কংগ্ৰেছক ভোট দিয়া মানে আমাৰ জাতিটোৰ ভৱিষ্যতৰ কফিনত আমি নিজে গজাল মৰা হ'ব : মুখ্যমন্ত্ৰী

Поделиться
HTML-код
  • Опубликовано: 5 ноя 2024

Комментарии • 412

  • @indial77672
    @indial77672 Месяц назад +87

    মামা ঠিক কৈছে৷ আপুনি এতিয়াৰ লাচিত বৰফুকন৷ মামা জিনদাবাদ

  • @SumitDas-mf4bu
    @SumitDas-mf4bu Месяц назад +28

    মামা আপুনি ঠিকেই কৈছে। আমি আপোনাৰ লগত আছোঁ। আপুনি আগোয়াই য়াক জয় আই অসম। ❤❤❤মামা আপুনি আমাৰ লাচিত বৰফুকন 🎉🎉🎉।কংগ্ৰেছক ময় এই জনমত ভোট নিদো । কংগ্ৰেছক ভোট দিয়া মানে আমাৰ জাতি টো ধংস কৰা।

  • @simantarabha8890
    @simantarabha8890 Месяц назад +73

    সন্মানীয় CM sire থিকেই কৈছে অসমীয়া ৰাইজে খাব পালেও নাপালেও বিজেপি BJPক ভোট দিয়া টো অতি জৰুৰী বাইদ্ধতামূলক কাৰন অসমীয়া জাতি বাচিলে হে অসম থাকিব নহলে ত্ৰিপুৰাৰ দৰে অৱস্থা হব অসমত আৰু কংগ্ৰেছ মানে মিয়াৰ সমৰ্থক সেইটো কথা প্ৰতিজন অসমীয়াই জনা উচিত

  • @manashhira7222
    @manashhira7222 Месяц назад +9

    আপোন অসমীয়াৰ কাৰনে যিমান কৰিছে ই অসমৰ ইতিহাসত জিলিকি থাকিব 🙏🙏 ! মই তু নিদিও আৰু মোৰ ঘৰৰ সকলো পৰিয়ালে কংগ্ৰেছক ভোট নিদিয়ে💪💪

  • @kamalborgohain4041
    @kamalborgohain4041 Месяц назад +75

    You are the GREATEST CM.
    Assam is lucky to have a CM like HBS.

  • @hirokmahanta5132
    @hirokmahanta5132 Месяц назад +37

    আমাৰ জাতি টোৱে বুজি কেতিয়া পাব

  • @7gc970
    @7gc970 Месяц назад +49

    কংগেছ দলে সদাই মুছলমানৰ বিদেশী হকে চিঞৰ বাখৰ কৰি থাকে । আপোনাৰ কথাবোৰ ভাল লাগিল আপোনি মুখ্যমন্ত্ৰীৰ হৈ থাকোটে সকলো সামাধান কৰি দিয়ক । কংগেছ দলক খিলঞ্জীয়াৰ ৰাইজে বিদাই দিব লাগে ।

  • @sulatadasbarman6966
    @sulatadasbarman6966 Месяц назад +53

    100℅ RIGHT.. HIMANTA DA APUNI AKOLAY ASSOMOK BOCHAI ASEY.. HIMANTA DA FUTURE PRIME MINISTER OF🇮🇳 INDIA🇮🇳 🌹🌺🇮🇳❤

    • @chauhanji3694
      @chauhanji3694 Месяц назад

      @@sulatadasbarman6966 bharat or prime minister😂

  • @nityanandasaikia2893
    @nityanandasaikia2893 Месяц назад +9

    আগতে ম‌ই সম্পূৰ্ণ ৰাজনৈতিক বিতৰ্ক পৰা সম্পূৰ্ণ নিজৰ আঁতৰাই ৰাখিছিলো , এনে ধৰণৰ কিছুমান পৰিঘটনা বাবে মইও আজি বাধ‌্য পক্ষ্য লব, জাতিটোৰ বাবে দেশৰ বাবে, আমাৰ সংস্কৃতি আমাৰ পৰিচয়, জয় আ‌ই অসম ।

