Assam News: ছাত্ৰৰ ছুৰীৰ আক্ৰমণত নিহত অধ্যক্ষলৈ শেষ শ্ৰদ্ধা শিক্ষাৰ্থীৰ

Поделиться
HTML-код
  • Опубликовано: 27 авг 2024
  • ছাত্ৰৰ ছুৰীৰ আক্ৰমণত নিহত অধ্যক্ষলৈ শেষ শ্ৰদ্ধা শিক্ষাৰ্থীৰ৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰাজেশ বাবুক শেষ শ্ৰদ্ধা৷ একাদশ শ্ৰেণীৰ ছাত্ৰৰ ছুৰীৰ আঘাতত মৃত্যু হৈছিল অধ্যক্ষগৰাকীৰ৷ শনিবাৰে শিৱসাগৰৰ ছাই বিকাশ একাডেমীত সংঘটিত হৈছিল এই ঘটনা৷
    #assam #nd24news #livenews #nd24live #nd24assamese #assamesenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 RUclips channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Комментарии • 137

  • @BijitBorah-vg7vj
    @BijitBorah-vg7vj Месяц назад +38

    এনেকুৱা ল'ৰাক উচিত সাষ্টী দিয়া ভাল।

  • @BornaliDas-no2sr
    @BornaliDas-no2sr Месяц назад +16

    চেকণিৰ আগৰ শিক্ষাই হয়তু এনেবোৰ মানসিকতাৰ গঢ় দিয়া নাছিল।😢😢

  • @debajanibaruah3105
    @debajanibaruah3105 Месяц назад +12

    শিক্ষকক সন্মান মৰম দিলেও ঢ়াৰ সুজিব নোৱাৰি কোনো জনমতে।তাতে এইবোৰ ঘটনা বহুত নিন্দনীয় ।শিক্ষক জনক সেৱা জনাইচো ।তেও যতে থাকে ভালে থাকক ।ৰাম কৃষ্ঞ ।

  • @basisthaacharya6590
    @basisthaacharya6590 Месяц назад +19

    এটা প্ৰজ্ঞাৰ হত্যাকাৰীক গৰিহণা দিবলৈ ভাষা নাই। ঘৰ খনেই শিক্ষাৰ আচল ঠাই। সন্তান জন্ম দিলেই নহয়, অলপ হ'লেও আধ্যাত্মিক জ্ঞান দিব লাগে। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো লগতে শোক সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ঔম্ শান্তি।

