'Shan State' Myanmaror pora oha hoi Tai-Ahom hokol hai karon Thai, Burmese, Myanmaror aru Laos r logot Tai-Ahom language tu Mil ase. Ahom kintu Chainar pora oha nai. Kintu ata kotha hosa hoi je Yunnan pradesh ' Tai' hokolore bakhostan asil pasot Chainar odhinot Gol. 🗣️Sir parile apuni ai topic tu uporot ata Video bonaok.
পবিত্ৰৰ আপবিত্ৰ।কথা শুনি এনে লাগে তেওঁৰ।কথা।বোৰ কিছুমান মূৰ্খ লোকে শুনি থকা যেন লাগে । চয় জন গোষ্ঠীক কেতিয়াও জনজাতিৰ মৰ্যদা নিদিয়ে
এইজনে জনজাতিকৰণৰ কাৰণে কিবা কৰিব পাৰিব বুলি বিশ্বাস নহয়।
Right
কামনাই আপোনাৰ ।
গৌৰৱ গগৈ, লুৰুন জ্যোতি, অখিল গগৈক কিয় মতা নহ'ল তাই আহোম জনজাতি ছাত্ৰ সন্থাই,
ছয় জনগোষ্ঠীক জনজাতিকৰন কৰক, অবিচি সকলক অনুসূচীত জাতি কৰক।
মাৰ্ঘেৰিটাই অসমীয়া জাতিৰ কাৰণে, আহোম কীৰ্তিচিহ্নক বিশ্ব স্বীকৃতিৰ কাৰণে একোৱেই কৰিব নোৱাৰে।
Right
মাৰ্ঘেৰিটায়ে ভূলতো একো ডাল ফালিব নোৱাৰে।
যোৱা ১০ বছৰ কাল শাসনত থাকিও বিজেপি চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰন কৰিব নোৱাৰিলে। এতিয়া বিধান সভাৰ নিৰ্বাচনৰ বাবে প্রায় দেৰ বছৰমান আছে। যোৱা ১০ বছৰে কি ঘোঁৰাৰ ঘা কাতি আছিল নেকি বিজেপি চৰকাৰে। নিৰ্বাচন অহা বাবে ভোটৰ অংকত এয়া নিৰ্বাচনী টোপ।
তেল মাৰি মন্ত্ৰীত্ব লোৱা মানুহ কি কৰিব পাৰিব।মাথোন মুখ্যমন্ত্ৰী আৰু মোদীক তৈল্য মৰ্দ্দন কৰি থাকিব।
Right
এইটো পাবত গজা নেতা সি একো কৰিব নোৱাৰে
জয় আই অসম,ভাল লাগিল।❤️🙏
সুন্দৰ কৈ প্ৰশ্ন উত্তৰ দিলে পবিত্ৰ মাঘেৰিটা ডাঙৰীয় আটাইতকৈ ভাল ।
বেৰে চালে কোবোৱা কথা
মাৰ্ঘেৰিটাই গালে বালে খোলাকটি তাল।খোলাকটিৰ তাল ভাগি চুৰমাৰ হৈ গ'ল।
এইজনাই 6 জনগোষ্ঠীৰ জনজাতীয়কৰনক লৈ spostokoi একো কব নোৱাৰিলে, কাম নাই এইজনাৰ । খালি মামামোডীৰ নাম লৈ ৰাজনীতি ....
আচল উত্তৰৰ পৰা ফালৰি কাতিগল নেকি? ST লৈ আৰু কিমাদুৰ ।
নেপাৱ st, কাৰণ অহা ছয় মাহত BJP চৰকাৰ ভংগ হব ।
এইজনক আমি আমাৰ নিচিনা আহোম সকলে মাতিবলৈ অধিকাৰ দিয়া নাই। নিমন্ত্ৰণ কৰা সকলে সকলো আহোমক প্ৰতিনিধিত্ব নকৰে।
এই ডালে, নিজৰ উপাধী লেখিব নোৱাৰে, ঘটিটো আহোমক জনজাতিকৰন কৰিব। এই ডালক সুধিব লাগে যে আহোমৰ কোন ঠাল বা ফৈদত মাঘেৰিতা উপাধী আছে?
