সীমান্তত নিয়োজিত BSFক আক্ৰমণ কৰি ৰাইফল কাঢ়ি নিয়াৰ চেষ্টা বাংলাদেশী দুষ্কৃতিৰ

Поделиться
HTML-код
  • Опубликовано: 23 янв 2025

Комментарии • 724

  • @AbhyasComputerEducation
    @AbhyasComputerEducation 15 дней назад +148

    অসম ৰ পৰা মিয়া খেদিবলৈ মই সাজু আছোঁ কোন কোন আছে এক মত হওঁক

    • @MusarofBai
      @MusarofBai 15 дней назад +3

      Assam tur baperor je

    • @hydrandres5186
      @hydrandres5186 15 дней назад +2

      Moi asu

    • @rahulsaikia4174
      @rahulsaikia4174 15 дней назад +14

      Baper or nhi amar hoi amar❤❤ tuku khedim ​@@MusarofBai

    • @rahulsaikia4174
      @rahulsaikia4174 15 дней назад +5

      Moi asu ei sudur vai blkor utpat bahise ❤

    • @axomiayt2285
      @axomiayt2285 15 дней назад

      ❤​@@rahulsaikia4174

  • @ratulrajbongshi928
    @ratulrajbongshi928 16 дней назад +453

    যদি ভাৰতৰ সেনাবাহিনীৰ অৱস্থা এনেকুৱা হয়, তাকো বাংলাদেশী চোৰৰ ওচৰত । তেন্তে অসমৰ আমাৰ অৱস্থা কি হ'ব পাৰে ? সুৰক্ষা দিয়া জনেই সুৰক্ষিত নহয়। এয়া অতিকৈ চিন্তনীয় বিষয়। জয় আই অসম।❤❤❤❤❤❤

    • @assamjobandexam7209
      @assamjobandexam7209 16 дней назад +13

      Weakest force of world😢😢

    • @manikdaimari1692
      @manikdaimari1692 16 дней назад

      Bharatiya khena bahini nhoi re BSF hoi

    • @Ankurproductions782
      @Ankurproductions782 16 дней назад +16

      Koble vahl kela uporor pora shot and site order nidile ki koribo

    • @RKyRky-c6d
      @RKyRky-c6d 16 дней назад +13

      গুলি কৰাৰ আদেশ নাই বাবু।

    • @assamezemaker999
      @assamezemaker999 16 дней назад +10

      Atia jodi jawan jone Guli solale heten gutei andulon solil hoi tar uporot gutei Enquiry solil hoi

  • @NKMedia-d6k
    @NKMedia-d6k 16 дней назад +325

    গুলীয়াই কিয় দিব নোৱাৰিলে BSF ৰ জোৱান কেইজনে
    এনে পৰিস্থিতিত ওপৰ মহলাৰ নিৰ্দেশলৈ ৰৈ থাকিব নালাগে

    • @abinashbora7983
      @abinashbora7983 16 дней назад +30

      Indian Army a bozai dile hoi emn deri 😂

    • @abinashbora7983
      @abinashbora7983 16 дней назад +12

      Indian Army a bozai dile hoi emn deri 😂

    • @skroy3140
      @skroy3140 16 дней назад

      Kuneo nuware bhai sakori loi tana tani hobo ata ghulir hisap dbo lagibo sorkarok

    • @rajuahmed3504
      @rajuahmed3504 16 дней назад

      Already guli korise Bangladesh r matit xeibabe ako kob pora nai bsf jone uttor dib lagibo xeikarone ako action luwa nai

    • @surajrabha5735
      @surajrabha5735 16 дней назад +12

      Moi tu guli mari delihoi eman Sai nathaku sakuri gole gl

  • @AsimRay-t1e
    @AsimRay-t1e 16 дней назад +85

    আৰম্ভনিটো সিহঁতৰ পৰা কৰিব বিচাৰিছে।শেষত কি হব মিঞা কেইটাই নিশ্চয় নাজানে।

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 16 дней назад +80

    বিএছএফ এই অৱস্থা ।।হায় !হায়!😢😢

    • @subirchoudhury7098
      @subirchoudhury7098 16 дней назад

      ruclips.net/video/6SGd8O6-Lpo/видео.htmlsi=_8lXZUsfuRRmMlI7

    • @subirchoudhury7098
      @subirchoudhury7098 16 дней назад +1

      Pisot polai goise keneke ithu o sai lo

  • @PD-gj7ot
    @PD-gj7ot 16 дней назад +48

    BSF সংখ্যা অধিক কৰা টো দৰকাৰ সীমান্ত ত ....
    অন্যথা এয়া এটা ভয়াবহক বিপদৰ আগজাননী হে যেন লাগিছে |