  • @phanidharrabha8057
    @phanidharrabha8057 Месяц назад +28

    বাইদেউ জনীয়ে ঠিক কথা কৈছে এনেবোৰ ঘটনাৰ বাবে প্ৰথম দোষী সেই অভিযুক্তৰ ঘৰখন

  • @minakshiborgohain7378
    @minakshiborgohain7378 Месяц назад +14

    ইয়াক জীয়াই ৰখাৰ কোনো যুক্তি নাই ‌। ই জীয়াই থাকিলে সমাজত বিষ বাষ্প ‌বিয়পাব এয়া একেবাৰে ‌‌ ‌নিশ্চিত । এনেকুৱা অসংস্কাৰী ‌কালপ্ৰীত ‌‌ জন্ম দি ‌ সন্তানক সংস্কাৰ নিশিকালে বা দিব নোৱাৰাটো ‌ পিতৃ মাতৃৰ বিফলতা যি ‌পৰিস্থিতিতেই নহওঁক কিয় এনেকুৱা সন্তানক যিকোনো পৰ্যায়ত গৈ ‌‌শাসন কৰাটো জৰুৰী যিহেতু ‌ ঘৰৰ মানুহে ‌উপেক্ষা কৰাৰ বাবে আজি ‌‌এজন ভাল ব্যক্তিক আমি ‌হেৰুৱালো যিয়ে নেকি কৰ্তব্য আৰু দায়িত্বৰ খাতিৰত হ'লেও আমাৰেই সন্তান সকলক মানুহ কৰিবলৈ ‌আগবাঢ়ি আহি জীৱন হেৰুওৱালে । আটাইতকৈ বেছি দুখৰ বিষয় যে তেওঁৰ সন্তান যেতিয়া উপযুক্ত হৈ উঠিব যেতিয়া তেওঁলোকে জানিব তেওঁলোকৰ পিতৃয়ে ‌‌ কিদৰে অসমলৈ আহি জীৱন ত্যাগ কৰিছিল তেওঁৰেই শিক্ষাৰ্থীৰ হাতত আমাৰ ওচৰত কিবা উত্তৰ থাকিবনে ???? সেই হত্যাকাৰী ল'ৰাটোৰ পৰিয়ালে ‌ অলপ হ'লেও জানিছিল নিশ্চয়কৈ সন্তানটোৰ বেয়া দিশত গতি কৰিছে । কিন্তু অতিশয় দুখৰ কথা সন্তানৰ দোষ অপৰাধ বিলাক ঢাকি ধুকি থৈ নিজকে নিদিষ্ট দূৰত্বত অবস্থান কৰাটো কিমান যুক্তিসংগত কাৰণ চাপৰি‌লে মেঘ‌ নাতৰে বুলি অসমীয়াত এষাৰ কথা আছে আৰু সেইয়াই হ'ল আজি সেই হত্যাকাৰীৰ পিতৃ মাতৃয়ে ৰোৱা কণিবিহৰ বাবেই এটা পৰিয়াল শোক স্তব্ধ সকলো হেৰুৱাই উভতি‌ গৈছে ‌ সেইগৰাকী ‌ পত্নী যি আহোতে ‌ শাকে -সেন্দুৰে আহিছিল আৰু লগত ‌দুটা সন্তান ‌ যিয়ে ‌ এতিয়া সৰ্বশ্ৰ হেৰুৱায় উভতিছে জীৱনত যেতিয়ালৈকে তেওঁলোকৰ জীৱন থাকিব তেতিয়ালৈকে ‌ পাহৰিব নোৱাৰা এবুকু বেদনা লৈ অসম নামৰ সেই নামটোৰ এটুকুৰা জীয়া ঘাঁ ‌ তেওঁলোকৰ বুকুত সদায়েই ‌ থাকিব আজীৱন । ‌‌ মৰ্মাহত হৈছোঁ আৰু তেখেতৰ আত্মাৰ শান্তি কামনা কৰিলোঁ ‌ যতে আছে শান্তিত থাকক লগতে ‌ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা ‌‌জনাইছোঁ পৰিয়ালক ‌ এই দুখৰ সময়ত শক্তি প্ৰদান কৰক ‌‌সেই দুৰ্ভগীয়া সন্তান দুটিৰ‌ কুশল কামনাৰ লগতে মাতৃৰ মাতৃৰ সু-স্বাস্থ্য ও কুশল কামনা কৰিলো ভগৱানৰ ওচৰত।

  • @unseenwarrior9680
    @unseenwarrior9680 Месяц назад +14

    New fear unlocked for teachers😢

  • @umeshknwr9667
    @umeshknwr9667 Месяц назад +14

    অভিভাৱক ইয়াৰ বাবে জগৰীয়া । ল 'ৰা ছোৱালীক কিছু আধ্যাত্মিক জ্ঞান দিয়া দৰকাৰ ।

  • @user-vw8yc8uw2o
    @user-vw8yc8uw2o Месяц назад +18

    অসমত কোম্পানি লাগে.....? অসমৰ মানুহে কোম্পানি আহিলে কি দৰে স্বাগতম কৰিব!? এজন মেধাবী শিক্ষক এনে দৰে সন্মান কৰিলে😢😢😢😢

  • @hanseali1924
    @hanseali1924 Месяц назад +10

    মাৰ্দাৰাৰ নামটো প্ৰকাশ কৰক।তাৰ 14 বছৰ বয়স পাৰ হৈছে প্ৰকাশ কৰিলেও একো নাই।তেও এজন ছাত্ৰ হৈ থকা নাই মাৰ্দাৰাৰ হে তেও।

