Fight with mother father - দুপৰীয়াৰ আহাৰ কত পাম এতিয়া - Dimpu Baruah

Поделиться
HTML-код
  • Опубликовано: 6 дек 2024

Комментарии • 6 тыс.

  • @ushabarman6698
    @ushabarman6698 4 года назад +926

    দিম্পু,তুমি সৰু ল'ৰা যদিও বহুত জ্ঞানী আৰু উচ্চ চিন্তা ধাৰাৰ।ধন্যবাদ থাকিল, তোমালৈ।তুমি আগুৱাই যোৱা ।

  • @tinkuassam8782
    @tinkuassam8782 2 года назад +38

    I like this topic. দিম্পু দা বহুত গুৰুত্বপূৰ্ণ কথা কেইটামান কলা। আশা কৰোঁ এই video টোৰ যোগেদি বহু অসমীয়া ল'ৰাই জীৱন নিৰ্বাহৰ সঠিক পথ বিচাৰি পায়।

  • @la2screationsgardening713
    @la2screationsgardening713 3 года назад +46

    সত্য কথা। এই মনোভাৱ সলনি হলেহে আমাৰ সমাজ সলনি হব।

  • @rupandeb9949
    @rupandeb9949 3 года назад +15

    Bahut bhal speech disa Tumi dimpu ,god bless you bro.

  • @arpitadutta6019
    @arpitadutta6019 3 года назад +14

    আপোনাৰ কথাবোৰ বৰ গঠনমূলক। বৰ সুন্দৰকৈ বুজাই কৈছে। কেৱল চৰকাৰী চাকৰিৰ পাছত দৌৰাতকৈ হাতে কামে লাগিলেহে নিবনুৱা সমস্যা কিছু পৰিমাণে সমাধান হ'ব।

  • @mamonidutta2510
    @mamonidutta2510 3 года назад +9

    Dimpu xosai xundar kotha koisa .. God bless you always...

  • @pranjaldutta6163
    @pranjaldutta6163 4 года назад +50

    সচাকৈ বহুত অনুপ্ৰাণিত হলো। অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগত খাপ খোৱা এটা সুন্দৰ বাৰ্তা আগবঢ়ালা।❣️

  • @diliphaloipathak5592
    @diliphaloipathak5592 2 года назад

    দিম্পু,সচাকৈ বহুত গুৰূত্ত্বপূৰ্ণ কথা কৈছা ।আজিৰ সময়ত বেলেগ ধৰণৰ কথা চিন্তা কৰিবৰ সময় হল ।কিছুমান মানুহে বুজি পোৱা নাই যে ব্যাবসায়ৰ জৰিয়তে হাজাৰ জনক চাকৰি দিব পাৰি ।বহুত ভাল লাগিল তুমাৰ চিন্তা ধাৰা ।

  • @pushpadhartamul6495
    @pushpadhartamul6495 5 лет назад +353

    Dimpu Daa J Eman Mozzah Video Bur Bonua...Bohut Val lage...June June Dimpu Daak Val Pua Like Kora🖒🖒🖒

    • @dhritimankalita
      @dhritimankalita 5 лет назад

      Bro mor channel to please ebar soa,aru channel to subcribe koriba mor channelot technical aru blog video paba axomiat please koa

    • @dhritimankalita
      @dhritimankalita 5 лет назад

      Soa bro

    • @gitikaborah4199
      @gitikaborah4199 5 лет назад

      Im the one

    • @jimmyuso8946
      @jimmyuso8946 5 лет назад

      Aitu ki vedio bonai . bekar .

    • @inasarma2746
      @inasarma2746 5 лет назад +1

      Deba Pratim 👍👌

  • @merijabegum5185
    @merijabegum5185 3 года назад +12

    দিম্পু তুমি একেবাৰে সঁ‌চা কথা কৈছা। তোমাৰ ভিডিঅবোৰ চাই ভাল লাগে। তোমাৰ উপস্থাপন খুবেই ভাল লাগে।

  • @Sanjayprofootball
    @Sanjayprofootball 2 года назад +8

    Dimpu da অতি সোন্দৰ ভিডিঅ অপুনি নৱযুগৰ লৰাৰ পেৰনা হয়! এই মনোভাৱ সলনি কৰিব লাগিব । তেতিয়াই আমাৰ দেশৰ নিবনুৱাৰ সমস্যা দুৰ হব । জই আই অসম 🙏