  • @pallabjyotikonwar5065
    @pallabjyotikonwar5065 16 дней назад +78

    সেই লাজ লাগি গৈছে।হাতত বন্দুক থাকিয়ো মাৰ খাই পলাই আহিছে মিঞা হাতত😢

    • @assamezemaker999
      @assamezemaker999 16 дней назад +5

      Jawan jone Guli Solabo Nuare Order Nathakile Bohut Inquiry bohe pasot Mamta Didi e Court Case kore

    • @abhijit1453
      @abhijit1453 16 дней назад +2

      Rifle tu just demo thik ase emn easy nhoi fire koratu

    • @wrongwithyou-i9i
      @wrongwithyou-i9i 16 дней назад

      Kla tur murot mal nai

    • @baruah2490
      @baruah2490 16 дней назад +1

      Axomia manuh hua hle khub pitile hoi parle guli a marile hoi... bangladeshi kitak nuare

  • @adipurush6623
    @adipurush6623 16 дней назад +79

    চাই লওক আমাৰ নেতাসকল । এদিন আপোনাৰ ঘৰৰ ওচৰত গৈ এনেকৈ কব এইসকলে । এতিয়াও সময় আছে সোনকালে বৰ্ডাৰ Seal কৰক ।

  • @northeasttales
    @northeasttales 16 дней назад +6

    Give them special power for this kind of situation...HM of India🙏🙏🙏

  • @Assamboy-ou6yh
    @Assamboy-ou6yh 16 дней назад +41

    গুলী কৰ কেলা কি চাই আছ গেলা BSF বন্ধুক কাঢ়িছে সি কেলা চাই আছে।

  • @hirakvaiii7096
    @hirakvaiii7096 15 дней назад +3

    কি যে হব গৈ আছে দেশখন 😢😢

  • @JaiHanuman-m1r
    @JaiHanuman-m1r 16 дней назад +25

    এই সকলৰ ফায়াৰিং এলাও কৰক সুৰক্ষাৰ বাবে অনুৰোধ কৰিলোঁ বৰমূৰীয়ালৈ

  • @sasankasarma9691
    @sasankasarma9691 16 дней назад +40

    Please Share this news as much as possible so that every indian get to know about the current situation in India - Bangladesh Border

  • @SKoch-op6zq
    @SKoch-op6zq 16 дней назад +24

    এবাৰ ভাবি চাওক ৰাইজ সকল বাংলাদেশত হিন্দু ভাই ভনী সকলৰ কি অৱস্থা হৈ আছে । এই অসুৰ সকল অত্যাচাৰ কৰি আছে ।😢

  • @PurnaDeka-hk5wk
    @PurnaDeka-hk5wk 16 дней назад +24

    গুলি কিয় কৰিব নোৱাৰিলে ? আৰু বাংলাদেশ আৰু ভাৰতৰ সীমা কিয় মুকলি ? বৰ বৰ কথা কৈ থাকিলে নহয় ৰাজনৈতিক নেতাই আগতে বৰ্ডাৰ চিল কৰক তাৰ পিচত বাংলাদেশীৰ ওপৰত কথা কব । আমাৰ দৰে মাথা গৰম মানুহ থাকিলে ৪ জন মান গুলিৰ আগত গ'ল হয় । অৱশ্যে CRPF,BSF ,SSB ,ITBP ৰ জোৱান সকলে ওৰৰ পৰা গুলি কৰা নিৰ্দেশ নহালৈ গুলি ফূটাব নোৱাৰে । লাগিলে জোৱান শ্বহীদ হওক । জীৱনতকৈ গুলিৰ মুল্য বেছি চেণ্টেল সেনাৰ চাকৰিত । গুলি যদি কিবাকে কোনোবাজনে আত্ম ৰক্ষাৰ বাবেও ফুটালে হৈছে আৰু সেইজন জোৱানক কি কৰে ওপৰ মহলে সেইতু সকলোৱে জানে