Gogoi hoi sge title Tu.... Karubar mukhot xunisilu... Margheritar mnh asle henu teu heikrne bule namtur lgt mnhe margherita buli mate
অসমীয়া জাতি থাকি বগৈনে ,অসমীয়া জাতি জনগোষ্ঠীৰ ইতিমধ্যে জন্ম ৰ সাৰ তেণেই নিম্ন গামি হৈছে ,ৰাইজে উপলব্ধি কৰিছে
কাম দিয়ক লৰা আৰু ছোৱালীকখিনীক এইবোৰ কৰি থাকক কৰ্ম দিয়ক, অৰ্থ নাবহিলিহে জীবন কৰ পৰা চলিব।
অসমৰ জনগোষ্ঠীয় লোক সকলে ভূল নাযাব এই সমূহ 26ৰ ললিপপ হে
মাৰ্ঘেৰিটাৰ কথা বোৰ নেগুৰ টনা কথা , গৌৰৱ গগৈয়ে হে জনজাতীয় কৰণত কাম কৰিব , এওঁ হিমন্ত মোদীৰ তেল নামাৰিলে নেচেল , নিজস্ব একো নাই ।
CAA আনি বহুত ভাল কাম কৰিলে বিজেপিয়ে অসম শেষ কৰা এইখন চৰকাৰ
কেৱল আহোম হোৱা বাবে আহোমৰ বাবে ৰাইজৰ পইচা খৰছ নকৰিব।ৰাইজৰ হৈ কাম কৰক অসমৰ অসমীয়া বাবে কাম কৰক।
ভাল লাগিল
এও ৰাইজৰ ভোটত মন্ত্ৰী হোৱা গতিকে তেওঁ ৰাইজৰ কাম কিয় কৰিব
এই জন সাংসদ বা মন্ত্ৰীয়ে আহোমৰ বা অসমীয়াৰ কিবা উন্নতি কৰিব পাৰিব মোৰ বিশ্বাস নহয়। এও আজি কালি ফেচবুকত পস্ট দিয়াতহে পাৰ্গত। এওঁ যদি নিবনোৱাক চাকৰি দি সহায় কৰিব পাৰে তেতিয়াহে শলাগ লয়।
এইবোৰে পলুভণ দিয়া বাহিৰে একো কৰিব নোৱাৰে বিজেপিয়ে শেষ কৰিব অসম যিবোৰ দিছে একো কাm nai
Pobitra Margeritai ekukoribo nuware Gaurav Akhil r uporot hope ashe
Sudur vai valka ans da apobitra margarita
আহোমে নিজৰ ৰাজনৈতিক দল গঠন কৰাৰ বাহিৰে বেলেগ উপাই নাই। একো চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কাস্মিনকালেও নকৰে।
ভাল লাগিলে
শিৱসাগৰ হলেহে চুকাফা প্ৰতিমূৰ্ত্তি ভাল হব?
ফুলজাৰি পবিত্ৰ মাৰ্ঘেৰিটা
St status tot vle ke dese ..bjp 😂😂😂😂😂
Eh bar erevo nuware..nahoi st status nahoi Ahomland state
উওৰ নিদি আবোল তাবোল কথাক লে।
Go... Back
প্রশ্ন কৰিছে ছয় জনগোষ্ঠী ৰ তথা আহোম সকল ৰ জনজাতিকৰণৰ বিষয়ত। উত্তৰ দিছে মৈদাম সমুহ বনাই গোতেই সামগ্রী ক উন্নয়ন কৰিছে বুলি। আৰু ইমান খৰকৈ শলশলীয়া বক্তব্য দিছে। শৰাইঘাটৰ পৰা কলীয়া ভোমোৰা হৈ লাচিত মৈদামেদি শিৱসাগৰ পালেহি আচল উত্তৰটো স্পষ্ট ৰূপত প্ৰকাশ নাপালে কিন্তু।
Apunaloka.aru manuhbesarinepalai.ei gharutok pale
🎉kulutu..
বহুত বেছি তেলিয়া।
Aijone aku korib nuare gorov gogoiea parib
উত্তৰটো আৰু অলপ অকাই পকাই দিব নোৱাৰিনে ??? আমি বূৰ্বকহে
Tahotor katha sunile atia sangsarot atia asanti bahe
10bosore nuwarile, agoloi paribo buli asha korise ne?
Nuware xeitu khatang
সঠিক উত্তৰ দিব নোৱাৰিলে।
Hllllll.....
Kotha t number 1..kam t faki no 1
এইটোৱে চালে বেৰ্ কোবাইছে…নাটকৰ সংলাপ বকিছে
BAHIRE RANG .... .. KATHA ... BHITARI ..... BHATARI .
উপযুক্ত উত্তৰ নাপালো প্ৰশ্ন কৰা মতে, ছালে বেৰে কোবালে😂
Marghati katiyao eaibur kaam koriboi nuwara congras sarkarah aahilaha eaibur kaam hoob eaitu a nai boloki aacha
Akhomor Rajnitit Pobitra Magherita debor khuponi kiman
Hoi axomot 27% st qouta hbo lge EWS thakibo nlge ru 7.5 % obc hbo lge
Kalitak janajatir dignity ketiya diba?