  • @sherryburagohain1472
    @sherryburagohain1472 3 года назад +80

    বহুত সঁচা কথা৷মাক দেউতাকবোৰৰ এনে মানসিকতা সলনি কৰাৰ সময় হ’ল৷

  • @Mainamou
    @Mainamou 4 года назад +50

    সচাই বৰ ভাল লাগিল । সকলো ল'ৰা ছোৱালী এনেদৰে ভাবিলে বহুত উন্নতি হ'ব আমাৰ অসমৰ । মই নিজেই ব্যৱসায়ৰ লগত জৰিত । মই গৌৰৱ কৰোঁ আমাৰ পৰিয়ালৰ সকলো মানে মোৰ মানুহ জন , দাদা আৰু ভিনদেউ একোজন সফল । আমি সকলোৱে শিক্ষিত ।

  • @gowala84
    @gowala84 5 лет назад +10

    বহুত বহুত ধন্যবাদ ,,এনেকুৱা চিন্তা কৰা মানুহ সমাজত লাগে ...

  • @runnerboy3240
    @runnerboy3240 4 года назад +530

    দিম্পু দাৰ বাবে সকলোৱে Like এটা কৰা ধন্যবাদ।

  • @jadabbharali1843
    @jadabbharali1843 2 года назад +14

    দুপৰীয়াৰ আহাৰৰ লৰা সকলক আশীৰ্বাদ কৰিছোঁ
    তেওঁলোকৰ ব্যৱসায় উন্নতিৰ পথত দৌৰি যাওক ।
    লগতে দিম্পুকো ধন্যবাদ এনেধৰণৰ কৰ্মস্পৃহা থকা লৰাবোৰক উচ্চাহিত কৰা বাবে 🙏🙏🙏

  • @jashimahmedlaskar4344
    @jashimahmedlaskar4344 3 года назад +24

    Dimpu Dada good talent good talking so much better

  • @mintumishra4548
    @mintumishra4548 4 года назад +92

    Dimpu, 100% true. Thanks to give such as video in your blog. Salute

  • @dhrubajyotinath3937
    @dhrubajyotinath3937 3 года назад +6

    সঁচা কথা... সেইবাবে অসমৰ মানুহক অকামিলা কয় যে নিজে একো নকৰে ,যেনেকৈ ষ্টেচনৰ কুলি বা ঠেলাআলা বা চাউলৰ বেপাৰী বা নাপিত বা মচি বা ধবি এইবিলাক বিহাৰৰ পৰা বা অইন ৰাজ্যৰ পৰা আহি অসমত কাম কৰে আৰু আমিবোৰ হাত বান্ধি বহি থাকো. (কামৰ সৰুবৰ নাই,সকলো কামেই ভাল মাত্ৰ চোৱাৰ প্ৰকৃতি বেলেগ বেলেগ)।👍

  • @kalpanakalita2749
    @kalpanakalita2749 2 года назад

    খুব সুন্দৰ ভিডিঅ' । দিম্পুৱে মাক-দেউতাকৰ লগত কৰা কাজিয়াৰ লগত সংগতি ৰাখি খুব সুন্দৰ বাৰ্তা বাহক ভিডিঅ'এটা আগবঢ়ালে। হয়, মাক-দেউতাক বোৰে নিজৰ নিজৰ ল'ৰা-ছোৱালী বোৰক কেৱল চাকৰিৰ উদ্দেশ্যৰে আৰু বহুত টকা ঘটি ডাঙৰ মানুহ হোৱাটোৱেই উদ্দেশ্য বুলি পঢ়াব নালাগে। শিক্ষাৰ উদ্দেশ্য অকল সেইটো নহয়।
    ল'ৰা ছোৱালী য়ে সেই শিক্ষাৰে সংস্কাৰী, দয়াশীল এজন ভাল মানুহ, আৰু নিজকে স্বাৱলম্বিতাৰে নিজক প্ৰতিষ্ঠা কৰাৰ লগতে আন দহজনক বা হাজাৰ জনক জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে এটা শুদ্ধ ৰাস্তা দেখুৱাব পাৰে। জীৱনত কৰিবলৈ বিভিন্ন কাম আছে। শিক্ষা অনুযায়ী যিয়ে যেনেকৈ পাৰে বিভিন্ন কামত আত্মনিয়োগ কৰি জীৱন টো উদযাপন কৰিব পাৰে। মাথোঁ লাগিব নিজৰ প্ৰতি আত্মবিশ্বাস,ধৈৰ্য্য শক্তি, আৰু প্ৰেৰণা।
    তেনেকৈও সন্তানে ডাঙৰ মানুহ হ'ব পাৰে । এই কথা খিনি আমাৰ সকলোৰে মৰমৰ দিম্পুৱে খুব সুন্দৰ কৈ বুজাই দিছে।

  • @muhikantanath6591
    @muhikantanath6591 2 года назад +42

    Dear Dimpu , I hope this will be a good message to our society and the young generation will realize what they are actually doing .

