গৰুড় পুৰাণ অনুসৰি মৃত্যুৰ ২৪ ঘন্টা পাছত আত্মা পুনৰ ঘৰলৈ উভতি আহে কিয় ? আৰু কিমান দিনলৈকে ঘৰত থাকে

Поделиться
HTML-код
  • Опубликовано: 13 янв 2025

Комментарии • 216

  • @Gautomdas1289
    @Gautomdas1289 9 месяцев назад +2

    কথা বোৰ শুনা পাই বহুত ভাল লাগিছে 🙏🙏🙏

  • @barashadas-np1og
    @barashadas-np1og Год назад +3

    Xoni bohot val lagil❤

  • @realmotivation680
    @realmotivation680 Год назад +21

    অতি সুন্দৰ।জয় শ্ৰী নাৰায়ণ।সকলোকে কৃপা কৰক প্ৰভু।

  • @birajpatar6537
    @birajpatar6537 Год назад +7

    Joi shree Krishna 🙏🙏 vedeo TU sai bout val lagil ☺️☺️

  • @harshitar6565
    @harshitar6565 Год назад +36

    ভাগৱত সকলো পুৰাণৰ ভিতৰতে শ্ৰেষ্ঠ।গীতা আৰু ভাগৱত শাস্ত্ৰৰ উত্তম।এৰা ভালকৈ পৰিব।

  • @DipjyotiRock007vlogs
    @DipjyotiRock007vlogs Год назад +27

    শংকৰসংঘত ৩ দিনৰ পৰা ১০ দিনলৈ ভাগৱত পাঠৰ দ্বাৰা শুদ্ধ কৰে।১১ দিনত আৰু ১২ দিনত কাজ আৰু চাউল কৰে।১২দিনৰ লৈকে নাম ভাগৱত কীৰ্তন কৰি নিয়মীয়াকৈ বিদাই দিয়ে। আচলতে ৩ দিনৰ পৰা সদায় পিনদ হয়। কিন্তু বামুনীয়াত ৩ দিন আৰু ১০ দিনতহে দিয়া দেখা যায়।১৭,২১ আৰু ৩০ দিনত পাতিলে আত্মাই দেখুন বহুত কষ্ট পাব।

  • @NEZoneYT
    @NEZoneYT Год назад +4

    Jai Shri Ram, Jai Shri Krishnab🙏🙏🙏 Ram name sabotke srestho. Ji Ram Name loi tak Jom dute Olop o kosto nidye. He Boikunth dham jabo loi pai... Ram Name a Hokolu paap khondon kori diye..... Jai Sri Ram Probhu 🙏🙏🙏

  • @nizarakalita4043
    @nizarakalita4043 Год назад +9

    Bahut Val lagil

  • @himangshukalita1712
    @himangshukalita1712 Год назад +2

    ভগবানে এক কৰে তথাকথিত কিছুমান ভকতেহে ভাগ ।বিপদত পৰিছো আমি।কৃষ্ণ ৰাম কৃষ্ণ ।

  • @dharanidas6125
    @dharanidas6125 Год назад +8

    সুন্দৰ জয় শ্ৰীকৃষ্ণ

  • @zubeendas7070
    @zubeendas7070 Год назад +4

    Bahut val lagile 👌👌

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад +1

    Joi. Shree. Krishna. Bohut. Vall. Lagil

  • @binodkakati7300
    @binodkakati7300 Год назад +4

    বহুত নজনা কথা এটা জানিব পাৰি খুব ভাল লাগিল ! হয়, আপুনি ভিডিঅ' টিত কোৱাৰ দৰে কাৰো ধৰ্মীয় আস্থা বা শ্ৰদ্ধাক কোনেও হাঁহিব নালাগে ! নিজৰ কাম নিজে কৰি যাব লাগে ! সেয়াই প্ৰকৃত ধৰ্ম ! জয় শ্ৰী কৃষ্ণ !