Montir pora aku asa nokorai val,aku koribo nuware,nijor podomoijyodar kotha ase,bor lav nohobo..
HABUNG AHUMAR KINTU ,AHUMAR TAT RAJNOITIK ADHIKAR .... KI ?????
আকেবোৰ কথাকে ঘুৰাই পকাই কৈ আছেজে আচল কথাটো কও ক জনজাতি কৰণ কৰিব নে নকৰে কিয় আবুল তাবুল বকি আছে
KUNUBA MANTI BIDHAYAK HOISE NIJAR KARNE ,AMAR BABE NAHAY .
Ranoj pegu+margherita rakhi thowa guwal=himantar ok.?
Aku karibo noare
বাকী কথা কৈ লাভ নাই। তেওঁ একো কৰিহ নোৱাৰে
এওঁ কথাৰহে মাষ্টৰ,,,কামত নাই,,,
Since long time same thing has been told to us and there is no solution.
ভাল লাগিল,কিন্তু সেইবোৰ কৃতি চিনহা চাবলৈ অসমীয়াৰ প্ৰবেশ মাছুল কিয় , প্ৰতেক অসমৰ থান তথা কৃতি চিহ্ন বোৰ দ্ৰষণৰ বাবে মাছুল ৰেহাই হব লগে।
Jubin ahom satra hantha gan gobo nagale
😂 আপোনাৰ দ্বাৰা নহয়
"ST status উপভোগ " কি ক'ব বিছাৰিছে 😂
Aww ako kun
পবিত্ৰ আৰু অভিনয় কৰি ল'ৰা খিনিক মিছা আশা নিদিবা। হিমন্তৰ ভৰি মালিছ কৰি ভোটিং নোহোৱাকৈ মন্ত্ৰী হলা । তোমাৰ মাতটোৱে অহংকাৰৰ গুহাৰ পৰা ওলাই অহা যেন লাগে।হেৰ সেই লৰাকেইটাৰ আগত মিছা কথাৰ ফুলজাৰি নামাৰিবা, । তুমিয়েই চোন গোটেই কামৰ খটিয়ানখন সৰু সভাখনতে দি দিলা।কি কি কৰিবা মনত থাকিব নে ।বোপাই ঐ কি ৰাজনীতিৰ বাহাৰ।
Jaru Bepari
Magherita i Aku dal koribo nuware
😂😂😂😂😂😂😂😂 350 বছৰ পিছলৈ গল গৈ ছাৰ জনজাতিকৰণৰ উত্তৰ পাহৰাই দিলে কি যে সাধু কয় ৰাজনীতিত,,,মা ৰ সাধু শুনিলে মইনা টোপনী যাই নেতাই সাধু কলে ৰাইজ টোপনী যাই free চাউলে খাই দিলে
মডেলিটিজ কি হল মোক লাগে বাকি চব ফাকি
Asol kothayur pora atori hoise. Ritu ata technic.
Aedalar... Cam.. Nai....
Magheritai kuch kam Nehi hai
'Shan State' Myanmaror pora oha hoi Tai-Ahom hokol hai karon Thai, Burmese, Myanmaror aru Laos r logot Tai-Ahom language tu Mil ase. Ahom kintu Chainar pora oha nai. Kintu ata kotha hosa hoi je Yunnan pradesh ' Tai' hokolore bakhostan asil pasot Chainar odhinot Gol. 🗣️Sir parile apuni ai topic tu uporot ata Video bonaok.
Jitu question hai2 ans dibo lage
কেই বছৰ পিছত ।
Bahut knowledge thoka ahom manuah.asil.ei tuk kio matisil
Gan ga vai bjp gan ga
pobritra naam baru maarghearta ki hoi o maalik
Caa Ani o neki hudhok
Kar logot judo..
BJPr Pora asha karato kam
Dayv many ki
হেলমেট কেইটা কৰ পৰা আনিলে অ, বৰ মৰম লগা😊😊😊
Kam nai ei dalor
Kam nai ai dalor
Sorkaror joigan eibur, tel mora kotha
Aku kamor neta nohoi....faltu kotha koi gol
Mar sudurvai tuk
😂
Tar aku okat nai hbs vori salakibo lgbo
Fotua
পাগল
Toi jalambota!
চাল বাল কোবাই উত্তৰ দিছে!! ২০২৬ চনৰ পিছত এই জাতি জনগোষ্ঠীক ST দিব বিজেপি চৰকাৰে।
ভাল লাগিল