Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
গুনগুন জনী লৈ বৰ দুখ লাগিছে😢😢কোনেও বিস্বাস নকৰে😢😢 মাত্র দৰ্শনে বিস্বাস কৰা নাই। সন্দেহ দৰ্শন ৰ পুৰা আছে। আৰু এদিন গুন গুন সত্য ৰ পথত আহিব নিশ্চিত 👌👌
Dorkhan aru moinai gungunok bosabo lage
@@purabikalita8220 হুম
দৰ্শন বাবে এটা like.❤️👇🏻
কুঞ্জ বাইদেউৰ বাবে এটা like,,
সোনকালে ধৰা পৰিব লাগে গুণগুণৰ দূখ বোৰ চাই থাকিব নোৱাৰু আৰু 😢😢😢
Right👍
Hio
গুন গুনৰ অৱস্থাতো দেখি বহুত বেয়া লাগিছে
দুখহে লগা হৈছে।অধিৰথ দাদাই গুণ গুণ বাক বুজি পাব লাগিছিল😭
জোনে যি ৰুল কৰে কৰিবই। ভালেই লাগিছে।
অধিৰ্থৰ দৰে প্ৰেম মইটো নকৰোৱে আৰু চাই থকা সকলে কোনোৱে কৰিব নালাগে নহ'লে জীৱন ধংস হোৱাটো নিশ্চিত।
Yes
ভাল লাগা ছিৰিয়েল খন আজি কালি চাবলৈ মন নাযায়।সৰুৰে পৰা গুণগুনে দুখে পাই থাকিল ।
Bohut bhal lagise
এতিয়া পুণ্ডৰিক অহাটো কোনে কোনে বিচৰা
Mio bisaru
Moi bisaru
গুণগুণ বা পলাই যোৱা আৰু পুলিচ কেছ কৰা 😢
দৰ্শনৰ বাবে এটা কৰা👍👍👍👍👍👍👍👍
👌🏽👌🏽👌🏽👍🏿👍🏿👍🏿👍🏿
গুন গুন আৰু অধিৰথৰ কাৰনে এটা Like ❤❤
গুন গুন শেষ হলে কাৰ কাৰ বেয়া লাগিব
Mur lagibo
Muurr
Sreal khon hekh hole val lagibo........
mur
Mor
ভালপোৱা মানুহে বুলি ভালপোৱা মানুহক জানে .... অধিৰথৰ কি হল ..... Gungun ৰ বাবে বেয়া লাগিছে.....
এইখন চাই নিজে পাগল হোৱাৰ নিচিনা লাগিছে। কাহিনী মতে গুন গুন মৰি যাব নিচিনা লাগিছে পাগলা বেজি দি দি। নায়িকাই যদি মৰি থাকে আৰু নায়কৰ প্ৰেম যদি আধৰুৱা হয় কাহিনীৰ একো গুনে নাথাকিব। অকল বেয়া বোৰ দেখাই সাধাৰণ মানুহৰ কষ্টবোৰ দেখাইচে।
Base boke natha kibi si thak
Apunar kiba akhubidha
😂@@MonimaKumari-n4e
ভাস্কৰক এই সময়ত আনিব লাগিছিল।এই অনুৰাগটোক ভালকৈ চৰ দি সত্যটো উদ্ধাৰ কৰিলেহয়।
Um mm ahok
এতিয়া দৰ্শনেহে যদি গুনগুনক বচাব পাৰে
ভগদত্তৰ অভিনয় মোৰ বেচি ভাল লাগে কোনে কোনে ভাল পায় ভগদত্তক??