  • @assamunlimited348
    @assamunlimited348 Год назад +16

    পিণ্ড দিয়াৰ ব্যবস্থা যি খন সমাজত নাই ? মানে নাম কীৰ্ত্তনৰ কোনো মূল্য নাই? মই শঙ্কৰ সংঘৰ নহয়। কিন্তু আপোনাৰ মতে শঙ্কৰদেৱৰ নাম কীৰ্তন আৰু তেওঁক আস্থা কৰা সকলৰ আত্মাৰ মানে শান্তি নহব। পিণ্ড দান যেনেকৈ ধৰ্মীয় আস্থা হয় ঠিক তেনেকৈ নাম কীৰ্তন কৰি আত্মাক শান্তিৰে তেওঁৰ গন্তব্য স্থানলৈ পঠিওৱা হয়। ঠিক আপুনি কোৱাৰ দৰে কোনো ধাৰ্মিক মনোভাবক সমালোচনা নকৰিব। দুয়োটা দিশক গুৰুত্ব দিয়ক।

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад +1

    Apunaloi. Bohut bohut dhonno. Bad. Krishna. Krishna

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад +2

    Joi shree. Krishna.

  • @akhilgogoi1869
    @akhilgogoi1869 Год назад +2

    Bhal lagil.krishna

  • @pallabkumar4054
    @pallabkumar4054 Год назад +8

    জয় শ্ৰী কৃষ্ণ🙏🙏🙏

  • @himaninath223
    @himaninath223 Год назад +3

    কৃষ্ণ সেৱা আগবঢ়ায়ছো ।

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад +1

    Joi. Shree Krishna.

  • @durlabhsaikia7779
    @durlabhsaikia7779 Год назад +6

    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মতে কলিত নাম কীৰ্ত্তনে, শ্ৰেষ্ঠ নাম কীৰ্তন দ্বাৰা আত্মাই শান্তি লাভ কৰে কাৰণ শ্ৰাদ্ধ দিনা গায়ন-বায়ন বজালে আত্মাই বৈকুণ্ঠ প্ৰাপ্তি হয় বুলি কীৰ্তন প্ৰহ্লাদ চৰিত্ৰ লিখা আছে যদি মৰণ সময়ত কৃষ্ণ ৰাম বুলি কলেও যম দুতে আহি সেই জন ওচৰত আহিব নোৱাৰে আকৌ কৈছে অজামিল উপাখ্যান যম কৈছিল দুত সকলক যত বিষ্ণু নাম কীৰ্তন হ'ব আৰু যদি কোনোৱে যদি বিষ্ণু নাম শ্ৰৱণ কীৰ্তন কৰে সেই জন ওচৰত যাবলৈ যমে দুত সকলক মানা কৰি থৈছে

  • @jintuborah1519
    @jintuborah1519 Год назад +6

    ভাগৱতত লিখা আছে মানুহ মৰিলে পিনদ দিব নালাগে কাৰণ পিনদ দিলে আতমাই জীয়াই থাকোতে যিবোৰ কৰি চিল সেই বোৰক কৰি থাকিব লগীয়া হয় আৰু দেবতা সকলে নিন্দা কৰে আমাৰ শংকৰ সংঘই কয় হৰি নামেহে মাত্র। এই কথা কোৰান টো লিখা আছে।

  • @rakeshneog2613
    @rakeshneog2613 Год назад +3

    নামতে শৰন লৈলো ভগবান কৰা হ'ব নদী পাৰ নাৰায়ন। কৃষ্ণ কৃষ্ণ ভাল লাগিল।

  • @baradagoswami3564
    @baradagoswami3564 Год назад +3

    সুন্দৰ আৰু মনোগ্ৰাহী অনুভৱৰ আলোকপাত ।।
    ভাল লাগিলে ।। মানিলে ধান, নেমানিলে পোটান ।।
    সকলোৰে মঙ্গল হওঁক ।।
    ওঁম শান্তি ওঁম ।।
    ❤🙏🙏❤

  • @dkbhai9661
    @dkbhai9661 3 месяца назад

    Bohut xundor kotha koisa nojona kothabur koi disa dada.