    • @musicandme3121
      @musicandme3121 Месяц назад +1

      Name Tu Dikshit Gogoi buli paisilu beleg ata news t

    • @Ujh476
      @Ujh476 Месяц назад

      Indiar( Assamor) student,👀

  • @user-lt9nm2cc7z
    @user-lt9nm2cc7z Месяц назад +19

    মনত আছেনে কেইদিনমান আগতে অসমৰ এজন বুদ্ধিজীৱী লোক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা আদিত্য ৰংজন ছাৰ আৰু অসমীয়াৰ অভিভাৱক স্বৰূপ হিৰণ গোহাঁই ছাৰক অসমৰ তথাকথিত নেতাসকলে কেনেদৰে তুচ্চ তাচিল্য কৰিছিল এয়া তাৰেই প্ৰতিফলন আৰু আগলৈ তেনে ঘটনা হব যদিহে সেই বেইমান নেতাবোৰে সমাজত এনেদৰে বিষ বাষ্প বিয়পাই থাকে

    • @informativeknowledge4104
      @informativeknowledge4104 Месяц назад +2

      এইটো ঘটনা এই কাৰণে হৈছে নেকি। অসম আন্দোলনৰ বিৰোধিতা কৰা মানুহ অসমৰ অভিভাৱক কেনেকৈ হ'ল। সকলোতে ৰাজনীতি কিয় কৰি থাকে।

    • @aliciadawns8535
      @aliciadawns8535 Месяц назад

      Apuni thikei koise enekoi teacher k tusso tassilyo koi opoman kora kothabur jetia uthi oha notun projonmoi xuni thake eiburei porinam hobo, ketiau honman koriboloi nixikibo.

    • @hanseali1924
      @hanseali1924 Месяц назад +2

      নিশ্বয় তেনেবোৰ কাৰনতে আজি অসমৰ পৰিবেশ বিনষ্ট হবলৈ ধৰিছে।আৰু চাওক জিখন ৰাজ্যৰ মূখ্য মন্ত্ৰী এজন আৰু তাৰ সাঙ্গো-পাঙ্গোই উদত্ব ভাষন ,সাম্প্ৰদায়িক বিষ-বাস্প বিয়পায়,হিৰেণ গোহাঁই চাৰৰ দৰে বেক্টিক মূখ্য মন্ত্ৰী জনে বলে মাল , সেইখন ৰাইজ্য আকৌ বেয়াৰ ফালে গতি কৰিব।আৰু তেনে ৰাইজ্য পৰা ইয়াত পৰ আশা কৰিব নোৱাৰি।

  • @pranabbarman9255
    @pranabbarman9255 Месяц назад +2

    পৰিয়ালৰ দায়িত্ব কোনে ল'ব... বিদ্যালয়ে লৱ নে...ভাল খুৱ শৃংখলাবদ্ধ শিক্ষক আছিল তেখেত... বিদ্যালয়ৰ পৰা সুৰক্ষা পাব লাগে পাঠদানৰ সময়ত

  • @pronobjyotihazarika758
    @pronobjyotihazarika758 Месяц назад +13

    প্ৰত্যেক চেনেল ত শিক্ষক জনৰ নাম লৈছে কিন্তু ছাত্ৰ জনৰ নাম যে লোৱা নাই কিয় ,
    আৰু দোষী ছাত্ৰ জনক blur কৰি কিয় দেখাইছে,
    সকলোৱে দেখিব লাগে এনেকুৱা মানসিকতা ৰ লৰা টোক

    • @singafit
      @singafit Месяц назад +2

      U ar right brother

    • @anuskabhuyan7240
      @anuskabhuyan7240 Месяц назад

      Surname changmai

    • @BRBASSOCIATES-jt7wo
      @BRBASSOCIATES-jt7wo Месяц назад

      Nohoi nam dishant gogoi bapekr nam late premjit gogoi maakr nam mousumi gogoi

  • @pronobkachari4490
    @pronobkachari4490 Месяц назад +8

    আমাৰ অসমখন বৰ বেয়া দিশলৈ গৈ আছে। ভাবিব নোৱাৰা

  • @abubakkarabdullah8567
    @abubakkarabdullah8567 Месяц назад +5

    Police a Lora tok Direct Encounter kri diba kge...Case Slove hbo

  • @banalatadas1824
    @banalatadas1824 Месяц назад

    হে ভগৱান এটাৰ পিছত এটা হদয় ফাটি যোৱা ঘটনা সিদিনা কনমানি অবিনাশ অকাল মৃত্যু আকৌ এজন শিক্ষকক নিষ্ঠুৰ ভাবে হত্যা কৰিলে এই বোৰ লৰা জীয়াই থাকিলে সমাজৰ একো উপকাৰ নহয় আৰু সাধাৰণ কথাতে আৰু কাৰোবাক হত্যা কৰিব মাক দেউতাকে কি সৎকাৰ দিছিলে এই পাষনদতোক