  • @kjeng9809
    @kjeng9809 Месяц назад +1

    মামাই ভাল সিদ্ধান্ত লৈছে।মই সমৰ্থন কৰিছোঁ

  • @nayantharakonengdp7646
    @nayantharakonengdp7646 Месяц назад +54

    Mama is tiger of Assam mama আমি আছোঁ আপোনাৰ লগত পুনৰ BJP জিন্দাবাত

  • @The_Rackstar
    @The_Rackstar Месяц назад +1

    কথাটো সঁচা কিন্তু মামা ❤

  • @RitaChangmai-i7v
    @RitaChangmai-i7v Месяц назад +27

    কংগ্ৰেচে দেশখন লুটি শেষ কৰিলে আৰু বিদেশী ক ৰক্ষণা বেশন দিয়া দল

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 Месяц назад +22

    Sir, ডুবাইত অথবা UAE ত লোকেল মানুহৰ জনসংখ্যা মাত্ৰ 11.50% বাকী 88.50% বিদেশী। কিন্তু তেওঁলোকে বিদেশী মানুহক নাগৰিকত্ব নিদিয়ে। তেওঁলোকে Work Permit হে দিয়ে। অসমত অসমীয়া মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভয় লাগাকৈ কমিছে। আৰু সঙ্কৃষ্টি ধ্বংসকাৰি কিছু লোকৰ জনসংখ্যা বহুত বাঢ়িছে। সেই লোক সকলৰ ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, Ayushman card আদি আছে।
    চৰকাৰে ২ টা সন্তানৰ বেছি থকা পৰিয়ালক ৰেচন কাৰ্ড দিয়া বন্ধ কৰক। আয়ুষ্মন কাৰ্ড দিয়া বন্ধ কৰক। ২ টা সন্তানৰ বেছি থকা পৰিয়ালক অৰুণোদয়, নিযুত মইনা, সংখ্যালঘু স্কলাৰশ্বিপ, বিনামূলীয়া নামভৰ্তি আদি দিয়া বন্ধ কৰক।
    ধান খেতিত লাভ নাই। অসমীয়া লৰা ছোৱালীক Horticulture, Poultry, Fishery, Medicinal Agriculture, ৰেচম শিল্প, অমৃত বৃক্ষ, ক্ষুদ্ৰ উদ্যোগ আদি কৰিবলৈ উৎসাহ দিয়ক। যদি অসমীয়া লৰা ছোৱালীৰ উপাৰ্জন বৃদ্ধি হয় তেতিয়া তেওঁলোকে জনসংখ্যা বৃদ্ধিৰ বাবে সাহস পাব। আজিকালি বহুত অসমীয়া মাক দেউতাকে এটা সন্তান হলে, দ্বিতীয় সন্তানৰ কথা নাভাবে। এইটো চিন্তাৰ কথা। সমাজ আৰু চৰকাৰে চিন্তা কৰা উচিত, নহলে অসমত অসমীয়া জনসংখ্যা ২০% হব আৰু অসমিঞা জনসংখ্যা ৮০% হব।

  • @nayanofficial3368
    @nayanofficial3368 Месяц назад +96

    Congres আহিলে অসম শেষ৷ ৰাইজ৷

  • @romakantasaikia4947
    @romakantasaikia4947 Месяц назад +1

    Fully supported Sir. For the sake of our native land I am and my whole family will support our government.

  • @AmorjyotiMedok-nd1yr
    @AmorjyotiMedok-nd1yr Месяц назад +1

    100% right kotha mama

  • @sarbanandagogoi6549
    @sarbanandagogoi6549 Месяц назад +42

    মাননীয় মুখ্যমন্তি ডাঙৰিয়া মহোদয় যোৱা লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্ঠিত কংগেছৰ পাৰ্থি জয়ি হোৱা মুল কাৰন হল উপযুক্ত BJP পাৰ্থি অভাবত।

