দ্বন্দ্ব সমাস কি দ্বন্দ্ব সমাসৰ ভাগ সমূহ উদাহৰণ সহ ।

Поделиться
HTML-код
  • Опубликовано: 25 окт 2024
  • সংজ্ঞা- দুটা বা ততোধিক সংজ্ঞা শব্দ লগ লাগি যি সমাস হয়, তাক দ্বন্দ্ব সমাস বোলে।দ্বন্দ্ব সমাসক ৩ টা ভাগত ভগোৱা হয় । যেনে- ইতৰেতৰ দ্বন্দ্ব,সমাহাৰ দ্বন্দ্ব,একশেষ দ্বন্দ্ব ।
    দ্বন্দ্ব সমাসৰ উদাহৰণ-
    ক) হৰিহৰ
    হৰি আৰু হৰ(ব্যাস বাক্য)
    খ) ৰামলক্ষ্মণ
    ৰাম আৰু লক্ষ্মণ (ব্যাস বাক্য)

Комментарии •