Gugun ba joniloi bhut beya lagise .😢😢😢😢❤❤❤❤ I love you gugun ba
এতিয়া পদ্মাৰ মনটো শান্তি আৰু জীয়েকক ডাক্তৰ জোৱাঁইলৈ বিয়া দি জীয়েকৰ ভৱিষ্যত সুৰক্ষিত কৰি মাকৰ দায়িত্ব পালন কৰিলে
ঠিক অভিনয় কৰিছে মানুহ কিছুমান এনেকুৱাপূথিৱীত ধন্যবাদ
🙏🙏 PlZ সুষ্ট মানুহজনীক পাগল নকৰিব মৰাে নিজকে পাগলী যেন লাগিছে Plz 🙏🙏 আপোনালোকক অনুৰোধ কৰিছো গুন গুনক পাগল নকৰিব Plz Plz Plz । যদি গুন গুন সচাই পাগল হয় তেতিয়া হলে এই চিৰিয়েল খন শেষ কৰক 🙏🙏🙏🙏।
হয় কিবা ভাল নলগা হৈ গৈছে চাব মন নোযোৱা হৈছে।
এইখন আৰু চাব নোৱাৰিম..ইমান অন্যায় চাব নোৱাৰি
Hero আৰু Heroin অলপ কষ্ট পাব তাড় বাবে ❤❤❤
gun gun baak kune kune vl pua like kora❤
Vall pau❤❤
এই ধাৰাবাহিকখন মই প্রথমৰ পৰাই চাই আহিছোঁ। প্ৰথম অৱস্থাত কেইবাটাও খণ্ডত অধিৰতৰ দেউতাকক দেখাইছিল কিন্তু মাজতে কৰবাত ভ্ৰমণ কৰিব গল বুলি নেদেখুৱা হল। এনেকুৱা কি ভ্ৰমণত গল যে একমাত্ৰ ছোৱালীৰ বিয়াত ও উপস্থিত নাথাকিলে আৰু আজি 1.5 বছৰ হল উভতিয়েই অহা নাই । মই ভবা কথা খিনিত কৰবাত ভূল আছে যদি ক্ষমা কৰি দিব।🙏🏼
এইখন ঘৰৰ পৰা পলাই যোৱা গুণগুণ
Ummm😊
এই Siriel খনত প্ৰথম শুনিছোঁ জোঁৱায়েকে শাহুৱেকৰ নাম কোৱা
গুনগুন লে কাৰ কাৰ বেয়া লাগিছে লাইক কৰা😢😢
গুণ গুণ এজনী বুৰ্বক ছোৱালী আজিৰ দিনৰ ছোৱালীজনীয়ে ডঃ কথাত উঠা বহা কৰি থাকিব প্ৰয়োজন নাই । উলাই আহিব লাগিব নতুন কৈ পৰীক্ষাত অৱতীৰ্ণ হওঁক , নতুন চাকৰিৰ সন্ধান কৰক । ইমান দুৰ্বল হোৱাৰ প্ৰয়োজন নাই গুণ গুণ ৰ
Aponi thik kothai koise
Gungun katha moromar sai kuna kuna val pal likeata kariba
মানুহ বোৰ বেছি অকৰা হৈ আছে ডাক্তৰ দুটাক বাদ কৰি৷সোনকালে শেষ কৰক এই ডাক্তৰৰ কাহিনীটো🙏টেঙা লাগিছে আৰু মানুহ বোৰৰ অকৰা হোৱা অভিনয় চাই৷
Umm😂😊😊😊😊
😢 গুণ গুণ খন ঢাই ভাল নলগা হ'ল ছিৰিয়েল খন শেষৰ ফালে বেছি বেয়া দেখায় ইছে
Moinar karone ata like
পুৱতি তৰাৰ প্ৰজ্ঞাৰ পয়াক এই jhrato ততেও জুই লগাই থৈ আহিছে
গুনগুন তুমি পুলিচৰ ওচৰত যোৱা সকলো ঠিক হৈ যাব
Gungun r karne ata like❤
অনুৰাগ ওলোৱা পাছত ভাল লাগিছে।
Ei siriel hon kun kun sabloi roithake like kora
Live diya
Moi saboloi aru diluu emn dhukh nathake manuhor jibonot
চিয়েল বুলি সচা হ'লে ঘেন্তা মানিম এনেকুৱা মাকৰ কথা।
অধিৰতৰ কাৰণে লাইক এতা কৰা ❤
Bro Spilling
এই কৃমিনেল অনুৰাগটো ওলালে চাবলে মন নাযায় ।
Kune kume gungun sereal sabo Karine 9,10,11,12 ta bojat sai ASE like❤❤❤👇
