Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
দেউতাই শুনি চাব কৈছিল এবাৰ ; মই এশবাৰ মান শুনিলো । ইমান ধুনীয়া কথা আৰু সুৰ 💓...🙏🙏🙏🙏🙏
অতীতৰ সুন্দৰ সুন্দৰ গানে মন পুলকিত কৰি তোলে। অতীতক পাহৰা কঠিন।
ঠিক ঠিক ঠিক,💞🙏🙏🙏
২০২৩ ত কোন কোনে এই গানটো শুনি ভাল পোৱা।❤❤❤
Moi aibor gaan agote o xunisilo aru pisoloike o xuni thakim
Siroxiyojiya song
2020 চনত কোনে কোনে চাই আছা এটা লাইক kri দিয়া ।
My Favourite song😊😊😊😊😊🤗🤗🤗🤗😍😍😍😍😍😘😘😘😘👌👌👌
মই প্ৰায়েই এতিয়াও কেছেট লগাই শুনি থাকো ।
অন্তৰৰ গভীৰতাৰ পৰা ভাল পোৱা গান এইবোৰ❤️
সুন্দৰ অসমীয়া আধুনিকতাৰ প্ৰভাৱ বিস্তাৰ গান শুনি অতীতক মনত পেলাই আনন্দ উপভোগ কৰিব পাৰি মই ধন্যবাদ জনালোঁ ।
এনেকুৱা গান বোৰে শৈশৱলৈ লৈ যায় ।মনবোৰে ভাল লাগি যায়।
বহুত ধুনীয়া গানটো শুনি আজি যতেষ্ঠা আনন্দিত পাইছোঁ,old is gold
bohut val lga gaan aru eitu gaan loguar loge loge maaye koise eitu nokholabi de khunibo de, all is gold salute
Dhanyavaad👌 purani ganrbabe👍👌👌
সুন্দৰ গীত,,,সৰুতেই ৰেডিঅ' ত শুনিছিলোঁ,,,
LG
ৰেডিঅ'ৰ ওপৰিও কেছেট দি শুনি থাকো ,ৰি ফি কৰি শুনাৰ মজাই তফাইত ।
ধুনীয়া লাগে গীতটি চিৰসেউজ গীত
Hi rimli nice photo
পুৰণি গিতবোৰ শুনিলে মনটো কিবা ভাল লাগি যায়
Bht val lagil 👌👍❤️
Very most good. BOHUT GAAN HUNILU, ANEKUA MOROM LOGA GAANOR THAAI KUNEO PURABO NUARE.
2024 t kone kone xoni sa like kora 😊
আগৰ দিনৰ সংগীতবোৰ ইমান ধুনীয়া লাগে,মন ভাল লাগি যায়।
মোৰ মাৰ প্ৰিয় গান আছিল এইটো । সৰুৰে পৰা মাই বহুত বাৰ গানটো গাই শুনাই এতিয়া মা ও নাই শুনিবলৈ নাপাওঁ বহুত বেয়া লাগে আজি গানটো শুনি বহুত ভাল লাগিলে ❣️❣️❣️
Deuta I really Missing you... Apuni bhal Pau gaan tu Aji xunilo ...Hiyar Morom mukuta hoi dibole aji Apuni nai deuta Mur osrt...kio Anekoi muk okle Ari gusi Gola deuta...kio kio kio
Dukh nkriba
😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
Ufffff..ki film asile ooo eikhon 😢😢😢❤❤❤❤
অতিশয় মনপৰশা গীত।ইনা মূখাৰ্জী আৰু ৰিদিপ দত্ত ডাঙৰীয়াৰ "মন মন্দিৰ"বোলছবিৰ চিৰসেউজ গীতটি শুনি আপ্লুত হলোঁ। এনে গীতবোৰক সময়ে কাহানিও আঁচোৰ পেলাব নোৱাৰে। ছবিখনৰ সংগীত পৰিচালক দ্বয় বসন্ত -মানিক। "মন মন্দিৰ"এখনি চিৰসেউজ বোলছবি।
হয়, এই চিনেমা খন মই যোৰহাটৰ ইলি চিনেমা হলত চাইছিলোঁ ৷ বিজয় শঙ্কৰ বৰুৱা আৰু ৰিদিপ দত্ত অমৰ সৈ সদায় থাকিব ৷🙏🙏
@@nazimabegum32341:37
This is what music is all about. Thanks for the upload.
