰিত চৰকাৰ আচৰিত....

  • @santoshgogoi2.079
    @santoshgogoi2.079 2 года назад

    বর্ষাশ্ৰীক সোনকালে মুক্তি দিব লাগে।

  • @Tx_boruah
    @Tx_boruah 2 года назад +2

    # justice for Borkhasri 🙏🙏

  • @mdbot007
    @mdbot007 2 года назад +9

    ধিক্কাৰ দিলো চৰকাৰৰ দমন নিতিক।

  • @rupamgogoi3363
    @rupamgogoi3363 2 года назад +8

    ভাৰতবৰ্ষত বাক্ স্বাধীনতা সাংবিধানিক অধিকাৰ। কবিতা হ'ল কবিৰ ভাষা। এজন কবিৰ কলমেদি বিভিন্ন বিষয়বস্তুৰ ওপৰত নিজস্ব অনুভৱথিনি নিগৰিত হয়। তেনে স্বাধীনতা আমাক আমাৰ সংবিধানে নিশ্চয় দিছে। তেনেক্ষেত্ৰত কেনেকৈ এগৰাকী কবিক/ছাত্ৰীক এনেদৰে গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থব পাৰে?? আচৰিত হৈছোঁ।

    • @manoshisaikialifevlogs1747
      @manoshisaikialifevlogs1747 2 года назад

      Dexor abostha eaiya ha...hokolute sepa di di ki ja hobo

    • @rupamgogoi3363
      @rupamgogoi3363 2 года назад

      বর্ষাশ্ৰী vs সঞ্জয় কিষাণ।
      আমি সকলোৱে জ্ঞাত যে কিছুদিন আগৰ মন্ত্ৰী সঞ্জয় কিষাণৰ ঘটনাটো। তেওঁ আলফা স্বাধীনৰ ওচৰত ক্ষমা খুজিলে বিশেষ এটি ঘটনাকলৈ। মন্ত্ৰী মহোদয়ে ক্ষমা খুজিয়ে সকলো শেষ কাৰণ তেওঁ মন্ত্ৰী কাৰণ তেওঁ ৰজা। তেওঁক জেললৈ দিয়াটো দুৰৰে কথা আনকি তেওঁক মন্ত্ৰীসভাৰ পৰাও বহিস্কাৰ নকৰিলে। কিন্তু অসমক ভাল পায় অসমীয়া জাতিৰ হৈ কবিতা লিখাৰ বাবে বৰ্ষাশ্ৰী আজি এমাহ ধৰি কাৰাগাৰত সোমাই আছে। সেই সৰু ছোৱালীজনীৰ ভুল কত বুজি নাপালোঁ। আগতে বিষ্ণুপ্ৰসাদ ৰাভা দেৱ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাই বিপ্লৱী কবিতা লিখি অসমীয়া জাতি প্ৰেমক ভাল পোৱাৰ সাহসীকতা দেখুৱাই থৈ গৈছে। আকৌ আজিৰ কিছু শাসকে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা আওৰাই জাতিক ভাল পোৱা দেখুৱাই বর্ষাশ্ৰীযে লিখা কবিতাৰ বাবে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰে এইটো আকৌ কেনেকুৱা ধৰণৰ জাতিপ্ৰেম ?
      মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ বৰ্ষাশ্ৰীক মুকলি কৰি দি আপোনালোকে বাক স্বাধীনতা বোলা শব্দটো জীয়াই ৰাখক। যদি তাকে কৰিব নোৱাৰে তেন্তে মন্ত্ৰী মহোদয়ক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক।

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs 2 года назад

    মুক্তি পায় যাতে সোনকালে

  • @bigantaborghain7941
    @bigantaborghain7941 2 года назад +2

    This is what called a true youtuber.......hope she release soon from jail...

  • @rss802
    @rss802 2 года назад +2

    hunkale jate uliyai di a take kamona korilu

  • @parashcreation9492
    @parashcreation9492 2 года назад +4

    বৰষাশ্ৰী ক ন্যায় দিব লাগে

  • @lakhyahazarika5620
    @lakhyahazarika5620 2 года назад +4

    Jak dhoribo lagea tak aku koribo nuwrea cm dgp go back

  • @sspofficil_1993
    @sspofficil_1993 2 года назад +1

    বহুত দুঃখ লাগিল ভাস্কৰ দা

  • @samiranmudoi9202
    @samiranmudoi9202 2 года назад +1

    Govt should release her immediately..... She is a talented girl... You should give her necessary help to improve her future.... Writing a poem not a crime...