  • @amitkumardas4543
    @amitkumardas4543 4 года назад +14

    Iman young age ot Iman mature apuni.. thank you so much for raising this topic..

  • @sangitashappybox5467
    @sangitashappybox5467 5 лет назад +5

    Dimpuda apunak salute dilu dei.. Mojja kotha koise.. Bohut vl lagil

  • @lalitakalita3701
    @lalitakalita3701 2 года назад

    বৰ সুন্দৰ পদক্ষেপ 👌🏽👌🏽👌🏽
    অসমত এনে ধৰণৰ ব্যবসায়ৰ বৰ দৰকাৰ

  • @snd5541
    @snd5541 5 лет назад +6

    The quotes of a.p.j abdul kalam was a great.and you too nicely explained that in assamese or own language.thqnks bro

  • @18robiul
    @18robiul 4 года назад +68

    Motivational speaker of Assam 🙏

  • @user-rl2sg1ev6z
    @user-rl2sg1ev6z 5 лет назад +574

    আলু বেপাৰী আৰু কেৰাণী ৰ উদাহৰণটো বহুত ধুনীয়া লাগিছে দিম্পু দা ।😂😂😂😂😂

  • @parimalroy4688
    @parimalroy4688 Год назад +1

    Dimpu da you are a motivational speaker

  • @hasenbasir314
    @hasenbasir314 5 лет назад +24

    Thanks a lot for this message. Thank you so much dimpu da

  • @tutumonichetia5827
    @tutumonichetia5827 3 года назад +52

    দিম্পু তোমাৰ কথা বিলাক বৰ ভাল লাগে । তুমি আৰু আগবাঢ়ি যোৱা ভগৱানে তোমাক মঙ্গল কৰক ।

    • @bvlogs6482
      @bvlogs6482 2 года назад +3

      Nijor lora suwaliku aneke bhalke Kobo😌

  • @vivekrajput6175
    @vivekrajput6175 4 года назад +9

    Its happens with me also
    You are right bro
    Love from Guwahati Assam

  • @rahulmalakar999
    @rahulmalakar999 3 года назад +2

    Dimpu sir ekdom right kotha koise apuni thank you Joy aai assom

  • @himjyotimahanta8531
    @himjyotimahanta8531 5 лет назад +21

    Absolutely right about the mindset of our society. We should separate education and career. People should understand first and foremost mission or vision of education is learning or gathering knowledge..

  • @ajitdeka3128
    @ajitdeka3128 4 года назад +119

    Dimpu baruah is the of best RUclips's in assam

  • @anandgowala8662
    @anandgowala8662 4 года назад +119

    You are right bro. I suport your valuable speech. I m aslo facing this situation.

  • @bhaskarsarma863
    @bhaskarsarma863 Год назад +1

    দিমপুদা বহুত ভাল কথা কৈছে

  • @amitroyar7107
    @amitroyar7107 4 года назад +54

    Right Dimpu. I have been facing this since my graduation. Its ok we will change this concept.

  • @भारतमाताकीजय-घ9ट

    100% right dimpu dada🇮🇳🇮🇳

  • @paragkalita4888
    @paragkalita4888 5 лет назад +8

    U r legend bro..u alwys speaks d true facts

  • @barashadeka6759
    @barashadeka6759 2 года назад +1

    Dimpu da akdm xosa ktha koise right💯🙌vidio tu dhuniya lgile👍

  • @MrJoybora
    @MrJoybora 5 лет назад +10

    Moy tumar videobur maje make saw, I think this is the best video you have ever made, great thinking & great advice for youth. Thanks

  • @gajiur7868
    @gajiur7868 4 года назад +46

    বহুত ভাল কথা এটা কৈছা, ধন্যবাদ তোমাক

  • @mdnavi3943
    @mdnavi3943 2 года назад

    বহুত ভাল কনতেন্ট, এতিয়া আহিব জেচিবি আৰু ৰিয়েলিস্টিক অসম নামৰ দুটা গাধ, লাগি যাব দিম্পুক সমালোচনা কৰিবলৈ।