Moi 11 tat❤❤
Anuragk🤧 Kune Kune beya pua like ata kra
Hosakoi eman dhuk loga serial 😢 val lagile sai
গুনগুনে এই সময়ত ভাস্কৰ দাৰ লগত যোগাযোগ কৰিব লাগিছিল । তেওঁ হে যদি কৰি এটা কৰিব পাৰে । যিহেতু অধীৰথে ও গুনগুনৰ কথা বিশ্বাস নকৰিলে ।
Ai sirial khon kar kar favorite hoy ? Aru kar kar dukh lagibo sirial khon sesh hole❤
Gungun sai atiya kar kar beya loga hoise baru
pundorik ahibo lage 😢
Bhaskar dada aru mam joni ahib lage tetia gun gunr katha khini Buji pabo
Ummm
Gungun❤❤❤❤❤❤❤❤❤
Miss you gun gun ba😢❤
Gungun loi bohut dukh lagise 🥺❤
Srealkhonot Adhiroht dar bapekok kio nai dekhua aru deutakor kothau uluwa nai.kune kune eitu prosno vabi ase like koribo 🙏
Gungun khon sai val ai nologa hoise dekhun 🥺
Gun gunor babe ata like 🥰
Doctor to bor বেয়া চোন গুণগুণ বাৰ বাব বেয়া লাগিছে 🥺🥹😭😭😭
Hosaik eman vl sirial khon porisalk jonak 🙏🙏🙏🙏
I love you too lakhimpur like kora kunubai
Val nolaga hol sai
I❤ ❤❤❤❤❤ you গুণ গুণ 😭😭😭😭😭😭😭 ,l love you
Bor Val gun gun Sai ❤😂
এটা সময়ত Doctor ৰ পৰিয়াল তো দুখ হব 🤔🤔🤔
কিবা ভাল নলগা হৈ আহিছে গুণ গুণ খন,
গুণ গুণ ছিৰিয়েলখন চাবলৈ ভাল নলগা হৈছে অন্তত অধিৰথে বুজিব লাগিছিল
ভাল লাগিছে 😢😅😊😊
গুনগুনৰ মাকক দেখি ব মন নোহোৱা হৈছে
অধিৰতে অন্তত গুণ গুণ বুজিব লাগিছে
Gungun all sorit like 😢😢🎉
Gungun tumi reknding kri juwa
Um mm rekoding kori juwa
Dorkhonk kune kune val pua ata koi like kori jaba 🙏
Bohut beya lagise 😭😭😭😭😓😓😓
Anuragor kotha bilak record korilei Adhirothe buji pabo dekhun😅😅😅😅😅😅😅
My favorite serial ❤😊
গুন গুন আৰু অধিৰথৰ কাৰনে এটা l ike❤❤
Gun gun joni loi Baya lgesa
দৰ্শন সোনকালে কিবা এটা কৰা 😢
Anurag r babe atia serial khon val nlga hl
❤❤
Today my birthday please 🥺
Happy birthday 🎉🎉
Happy birthday 🎂🎈🎈
Happy Birthday 🎉
Happy birthday 🎈🎂
Miss you gun ba😂
Sai thoka hkle like ata kri jua❤
My favourite serial ♥️♥️♥️😢😢
Joi Radha Madhab 🎉
Jorhat r pora kune kune sai asa like kora❤
আজি গুনগুন চাই বৰ দুখ লাগিল
Kali gun gun sabo Kune Kune অপেক্ষা kori asili like kora 🙏
অনুৰাগ উলোৱাৰ পৰা চাই ভাল লগা নাই ৷ইমান কৃমিলেন মানুহ ভাল নহয় ৷
Tak mor val nalage
অধীৰথৰ দেউতাকৰ চৰিত্ৰটো নাইকীয়া কৰিলে। নেকি?