    • @guptasarmah8949
      @guptasarmah8949 2 года назад

      কাৰো দিন সমানে নাযায়। আৰ্জিলে ফল এদিন ভুঞ্জিবই লাগিব।

  • @dasvlog2390
    @dasvlog2390 2 года назад +1

    Video to sai shukh lagil👍

  • @utpalraichowdhury5242
    @utpalraichowdhury5242 2 года назад +4

    It's a expression of frustration , a real revolution in silent way. She needs rehabilition and support. Remember pen is mighter then sword.

  • @হাগ্ৰামা
    @হাগ্ৰামা 2 года назад

    অতি শীঘ্ৰে যাতে মুকলি আকাশৰ তললৈ বৰ্ষাশ্ৰী আহে।।

  • @upenboro8825
    @upenboro8825 2 года назад +1

    RUclips ত তাই ঘৰখন দেখিলো, দূখ লাগে।মেধাবী ছাএী, প্ৰতিভা আছে but আইনৰ চকুত কি বা অপৰাধ কৰিলে কাৰণ ভাৰতবৰ্ষৰ চুৰাংচুৱা বহুত ভিতৰৰ area ত ঘূৰে ।

  • @rajenm3777
    @rajenm3777 2 года назад

    Released from jail as soon as possible that helpless and innocent girl. Why the government so feared for her heartiest poem....?

  • @narenmorang1102
    @narenmorang1102 2 года назад +2

    Live is long distance.dnt giv up

  • @pabitragogoi8654
    @pabitragogoi8654 2 года назад

    Bohut Vall pallu Bhaskar da juar karone...

  • @dadudas3884
    @dadudas3884 2 года назад +1

    Ohh dada aapunar video sai lakhimpur r pora tinsukia micky mobile goiselo ram thogan diy dyi samsung display 3500, aaru kisumanr tat koi bysi, aaru bahirot tat koi kom rate

  • @mrridip3893
    @mrridip3893 2 года назад +1

    Hvyy dada 👍

  • @zkhajonghajong1077
    @zkhajonghajong1077 2 года назад +4

    Kobita likhote kio jailot pothabo lage bhai, kiman Duskriti ye, Duskriti kam kori aase, arrest koribo para nai prosasone, aaru ajoni bhal horol sowalik arrest korile, so sad

  • @monumb4659
    @monumb4659 2 года назад +3

    Ru alop denor pasot Comments koreboloi voi korebo

  • @TC-nn6sn
    @TC-nn6sn 2 года назад

    O ki je hundar scenery !!!!

  • @Jugivlog
    @Jugivlog 2 года назад +4

    Nice dada, stand lobo lge

  • @sumu1532
    @sumu1532 2 года назад +1

    Ba k tumauke loi aha .......ba le bohut mont porise ............

  • @JasmineAsomiya
    @JasmineAsomiya 2 года назад +1

    Dukh lagise barkhaahree loi. Examr homoyot taik andkoi rokhatu alpu val huwa nai.
    Tai val dore exam diok.

  • @bhrigukalita6479
    @bhrigukalita6479 2 года назад +4

    কি বুলি কম কবলৈকে ভাষা নাই

  • @parthaborah8772
    @parthaborah8772 2 года назад +1

    দেশদ্ৰোহী বর্ষাশ্ৰীক পুলিচে ১২ বাৰকৈ থানালৈ আনি বুজাইছিলে, counseling কৰিছিলে,১৮ টাকৈ দেশদ্ৰোহী পোষ্ট দিলিত কৰিছিলে, কিন্তু দেশদ্ৰোহী বর্ষাশ্ৰীয়ে মহিলা আৰক্ষীক উভতি ধৰি ভাবুকি প্ৰদান কৰিছিলে, আলফাৰ পৰা আহি first target তহঁতকে কৰিম ।

    • @purbanchalassam
      @purbanchalassam  2 года назад

      Omg 😳

    • @Dhruba438
      @Dhruba438 2 года назад

      Kune kole tumk

    • @guptasarmah8949
      @guptasarmah8949 2 года назад

      তোৰ হাতত কি প্ৰমাণ আছে? নে পুলিচৰ লগত সকলো সময়তে তই আছিলি ?য'ত যুক্তি নাথাকে তাতে মিছাৰ আশ্রয় লোৱা হয়।