  • @prodyoutbhuyan5031
    @prodyoutbhuyan5031 16 дней назад +50

    দৃশ্যটো চাই এনে লাগিছে, আমাৰ জোৱান ভাই আৰম্ভণি সিহঁতৰ পৰা হোৱাটো বিচাৰিছে। তাৰ পিছৰ অৱস্থা কি হব সহজে অনুমেয় 😂😂

  • @SanatanBiswas-jy1yw
    @SanatanBiswas-jy1yw 16 дней назад +7

    আমি গৌৰৱ কৰা এনেকুৱা সেনাবাহিনী থাকিলে দেশৰ জনসাধাৰণ ও সাৰ্বভৌমতাৰ ভাবকি আহিব -----------। সেনাবাহিনীত থাকিলে কঠোৰ ও সাহসী হব লাগিব । জয় হিন্দ ।

  • @LakhiraniD
    @LakhiraniD 16 дней назад +11

    ভাগ্য ভাল মই যে BSF হব নাপালো নহলে এজনকো যাব নিদিলো হেতেন

  • @RASHIDUL3112
    @RASHIDUL3112 16 дней назад +6

    😢😢😢 amr BSF a সুৰক্ষিত নহয় যেন লাগিছে 😢😢😢😢 হাতৰ পৰা বন্দুক কাঢ়ি নিবলৈ চেষ্টা কৰিছে kio চাই থাকিল গুলীয়াই দিব লাগিছিল।

  • @ranjitmoran9696
    @ranjitmoran9696 16 дней назад +36

    BSF বিলাকে পইচা লৈ অসম ফালে বাংলা দেশী পাৰ কৰাই থাকে বুলি যে কয়, কিবা দৰ দাম নিমিলিল নেকি। নহলে ইমান সাহস কৰিবলে কেনেকৈ পাৰিলে।

  • @hopunmorisika8180
    @hopunmorisika8180 16 дней назад +31

    ভয়ানক অতি ভয়ানক

  • @East4090
    @East4090 16 дней назад +9

    গুলিয়াই নিদিয়ে কিয় এই জিহাদী সন্ত্ৰাসী বোৰক।ভয় কৰে নেকি বাংলাদেশক।

  • @patiri6937
    @patiri6937 16 дней назад +5

    jihetu BSF t job pua bur all Indiar beleg belg state r hoi ,so iyat junbur BSF juwan posting hoise haibur belag state r hoi..xihote amar AXOMOT Bangladeshi xumaleu aku farak nopore ,bcz xihote realise nokore jiman amar assamr manuhe ajone korileheten,So enkua situationt assamr pora BSF t pua burok enkua plct posting dibo lage ,then okoman holeu bangladeshi ahibo chance napabo...🙂🙂🙂🙂🙂🙂
    Apunalukor motamot dibo...........

  • @asmigomgaming7960
    @asmigomgaming7960 16 дней назад +10

    BSF এনেকৈ ৰাম ৰাম অসম বেটেলিয়ন দিব লাগে CM Sir

  • @sarojsaikia213
    @sarojsaikia213 16 дней назад +12

    কেলা ভাৰতীয় নাগৰিকৰ উপৰত বৰ মতা বাহিৰত ফুচ।

  • @ManasBora-j6z
    @ManasBora-j6z 16 дней назад +52

    Miya bangla vgau assam bachau 🤜🏾🤛🏾❤️🍃✌🏾

    • @MainulAli-w8n
      @MainulAli-w8n 16 дней назад

      😂

    • @Rdrolextuyo
      @Rdrolextuyo 16 дней назад

      Keita man hindu bangli o ase kin2 ulor logt bogori purar dore hbo tetiya aru sokut kukure mutisil nki anke to kobo lga nhoi

    • @deathrxgaming2943
      @deathrxgaming2943 16 дней назад

      @@MainulAli-w8nahili miya

    • @deathrxgaming2943
      @deathrxgaming2943 16 дней назад +1

      ​@@MainulAli-w8naxom khn gelai diso tohoti

    • @bhaskarjyotisaikia7290
      @bhaskarjyotisaikia7290 15 дней назад

      Okol Axom e nohoi, pura Bharat basabo hol. Bangladeshor pora miya Axomot ahi etia Bharotor beleg states tu gusi goise.