Gungun.khan.val.lagise
Finally 😊😊
Aje dint manhu sini paboloi Bohut tan💯
Kune Kune mur dore rokhi asa gungun sabo karone like kori diba
Moi o
দৰ্শনৰ বাবে এটা লাইক কৰিব
Aji kali eman val nloga hol gungun khon😢
Hodai roi thaku
এনেকুৱ ছিৰিয়েল চালে মানুহ বেয়া হব
Gungunr medicine bur ইহঁত বোৰকে খুৱাই দিয়ক ।
গুনগুন জনী লৈ বৰ দুখ লাগিছে😢😢কোনেও বিস্বাস নকৰে😢😢 মাত্র দৰ্শনে বিস্বাস কৰা নাই। সন্দেহ দৰ্শন ৰ পুৰা আছে। আৰু এদিন গুন গুন সত্য ৰ পথত আহিব নিশ্চিত 👌👌
Dorkhan aru moinai gungunok bosabo lage
@@purabikalita8220 হুম
দৰ্শন বাবে এটা like.❤️👇🏻
কুঞ্জ বাইদেউৰ বাবে এটা like,,
সোনকালে ধৰা পৰিব লাগে গুণগুণৰ দূখ বোৰ চাই থাকিব নোৱাৰু আৰু 😢😢😢
Right👍
Hio
গুন গুনৰ অৱস্থাতো দেখি বহুত বেয়া লাগিছে
দুখহে লগা হৈছে।অধিৰথ দাদাই গুণ গুণ বাক বুজি পাব লাগিছিল😭
জোনে যি ৰুল কৰে কৰিবই। ভালেই লাগিছে।
অধিৰ্থৰ দৰে প্ৰেম মইটো নকৰোৱে আৰু চাই থকা সকলে কোনোৱে কৰিব নালাগে নহ'লে জীৱন ধংস হোৱাটো নিশ্চিত।
Yes
ভাল লাগা ছিৰিয়েল খন আজি কালি চাবলৈ মন নাযায়।সৰুৰে পৰা গুণগুনে দুখে পাই থাকিল ।
Bohut bhal lagise
এতিয়া পুণ্ডৰিক অহাটো কোনে কোনে বিচৰা
Mio bisaru
Moi bisaru
গুণগুণ বা পলাই যোৱা আৰু পুলিচ কেছ কৰা 😢
দৰ্শনৰ বাবে এটা কৰা
👍👍👍👍👍👍👍👍
👌🏽👌🏽👌🏽👍🏿👍🏿👍🏿👍🏿
গুন গুন আৰু অধিৰথৰ কাৰনে এটা Like ❤❤
গুন গুন শেষ হলে কাৰ কাৰ বেয়া লাগিব
Mur lagibo
Muurr
Sreal khon hekh hole val lagibo........
mur
Mor
ভালপোৱা মানুহে বুলি ভালপোৱা মানুহক জানে .... অধিৰথৰ কি হল ..... Gungun ৰ বাবে বেয়া লাগিছে.....
এইখন চাই নিজে পাগল হোৱাৰ নিচিনা লাগিছে। কাহিনী মতে গুন গুন মৰি যাব নিচিনা লাগিছে পাগলা বেজি দি দি। নায়িকাই যদি মৰি থাকে আৰু নায়কৰ প্ৰেম যদি আধৰুৱা হয় কাহিনীৰ একো গুনে নাথাকিব। অকল বেয়া বোৰ দেখাই সাধাৰণ মানুহৰ কষ্টবোৰ দেখাইচে।
Base boke natha kibi si thak
Apunar kiba akhubidha
😂@@MonimaKumari-n4e
ভাস্কৰক এই সময়ত আনিব লাগিছিল।এই অনুৰাগটোক ভালকৈ চৰ দি সত্যটো উদ্ধাৰ কৰিলেহয়।
Um mm ahok
এতিয়া দৰ্শনেহে যদি গুনগুনক বচাব পাৰে
ভগদত্তৰ অভিনয় মোৰ বেচি ভাল লাগে কোনে কোনে ভাল পায় ভগদত্তক??