  • @samudrahazarika110
    @samudrahazarika110 Месяц назад +86

    Congress দল টোক এনেও ঘিন লাগে, যত আমাৰ খিলঞ্জীয়া বিৰুদ্ধে মাত মাতে। BJP zindabad। 2026 টো বিজেপি আহিব।

    • @jakariabarbhuiya4246
      @jakariabarbhuiya4246 Месяц назад +2

      Go back bjp sarkar

    • @samudrahazarika110
      @samudrahazarika110 Месяц назад +8

      @@jakariabarbhuiya4246 কিয়? কংগ্ৰেছ আহিলে যে মিয়াৰ ৰাজত্ব হব হেই কাৰনে নেকি। গোটেই অসম বাসিয়ে সমৰ্থন কৰিছে bjp ' ক।

    • @KhruloraPatar-yt3cf
      @KhruloraPatar-yt3cf Месяц назад +6

      ​@@jakariabarbhuiya4246tai Bangladesh Miya nhoi to .

    • @debajitrabha03
      @debajitrabha03 Месяц назад +4

      ​@@jakariabarbhuiya4246 Miya Lover Spotted 😅

    • @debajitrabha03
      @debajitrabha03 Месяц назад

      ​@@KhruloraPatar-yt3cfpure Miya Lover e

  • @surasj7418
    @surasj7418 Месяц назад +1

    অসমৰ সীমান্ত বোৰ ভাল দৰে ঠিক কৰক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনালোঁ । মিয়াই গোটেই ঘেৰি ধৰিছে। বাংলাদেশী অনুপ্ৰৱেশকাৰী

  • @tnhpost5310
    @tnhpost5310 Месяц назад +1

    Love you sir❤ please save us jai ai axom ❤

  • @atuldaimari9090
    @atuldaimari9090 Месяц назад +14

    Exactly right sir, I salute you

  • @joyantapegu3914
    @joyantapegu3914 Месяц назад +1

    Yes Sharma ji u r right

  • @naganokbee4589
    @naganokbee4589 Месяц назад +28

    I m karbi boy....we always with you sir

  • @dhrubajyotikoch2440
    @dhrubajyotikoch2440 Месяц назад +2

    সেই কাৰণে, এতিয়ালৈকে আমাৰ (খিলঞ্জীয়া কেইজন) যি কেইজনে ৰাজনৈতিক ভৱিষ্যত গঢ়াৰ আশাত সেই দলটোত , তেওঁ লোকে শ্ৰীৰ্ঘে মামাৰ হাত শকত কৰিব লাগে।
    কাৰণ, জাতি ভেটি মাটি কলা সংস্কৃতি সদায় ৰাজনীতিৰ ওপৰত। জাতি ভেটি সুৰক্ষিত হলেহে ৰাজনীতি কৰিবলৈ পাব। কথাষাৰিৰ গুৰুত্ব আমি সকলোৱে বুজা উচিত। মাত্ৰ অদুৰৰ্দিশতাৰ বাবেই ওচৰৰে কোচবিহাৰ খন, অৰুণাচলৰ লেকাং সমষ্টিটো, ডিমাপুৰ আদি ঠাইবিলাকত ভুমি পুত্ৰ সকলৰ অস্তিত্বহীন। তেওঁ লোকক এনে দৰে কেঁকোৰা চেপা দিয়া হৈ আছে, যাতে ভৱিষ্যতে তেওঁ লোকে মুৰ দাঙিব নোৱাৰে।
    অসমৰো মধ্য আৰু নামনিৰ বহু ঠাইত ইতিমধ্যেই আমি চেপা খালো। সেই বোৰ ঠাইত আমি নিজৰ ভেটিটোতো থাকিব নোৱাৰা হলো।
    ইমানতো যদি আমি পৰিবৰ্তন নহও বা সাৰ নাপাও, তেনেহলে তাতোকৈ আৰু দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে।

  • @AG-td2ip
    @AG-td2ip Месяц назад +14

    আপুনি ঠিকেই কৈছে মামা।
    অপ্ৰিয় হ'লেও সত্য । বাংলাদেশী মিঞা খিনিৰ কাৰণে কংগ্ৰেছৰ "কলিজা ফাইটা যায়" 😊😊