  • @Parishmitaboruah-w2z
    @Parishmitaboruah-w2z 4 месяца назад

    Joi Sri krisno bohut val lagil kotha khini

  • @skboyff
    @skboyff Год назад +1

    দাদা আপুনি বহুত ভাল কথা কৈছে

  • @amorrajbonshi6198
    @amorrajbonshi6198 Год назад +5

    JAI shree Krishna 🙏🙏🌷

  • @kakubhuyan9516
    @kakubhuyan9516 Год назад +6

    বামুনীয়া বহুতে আত্মাৰ সন্টোষৰ বাবে ভাগৱত পঢ়াই আৰু পিছত চুলি খুড়াই ৷ ই কিমান দুৰ শুদ্ধ ৷ কাৰণ ভাগৱত নামেই শুদ্ধ বুলি কোৱাৰ পিছত চুলি খুড়াই পৰাচিত হোৱাতো সমিচিনে ? এযা শঙ্কৰদেৱৰ ভাগৱতক অপমান কৰা নাইনে ? গালো বালো খোলাকটি তাল নহয়নে ?

  • @anitakumbhakar9266
    @anitakumbhakar9266 Год назад +2

    Bohut val lagile

  • @daniyalhazarika4510
    @daniyalhazarika4510 Год назад +23

    ঔ: নম: শিৱাই 🚩🥀🙏🙏

  • @manikadutta7126
    @manikadutta7126 Год назад +2

    Bhal lagese de🙏🏽

  • @misingcultureshailendoleyo8767
    @misingcultureshailendoleyo8767 Год назад +2

    Amar Hindu dhormo r mote pindo dan koratu শ্ৰেয় আৰু ভক্তিমান । আৰু আমাৰ হিন্দু ধৰ্মৰ মতে সেই মৃতকক পিন্দদান কৰাটো আগৰ দিনৰ পৰাই পৰম্পৰাগত ভাবে চলি আহিছে, লগতে আমাৰ আজোককাক আৰু আজোআইতা হতে আমাক হিন্দু ধৰ্মৰ, হিন্দু সমাজৰ পৰম্পৰাগত নীতি - নিয়মৰ লগতে মৃতকক পিন্দ দিয়াৰ কথা আঙুলিয়াই থৈ গৈছে।

    • @kusanudutta6705
      @kusanudutta6705 Год назад

      ভগৱত ধৰ্ম মানি চলা সকলৰ বাবে পিণ্ড অৰ্থহীন।
      পুৰণি বৈদিক পণ্ঠাৰে চলা সকলৰ কথা নাজানো বাৰু।

  • @monsamullya3401
    @monsamullya3401 Год назад +4

    Jai shree Krishna

  • @kunalinamezing644
    @kunalinamezing644 Год назад +1

    কৃষ্ণ। মানু্হ এজন ধুকুৱাৰ পাছত আৰু এজন মানুহ ধুকাই তেনেহলে দুয়োটা আত্মা লগ কৰেনে। বহু সোনকালে পাম বুলি আশা কৰিলো 🚩