  • @maskboy469
    @maskboy469 Месяц назад +1

    Menta health well being should also be included in school syllabus

  • @user-nq5kb7dh4y
    @user-nq5kb7dh4y Месяц назад +7

    Teacher r kono security nai moi ajon ME school r teacher . Class t kono studentr. pora huna ba classr disciplines karone kiba kole student a teacher uporot khong kore .

    • @SamritaSangma
      @SamritaSangma Месяц назад

      Congress hahonote thik asil teachere marisil bhalor karone aru student bilak bhoi khaisil aji Kali bjpr dinot eneka kando besi hoi ase ki kori ase axom sarkar hindu hindu mangal sutro kari lobo ram mandir banaya congress bjp buli thakile kam hobo, dekhkhon bhal mandir bonai lok dekhkhonor babe bhabok baki sob guli mar kam nai modi sarkar next pm gaurav gogoi,

  • @munmikachari6189
    @munmikachari6189 Месяц назад

    আচৰিত ঘটনা ভাৱিব নোৱাৰা om shanti. 🎉🎉

  • @user-cs6sj7dx5c
    @user-cs6sj7dx5c Месяц назад +1

    অধপতনে গ'ল আজিৰ ল'ৰা ছোৱালী।শাসন কৰিলেই জগৰ লাগে।আচলতে অভিভাৱক সকল নিজৰ সন্তানক শাসন কৰিবৰ হ'ল

  • @bimansaikia4305
    @bimansaikia4305 Месяц назад +1

    ঈশ্বৰ, পিতৃ,মাতৃ , আৰু গুৰু এই চাৰি ৰৃণ সুজিব পৰা মানুহ পৃথিৱীত আজিলৈকে জন্ম হোৱা নাই। তেনে গুৰুক হত্যা কৰাটো বৰ জঘণ্য অপৰাধ।এনে ঘটনা পৃথিৱীত আৰু দুনাই নহক তাৰ বাবে পৰম শক্তিয়েও কাকো মতি নিদিয়ক তাৰ বাবে পৰম শক্তিকো অনুৰোধ জনালোঁ।

  • @tulshigogoi7019
    @tulshigogoi7019 Месяц назад

    God's blessings🙏 you great soul.

  • @runjunboruah4814
    @runjunboruah4814 Месяц назад +1

    Bijay babu nhi rajesh babu

  • @manjubarman1855
    @manjubarman1855 Месяц назад +13

    সন্তানক কিছু আধ্যাত্মিক জ্ঞান দিয়াৰ দৰকাৰ।

  • @user-iz5et9bw1l
    @user-iz5et9bw1l Месяц назад +5

    এই ছাত্ৰ নামত কলঙ্ক টো ৃমাক দেউতাক অৰ্থাৎ সিংহো জন্তুৰ নেকি । এইটোক জাৱত জীৱন কাৰাগাৰত ৰাখিৱ লাগে। অন্যঠা ই বহুত জীৱন লৱ ।

  • @renukadevi9682
    @renukadevi9682 Месяц назад +1

    🙏🏻🙏🏻🙏🏻🙏🏻💐

  • @PhulanjitaRabha
    @PhulanjitaRabha Месяц назад +1

    Eman beya lora koto dekha poya nasilu kintu😭😭😭😭😭bohut beya lagel sarok ene kuya ke more tar Mane lora tur murot ako nai

