Tore More Alokore Jatra Song With Lyrics । Jyoti Sangeet । Assamese song । তোৰে মোৰে আলোকৰে যাত্ৰা

Поделиться
HTML-код
  • Опубликовано: 8 окт 2024
  • Jyoti Prasad Agarwala was a noted Assamese playwright, songwriter, poet, writer and film maker from Assam. He was considered as Assamese cultural icon, deeply revered for his creative vision and output and is popularly called the Rupkonwar of Assamese culture.
    ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীত -
    তোৰে মোৰে আলোকৰে যাত্ৰা..অব্যৰ্থ.. অব্যৰ্থ
    তোৰে মোৰে আলোকৰে যাত্ৰা .. অব্যৰ্থ.. অব্যৰ্থ
    আমি পালো জীৱনৰ অৰ্থ অভিনৱ
    স্বাগতঃ স্বাগতঃ সতীৰ্থ
    সেউজীয়া জীৱনৰে জাগ এটি ছন্দ
    সেউজীয়া জীৱনৰে জাগ এটি ছন্দ
    আহে আহে
    জনতাৰ অন্তৰে অন্তৰে
    আলোক বসন্ত আহে
    প্ৰচাৰিত অৰুন বাণী
    আগ বাঢ়ে আগ বাঢ়ে
    যুগাগ্ৰগামী তৰুন সেনানী
    আজি সমৃদ্ধ বেগে জাগে জাগে
    বিপ্লবী প্ৰাণ
    মুখৰিত দিশে দিশে অগনিৰ গান
    তোৰে মোৰে আলোকৰে যাত্ৰা.. অব্যৰ্থ.. অব্যৰ্থ
    তোৰে মোৰে আলোকৰে যাত্ৰা .. অব্যৰ্থ.. অব্যৰ্থ
    আমি পালো জীৱনৰ অৰ্থ অভিনৱ
    স্বাগত স্বাগত সতীৰ্থ

Комментарии • 12