Hridoy Ek Bigyapon - হৃদয় এক বিজ্ঞাপন | 19th Jun 2024 | Ep No 123
HTML-код
- Опубликовано: 18 июн 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode No :- 123
-----------------------------
ভালপোৱাই প্ৰসেনৰ বাবে কাল হব নেকি?
#Rangtv #HridoyEkBigyapon #Prideeastentertainments
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2 Развлечения
সেই কাৰণে ছোৱালীৰ প্ৰেমত পৰিলে কেৱল মৰমহে দিব লাগে। বাকী একো বস্তু দিব নেলাগে।😂
সকলো ছোৱালী কাবেৰীৰ দৰে নহয় ।
এইবোৰ মিছা কথা দেই মোক মোৰ স্বামীয়ে ভাল পাই থাকোতে তেওঁৰ atm card মোক দি গৈছিল মইতো কোনোদিন মিছ ইওজ কৰা নাছিলোঁ।
সচাকৈয়ে হৃদয় এক বিজ্ঞাপন
প্ৰসেনক বৰ বেয়াকৈ ঠগা দি গ'ল কিন্তু কাবেৰীয়ে ....😡
Porkhen tumi bhut vul korili pem korile ondh pem koribo nelge tir
বহুত বেয়া লাগিল
❤ প্ৰিয় ধাৰাবাহিক ❤
Prakhenor bauekàk bahut val lagise.
Sai bhal puwa nai naki kuneu coment kora nai je...
❤
ভালহৃল
প্ৰসেনৰ কাৰণে বেয়া লাগিছে
😢😢😢😢😢😢😢
ভাল লাগিল
চিন্ময়ক নেদেখিলে ভাল নালাগে।আজি ভাল লাগিছে প্ৰসেনৰ মহাভাৰত কথা❤❤❤❤❤❤❤❤
😂😂😂😂😂😂😂😂
Viwes komil j
Seh bor dukh lagil dei prokhn
Chinmoy dada tumr real name ki
Kene pala poken suwalik bisak koro nohoi .
Posen r bow joni eman val o
চিন্ময় ,মহাভাৰত ছাইচানে
ভাবি আছিলোঁ ছোৱালী জনঈকএতইযআই
এইখন ধাৰাবাহিকত মহিলাৰ আটাইতকৈ ভাল অভিনয় হৈছে প্ৰসেনৰ বৌৱেকৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ৷ তেওঁৰ অভিনয়ে মোহিত কৰিছে৷ অভিনেত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷
প্ৰসেন ৰ কাহিনীটোৱে serial খন borbad কৰি পেলাইছে
এইখন ছিৰিয়েলত ছোৱালী বোৰক বৰ ঠগবাজী দেখাইছে, সেই টোহে বেয়া লাগিছে। বাকী ঠিকেই আছে।