  • @mouchumirajkowar6815
    @mouchumirajkowar6815 Месяц назад +1

    এই টু জীয়াই থাকিলে বিপদজনক।

  • @jayantidas5516
    @jayantidas5516 Месяц назад

    ভদ্ৰ মানুহৰ জন্ম হয় এটা ভাল পৰিয়ালৰ পৰা এখন ভাল সমাজৰ পৰা শিক্ষা মাথো স্কুল কলেজতে পোৱা নাযায় শিক্ষা এটা পৰিয়ালৰ পৰা হে জীৱনৰ শিক্ষা পোৱা যায়।। তেওঁ আত্মাই স্বৰ্গত স্থান লাভ কৰক।।

  • @pankajdeori446
    @pankajdeori446 Месяц назад

    Shocking incident .RIP and condolence to bereaved family

  • @hanseali1924
    @hanseali1924 Месяц назад +1

    বাহিৰৰ ৰাজ্যৰ কাৰনে কাৰোবাৰ উছতনিত টো লৰাজনে মাৰদাৰ কৰা নাই?

  • @user-vw8yc8uw2o
    @user-vw8yc8uw2o Месяц назад +4

    অমানৱীয় ঘটনা

  • @Randeep-kb1xh
    @Randeep-kb1xh Месяц назад

    গোটেই জীৱন জেল ত ভৰাব লাগে । ইয়াক ক্ষমা কৰা উচিত নহয় ।

  • @ArunaSaikia-xy3hb
    @ArunaSaikia-xy3hb Месяц назад

    কোনো বিচাৰ নকৰাকৈয়ে দাইৰেক ফাঁচী দিয়ক ।

  • @assamlifestyleinvillage9099
    @assamlifestyleinvillage9099 Месяц назад +1

    Himanta anekowa koi Hiren gohai sir k aneke koisil 😢tarei porinoti 😢

  • @lukumoniborah4529
    @lukumoniborah4529 Месяц назад +1

    Hasai bahut dukh lagise

  • @bandanakonwar664
    @bandanakonwar664 Месяц назад +2

    হিটো ছাত্ৰ নহই হত্যাকাৰি

  • @AnimaDeka-fx1wq
    @AnimaDeka-fx1wq Месяц назад +3

    আজিকালি অলপ সাৱধান হোৱা উচিত এনেকুৱা ঘটনা কাৰ ভূলৰ কাৰণে হৈছে

  • @binandaphukon731
    @binandaphukon731 Месяц назад +1

    ছাত্ৰজনৰ নাম অভিভাৱক ৰহস্য কি ?

  • @AC-en2oz
    @AC-en2oz Месяц назад +1

    Mobile game khelar side effects

  • @DhrubajyotiDas-us9vw
    @DhrubajyotiDas-us9vw Месяц назад

    Where is the Live vedio?
    I want to enjoy 😉 this moment 😅😅

  • @user-of1wt3xs2g
    @user-of1wt3xs2g Месяц назад

    হে ভগৱান কি হৈছে এই বোৰ আমাৰ অসমত

  • @jackjyoti4114
    @jackjyoti4114 Месяц назад +1

    🙏🙏🙏🙏

  • @chinamoniduwarirajkonwari9323
    @chinamoniduwarirajkonwari9323 Месяц назад +1

    Eeyar dadagiri bahir kri dible SP sirok anurudh jonalu...ru lgte tar mak bapek halok kathgorale anibo lage..bankho biddhir namot homajole kal eri dise..

  • @KulenRoy-zh7zp
    @KulenRoy-zh7zp Месяц назад

    Teacher jonor o vul ase nohowa nohoi.

  • @Kspdhemqji
    @Kspdhemqji Месяц назад

    পগলা লৰা । মাৰি পেলাব লাগে । সমাজৰ আৱৰ্জনা । ছিঃ শিৱসাগৰ বাসী বদনামী হল ।

  • @RareSpoy
    @RareSpoy Месяц назад

    যুৱ প্ৰজন্ম ধ্বংস আৰু একো নাই ......

  • @nirmaladeka4323
    @nirmaladeka4323 Месяц назад

    Bahut dukh lagil kabali vasa nai usit xikha diba lage.