  • @chinmay-dekaa
    @chinmay-dekaa 16 дней назад +4

    চৰকাৰে ইমান ডাঙৰ ডাঙৰ প্ৰজেক্ট কৰিছে কিন্তু অসম ৰ সীমান্তত এখন উন্নত ফ্ৰেঞ্চিং দিব পৰা নাই

  • @surajitpatar8893
    @surajitpatar8893 16 дней назад +4

    বিশ্ব গুৰুৰ দেশৰ BSFৰ এনে দৰ্শা ।

  • @surendrasahariah9040
    @surendrasahariah9040 16 дней назад +3

    সীমান্তত টকা লৈ বাংলাদেশী অসমত আমদানি কৰা BSF ৰ এই অবস্থা হোৱাটোৱেই স্বাভাৱিক, কম দিনৰ ভিতৰত অসমীয়াৰ অস্তিত্বহীন অবস্থা অসমতেই হব।

  • @bituaxom1380
    @bituaxom1380 16 дней назад +4

    মইটো klhh গুলি কৰি দিলোঁ হৈ BSF হোৱা হৈ পাছত যি হয় হব আৰু

  • @ddtv7128
    @ddtv7128 16 дней назад +3

    সিমান্তত কৰ্মত BSF এ ৰাইফল লৈ কিবা লাভ আছে জানো যদিহে এনেকুৱা পৰিস্থিতি হয়, ইয়াতকৈ আৰু লজ্জিত একো নাই

  • @gautamdas5164
    @gautamdas5164 15 дней назад +2

    বাংলাদেশৰ সীমান্তত আৰু সেনা নিয়োগ কৰিব লাগে। বাংলাদেশৰ চুৰ‌ জাকৰ অলপ বেছিয়েই লাই পাইছে।

  • @Bikashchetri700
    @Bikashchetri700 16 дней назад +7

    . Respect force n don't touch gun

  • @debotoshdas9531
    @debotoshdas9531 16 дней назад +2

    ভাৰতৰ সেনা সীমান্তৰ দলক ক্ষমতা প্ৰদান কৰা উচিত

  • @sanjibbora1789
    @sanjibbora1789 16 дней назад +2

    এইয়াই আমাৰ দেশৰ সংবিধান ৰ নিয়মাৱলী ন?

  • @SomiranBoruahvlogs
    @SomiranBoruahvlogs 16 дней назад +5

    Forward to defence minister 😅

  • @bharat6818
    @bharat6818 14 дней назад

    😢😢 এনেকোৱা অৱস্থা আহিল নেকি আমাৰ চৰকাৰৰ

  • @dibakarsadhanidar8557
    @dibakarsadhanidar8557 14 дней назад

    Jaii Hind💪💪❤️

  • @Earth9295
    @Earth9295 16 дней назад +17

    মিঞা BSF আছে নেকি??? অসম😢 ক্ষাৰখোৱা সকলে বাংলাদেশ সীমান্তত পৰিয়ালৰ সদস্যসহ জীয়াই থাকিব নোৱাৰে তাৰ বাবে অভিজ্ঞতাৰ সম্মুখীন হৈ যাওক নহ'লে অসম বাংলাদেশ, পাকিস্তানৰ গ্ৰাস হ'ব

  • @kanakrabha3239
    @kanakrabha3239 16 дней назад +40

    আমাৰ bsf কেইটা মাইকী নেকি be

    • @kamalmadahi6793
      @kamalmadahi6793 16 дней назад

      Guli marilie dukhon deshr lgt kajia hoi jabo maikir kotha nai maribo pare,mararr pist tare sakori jabo,rifle tu loi goleo jabo marileo jabo,maribo2 pare kintu teor hat khon bandhi rakhise sarkare

    • @MayaLimbu-j8w
      @MayaLimbu-j8w 16 дней назад

      Wat the hell.