    • @keshabphukan4108
      @keshabphukan4108 5 месяцев назад

      কৰে কৰে। একেলগতে আৰু খুৱা বোৱা থকা মেলা।

  • @valentinamadar7291
    @valentinamadar7291 Год назад +1

    Bohut bhal lagil

  • @samarborah9160
    @samarborah9160 5 месяцев назад

    Jai Shree Krishna 🙏🌼🌺🏵️

  • @Boramaina.01
    @Boramaina.01 Год назад +3

    সুন্দৰ

  • @dibyamoniroy6015
    @dibyamoniroy6015 Год назад +3

    Jai Shree Krishna
    Jai Shree Krishna

  • @boikunthagogoi7435
    @boikunthagogoi7435 Год назад +3

    Jai shree krishna,🙏🙏🙏🙏🙏🙏

  • @JumankalitaJumankalita
    @JumankalitaJumankalita 5 месяцев назад +1

    Krishna Krishna Krishna

  • @ndnabajyoti
    @ndnabajyoti 3 месяца назад +1

    জীৱনত দহদিনৰ পিন্দুদিয়া দৰে দুখ এই জীৱনত নাই

  • @parthapratimsarma-fb2wv
    @parthapratimsarma-fb2wv Год назад +6

    Jai shree Krishna ❤️🙏🙏❤️

  • @porisaikia4204
    @porisaikia4204 Год назад +1

    Vhal lagise Krishna

  • @kuladadutta5838
    @kuladadutta5838 Год назад +1

    জয় শ্ৰীকৃষ্ণ ,,
    , 🙏🙏🙏

  • @ajmolali999
    @ajmolali999 Год назад +4

    Good

  • @antarafoodlover77
    @antarafoodlover77 Год назад +3

    Jai Shree krishna 🙏🙏🙏

  • @karabisaikia460
    @karabisaikia460 Год назад +4

    Nice👏

  • @binodkakati7300
    @binodkakati7300 Год назад +2

    আমি মৃতকৰ আত্মাৰ চিৰশান্তিৰ অৰ্থে বছৰে বছৰে মৃত্যুৰ তিথিত বছৰেকীয়া শ্ৰাদ্ধানুষ্ঠান পাতো ! এই সকামবোৰ পাতিলে কিবা কামত আহে নে বা কিবা সুফল পোৱা যায় নে নাযায় - জনাবচোন ? ওঁম নম: শিৱায় !

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq Год назад +2

    Jai srikrishna 🙏

  • @Ramsharma-kq1bi
    @Ramsharma-kq1bi 3 месяца назад

    Yes moi gohpur pora

  • @jayantasaikia5747
    @jayantasaikia5747 Год назад +1

    উচিত আপোনাৰ কথা ।

  • @prasannaprasanna8737
    @prasannaprasanna8737 Год назад +1

    ॐ নমহ: শিবায় 🙏🙏জয় শ্ৰী শ্ৰীকৃষ্ণায় নমো নমঃ

  • @ChandanaBarman-m9q
    @ChandanaBarman-m9q 5 месяцев назад

    Om Namoh Shivaye Namoh 🙏🙏🙏 Om Santi

  • @ArupNath-t9u
    @ArupNath-t9u 10 месяцев назад

    Um NM siba
    ❤❤

  • @eimonkakati4193
    @eimonkakati4193 Год назад +3

    শংকৰ সংঘৰ মতে মুণ্ডণ হে কৰিব নালাগে । পিণ্ড দান কৰে নকৰে সেইটো মই নাজানোঁ মই নিজে এগৰাকী সংঘৰ ঘৰৰ ছোৱালী ককাৰ মৃত্যুৰ তিনিদিনত সকাম হৈছিল মামাই কেৱল চুলি চুটিকৈ হে কাটিছিল আৰু দাড়ি খুৰাইছিল মুণ্ডণ হে কৰা নাছিল । তাৰ পিছত দহাৰলৈকে ভাগৱত পাঠ কৰিবলৈ গধূলি ভকত আহে । পিণ্ড দানৰ কথা মই নাজানোঁ । কৰিছিল নে নাই ।

  • @mridulasaikia2892
    @mridulasaikia2892 Год назад +1

    val lagil

  • @urmideka2292
    @urmideka2292 Год назад

    ধন্যবাদ জয় শ্ৰীকৃষ্ণ । মৃত্যুৰ পিছত নিজৰ মৃত আত্মীয় স্বজনক লগ বা চিনি পাৱ পাৰিনে? ভিডিঅ' আকাৰে জনাৱচোন।

  • @pampiofficial1189
    @pampiofficial1189 10 месяцев назад

    Joy shree krishna 🙏

  • @manalishavlogs3741
    @manalishavlogs3741 Год назад +1

    Sri Krishna ❤

  • @deepanjalidevi2667
    @deepanjalidevi2667 10 месяцев назад +1

    Nijor manuh kom age morile bule ghr manuhk sai thake dekha diye sosa ne?jonabo

  • @junakiboy4125
    @junakiboy4125 Год назад +4

    😭😭😔😔😔😔😭 ৰাম ৰাম 🙏

  • @studentcorner6891
    @studentcorner6891 Год назад

    Krishno provu

  • @jitudas5096
    @jitudas5096 Год назад +2

    কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @bipulbharali8925
    @bipulbharali8925 Год назад