বহুত গান আহিব যাব কিন্তু কোনেও এইবোৰ গানৰ ঠাই লব নোৱাৰিব ।
Hosa koisa
True.
Socha ke eai gaan bur evergreen songs hoi
Ekdom xosa
@@jinakhibora2990 😆😆😊😊😄😄🤗🤗😍😍😘😘😘
মই সদায় মোৰ জন্মৰ আগৰ গীতবোৰ শুনিহে বেচি ভাল পাঁও কি কব নোৱাৰো, আৰু সদায় শুনিলে পুৰণি গীতবোৰহে শুনো নতুনবোৰ নশুনো |
Mi o puroni git huno
Puroni geet bur hunile dukh bur aru hukh bur nigori aahe dei
Sem
গীত শুনাৰ পাছ ত অতি তৰকথাবোৰলৈ মনত পৰে।
All time great from Ridip Dutta. Miss hm always.
বহুত ধুনীয়া গান ।
বিজু ফুকনত দেখাৰ লগে লগে বৰ দুখ লাগি গ'ল। কৃষ্ণ 🙏 কলিয়াবৰ
সুন্দৰ বহুত সুন্দৰ 👌👌👌👌
2024 চাই আছো❤❤❤❤
সুমধুৰ কণ্ঠ । হিয়া মৰম সঁচাই মুকুতা। আমিহে বুজা নাই। সেয়ে অধপতন মনৱতা।
কি যে ভাল লগা গান।বুজাব নোৱাৰা ভাল লগা
এই গানটো মই বহুত ভাল পাওঁ।💚💚💚💗💓👌👌👍
এই বিলাক গানৰ কথাই সুকীয়া।
I was almost 11 years old whenI Iestened this song.best song.
2023 t kune kune huni ase ei gaan tu ?
অকুদা আৰু ৰিদিপদাৰ সান্নিধ্যস্মৃতিয়ে মোক আজিও আচ্ছন্ন কৰি ৰাখিছে। দুয়ো বৰ অকালতে গুচি গ'ল ...
Tekhetsklr sunyta koneo purn krib nuware..
অকুদাৰ বিষয়ে অলপ কবনে🙏
অকুদা মানে বিজয়শংকৰৰ জীৱনী আমাক দিবচোন🙏
অকুদাৰ বিষয়ে অলপ জনাবচোন🙏
Bohut bohut dhunia gun. ..
2020 kune kune huni ase
মই সুনি আছো
বহুত ভাল লাগে সুন্দৰ গিত
সৰু কালতে এই গানটো শুনা ,কিন্তু আজি কিয় মন গল হঠাৎ মনত পৰিল গীত টো লৈ ❤❤❤❤
ধুনীয়া,মোৰ,পুৰণি, গীত বোৰ,বৰ,লাগে, ধন্যবাদ
চিৰসেউজ গীত। অসমীয়াৰ নতুন যুগৰ ইতিসাহ বহন কৰিছে।
মন পৰশা গীত ।নিচেই সৰু কালৰে পৰাই শুনি আহিছো এই গীত।
Best of best....
সঁচাকৈ খুউব সুন্দৰ সময়ৰ এটা সুন্দৰ গান।
Kune Kune 2022 t suni asa...please like kora
বহুত গাণ আহিব যাব কিন্ত এই গাণ চিৰ দিনৰ বাবে অমৰ হৈ ৰব
Muk nostalgicot vugua priyo gaan
Hundor
grown up listening to the song, one of my all time favorite. expression of a single father & their relationship. what a presentation.
সুন্দৰ গীত।মন মন্দিৰ ছবিৰ এইগীতটো চিৰ সেউজ।
মোৰ এইটো গান বহুত দুখ লাগে সৰু ৰে পৰা শুনি আহিছো মই 😢😢😢❤❤❤❤
অতি সুন্দৰ গীত❤
2022 চনত কোনে কোনে চাই আছে এটা like কৰি দিয়ক
মোৰ প্রিয় গীত।
I like this song very much. I like Ridip Dutta's voice.Thank You.
Bohut val lage gantu ..agor gan bur akow ghuri oha hole ..