    • @kanakrabha3239
      @kanakrabha3239 16 дней назад

      @@MayaLimbu-j8w আপোনাৰ ইংৰাজী বাদ দিয়ক পাৰিলে বাংলাদেশী খেদা অভিযান আৰম্ভ কৰক।

    • @dreamwithxdk3901
      @dreamwithxdk3901 16 дней назад +2

      Bhai toi BSF neki a

    • @nilutpalsaikia9957
      @nilutpalsaikia9957 16 дней назад

      Usort ja gom.pbi

  • @Jyotish152
    @Jyotish152 16 дней назад +8

    কলা এটা firing কৰি দেনা কোন কত পলাই দিহা পাতটা নাই ।

  • @PulinSewali
    @PulinSewali 16 дней назад +11

    বাংলাদেশীৰ ওচৰত ভাৰতীয় সেনা জোৱান bsf য়ে হাৰ মানিলে । লাজৰ কথা । গোটেই world ‌য়েই জানিব ।

  • @jitukeot640
    @jitukeot640 16 дней назад +1

    This is sad reality of border area

  • @JayantaBorah-x1c
    @JayantaBorah-x1c 16 дней назад +2

    চব ৰাজনীতি, বন্দুক থাকিলেও গুলি কৰিব নোৱাৰে

  • @pranabdas6502
    @pranabdas6502 16 дней назад +3

    মই হব লাগিছিল তাৰ ঠাইত কেলা ৰাইফলৰ গুলী শেষ কৰি দিলো হৈ ।

  • @bikashpatowary4760
    @bikashpatowary4760 15 дней назад

    Nice 👍👍👍👍

  • @jayantasonowalsonowal98
    @jayantasonowalsonowal98 16 дней назад +9

    মানে BSF ক নিমখৰ বেপাৰী বুলি কয় কথা সছাঁ নহ'লে কিয় গুলি চালনা কৰিব নোৱাৰিলে

  • @anupkrdas6798
    @anupkrdas6798 16 дней назад +22

    কিয় গুলীয়াই দিব নোৱাৰিলে ।

    • @anupkrdas6798
      @anupkrdas6798 16 дней назад +1

      @nilutpalsaikia9957 এই ভাষ্য নিশ্চয় এজন ভাৰতীয়ৰ নহয় । তই নিশ্চয় বাংলাদেশী । লাজ লগা নাই ‌। ভাৰত বৰ্ষত থাকি ভাৰতৰে খাই এনে কথা কবলৈ ।

    • @sologer3025
      @sologer3025 16 дней назад

      Hoi bhai thike koisa toi​@@anupkrdas6798

  • @SanjaySubedar-i2q
    @SanjaySubedar-i2q 16 дней назад +5

    BSF Go back

  • @PranjalBorgohain
    @PranjalBorgohain 15 дней назад

    প্ৰতিবাদকাৰীৰ ওচৰত বন্দুক কক কৰা সুৰক্ষা বাহিনী দুখন দেশৰ geopolitics বাবে অস্ত্ৰবিহীন।😮

  • @obito______
    @obito______ 15 дней назад +1

    BSF 🤡

  • @ankithborah1818
    @ankithborah1818 16 дней назад +1

    This official should immediately be under custody

  • @kajalkalita2987
    @kajalkalita2987 15 дней назад

    Akhil gogoi jindabad....

  • @KamalDas-q7k
    @KamalDas-q7k 15 дней назад

    Mojja mojja .aru bangladesi aan

  • @drunkmonk_editz
    @drunkmonk_editz 16 дней назад

    নিউজ লাইভ এ এই আধৰুৱা বাতৰি ফুটেজ দেখাই কি প্ৰপাগণ্ডা প্ৰচাৰ কৰিব বিচাৰিছে বুজি পোৱা নাই 🤔

  • @nabajyotibaruah4150
    @nabajyotibaruah4150 16 дней назад +2

    এই জানোৱাৰ খোপাই আকৌ ভাৰতলৈ পলাই আহিলে চৰকাৰে ইহতক নাগৰিকত্ব দিব 😅

  • @SahilKhan-u8h1t
    @SahilKhan-u8h1t 16 дней назад +10

    Border security force 😂😂bsf ৰ ফুল meaning পইচা দি চাকৰি পালে এইবোৰ হৱ,, মাইকী দৰে আচৰণ ভাৰত, বাংলাদেশ border ট 😂😂লাজ লাগি যায় 😢😢কি কম ভাষা নায় আৰু দেশক কি সুৰক্ষা দিৱ 😂😂