  • @stargamingchannel4526
    @stargamingchannel4526 Месяц назад +5

    Laz lga ghotona cccccc

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 Месяц назад +1

    Mak bapeke lorak eibur ei hikhya dise neki, kenekua manuh eibur, punishment dibo lage

  • @bharatidevi-cw5hg
    @bharatidevi-cw5hg Месяц назад +3

    Assambaxir karone bor lajloga kotha

  • @koushikrajkonwar2431
    @koushikrajkonwar2431 Месяц назад

    Tezpur University physics dept. Should listen

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Месяц назад

    Teacher ৰে student ক শাসন কৰিলে মাক দেউতাক হতে আৰু পাব্লিক teacher ওপৰত complen কৰে , বহুত বহুত দুখ লগা মাক দেউতাক দুখ আছে

  • @dibyaluchanboruah3206
    @dibyaluchanboruah3206 Месяц назад +2

    Bidehi aatmai jen hanti lav korok

  • @KulenRoy-zh7zp
    @KulenRoy-zh7zp Месяц назад

    Kunobai kiba najanile buji napale teacher a studentok bahirt uliyai thowato teor daitto nohoi valkoi bujowa tu he daitto asil.

  • @assamlifestyleinvillage9099
    @assamlifestyleinvillage9099 Месяц назад +1

    Web series dekhisile naki
    Family beya mother father r dukh kela
    Besi obodro 😢

    • @factzzonly6093
      @factzzonly6093 Месяц назад

      nijey kela koi ki bhodrota dekhaiso?

  • @tutumonigurung8465
    @tutumonigurung8465 Месяц назад

    😭😭😭😭

  • @ishakumar3462
    @ishakumar3462 Месяц назад

    😢😢😢😢😢😢😢

  • @user-hr4md8gh6o
    @user-hr4md8gh6o Месяц назад

    😢😢😢😢😢😢😢😢😢

  • @aruncharoh6722
    @aruncharoh6722 Месяц назад +1

    Val manu hunkalay moray polai juwa mas dogor hoi

  • @HoreshBoruah
    @HoreshBoruah Месяц назад

    Rip

  • @allaah164
    @allaah164 Месяц назад +1

    Yaar babe dukhi lorar ghor khon ..bapek tu sage modahi ...ghorot sage lora sualir karone hygienic environment nai..so ..anekua hoice ..lora jonok dekhiye lagise j e bht irritating lora hoi..ghoror environment e lora sualik manohic vabe bikargrastha kori tulise...moi parents k koisu ..apunalukor lora sualik homoi dyk ..morom krk ..hihotor monor kotha bilk khuli kuar odhikar dyk besi voi nedekhuabo ...any time harakhasti nokoribo ..beya kam korile bujai kok ..onoborote gali galj naparibo ..nohole enukuaye hobo

    • @dheekhanaborgohain9611
      @dheekhanaborgohain9611 Месяц назад +1

      Tar bapek army asil ghrt bapek nai dhukal okl maak aru he asil and he was drug addict lora tu sivsagar Kp chatiyali r hoi moi u sivsagar r hoi karne jnu

    • @_gayatri_dutta
      @_gayatri_dutta Месяц назад

      Lora jn r deutak ny okl MA k Asah

    • @_gayatri_dutta
      @_gayatri_dutta Месяц назад

      ​@@dheekhanaborgohain9611hm hoi moiu sivsagar hoi
      Sivsagar name t bya kril students to ai

    • @dheekhanaborgohain9611
      @dheekhanaborgohain9611 Месяц назад +1

      @@_gayatri_dutta hosa sivsagar r naam bya hoise eibur r krne atya teacher buli e nhoi sbre monot ulabole k bhoi

    • @allaah164
      @allaah164 Месяц назад

      Sorry..na jani comment kora karone ..bht beya lagice..tothapiu koisu ..bht parents anekua ase lora suali kar lgt goice ..frnd circle knkua sab khbr rakhibo lge..