Git tu jiman dhunia sinema khanu bahut dhunia
গানটো শুনিলেই নিজে নিজে চকুপানী ওলাই।সৰু কালৰ মধুৰ স্মৃতিৰ গান
Bohut val lage gantu huni
শুনি শুনি আমনি নলগা এইবোৰ পুৰণি গীত ।
চিৰযুগমীয়া এই গীতৰ মাদকতা সদায়েই থাকিব
সচা, অৰ্থ, হৈছে
এই এটা গান শুনি মই আৰু মোৰ ছোৱালীজনীয়ে ভাল পোৱা গীত এনেকুৱা কিছুমান গাণ দি থাকিব
চিৰযুগমীয়া গীত ।
Xhosakoi bohut Val pao purona geet bor xhuni bohut Val pao moy
Mon tu bhal lagi gol aji..
ever green song.i salute this song.
Uffffffff hiya hat pori Jai oooo aibur gan hunile
এই গীতটিৰ মাদকতা এ সুকীয়া❤️
Ki dhuniaa geet
Golden song, golden film, thanks
Our golden history of music
এনে সুন্দৰ গীত এতিয়া শুনিবলৈ পোৱা হেতেন
Very nice
❤❤❤
Hosai bohut bhal lage....🥰🥰🥰
bohu dinor murot git huni bor Val lagiche.. .
Eman dhunia gan ki kom aru sakupani olai jai
Atu gaan mor maa bahut val paisil. Aji 4 years hol maa bagabanr usrt jowa .say dinar para aji hai gaan to sonilo
Always evergreen
Eman hundar geet hunile huni thakibo mon jay
Miss u bhonti
চিৰযুগমীয়া এই গান বোৰে মানুহক আপ্লুত কৰে
এই ভূৰ গান শুনিলে হৃয়া জুৰ পৰি জাই শুনি লে শুনি থাকিব মন জাই দেই
মোৰ দেউতা শুনি ভাল পাইছিল আৰু মই কাৰ্বি ছোৱালী কিন্তু মই বহুত ভাল পাওঁ ❤❤❤❤
এইবোৰ গান শুনি বৰ ভাল লাগিছিল
❤️
দিন ৰাতি একাকাৰ কৰিশুনি থাকিলেও হেঁপাহ নপলাই এই বোৰ গান
2.00. Awesome direction.
I love this song ❤💞 Ever green Song ❤️
Moi Maje Maje khuni thaku .....
A unique contribution to Assamese film and songs
Bht memories ase bht mnt pore
Bahut vl.LGA.gaan.mur.fevrat
এইবিলাক হে গীত❤❤❤🌷🌷🌷
jugajaee geet
Bohut val lage ai gaan tu
My best song ever.
Otitor portisobi❤️❤️
honest collection
দেউতাই শুনি চাব কৈছিল এবাৰ ; মই এশবাৰ মান শুনিলো । ইমান ধুনীয়া কথা আৰু সুৰ 💓
.
.
.
🙏🙏🙏🙏🙏
অতীতৰ সুন্দৰ সুন্দৰ গানে মন পুলকিত কৰি তোলে। অতীতক পাহৰা কঠিন।
ঠিক ঠিক ঠিক,💞🙏🙏🙏
২০২৩ ত কোন কোনে এই গানটো শুনি ভাল পোৱা।❤❤❤
Moi aibor gaan agote o xunisilo aru pisoloike o xuni thakim
Siroxiyojiya song
2020 চনত কোনে কোনে চাই আছা এটা লাইক kri দিয়া ।
My Favourite song😊😊😊😊😊🤗🤗🤗🤗😍😍😍😍😍😘😘😘😘👌👌👌
মই প্ৰায়েই এতিয়াও কেছেট লগাই শুনি থাকো ।
অন্তৰৰ গভীৰতাৰ পৰা ভাল পোৱা গান এইবোৰ❤️
সুন্দৰ অসমীয়া আধুনিকতাৰ প্ৰভাৱ বিস্তাৰ গান শুনি অতীতক মনত পেলাই আনন্দ উপভোগ কৰিব পাৰি মই ধন্যবাদ জনালোঁ ।
এনেকুৱা গান বোৰে শৈশৱলৈ লৈ যায় ।মনবোৰে ভাল লাগি যায়।
বহুত ধুনীয়া গানটো শুনি আজি যতেষ্ঠা আনন্দিত পাইছোঁ,old is gold
bohut val lga gaan aru eitu gaan loguar loge loge maaye koise eitu nokholabi de khunibo de, all is gold salute
Dhanyavaad👌 purani ganrbabe👍👌👌
সুন্দৰ গীত,,,সৰুতেই ৰেডিঅ' ত শুনিছিলোঁ,,,
LG
ৰেডিঅ'ৰ ওপৰিও কেছেট দি শুনি থাকো ,ৰি ফি কৰি শুনাৰ মজাই তফাইত ।
ধুনীয়া লাগে গীতটি চিৰসেউজ গীত
Hi rimli nice photo
পুৰণি গিতবোৰ শুনিলে মনটো কিবা ভাল লাগি যায়
Bht val lagil 👌👍❤️
Very most good. BOHUT GAAN HUNILU, ANEKUA MOROM LOGA GAANOR THAAI KUNEO PURABO NUARE.