    • @SanjibMili-hu3kv
      @SanjibMili-hu3kv 16 дней назад +2

      Mekhala pindi ghrot humai thak . Aap luk ka boski bat nahi hain

    • @GopuThapa-e2g
      @GopuThapa-e2g 16 дней назад

      BHAI ssc Dara ajugyo manuhau sakori pai hei karone para military force Ane avostha ,indian army thakile pokor dangi polale hoi Miya maksudur bur

  • @ajaanchoudhury944
    @ajaanchoudhury944 16 дней назад +5

    এটা বাংলাদেশী BSF আৰু দুটা ভাৰতীয় BSF ।

    • @subirchoudhury7098
      @subirchoudhury7098 16 дней назад

      ruclips.net/video/6SGd8O6-Lpo/видео.htmlsi=RVlDwF06akvj8hih

  • @07jeetblog85
    @07jeetblog85 16 дней назад +1

    Training aru arms katia kamot ahibo

  • @atozchallenge3773
    @atozchallenge3773 16 дней назад

    Bsf বৰ বাহিৰৰ ৰাইজৰ না, অসমত বঙাল হুমাল কি বল হল বুলি ভাবে কিজানি,😢

  • @ChandanBuragohain-s5i
    @ChandanBuragohain-s5i 16 дней назад +1

    এইকেইটা কি চাই আছে।

  • @OZEN999
    @OZEN999 15 дней назад

    Look at our BSF personnel 😂😂😂

  • @dipubora1394
    @dipubora1394 15 дней назад

    Axomot axomiyai jodi valkoi thakibo nuyaru ki hbo amar...

  • @Jintumani-x1m
    @Jintumani-x1m 15 дней назад

    Mojaaaaa

  • @riturajdas649
    @riturajdas649 15 дней назад

    ভাৰতিয় বুলি কব লাজ লগা হৈছে

  • @MikealPran
    @MikealPran 16 дней назад

    আগতেই ব্লেংক ফায়াৰিং কৰিছিল কি জানি। তাৰ বাবে পৰিস্থিতিটো‌এনে হল ।গুলীওৱাৰ অৰ্ডাৰ নাই বাৰু। কিন্তু ইমান ট্ৰেইনিং কৰি , তাকোটো সৰু সুৰা চিকিউৰিটি গাৰ্ডৰ ট্ৰেইনিং নহয়।

  • @monjitlahon7671
    @monjitlahon7671 16 дней назад

    ধৰ্মৰ ভিত্তিত এইবোৰকে আকৌ সমৰ্থন কৰে একাংশ সংখ্যালঘু এ।

  • @pinkuray9165
    @pinkuray9165 16 дней назад +1

    Shame shame BSF forces..

    • @bhutiyatv7154
      @bhutiyatv7154 16 дней назад +1

      @@pinkuray9165 kela firing order nai bangladesh border t

  • @Khoilary
    @Khoilary 16 дней назад

    ইয়াত দুটা কথা আছে....see more

  • @babluentertainment2845
    @babluentertainment2845 16 дней назад +1

    7 tah ase AK 47 12 tah guli khai mari thoi ah na.. dekha jab pisot ki hoi

  • @nironjandas7172
    @nironjandas7172 14 дней назад

    বাংলাদেশৰ ভিদিঅ যেন লাগিছে। আমাৰ ভাৰতৰ bsf জুৱান হয় জানো?

  • @simantabaishya8973
    @simantabaishya8973 16 дней назад +1

    Special DRAMA for upcoming Environment.

  • @rajkumarray2937
    @rajkumarray2937 15 дней назад

    This is really wrong. Where is the state and central ministry for this kind of condition. If this nation will play soft in every aspect then there will be no one to protect this country.