    অসমৰ গৰিস্থ সংখ্যক শুদ্র লোকে শ্ৰীমন্ত শংকৰদেব আৰু মাধৱদেরক ইষ্ট গুৰু মানে। কীর্তন ভাগৱত নাম ঘোষা আৰু ৰত্নাৱলীৰ উপদেশ সমূহ গুৰুবানী মানি পালন কৰে। গুৰুবাণী লংঘন কৰিলে পাপ হয় বুলিও বিবেচনা কৰে। উল্লেখিত পুথি সমূহত গুৰু দুজনাই যুগধৰ্ম্ম নির্ণয কৰি থৈছে ৷ শংকৰ মাধব ক. মুদৃঢ় ভাবে গুৰু মানি লোৱা লো😮ক সকলে যুগ ধর্ম বিছাৰ কৰি চলিলে গুৰু আৰু ভগৱন্তই কৃপা কৰিব৷ কৃষ্ণ ! কৃষ্ণ!

  • @minakhigogoi7194
    @minakhigogoi7194 Год назад +1

    জয় শ্ৰী ৰাম

  • @ChandanaBarman-m9q
    @ChandanaBarman-m9q 5 месяцев назад

    Om Santi Om Santi Om Santi 🙏🙏🙏

  • @banojithazarika7125
    @banojithazarika7125 3 месяца назад +1

    বিদ্যুত নাথৰ দৰে ম‌ই বৰ সমেচ্চাত পৰিছো।আমাৰ গাওখনত তিনিটা পন্থৰ মানু আছো।তাৰ‌ে মাজত ম‌ই বামুণ পন্থৰ বাকি দুটা শঙ্কৰ আৰু ভকত।তেও লকে মোক ইমান থাট্টা কৰে মোৰ মা দেউতা মৰাতে ম‌ই পিন্দো দিয়াত বা মুন্দন কৰাত তেওলকে হাহে তেতিয়া ম‌ই মোৰ মনত বৰ দুখ পাও।সচাকৈ পিন্দো দিয়া আৰু মুন্দন কৰাতো ভুল নাকি আৰু যদি ভুল নহয় ঈশ্বৰে তেওলকক আনক থাট্টা হাহি দিয়াৰ উচিত শিক্ষ্যা নেদিয়ে কিয়।মোৰ বিচাৰত তেওলকে জীবিত সময়তে শাষ্টি পাব লাগে।নহলে তেওলকৰ উতপাত দিনে দিনে বাৰি যায় থাকিব তেওলকৰ গৌৰব অহংকাৰ নাষ কৰিব লাগে।তেতিয়াহে তেওলকে পষ্টাব।ম‌ই আপোনালকক অনুৰোধ কৰিছো যি বিলাক মানুহে এই বোৰ নামানে তেওলকৰ বাবে এনে কোৱা কিচুমান ভিদিও দিয়ক যিয়ে চাই তেওৰ জিউ ভয়ত কম্পমান হয়।আৰু ম‌ইও আখা কৰিছো তেওলকক দেখুৱায় অলপ আনন্দ লৱ পাৰিম।ধন্যবাদ

  • @monalishatalukdar9162
    @monalishatalukdar9162 Год назад +1

    মই মৃত্যুৰ পিছতো সেই ব্যক্তিজনক সপোনত প্ৰায়ে দেখি থাকোঁ, এয়া কিহৰ সংকেত হব পাৰে কব চোন

  • @TilakDas-ee1gy
    @TilakDas-ee1gy 27 дней назад +1

    Mur diwali joni 2mah Bohol kio dhukale kobo

  • @assampuwali3336
    @assampuwali3336 Год назад

    যুগৰ ধৰ্ম ওপৰত এটা ভিডিঅ' বনাব ভাল লাগিব

  • @hirakproduction
    @hirakproduction Год назад +1

    Kiman sosa

  • @madhabboro2813
    @madhabboro2813 Год назад +3

    Jay shree Krishna

  • @apurbathakuria6457
    @apurbathakuria6457 Год назад +9

    Jai Sri Krishna.