2024 t kone kone xoni sa like kora 😊
আগৰ দিনৰ সংগীতবোৰ ইমান ধুনীয়া লাগে,মন ভাল লাগি যায়।
মোৰ মাৰ প্ৰিয় গান আছিল এইটো । সৰুৰে পৰা মাই বহুত বাৰ গানটো গাই শুনাই এতিয়া মা ও নাই শুনিবলৈ নাপাওঁ বহুত বেয়া লাগে আজি গানটো শুনি বহুত ভাল লাগিলে ❣️❣️❣️
Deuta I really Missing you... Apuni bhal Pau gaan tu Aji xunilo ...Hiyar Morom mukuta hoi dibole aji Apuni nai deuta Mur osrt...kio Anekoi muk okle Ari gusi Gola deuta...kio kio kio
Dukh nkriba
😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
Ufffff..ki film asile ooo eikhon 😢😢😢❤❤❤❤
অতিশয় মনপৰশা গীত।ইনা মূখাৰ্জী আৰু ৰিদিপ দত্ত ডাঙৰীয়াৰ "মন মন্দিৰ"বোলছবিৰ চিৰসেউজ গীতটি শুনি আপ্লুত হলোঁ। এনে গীতবোৰক সময়ে কাহানিও আঁচোৰ পেলাব নোৱাৰে। ছবিখনৰ সংগীত পৰিচালক দ্বয় বসন্ত -মানিক। "মন মন্দিৰ"এখনি চিৰসেউজ বোলছবি।
হয়, এই চিনেমা খন মই যোৰহাটৰ ইলি চিনেমা হলত চাইছিলোঁ ৷ বিজয় শঙ্কৰ বৰুৱা আৰু ৰিদিপ দত্ত অমৰ সৈ সদায় থাকিব ৷🙏🙏
@@nazimabegum32341:37
This is what music is all about. Thanks for the upload.
বহুত গান আহিব যাব কিন্তু কোনেও এইবোৰ গানৰ ঠাই লব নোৱাৰিব ।
Hosa koisa
True.
Socha ke eai gaan bur evergreen songs hoi
Ekdom xosa
@@jinakhibora2990 😆😆😊😊😄😄🤗🤗😍😍😘😘😘
মই সদায় মোৰ জন্মৰ আগৰ গীতবোৰ শুনিহে বেচি ভাল পাঁও কি কব নোৱাৰো, আৰু সদায় শুনিলে পুৰণি গীতবোৰহে শুনো নতুনবোৰ নশুনো |
Mi o puroni git huno
Puroni geet bur hunile dukh bur aru hukh bur nigori aahe dei
Sem
গীত শুনাৰ পাছ ত অতি তৰকথাবোৰলৈ মনত পৰে।
All time great from Ridip Dutta. Miss hm always.
বহুত ধুনীয়া গান ।
বিজু ফুকনত দেখাৰ লগে লগে বৰ দুখ লাগি গ'ল। কৃষ্ণ 🙏 কলিয়াবৰ
সুন্দৰ বহুত সুন্দৰ 👌👌👌👌
2024 চাই আছো❤❤❤❤
সুমধুৰ কণ্ঠ । হিয়া মৰম সঁচাই মুকুতা। আমিহে বুজা নাই। সেয়ে অধপতন মনৱতা।
কি যে ভাল লগা গান।বুজাব নোৱাৰা ভাল লগা
এই গানটো মই বহুত ভাল পাওঁ।
💚💚💚💗💓👌👌👍
এই বিলাক গানৰ কথাই সুকীয়া।
I was almost 11 years old when
I Iestened this song.best song.
2023 t kune kune huni ase ei gaan tu ?
