'ৰেন মৌ'ত আইচেংফাৰ স'তে বিশিষ্ট অভিনেত্রী মলয়া গোস্বামী

Поделиться
HTML-код
  • Опубликовано: 14 дек 2024

Комментарии • 42

  • @AlimpyshreyamGogoi
    @AlimpyshreyamGogoi 2 дня назад +6

    কিমান যে ধুনীয়া মানুহ গৰাকী❤ বাৰ্ধক্যও ম্নান পেলাব নোৱাৰা এটা সেউজীয়া মন , সোনোৱালী হাঁহি আৰু সৌন্দৰ্য্যৰে মৰমলগা মনুহগৰাকী আমাৰ প্ৰিয়❤ এনে ধৰণৰ ব্যক্তি সকলৰে অনুষ্ঠান আমাৰ কাম্য❤ আইছেংফা বা আপোনাৰ প্ৰচেষ্টা ও শলাগ লব লগীয়া ❤মাত্ৰ এই ধাৰাই অব্যাহত থাকক,সুস্থ আৰু ভাল খবৰ কঢ়িয়াই আনক

  • @gyandeepnath3600
    @gyandeepnath3600 День назад +2

    ইমান যে ভাল লাগিল এই খণ্ডটি ❤️ খুবেই শ্ৰদ্ধাৰ আৰু প্ৰিয় এগৰাকী অভিনেত্ৰী ❤🙏🏻 যোৱা ৭ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটি অনুষ্ঠানত যাওঁতে বাইদেউক ওচৰৰ পৰা দেখিলোঁ । লগতে বহুত শিকিলোঁ এই খণ্ডটিৰ পৰা । তেখেতক “ৰেন মৌ”লৈ অনাৰ বাবে তোমালৈ বহুত ধন্যবাদ বা ❤🙏🏻

  • @bharatibarkataki7592
    @bharatibarkataki7592 2 дня назад +4

    বহুত সুন্দৰ ৷ মলয়া বাইদেউক ইমান যে ভাল পাওঁ ❤ আইচেংফা তোমাক বহুত ধন্যবাদ দেই ❤❤❤

  • @monalisha585
    @monalisha585 2 дня назад +6

    ভাল লাগে এই কাৰণেই নিভাজ অসমীয়া শুনিব পাও তোমাৰ অনুষ্টানত বা❤️❤️ মলয়া বাইদেউ প্ৰিয়❤️ মৃদুলা বৰুৱা বাইদেউক চাম দেই এদিন

  • @rimikalita4306
    @rimikalita4306 11 часов назад +1

    বৰ ভাল লাগিল 💖🎉

  • @minotisaikia1804
    @minotisaikia1804 23 часа назад +2

    ইমান নম্ৰ , আইচেংফা তোমাক ধন্যবাদ জনাইছো ।

  • @purobeegogoi1343
    @purobeegogoi1343 2 дня назад +2

    Bor moromor baideo, eman dhuniya kotha botora. Bhale thakok baideo❤❤

  • @bornaliphukon2283
    @bornaliphukon2283 День назад +1

    Bhal lagil bahut.Tekhetok shardha jonalu .❤❤

  • @KalpanaDevi-h2q
    @KalpanaDevi-h2q День назад +1

    অনুষ্ঠানটো চাই বহুত ভাল লাগিল। ❤😊

  • @manishadeka6600
    @manishadeka6600 2 дня назад +2

    ❤❤Waooo,দেখিয়েই হাঁ‌হি এটি আহি গৈছে মোৰ😍।ভাল লাগিব আজি

  • @guanglidiy7166
    @guanglidiy7166 15 часов назад +1

    Hoy hosake maloya baideuk khub bhal Lage logote aiseng k okhub bhal Lage Mitha 2 Kotha bur morom Lage..❤❤...

  • @pranamisarma1746
    @pranamisarma1746 17 часов назад +1

    Graceful lady..

  • @swapnadeka-og2js
    @swapnadeka-og2js День назад +2

    মোৰ বয়স ৭,৮ বছৰ মান..তেতিয়া মা হ'তে ৰেডি'অত নাটক খুব শুনে অৱশ্যো এতিয়াও শুনে..নাটকবিলাক আহিলেই মা হ'তে মাতটো শুনিয়েই কয় এইটো মলয়া গোস্বামী এইটো চেতনা দাস..এনেকৈ মনত এওঁলোকৰ নামবোৰ মাতবোৰে মনত সাঁচ বহুৱালে..লাহে লাহে টিভিত দেখা পোৱা হ'লো..সঁচাকৈ এওঁলোকৰ অভিনয়ত বাস্তৱতা অনুভব হয়..সেই যে মুখখন নেদেখাকৈ মাতটোতে চিনাকি হোৱা দিনৰেই প্ৰিয় অভিনেত্ৰী..সঁচা কথা ক'বলৈ গ'লে আজিকালি এওঁলোকৰ দৰে অভিনয় বেলেগৰ মাজত বিচাৰি পোৱা বহুত কঠিন..বাইদেউ ভালে থাকক সদায় আমাৰ মাজত জিলিকি থাকক..আৰু এটা কথা নক'লে ভুল হ'ব..জানমণি,জোনবাই,অঞ্জনা এই ভিচিডি কেছেটৰ দিনতেই মোৰ শৈশৱ পাৰ হৈছে সেই সময়ৰ অভিনেতা অভিনেত্ৰীবোৰ মোৰ বৰ প্ৰিয়..পাৰিলে কেতিয়াবা তেওঁলোককো মাতিবচোন..আইচেংফা বা আপোনাক ধন্যবাদ জনালো..মঙ্গলদৈৰ ওচৰৰে মনিটাৰী গাওঁৰ পৰা মৰম যাচিলো❤