  • @moniassam
    @moniassam 2 года назад

    লিখি যাম,ৰচি যাম;
    মনৰ আবেগ,অনুভুতি
    কবিতাৰ ভাষাৰে/
    শৰীৰত, মগজুত
    এক বিন্দু তেজ থকা লৈকে
    নোৱাৰে কৰিব ৰুদ্ধ
    অসমীয়াৰ স্বাভিমানৰ কণ্ঠ//🙏

  • @axomsanju4293
    @axomsanju4293 2 года назад +1

    Val lagile bohut 💯💯💯💯💯💯💯💯💯💯💯💯🔥💯💯💯💯💯Tumi🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🎧🔥🔥🔥🍺🔥🔥🔥🔥🔥🔥🔥🔥

  • @haritj3915
    @haritj3915 2 года назад +2

    Jarei poisa tarei neyai palika . Akdom besakh nikeya hol

  • @pankajgogoi6015
    @pankajgogoi6015 2 года назад +1

    Good morning Bhaskar da

  • @usharanirabha8158
    @usharanirabha8158 2 года назад

    Comment koribovoilogaholmamaibhoyaturxorusuwalijonijailottholai🙏🙏🙏🕉️🕉️🕉️🕉️🛐🕉️🕉️🕉️🕎

  • @nivagogoi9859
    @nivagogoi9859 2 года назад +3

    আচৰিত দুমাহ পাৰ হৈ গল ---??

  • @kaustavboiragi163
    @kaustavboiragi163 2 года назад +4

    তাইক সোনকালে মুকলি কৰি দিব লাগে

  • @jitendrasvlogs3638
    @jitendrasvlogs3638 2 года назад

    Mojja dada 😍, love from BoKo 🤟

  • @banajitaxom6689
    @banajitaxom6689 2 года назад

    Jibon...
    Power jar bol tar

  • @Dipankarjyoti01
    @Dipankarjyoti01 2 года назад

    Hosakoi VideoTu e bohutai Monto hanti dile.... thanks for sharing 🙏🤗
    Sometimes I think We cannot live independently in this world...
    Why....

  • @jaiaiakhom3926
    @jaiaiakhom3926 2 года назад

    Val lagil bhashkarda moi apunak log koribole issa ase

  • @globals5985
    @globals5985 2 года назад +2

    Assam police bjp ৰ চাকৰ ।

  • @manoshisaikialifevlogs1747
    @manoshisaikialifevlogs1747 2 года назад

    Helloo bhaity...video bur maje maje sao deii guwahati pora..msg disu dui eta video..reply dibo homoi nimile sagoi...eku nai..information blogs bur tumar kamor so bhal pao sai...mur channel tuk homoi hole utsah eta diba ...🙏🙏🙏🙏🙏🙏wish u success in yr work💐
    .

  • @montudeka1053
    @montudeka1053 2 года назад

    We want scientists. police officer nalage

  • @ashwatthamajbmusic607
    @ashwatthamajbmusic607 2 года назад

    Val hoise dada

  • @horiboruah8326
    @horiboruah8326 2 года назад

    Fast view 🥰🥰🥰🥰🥰🥰🥰

  • @akshaychetia8448
    @akshaychetia8448 2 года назад

    এইটো বৰ দুৰ্ভাগ্যজনক আমি সচাকৈ এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হয়নে????

  • @maramidas3893
    @maramidas3893 2 года назад +12

    Admission in govt medical college is free,also most of the books are found in library...very sad to forego a valuable seat without taking accurate information

    • @bhaskarjyotibarman505
      @bhaskarjyotibarman505 2 года назад +2

      Tai pa a ni medical t

    • @maramidas3893
      @maramidas3893 2 года назад +1

      @@ajbzone319 ,No.fees around 3000/ only . It was made absolutely free for covid in 2020-21

    • @saratnath8534
      @saratnath8534 2 года назад +2

      Aagot a 2me information loi loba medical porhibo kiman khoross lagay...

    • @Dhruba438
      @Dhruba438 2 года назад

      @@saratnath8534 thik a tu koise ty .... Ajikli ek toka o nlge covid ohar pora

    • @Dunknownboy
      @Dunknownboy 2 года назад

      @@Dhruba438 kune koise ek tokao nalage atya.. only 2020t free dsl.