Gugun ba joniloi bhut beya lagise .😢😢😢😢❤❤❤❤ I love you gugun ba
এতিয়া পদ্মাৰ মনটো শান্তি আৰু জীয়েকক ডাক্তৰ জোৱাঁইলৈ বিয়া দি জীয়েকৰ ভৱিষ্যত সুৰক্ষিত কৰি মাকৰ দায়িত্ব পালন কৰিলে
ঠিক অভিনয় কৰিছে মানুহ কিছুমান এনেকুৱাপূথিৱীত ধন্যবাদ
🙏🙏 PlZ সুষ্ট মানুহজনীক পাগল নকৰিব মৰাে নিজকে পাগলী যেন লাগিছে Plz 🙏🙏 আপোনালোকক অনুৰোধ কৰিছো গুন গুনক পাগল নকৰিব Plz Plz Plz । যদি গুন গুন সচাই পাগল হয় তেতিয়া হলে এই চিৰিয়েল খন শেষ কৰক 🙏🙏🙏🙏।
হয় কিবা ভাল নলগা হৈ গৈছে চাব মন নোযোৱা হৈছে।
এইখন আৰু চাব নোৱাৰিম..ইমান অন্যায় চাব নোৱাৰি
Hero আৰু Heroin অলপ কষ্ট পাব তাড় বাবে ❤❤❤
gun gun baak kune kune vl pua like kora❤
Vall pau❤❤
এই ধাৰাবাহিকখন মই প্রথমৰ পৰাই চাই আহিছোঁ। প্ৰথম অৱস্থাত কেইবাটাও খণ্ডত অধিৰতৰ দেউতাকক দেখাইছিল কিন্তু মাজতে কৰবাত ভ্ৰমণ কৰিব গল বুলি নেদেখুৱা হল। এনেকুৱা কি ভ্ৰমণত গল যে একমাত্ৰ ছোৱালীৰ বিয়াত ও উপস্থিত নাথাকিলে আৰু আজি 1.5 বছৰ হল উভতিয়েই অহা নাই । মই ভবা কথা খিনিত কৰবাত ভূল আছে যদি ক্ষমা কৰি দিব।🙏🏼
এইখন ঘৰৰ পৰা পলাই যোৱা গুণগুণ
Ummm😊
এই Siriel খনত প্ৰথম শুনিছোঁ জোঁৱায়েকে শাহুৱেকৰ নাম কোৱা
গুনগুন লে কাৰ কাৰ বেয়া লাগিছে লাইক কৰা😢😢
গুণ গুণ এজনী বুৰ্বক ছোৱালী
আজিৰ দিনৰ ছোৱালীজনীয়ে ডঃ কথাত উঠা বহা কৰি থাকিব প্ৰয়োজন নাই । উলাই আহিব লাগিব নতুন কৈ পৰীক্ষাত অৱতীৰ্ণ হওঁক , নতুন চাকৰিৰ সন্ধান কৰক । ইমান দুৰ্বল হোৱাৰ প্ৰয়োজন নাই গুণ গুণ ৰ
Aponi thik kothai koise
Gungun katha moromar sai kuna kuna val pal like
ata kariba
মানুহ বোৰ বেছি অকৰা হৈ আছে ডাক্তৰ দুটাক বাদ কৰি৷
সোনকালে শেষ কৰক এই ডাক্তৰৰ কাহিনীটো🙏
টেঙা লাগিছে আৰু মানুহ বোৰৰ অকৰা হোৱা অভিনয় চাই৷
Umm😂😊😊😊😊
😢 গুণ গুণ খন ঢাই ভাল নলগা হ'ল ছিৰিয়েল খন শেষৰ ফালে বেছি বেয়া দেখায় ইছে
Moinar karone ata like
পুৱতি তৰাৰ প্ৰজ্ঞাৰ পয়াক এই jhrato ততেও জুই লগাই থৈ আহিছে
গুনগুন তুমি পুলিচৰ ওচৰত যোৱা সকলো ঠিক হৈ যাব
Gungun r karne ata like❤
অনুৰাগ ওলোৱা পাছত ভাল লাগিছে।
Ei siriel hon kun kun sabloi roithake like kora
Live diya
Moi saboloi aru diluu emn dhukh nathake manuhor jibonot
চিয়েল বুলি সচা হ'লে ঘেন্তা মানিম এনেকুৱা মাকৰ কথা।
অধিৰতৰ কাৰণে লাইক এতা কৰা ❤
Bro Spilling
এই কৃমিনেল অনুৰাগটো ওলালে চাবলে মন নাযায় ।
Kune kume gungun sereal sabo Karine 9,10,11,12 ta bojat sai ASE like❤❤❤
👇