  • @SikhamoniDeka-ky9dg
    @SikhamoniDeka-ky9dg День назад +1

    Bohut dhunia ❤

  • @jurijhakaria
    @jurijhakaria 23 часа назад +1

    খুউব ভাল লাগিল ।

  • @palashprotim1991
    @palashprotim1991 День назад +1

    বৰ সুন্দৰ মনচুই যোৱা কথোপকথন

  • @indiranewphukan5844
    @indiranewphukan5844 День назад +2

    মোৰ প্ৰিয় এগৰাকী অভিনেত্ৰী ❤❤❤❤❤

  • @niharikadutta8122
    @niharikadutta8122 13 часов назад +1

    মৃদুলা বৰুৱা বাইদেউক লাগে

  • @sabitaDeka-f9w
    @sabitaDeka-f9w День назад +1

    মলয়া বাইদেউ ক সেৱা জনাইছোঁ,আইচেঙফাক বহূত মৰম লাগে

  • @KaSiYali
    @KaSiYali День назад +1

    শান্ত সমাহিত।শ্ৰদ্ধেয় নাৰী।

  • @MalabikaSaikia-jg3sh
    @MalabikaSaikia-jg3sh День назад +1

    মলয়া গোস্বামী বাইদেউ আমি পঢ়া জাগীৰোড কলেজৰ অধ্যপিকা আছিলে,,, অনুষ্ঠান টো চাই বহুত বেছি ভাল লাগিলে

  • @Jintu-j6q
    @Jintu-j6q 2 дня назад +3

    ❤❤❤❤ মই নতুন নতুন অসমীয়া শব্দ বাক্যৰ গাঁথনি শিকিবৰ বাবে আপোনাৰ পদকাষ্ট চোৱা কৰিছো বেলেগ পদকাস্ত চালো বহুত কিন্তু মাজে মাজে দেখোন ইংৰাজী হে মাৰি থাকে❤❤

  • @BhanitaDeka-kh7zf
    @BhanitaDeka-kh7zf День назад +1

    Emn xundor avinoy

  • @bobi1345
    @bobi1345 2 дня назад +5

    Thank you thank you thank you for bringing Moloya baideo 😊

  • @PabitaRabha-ux7hs
    @PabitaRabha-ux7hs День назад +2

    Namaskar khubei bhal lag il

  • @himadribhagowati790
    @himadribhagowati790 2 дня назад +1

    Bor sundor....❤❤

  • @diptidevi3797
    @diptidevi3797 День назад +1

    Mon jur pari gol

  • @UtpalLamphar1234
    @UtpalLamphar1234 2 дня назад +1

    সুন্দৰ অনুষ্ঠান ৷

  • @dhrubaaxom1682
    @dhrubaaxom1682 2 дня назад +3

    Barasha Ba k matib sun plzzz❤

  • @Anujhandique
    @Anujhandique 2 дня назад +2

    Aaitar avinoi bhut bhut bhal lage

    • @raghabmahanta6743
      @raghabmahanta6743 День назад

      মোৰ অতি প্ৰিয় মলয়া বাইদেউ ।ভগবানে ভালে ৰাখক বাইদেউক 🙏❤

  • @d-ahom3346
    @d-ahom3346 6 часов назад

    Baa aji tmk khub vagorua nisna lgise 😮 baki hodai sau apuner vdio ❤

  • @SonaliMedhi-y7r
    @SonaliMedhi-y7r 2 дня назад +1

    মলয়া ৰাজখোৱা ৰ অভিনয় ৰবীন্দ্ৰ ভৱনত দেখিছিলো আজিও মনত আছে

  • @KankanaBorgohain
    @KankanaBorgohain 2 дня назад +3

    Baa nishita goshwami baa k u matibo edin 🙏❤

  • @MunmiBora191
    @MunmiBora191 2 дня назад +1

    ♥️♥️♥️♥️♥️♥️♥️♥️♥️

  • @manjulasaikia3863
    @manjulasaikia3863 2 дня назад +1

    ❤❤❤❤

  • @NayanDas-ep9wx
    @NayanDas-ep9wx День назад

    Ba please next episode Neel da please ba

  • @Jintu-j6q
    @Jintu-j6q 2 дня назад +4

    বাইদেউ বিষ্ণু খাৰঘৰীয়া ক মাতিব

  • @_ab_lover_jinti_
    @_ab_lover_jinti_ 2 дня назад +1

    ❤️❤️❤️

  • @kusumsarma6702
    @kusumsarma6702 День назад +1

    ❤❤❤