  • @hirakjyotideka9864
    @hirakjyotideka9864 Месяц назад +13

    Great 👍 sir❤

  • @dhrubajyotigoswami3961
    @dhrubajyotigoswami3961 Месяц назад +13

    কংগ্ৰেছে নিজেই অসমত নিজৰ ভৰিত কুঠাৰ মাৰি আছে। গৌৰৱ গগৈ জিকিছিল। তেওঁলোকে অলপ ভাল ভাৱে কাম কৰিব লাগিছিল। অলপ ভাল হৈছিলো তেওঁলোকৰ ভেটি। কিন্তু এতিয়া তুষ্টিকৰণ কৰি নিজেই শেষ হৈছে॥

  • @sandhyaentertainmentlimite8006
    @sandhyaentertainmentlimite8006 Месяц назад

    Save Assam, Save india ❤🇮🇳

  • @Xxx-e7combo
    @Xxx-e7combo Месяц назад +3

    100% Right MAMA... apuni xomiya Jati tu bosabo lagebo.... I Love you MAMA❤❤❤❤❤❤

  • @GCNath-ed7im
    @GCNath-ed7im Месяц назад +2

    ঠিকই কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া,আপুনি কাম কৰি যা ওক আমি আছো সহায় কৰিবলে,মই আগতেও লিখিছিলো,অসম চুক্তিৰ কাম কৰি গৈ থাকক,গোটেই জীৱন বি জে পি হৈ আগবাঢ়ি গৈ থাকক কংগ্ৰেছ আহিব আশা আছিল চাব্বিশত কিন্তু এতিয়া আৰু ধংস হল,আৰু তাতেই ৰিপুণ বৰা শণিটো আহি ধংস। কংগ্ৰেছ। জয় আই অসম

  • @pramilamandal8646
    @pramilamandal8646 Месяц назад +4

    Absolutely right

  • @ranagogoi8469
    @ranagogoi8469 Месяц назад +21

    Ami soboi apuna logot asu sir❤

  • @BTSarmygirl-ml8df
    @BTSarmygirl-ml8df Месяц назад +2

    Love you mama, from England ❤❤

  • @rajenbora2222
    @rajenbora2222 Месяц назад +6

    আজিৰ পৰা প্ৰায় 30 বছৰ আগৰ পৰাই আমি এই বিষয়ে অৱগত আছিলো।কিন্তু এতিয়া বহুত দেৰী হৈছে।অৱশ্যে এই সময়তে চতুৰ মামাই বিজেপিত থাকি ৰাজনীতি ৰুতিৰ সোৱাদ লৈ থাকিৱ পাৰিৱ।

  • @Rajendrac794
    @Rajendrac794 Месяц назад +4

    We are with you Sir

  • @pranjaldoley2399
    @pranjaldoley2399 Месяц назад +9

    You are right 👍👍👍👍👍👍👍👍👍👍👍👍👍❤ I love you darling. You doing for the welfare of our society

  • @jishudoley382
    @jishudoley382 Месяц назад +2

    100% right we are with you sir .

  • @ritupanmedhi6397
    @ritupanmedhi6397 Месяц назад

    ধন্যবাদ cm sir ❤

  • @Xray1080
    @Xray1080 Месяц назад +3

    কংগ্ৰেছক ভোট দি জিকালে 2031 নিৰ্বাচন নাপাওঁতেই অসম খন বাংলাদেশ হব

  • @angelmessages333
    @angelmessages333 Месяц назад +1

    You 🙏 are right Sir. Let Assam rise again against Bangladeshi Muslim's.

  • @manabjyotideka224
    @manabjyotideka224 Месяц назад +5

    We r with u mama❤❤❤

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht Месяц назад +2

    Mama zindabad.......