  • @user-xb7wc9sd2i
    @user-xb7wc9sd2i Месяц назад

    Kunu nuware moi korilu nijei ki hom voba nai jidagi arib nelage

  • @jubisaha2462
    @jubisaha2462 Месяц назад

    This name is Rajesh babu. Not vijoy babu

  • @prabhatdas9110
    @prabhatdas9110 Месяц назад

    CM saheb kothoratama punishment dibo

  • @banrasulhoque9680
    @banrasulhoque9680 Месяц назад +1

    Parents iyar babe dayi

  • @sulatadasbarman6966
    @sulatadasbarman6966 Месяц назад

    KOLIYUG

  • @aruncharoh6722
    @aruncharoh6722 Месяц назад

    Kihobo jai ram hokol😢

  • @user-xj5fk4nw6i
    @user-xj5fk4nw6i Месяц назад

    Very sad 😭😭😭😭😭😭

  • @user-mi1ze1kz2e
    @user-mi1ze1kz2e Месяц назад

    Aji kali schoolot siror piton nopore tu heibabe studen bilake sirok ba medamok honman koribo nejane tate akow eeman dangor ghotona kori pelale

  • @user-tl5dp3th9l
    @user-tl5dp3th9l Месяц назад +1

    Assamr naam dubale

  • @nirmalapegu310
    @nirmalapegu310 Месяц назад

    Father mather duk ase

  • @nirmalsartschool6295
    @nirmalsartschool6295 Месяц назад +1

    ছাত্ৰৰ নামত কলংক এই ছাত্ৰজনৰ নামটো কিয় উল্লেখ কৰা হোৱা নাই?

  • @dhanmonidas1174
    @dhanmonidas1174 Месяц назад

    Atípat moromor porinoti

  • @chandandutta3186
    @chandandutta3186 Месяц назад

    Sei laratuk kubai kubai bhari bhangi dib laage

  • @user-ml9to2ei6l
    @user-ml9to2ei6l Месяц назад

    Usit hasti dibo lage

  • @bubudas568
    @bubudas568 Месяц назад

    Mak.bapek.doxi.
    Marderar.larajank.fasi.dib.lage..immdet.action.laok

  • @HimantaHandique-b4v
    @HimantaHandique-b4v Месяц назад

    Bihari burok axmor pora khedibo lage

  • @user-fu7ej9sh3n
    @user-fu7ej9sh3n Месяц назад

    VAGIN 🗡️🗡️🗡️⚖️⚖️🏇🏇

  • @Kate0916
    @Kate0916 Месяц назад

    Lora tur nam kio kua hua nai

  • @Shortsrakhi
    @Shortsrakhi Месяц назад

    Ohavyo mak bapekor ohvyo xantan

  • @apurbasarma2756
    @apurbasarma2756 Месяц назад +1

    Bihare maresa vl a hoisa aru mar

    • @factzzonly6093
      @factzzonly6093 Месяц назад +1

      oxomiya maribo lagibo

    • @apurbasarma2756
      @apurbasarma2756 Месяц назад

      @@factzzonly6093 madar xud kio fk account banua jode don asa ko kukur . Tok a marem . Tor maa xude ahim bl bihare

    • @apurbasarma2756
      @apurbasarma2756 Месяц назад +1

      @@factzzonly6093 ami biharat najau kam koreba tohat vikhari hot aha

    • @hanseali1924
      @hanseali1924 Месяц назад

      ​@@apurbasarma2756 পাগল কৰবাৰ।

    • @ayangentertainer9975
      @ayangentertainer9975 Месяц назад

      tohotor nisina noradhomr karone society khn ses..mori najao kio goru

  • @babitasonowal4088
    @babitasonowal4088 Месяц назад +1

    Aru beleg student nasil neki usorot .beleg student hokoleu dekhun bosabo parile hoi.

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Месяц назад

    আত্মা সদগতিৰ pauk আৰু hukra পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো দোষী ক ফাঁচী diyak

  • @wazidahad5211
    @wazidahad5211 Месяц назад +2

    Lora konor nam ki?

  • @user-do6qx3cm7h
    @user-do6qx3cm7h Месяц назад +1

    A̤l̤l̤ s̤c̤h̤o̤o̤l̤ m̤ṳs̤t̤ b̤e̤ G̤o̤v̤t̤ .̤ T̤h̤e̤n̤ t̤e̤a̤c̤h̤i̤n̤g̤ s̤y̤s̤t̤e̤m̤ w̤i̤l̤l̤ b̤e̤ s̤a̤m̤e̤ .̤