অকুদা আৰু ৰিদিপদাৰ সান্নিধ্যস্মৃতিয়ে মোক আজিও আচ্ছন্ন কৰি ৰাখিছে। দুয়ো বৰ অকালতে গুচি গ'ল ...
Tekhetsklr sunyta koneo purn krib nuware..
অকুদাৰ বিষয়ে অলপ কবনে🙏
অকুদা মানে বিজয়শংকৰৰ জীৱনী আমাক দিবচোন🙏
অকুদাৰ বিষয়ে অলপ জনাবচোন🙏
Bohut bohut dhunia gun. ..
2020 kune kune huni ase
মই সুনি আছো
বহুত ভাল লাগে সুন্দৰ গিত
সৰু কালতে এই গানটো শুনা ,কিন্তু আজি কিয় মন গল হঠাৎ মনত পৰিল গীত টো লৈ ❤❤❤❤
ধুনীয়া,মোৰ,পুৰণি, গীত বোৰ,বৰ,লাগে, ধন্যবাদ
চিৰসেউজ গীত। অসমীয়াৰ নতুন যুগৰ ইতিসাহ বহন কৰিছে।
মন পৰশা গীত ।নিচেই সৰু কালৰে পৰাই শুনি আহিছো এই গীত।
Best of best....
সঁচাকৈ খুউব সুন্দৰ সময়ৰ এটা সুন্দৰ গান।
Kune Kune 2022 t suni asa...please like kora
বহুত গাণ আহিব যাব কিন্ত এই গাণ চিৰ দিনৰ বাবে অমৰ হৈ ৰব
Muk nostalgicot vugua priyo gaan
Hundor
grown up listening to the song, one of my all time favorite. expression of a single father & their relationship. what a presentation.
সুন্দৰ গীত।মন মন্দিৰ ছবিৰ এইগীতটো চিৰ সেউজ।
মোৰ এইটো গান বহুত দুখ লাগে সৰু ৰে পৰা শুনি আহিছো মই 😢😢😢❤❤❤❤
অতি সুন্দৰ গীত❤
2022 চনত কোনে কোনে চাই আছে এটা like কৰি দিয়ক
মোৰ প্রিয় গীত।
I like this song very much. I like Ridip Dutta's voice.Thank You.
Bohut val lage gantu ..agor gan bur akow ghuri oha hole ..
Git tu jiman dhunia sinema khanu bahut dhunia
গানটো শুনিলেই নিজে নিজে চকুপানী ওলাই।সৰু কালৰ মধুৰ স্মৃতিৰ গান
Bohut val lage gantu huni
শুনি শুনি আমনি নলগা এইবোৰ পুৰণি গীত ।
চিৰযুগমীয়া এই গীতৰ মাদকতা সদায়েই থাকিব
সচা, অৰ্থ, হৈছে
এই এটা গান শুনি মই আৰু মোৰ ছোৱালীজনীয়ে ভাল পোৱা গীত এনেকুৱা কিছুমান গাণ দি থাকিব
চিৰযুগমীয়া গীত ।
Xhosakoi bohut Val pao purona geet bor xhuni bohut Val pao moy
Mon tu bhal lagi gol aji..
ever green song.
i salute this song.
Uffffffff hiya hat pori Jai oooo aibur gan hunile
এই গীতটিৰ মাদকতা এ সুকীয়া❤️
Ki dhuniaa geet
Golden song, golden film, thanks
Our golden history of music
এনে সুন্দৰ গীত এতিয়া শুনিবলৈ পোৱা হেতেন
Very nice
❤❤❤
Hosai bohut bhal lage....🥰🥰🥰
bohu dinor murot git huni bor Val lagiche.. .
Eman dhunia gan ki kom aru sakupani olai jai
Atu gaan mor maa bahut val paisil. Aji 4 years hol maa bagabanr usrt jowa .say dinar para aji hai gaan to sonilo
Always evergreen
Eman hundar geet hunile huni thakibo mon jay
Miss u bhonti
চিৰযুগমীয়া এই গান বোৰে মানুহক আপ্লুত কৰে
এই ভূৰ গান শুনিলে হৃয়া জুৰ পৰি জাই শুনি লে শুনি থাকিব মন জাই দেই
মোৰ দেউতা শুনি ভাল পাইছিল আৰু মই কাৰ্বি ছোৱালী কিন্তু মই
বহুত ভাল পাওঁ ❤❤❤❤