  • @Papudevnath-e9y
    @Papudevnath-e9y Месяц назад +11

    Hbs jindabad BJP❤

  • @BISWAJITHAZARIKA-h1z
    @BISWAJITHAZARIKA-h1z Месяц назад

    মামায়ে সঁচা কথা কৈছে

  • @milonjyotiborah
    @milonjyotiborah Месяц назад +4

    Akdm❤

  • @Bestshortofficial
    @Bestshortofficial Месяц назад +8

    Lakhipur or Goalpara , krishnai Dhubri

  • @BidyutjyotiDutta-tu3dv
    @BidyutjyotiDutta-tu3dv Месяц назад

    Always support for mama jai aai asom

  • @bababorah9085
    @bababorah9085 Месяц назад +1

    ঠিক কৈছে , সকলোৱে ভোট দিয়াৰ আগতে 100 বাৰ ভাৱক ।

  • @biplovmudoi3127
    @biplovmudoi3127 Месяц назад

    Right koisa sir

  • @Chaitanuddin
    @Chaitanuddin Месяц назад +34

    Congress party meaning Miya..
    Miya meaning Congress party..

  • @dhananjoyarjya2887
    @dhananjoyarjya2887 Месяц назад

    Ekdhom thik mama

  • @sibangadeka3484
    @sibangadeka3484 Месяц назад

    Yes❤❤❤

  • @DipaliSatname
    @DipaliSatname Месяц назад

    Right..sir

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 Месяц назад +4

    Best of the Best Respected CM of Assam Dr Himanta Biswa Sarma Sir. Bhumi bikhoye khundar paripati kamt Aei Congres bilake kiyo janu bhul bakhya diye. Sir Bhumi Niti prapyo Jonak Adhikar diya karone Birudhi Mur Garam hoise. Bangladeshi Miya mukhat bhaoi loga kotha. Sonapur Kapal kota Road duyu kakhe Miya bhari goise.
    Khube bhal kotha koise sir. Ami Moi Respected PM Modi Ji Sir aru Assam CM Sir Akanta monre Sardha aru bhal paow.
    Thank you sir. God bless you sir. Jaihind Jaibharat.
    T

  • @monindrarabha7805
    @monindrarabha7805 Месяц назад

    Right.....mama ....

  • @rajpalvlogs5988
    @rajpalvlogs5988 Месяц назад

    Right❤

  • @SanjibanBoro
    @SanjibanBoro Месяц назад +4

    Next cm best of luck sir. Mamaji joy ho

  • @latinangelg322
    @latinangelg322 Месяц назад +10

    Sir moi apunk bhut vl pao, apunr krne moi pagol, apuni jemn vl km krise jati tor krne, love❤ from bajali pathsala

    • @jayantahazarika9191
      @jayantahazarika9191 Месяц назад

      Tumat ke moi okn bse vl pau

    • @latinangelg322
      @latinangelg322 Месяц назад

      @@jayantahazarika9191 vl pau pau de tate ki hl, xeitu ru reply krba lga ktha nki, blg sinta kor

  • @ahaduddin2731
    @ahaduddin2731 Месяц назад

    Very good sir

  • @numaldutta2727
    @numaldutta2727 Месяц назад

    Real CM

  • @JontiDas-zp1je
    @JontiDas-zp1je Месяц назад

    Right kotha koise sir,aami asu apunar logot....

  • @NILABARO-t8z
    @NILABARO-t8z Месяц назад

    Right kotha koise sir

  • @GokulSarkar-tn5rr
    @GokulSarkar-tn5rr Месяц назад +1

    Thank you sir

  • @basisthabaishya7731
    @basisthabaishya7731 Месяц назад

    Ami soboi apunar logot asu Great sir

  • @DibyajyotiNath-rx6uq
    @DibyajyotiNath-rx6uq Месяц назад +3

    Congress mukt axom.