  • @HimantaDehingia-t1o
    @HimantaDehingia-t1o 16 дней назад

    সীমান্ত সুৰক্ষা ক্ষেত্ৰত এনে কোৱা হ'বলৈ হ'লে ইয়াতকৈ লাজৰ বিষয় নাই আৰু

  • @tumonbaruah1
    @tumonbaruah1 15 дней назад

    😂😂😂😂 কি ঘটি তো হব গৈ কেলা আমাৰ অসমৰ অসমিয়া কিতাক হলে খেদি খেদি গুলী কৰি মাৰে

  • @RahulRaj-zl9vh
    @RahulRaj-zl9vh 15 дней назад

    এই কেইটাৰ একো কাম নাই । হিহঁতি চাকৰীৰ পৰা অৱসৰ লব লাগে।

  • @kuheswarpayeng5813
    @kuheswarpayeng5813 15 дней назад

    Safety first

  • @bhimchapagain7681
    @bhimchapagain7681 16 дней назад

    It seems they are BDR not BSF. Plz verify the same before sharing

  • @biswajitbhatt9425
    @biswajitbhatt9425 16 дней назад +2

    বাংলাদেশীৰ শক্তি চাওক, ই আৰু কেইদিনমান অসমত সন্ত্ৰাসবাদ বিয়পাই দিব।

  • @babuldas4341
    @babuldas4341 16 дней назад

    এটা ফাইয়াৰ কৰিলে সকলোৱে পলাই যাব

  • @NobiHussain-rk7vz
    @NobiHussain-rk7vz 16 дней назад

    Ke duti kore b.s.f bilak . Nichoi b...s.f bilakor keba vull ase.... 😢😢😢😢😢😢😢😢😢😢😢😢😢😢

  • @abinashbora7983
    @abinashbora7983 16 дней назад +3

    Indian Armyr Assam regimentr naga a jonk nomai diok na jegat clr

  • @krishnagogoi1657
    @krishnagogoi1657 16 дней назад +1

    চিধা চিধি গুলী মাৰিব লাগে | জয় হিন্দ |

  • @MonJaai-w8b
    @MonJaai-w8b 15 дней назад +1

    Moi huwa hole gutei kitakei guliyai dilu hoi past sakori golew jauk

  • @sivaentertainment184
    @sivaentertainment184 16 дней назад

    Baas khekh?... Guli eta eta khihtr namot Ari dibo lagisil.. roi thakil kio... Jai hind ❤

  • @jitusaharia2780
    @jitusaharia2780 15 дней назад

    Lajor kotha BSF r karone .ai obostha😢

  • @JituAli-vd8xj
    @JituAli-vd8xj 15 дней назад

    Bharot soinik emn kom jor hol nk raifol karibo para hol aru ako koribo para nai ..😢😢😢

  • @abirajboruah8778
    @abirajboruah8778 16 дней назад

    Bordert iman kam hena kia baru hena bahav lage 🔥🔥🔥🔥 aru ihatr nisina burak guli mariboli permission thakiba lage Jai hind

  • @prasannakumardeka7235
    @prasannakumardeka7235 16 дней назад

    Take them into custody

  • @BanajitKalita-v4w
    @BanajitKalita-v4w 16 дней назад +1

    Bsf ko hataker indian army ya Assam rifles ko Baha per bhajna sahiye 😮😊

  • @kitchen23-z6
    @kitchen23-z6 16 дней назад

    Guliyai dib lage jodi juwan keyjonor kiba hol heten😢😢😢

  • @Babuofficial-r1s
    @Babuofficial-r1s 14 дней назад

    Border security force anekuwa hle kne koi hob dada hot
    2 round mn solai dib lgisil stt

  • @jintumanideka9071
    @jintumanideka9071 16 дней назад +1

    এই অৱস্থা BSF ৰ

  • @sklerningplatform5605
    @sklerningplatform5605 16 дней назад +1

    Bangladesh not friendship country for India
    Please action this incident

  • @apurbajyotiroy5147
    @apurbajyotiroy5147 16 дней назад

    😂😂😂this is our bsf...God protect us .

  • @Thugrag
    @Thugrag 16 дней назад

    Ei hol foreign policy xy del

  • @msm747
    @msm747 16 дней назад

    kibatu hl sage

  • @probinkumarkakati6151
    @probinkumarkakati6151 16 дней назад

    ভাৰত চৰকাৰে ওছৰৰ দেশক তেল মাৰি লাভ নাই ? ভাৰতৰ এইদৰেই যাৱ দিন কাল !

  • @bhimchapagain7681
    @bhimchapagain7681 16 дней назад

    They are Bangladesh Rifles jawan not BSF.

  • @mixerbangla9365
    @mixerbangla9365 16 дней назад

    বিনা কাৰণত কাৰোবাক গুলি কৰিলে কোনে এৰি দিব।
    বাংলাদেশী হৈছে কি হৈছে এতিয়া ।
    তাতেও মানুহ আছে । জতে তাতে গুলি নকৰি কিবা বুজি পিছত গুলি কৰিব লাগে