  • @KiranChoudhury-jh2xy
    @KiranChoudhury-jh2xy 5 месяцев назад

    Omnamahshivai

  • @aitukiron7295
    @aitukiron7295 Год назад +1

    Joi shree krishna

  • @karishnamoni4659
    @karishnamoni4659 Год назад +1

    Om namah shivaya🙏🙏🙏🙏

  • @JogenPegu
    @JogenPegu Месяц назад

    বৈকুণ্ঠলৈ যাবলৈ সকলোৱে বানচা কৰে সৰগৰলৈ নহয় ৷পুন্য আতমা নৰত নাযায় ৷

  • @manabtalukadr887
    @manabtalukadr887 Год назад +2

    Moi baksha jillar pora gitanjali haloi a koisu...manuh abar Morar pisot punor aru jonmo grohon kore ne nokore...parile plz jonabo sun

  • @manujitnath6246
    @manujitnath6246 Год назад

    Jai sri krishna 🙏

  • @bipikadas5862
    @bipikadas5862 Год назад

    Hoi de hosa

  • @akhimkalita1414
    @akhimkalita1414 Год назад +5

    🕉️JAY SHREE KRISHNA🕉️

  • @BhanumatiSarkar-wc9sj
    @BhanumatiSarkar-wc9sj Год назад +1

    Joy Sri Krishna

  • @SunaNath-mh5cr
    @SunaNath-mh5cr 8 дней назад

    Apuni kun khon district or?

  • @mainayoutubechannel7690
    @mainayoutubechannel7690 Год назад +3

    Om namah shivay

  • @biswajitbaishya2403
    @biswajitbaishya2403 Год назад +2

    Om namo Narayanan namoh 🙏🙏🙏 🥰

  • @prabalSarma..64
    @prabalSarma..64 Год назад +1

    It's so facts

  • @rajbinsultan643
    @rajbinsultan643 Год назад +2

    Nice

  • @amiborah8822
    @amiborah8822 Год назад +1

    Omm Ganopotiye Namooh...

  • @milondoley4558
    @milondoley4558 Год назад +3

    Hamr mising hmaje 5dinluke pindo diye dekun

  • @bijayaborgohain3807
    @bijayaborgohain3807 6 месяцев назад

    জয় শ্ৰীকৃষ্ণ।

  • @dipakdas7952
    @dipakdas7952 Год назад +1

    🙏🙏🙏🙏🙏

  • @KuhitaSaikia
    @KuhitaSaikia Месяц назад

    Jay Shri Krishna Dibrugarh Assam medical

  • @jyotsnadevi7370
    @jyotsnadevi7370 Год назад +3

    Jai sri kisuman Nana kotha jani val lagil

  • @BhupenBordoloi-tu4yu
    @BhupenBordoloi-tu4yu 8 месяцев назад

    প্ৰভু ভালে ৰাখক

  • @umeshdas7868
    @umeshdas7868 Год назад +1

    ওম ঃ নমঃ শিৱাই

  • @nirupamaroy7700
    @nirupamaroy7700 21 день назад

    Om namah sibya.

  • @kanakdeka6851
    @kanakdeka6851 Год назад +7

    কথা বিলাক বিজ্ঞান সন্মত হ'লে ভাল আছিল,

    • @bhakti_kotha_assamese
      @bhakti_kotha_assamese  Год назад +2

      🕉️বিজ্ঞান তাত এতিয়ালৈকে যাব পৰা নাই 🕉️ কৃষ্ণ 🕉️

    • @minakshi667
      @minakshi667 Год назад

      ​@@bhakti_kotha_assamese , দাদা বৰ্তমান যুগটোৱেই হ’ল কলিযুগ ৷ সেয়ে এই পৃথিৱীত আস্তিক আৰু নাস্তিক দুয়োবিধ প্ৰাণীয়েই পাব আপুনি ৷ কলিযুগত ভগৱান বিশ্বাসী মানুহ প্ৰায় কম ৷ 🙏 বাকি সকলো ভাল লাগিল আপোনাৰ ভিডিঅ বিলাক মই সদায় চাওঁ 🙏৷

  • @pranjitdeka2824
    @pranjitdeka2824 4 месяца назад

    ও নম শিব

  • @BinudSunuwal
    @BinudSunuwal 9 дней назад

    Om Namah Shivay🎉😢😢