  • @luitporia7630
    @luitporia7630 5 лет назад +7

    বৰ ভাল লাগিল ।
    এনেবোৰ কথা ইমান সহজ সৰল ভাষাত বুজাই দিয়াৰ বাবে ধন্যবাদ ।
    উঠি অহা প্ৰজন্মক নতুনকৈ কিবা এটা কৰাৰ দায়িত্ব আমাৰেই ।
    আমাৰ ফালে ও পাক এটা মাৰিবলৈ অনুৰুধ জনালো সকলোকে please
    👆👆👆👆👆👆👆👆

    • @inasarma2746
      @inasarma2746 5 лет назад

      লুইতপৰীয়া LuiTpoRiA 👍

  • @jyotimoykonwar4669
    @jyotimoykonwar4669 5 лет назад +4

    দিম্পু বৰুৱা for the first time comment কৰিলোঁ তোমাৰ ইয়াত, বহুত ভাল মেছেজ এটা সৰল ভাষাত বুজাই দিলা ।।।। 👌👌👌

  • @binodboro5660
    @binodboro5660 3 года назад +5

    My favorite RUclipsr is Dimpu Baruah in Assam 😉

  • @shankarjyotibhuyan8709
    @shankarjyotibhuyan8709 Год назад

    বেলেগ দিছা এই চাট । আৰু আগবাঢ়ি যোৱা মোৰ ফালৰ পৰা মৰম ভালপোৱা আশীৰ্বাদ থাকিল।

  • @bulbulsaikia9313
    @bulbulsaikia9313 5 лет назад +147

    সচায় দেই তুমি খুব ভাল কথা কইচা। বতমান চলি থকা সচা কথাৰ ওপৰত তুমি ভিডিওটো বনাইছা । 👍

  • @thewowclips2871
    @thewowclips2871 4 года назад +101

    9:16 best motivating line for today's youth. Actually I didn't subscribe to your channel but after this video I'm doing it. Love you bro ❤

  • @pradakshinakalita5080
    @pradakshinakalita5080 4 года назад +14

    সঁচাকৈ আমাৰ মানুহবোৰৰ চিকিৎসক , অভিযন্তা এইবিলাকে । প্ৰতিযোগিতাৰ দৌৰত নমাই দিছে নিজৰ লৰা ছোৱালীক কিন্তু সন্তানৰ ও যে কিছুমান নিজা সপোন আছে এইবিলাক তেনেই নগণ্য তেওঁলোকৰ আশা বোৰৰ ওচৰত । তেওঁলোকৰ মতে কৰিলে সন্তানে কষ্ট নাপাই ভবিষ্যতে সেই ভাবি কয় কিন্তু সন্তানে মনৰ শান্তিৰ বাবে কৰিব নোৱাৰে আনৰ শান্তিৰ বাবে হে কৰিব লগা হয়। প্ৰত্যেকেই নিজৰ মা দেউতাক ভাল পায় সেইকাৰণে মা দেউতা ৰ সুখৰ বাবে নিজৰ সুখ বিষৰ্জন দিয়া লৰা ছোৱালী বহুত আছে।।
    দাদা আপোনাৰ video সমূহ সঁচাই বহুত শিকিবলগীয়া।। আমাৰ নৱপ্ৰজন্ম ৰ সকলোৱে এনেকৈ আপোনাৰ দৰে কাম কৰি গলে দেশৰ উন্নতি সঁচাকৈয়ে হব।।
    ধন্যবাদ দাদা🙏🙏
    আপুনি আগবাঢ়ি যাওক।।

  • @Itspurnimaa
    @Itspurnimaa 2 года назад

    Bhut right কথা kole apuni । চিন্তাধাৰা বোৰ holoni korilehe hb 👍

  • @অনুভৱৰউপত্যকা

    It's really motivational video

  • @bolenrahangbolenrahang1414
    @bolenrahangbolenrahang1414 5 лет назад +11

    your concept is also right Dimpu da..

