Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
এই বিহুগীতটো পুণৰ Upload দিয়া হ'ব। কিয়নো sound টো বেয়া হৈ ৰ'ল।
Hunkale bihur botorote pam buli akha thakil
👌👌👌 অতি সুন্দৰ
এইয়াহে বিহু।
ধন্যবাদ ।
সুন্দৰ। নিভাঁজ প্ৰেম এনেবোৰ বিহুগীতত পোৱা যায়।
কবিতা তোমাক প্ৰথম দেখা আজিও মনত পৰে। এই বিহুগীত পাৰিলে দিবচোন
উঁম, মোৰ লিষ্টত আছে এই বিহুগীতটো । কিন্তু কেছেটখন হে পোৱাৰ সৌভাগ্য হোৱা নাই এতিয়ালৈকে । কেছেটটোৰ নাম " মা-মন " । ১৯৯২-৯৫ ৰ ভিতৰত হ'ব ।
মোৰো প্ৰিয় গীত। আগতে বিহুত খুউব গালো। এতিয়াও বহুত মনত পৰে। লগতে মৰম নামৰ কাগজ খনি নিলিখাকৈয়ে আছিলে পৰি, চিঠি দিম চিঠি দিম দেহী ঐ কাগজত লিখি দিম , ৰিব ৰিবকৈ যেতিয়া পছোৱা বলিব ইত্যাদি
@@dhrubajyotigogoi518, " মৰম নামৰ কাগজ খনি... টো আছে মোৰ লগত ।
Bohut hundor bihu
পাছত আকৌ ভালদৰে Upload দিম। অলপ problem এটা চলি আছে ।
Bohut val lagile...mur atikoi piya gantu palu
ভাল লাগিল
Nice song
mja jodu kai ❤
Val lagil .puroni bihu honi.
অতি সুন্দৰ। নীল আকাশত উৰা মাৰে গংগা চিলনী পাৰিলে গীতটো আপলোড দিবচোন ।মৰম নামৰ কাগজ খনি নিলিখাকৈয়ে আছিলে পৰি , (পছোৱা কেছেটৰ) চিঠি দিম চিঠি দিম দেহী ঐ কাগজত লিখি দিম (অন্তৰৰ নিজৰা) , পৰ্বতত আছিলে লতাজুপি ভৈয়ামত ৰুলুহি পুলি আনি, আগৰ পুৰণি বিহু বহু ভাল লাগে, পাৰিলে আপলোড দিবচোন। আশাৰে অপেক্ষা কৰিলোঁ। লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।
পৰ্ব্বতত আছিলে লতাজুপি... Upload দিয়া আছে। channel টো সম্পূৰ্ণ চোৱা চোন।
পৰ্ব্বতত আছিলে লতাজুপি.... ruclips.net/video/jmeKpLWv0EY/видео.htmlfeature=shared
"জানমনি ঐ পছোৱা ফাগুনৰ" গীতটো দিবছোন।কণ্ঠশিল্পী আমাৰ সকলোৰে মৰমৰ জুবিন দা।
অ' ময়ো বিচাৰি ফুৰিছোঁ বিহুগীতটে, কোন চনৰ আছিল জানা নেকি ? জনাবা ।
Jaanmoni 96. Eitu jaanmonir prothom gaan aasil...
@@Abhishekboramusic sorry 1996
@@Abhishekboramusic mur tat cassette to ase
@@Music20163 gankeita pamneki
Nice
❤❤❤
❤❤❤❤❤
❤❤❤❤❤❤❤❤❤❤❤❤
কিমান পুৰণি আছে দিব ।
উঁম ।
Eikhon casset re aru eta ase. Sotaloroi murote deha khori no falisilo. Upload koribo son plz
ঢোল বাজে পেঁপা বাজে গানটো দিয়ক দাদা