  • @alakeshsvlog
    @alakeshsvlog 2 года назад +3

    very nice
    ❤️

    • @protimadutta2890
      @protimadutta2890 2 года назад +2

      আমাৰ সাধাৰণ মানুহবোৰৰ অৱস্হা কি হবলে গৈ আছে---ৰাইজে অলপ ভাৱক---আপোনালোকৰ মামাই কৰে বা---এই ছোৱালী জনীক কিবা সহায় কৰিব পাৰিব নে

  • @jitudeka3603
    @jitudeka3603 2 года назад +1

    In future sualijonir govt jobr khetrot aku problem nhuar krone govt likhit vbe dile hol

  • @r_j_assam6860
    @r_j_assam6860 2 года назад +1

    Niyai pab lge

  • @debojitautomobile8423
    @debojitautomobile8423 2 года назад +2

    Joi ai Bangladesh

  • @nayanmonigogoi6985
    @nayanmonigogoi6985 2 года назад

    ভিডিঅ'টো চাই ভাল লাগিল।
    দাদা আপোনাৰ ঘৰ ক'ত বাৰু?

  • @bristychaliha
    @bristychaliha 2 года назад

    Tai hoitu pasloi itihak rosibo mur mone koise

  • @ruprajrajbonshi4499
    @ruprajrajbonshi4499 2 года назад +1

    ai sokar khon Hizira.kobita voi Kora sorkar

  • @dutta22
    @dutta22 2 года назад

    Mjh☺️👌

  • @jaanmoniborphukan2109
    @jaanmoniborphukan2109 2 года назад

    Lovely ♥️♥️

  • @stylishaj6173
    @stylishaj6173 2 года назад

    Bashakr da apuni oh olp hlp kori dbo plz... Kitap kinaT

  • @nipulsaikia8671
    @nipulsaikia8671 2 года назад +1

    দুখীয়া পৰিয়ালটোক চৰকাৰৰ ফালৰ কিবা সুবিধা পাই চেনে সোধক চোন। বেয়া কামকৰিলে punisment দিয়ক।

  • @dasvlog2390
    @dasvlog2390 2 года назад +2

    Hi👍 Assamese Village vlog your friend ❤️👍

  • @pobitraboruah9266
    @pobitraboruah9266 2 года назад +1

    সচাকৈ এনেকুৱা কৰিব নালাগিছিল চৰকাৰে

  • @thepranjalsaikiavlog8283
    @thepranjalsaikiavlog8283 2 года назад +3

    সন্তৰাসবাদী k সমৰ্থন কৰা মানুহ অৰ স্থান অকলে কাৰাগাৰ হব লাগে । তাইক 20 বছৰ মান কাৰাগাৰত ভৰাই থব লগে তেতিয়াহে বহুত মানুহ অৰ লাইফ বচাব পৰা যাব jai hind ... ভাৰত বিৰোধী মানুহ অৰ ভাৰতৰ পবিত্ৰ ভূমিত স্থা ন দিব নালাগে

    • @biplobphukan2162
      @biplobphukan2162 2 года назад +1

      ULFA ZINDABAAD ❤️
      Bsi nkou tuk.lawra india

    • @tiktokmusic116
      @tiktokmusic116 2 года назад

      Pranjal saikiak jailoi vorai thobo lage 20 bosar moi dabi korisu sorkarok

    • @thepranjalsaikiavlog8283
      @thepranjalsaikiavlog8283 2 года назад

      @@biplobphukan2162 Pakistani গাহৰি r kila ভাৰতৰ পবিত্ৰ ভূমিত টোৰ নিচিনা সন্ত্ৰাসবাদীৰ কোনো ঠাই নাই

    • @biplobphukan2162
      @biplobphukan2162 2 года назад

      @@thepranjalsaikiavlog8283 jikhon bharotot daily maa vonik dhorkhon kre hyikhn pobitro vumi hl😂😂😂😂😂😂😂
      Sudurvai hui thak ja

  • @xhiranjeebgohain2736
    @xhiranjeebgohain2736 2 года назад +2

    কমেন্ত কৰিবলৈ ও ভয় লগা হৈছে

  • @manashdutta9589
    @manashdutta9589 2 года назад

    Dada bikhek aku nkw vntijni mukti pb lga hunkla ...🙏🙏😢

  • @DIPANJAL214
    @DIPANJAL214 2 года назад

    Dukhiya nisola prativa thoka suwali jonik borkoi kosta dise aikhon sorkar a hayre amar sorkar.....ayai neki amar moilik odhikar....

  • @theas03rider17
    @theas03rider17 2 года назад

    dada দেখিছিলো আপোনাক