Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ পদক্ষেপ।শৈশৱৰ কুমলীয়া মনোজগতত ভগৱন্তৰ প্ৰতি প্ৰেমৰ ভাব ৰোপন কৰি দিব পাৰিলে আমি এখন সুস্হ, সবল, শৃংখলাবদ্ধ , নৈতিক স্খলন নহোৱা এক প্ৰণালীবদ্ধ ব্যবস্হা ৰ সমাজ তথা দেশ পাম। এই ক্ষেত্ৰত আমাৰ বোধেৰে অসমত গুৰুজনাৰ নীতি আদৰ্শ ক সাৰোগত কৰি শিশু সকলৰ প্ৰকৃতভাৱে মানসিক ভাবে উৎকৰ্ষ সাধনৰ বাবে আপুনি প্ৰথম প্ৰয়াস কৰিছে। আপোনালৈ আন্তৰিক সেৱা জনালো। ভবিষ্যতত আপোনাৰ পৰা এনেধৰণৰ নিৰন্তৰ কৰ্ম সূচী পোৱাৰ আশা কৰিলো। গুৰুদুজনাই আপোনাক কৃপা কৰিছে আৰু কৃপা কৰিব। দীপাংক শইকীয়া
Krishna 🙏
Ram Krishna 🙏
Krishna Krishna..bahut val lagil .
Thanks🙏 sar
Bhut dhunika buji disa 🙏🙏🙏
Cool I was so much fun with your video
বিজ্ঞান সন্মত বাস্তৱ বাদেৰে গীতাৰ ব্যাখ্যা । কৃষ্ণ -কৃষ্ণ ।
krishna prabhu 🙏🙏
🙏🙏🙏🙏
Krishna
🙏🏻
সুন্দৰ বিশ্লেষণ আগবঢ়ালে ! আশাকৰিছো ছাত্ৰ- ছাত্ৰী উপকৃত হৈছে ।
কৃষ্ণ বাপ,আমাক অতিশয় কৃতাৰ্থ হোৱাৰ সুযোগ দিয়াৰ বাবে আপোনাক সেৱা ধৰিলোঁ।
অতি বুদ্ধিমত্তাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলৰ উপযোগীকৈ দিয়া ভাষণ শুনি মুগ্ধ হৈ গলো। আপোনাৰ ভাষণত লালিত্য মাধুৰ্য আছে। আপোনাৰ বহু ভাষণ খুব মনোযোগেৰে শুনিছো। বহুত বহুত ধন্যবাদ বাপ।
Krishna Krishna val val
Sunddar explain ,🎉
Sunddar speech 🌷explains
কৃষ্ণ কৃষ্ণ সুন্দৰ নিদৰ্শন
কৃষ্ণ 🙏বৰ ভাল লাগিল 🙏
Ramkrishna.
Krishna krishna. Bap. Bhut val. Kotha
Oum. santi. Oum. santi. Oum. santi. Krishna. 🙏🙏🙏🙏
Lp😊😊
Very very nice 👍👍👍👍
Krishna bap dhany bad
কৃষ্ণ কৃষ্ণ বাপ শেৱা ধৰিছো বহুত বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ❤❤❤❤❤❤❤
Supreme happiness by hearing your speech. Stay blessed
আপোনাৰ অনুদিত পুথিখন সংগ্ৰহ কৰিব পপাৰিমনে? জনাবচোন।
নিশ্চয় পাৰিব। ৯৪৩৫৩০৪২০৫ ত যোগাযোগ কৰিব
সুন্দৰ বিশ্লেষণ 🙏🙏🙏🙏
সুন্দৰ ব্যাখ্যা ৷
Bohut sundorkoi bujai dise. Donyabad.
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু। ছাত্ৰ-ছাত্ৰী,, সকলৰ আৰু সমাজৰ নিমিত্তে অতি মূল্যৱান আৰু প্ৰয়োজনীয় বাৰ্তা 🙏🙏🙏🙏।
মোৰ প্ৰিয় গ্ৰন্থ শ্ৰীমদ্ভগৱত গীতা।মই সদায় পঢ়ো।
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণকমলত সেৱা নিবেদিছো কৃষ্ণ
কৃষ্ণ, কৃষ্ণ, বৰ সুন্দৰ।
Krishna Krishna Bapjonar Hotokuti Pornam Jonalu
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏
Krishna Krishna Krishna baap shwa nebadulu krishna
Krishna🙏

কৃষ্ণ বাপ,
আমাক অতিশয় কৃতাৰ্থ হোৱাৰ সুযোগ দিয়াৰ বাবে আপোনাক সেৱা ধৰিলোঁ।