  • @prasantkasyap3922
    @prasantkasyap3922 Месяц назад

    EVICTION SHOULD BE CONTINUED..☹️👍

  • @KRITANBHAKTIMARG
    @KRITANBHAKTIMARG Месяц назад

    Good Ans Mama ❤

  • @NobutRonghang
    @NobutRonghang Месяц назад

    Mza ma ma

  • @newclearacademy-98765
    @newclearacademy-98765 Месяц назад

    Congress ❤❤❤

  • @rupamraj4638
    @rupamraj4638 Месяц назад

    Good decision

  • @koushikkangkanborah9225
    @koushikkangkanborah9225 Месяц назад

    Greatest cM of all time

  • @abhijitaxom6881
    @abhijitaxom6881 Месяц назад

    Love you mama❤

  • @pranabjyoti4702
    @pranabjyoti4702 Месяц назад

    Mama apuni great

  • @j.kassam4508
    @j.kassam4508 Месяц назад +1

    ছাৰ আমাৰ আদিবাসী জানজাতিকৰণ কেতিয়া, হব । আৰু অসমীয়া ভাষা দিন দিন ধৰি হেৰাই আছে কিয়। অতি সোনকালেই আদিবাসীক জনজাতি কৰক ছাৰ।

  • @RabinMedhi-vp9bt
    @RabinMedhi-vp9bt Месяц назад

    Thik koise sir

  • @RituSarma-k2v
    @RituSarma-k2v Месяц назад

    Sir 🎉🎉

  • @munindraray180
    @munindraray180 Месяц назад

    এতিয়া আৰু হেংদাং লোৱা সময় নাই। সেয়েহে মামা ই হেংদাং অবিহনে যুদ্ধ ত নামিছে এয়াই
    আধুনিক লাচিত বৰফুকন ।

  • @papumonihazarika2814
    @papumonihazarika2814 Месяц назад

    Ami apunar logot asu aru hodai thakim

  • @MridhanRabha-cm2we
    @MridhanRabha-cm2we Месяц назад +1

  • @KulBahadurKharka
    @KulBahadurKharka Месяц назад

    Only, one,, mama,,CM, Aasam

  • @MAINAKALITA-kl2dp
    @MAINAKALITA-kl2dp Месяц назад

    Right....cm sir. Namaskar

  • @Girindas-em2rg
    @Girindas-em2rg Месяц назад

    Yes sir. I Agree 👍

  • @satyajitboruah6988
    @satyajitboruah6988 Месяц назад

    Mama good 👍

  • @diliprana4211
    @diliprana4211 Месяц назад +1

    Cm sir aaponi birat a bhal kaam korisay .aami aaponak bhal paun.we love you.amar hindu 🕉 vote at jikibo sinta nokoribo. God bless you 🙏...AAMSU miyar dalal hoy..😮😮😮

  • @nurahmedbarbhuiya2055
    @nurahmedbarbhuiya2055 Месяц назад

    26 kongress zindabad

  • @SANJAYDey-v5r
    @SANJAYDey-v5r Месяц назад

    Love u sir

  • @Akashtimung5566
    @Akashtimung5566 Месяц назад

    100% right MAma ❤❤❤❤❤ jai hind

  • @dipoksaikia1483
    @dipoksaikia1483 Месяц назад

    You are great mama 🙏

  • @arpabphukon706
    @arpabphukon706 Месяц назад

    Right Right sir

  • @GoneshPayeng-ko7xx
    @GoneshPayeng-ko7xx Месяц назад

    Thank you mama sir

  • @FunnybotYt
    @FunnybotYt Месяц назад

    মিয়াক ভাল পোৱা কেইজনক চিনি এতিয়া ভোট দিবলৈ সহজ হব ৷৷

  • @binashrabha9018
    @binashrabha9018 Месяц назад

    Mama tumar logot ami asu mama zindabad

  • @NamitaDas-r1r
    @NamitaDas-r1r Месяц назад

    Right sir apuni Mane Assames

  • @omprakashrabha9246
    @omprakashrabha9246 Месяц назад

    Mama right ktha koise 👌👌👌👌👌

  • @saratnath582
    @saratnath582 Месяц назад

    100%Right mama❤❤❤❤

  • @NAKULROY-lz7tb
    @NAKULROY-lz7tb Месяц назад

    Mama jindabad

  • @rondeepkayshap
    @rondeepkayshap Месяц назад

    100% right sir

  • @IftikarHussain-cr3wn
    @IftikarHussain-cr3wn Месяц назад +4

    Very funny 😁 😂 😅😅😅

  • @one5622
    @one5622 Месяц назад

    Good cm