  • @paranjyotimrg
    @paranjyotimrg 4 года назад +4

    Very nice video.I appreciate your theme and anchoring delivery style

  • @Pritom____king07
    @Pritom____king07 3 года назад +1

    দিম্পু দাদা তুমাৰ ভিডিঅ বোৰ চাই বহোত ভাল লাগে তোমাক বহোত বহোত শুভেছা থাকিল ।তুমি যাতে আৰু আগ বাহি যোৱা তাৰে পাৰ্থনা যনাইছো ।

  • @wonder6694
    @wonder6694 5 лет назад +11

    I think this is the best video.. And true video of my life... I have already shared this video to my all friends... Thanks you so much for this wonderful video... 💝

    • @ashimsarma2179
      @ashimsarma2179 2 года назад

      আজিলৈকে চাকৰিৰ পাছত দৌৰা নাই স্বাধীন ভাবে ব্যৱসায় কোৰি আছো নাজানো জীৱনটো কিমান দূৰ আগুৱাই যাব পাৰো

  • @bimoltokbi6500
    @bimoltokbi6500 5 лет назад +25

    Dimpu Daa I love u..
    for giving us this kind of inspiration and knowledge..
    we love u from Golaghat.

  • @s.kchennel.5760
    @s.kchennel.5760 4 года назад +4

    দিম্পু দা আপোনাৰ ভিডিওবোৰ বহুত ভাল লাগে ।

  • @entertainmenttv9871
    @entertainmenttv9871 2 года назад +2

    Dimpu Tumar kotha bur buhut bhal lagil, great 👍👍you speak always reality. When change our some thinking then devlope our society....

  • @sofikulhoque8862
    @sofikulhoque8862 5 лет назад +18

    ATA new mind set thanks jonuwar babe,,,aru last r example tu khub vl lgil,,,aru anekua video bonaba plz

    • @XYZBHASKAR
      @XYZBHASKAR 5 лет назад

      Ji koisa Mur lagot pura milise vaiti

  • @papumahalia7385
    @papumahalia7385 3 года назад +8

    😭😭😪😥EKDOOM RIGHT DIMPU DA

  • @shakirabegum9425
    @shakirabegum9425 5 лет назад +7

    Very good brother...i like your language....i am always with you broo...i follow your thinking

  • @dayaramrabha5696
    @dayaramrabha5696 2 года назад

    Dimpu da apuni eman val kotha koi dili tar baba. Apunaloi dhoinobad

  • @debajanisarma1673
    @debajanisarma1673 4 года назад +34

    Apuni ejon terrific motivational speaker...

  • @baidurjyakalita799
    @baidurjyakalita799 5 лет назад +14

    Dimpu da akdom mur Mon r vdo bonaisa...moio sakori t k business besi vll pau aru business a korim future t....akdom mjhhh topic t vdo 2 dsa... thanks thanks thanks again and again🙏🙏🙏

  • @deepjyotidas5082
    @deepjyotidas5082 5 лет назад +14

    I honestly appreciating you for this wonderful video, muru same sakorir problem aasil but atiya moi business Kori satisfied myself and my parents too

  • @jilmildekachoudhury2174
    @jilmildekachoudhury2174 2 года назад

    অতি সুন্দৰ তোমাৰ চিন্তা ধাৰা দিম্পু ।

  • @rahulborah9188
    @rahulborah9188 4 года назад +7

    Hats off brother.....a great opinion from you....Thanks

  • @epshitasvlogs7186
    @epshitasvlogs7186 4 года назад +12

    ডিম্পু মোৰ মা এইধৰণৰ কথা মোক কৈ থাকে কাজিয়া লাগি থাকে সেয়ে

  • @suhelhassan136
    @suhelhassan136 5 лет назад +8

    Dimpu da u r great👍 i support you 😊

  • @jannatulferdausjannat5180
    @jannatulferdausjannat5180 2 года назад

    Dimpu da tumi jikhini kotha koisa thikei koisa.. asolte amar homaj khonot enkuwai soliase.. bohut bhal lagil tumar kotha keita xuni..

  • @prodipgondofficial2078
    @prodipgondofficial2078 5 лет назад +29

    সকলোৱে যদি মালিক হৈ চাকৰি কোনে কৰিব।হয় বিপৰীত চিন্তাধাৰাৰ প্ৰয়োজন। কিন্তু,চাকৰিৰ লগতে ব্যৱসায়কো ইমানেই গুৰুত্ব দিয়া উচিত যিমান এটা চাকৰিক।

  • @HIMASHREE-i3e
    @HIMASHREE-i3e 3 года назад +16

    Dimpu dada k kone kone Val pai (mane like) kore eaat ata ata like kariboa

  • @technologykumar4815
    @technologykumar4815 4 года назад +9

    Woww dimpu ki disa dei complement it's really nice

  • @jerryhairart446
    @jerryhairart446 2 года назад

    Bahut bhal information......,, Man sui gol 🙏🙏🙏

  • @sharmisthadas3932
    @sharmisthadas3932 4 года назад +32

    His partner would be the luckiest. From Assam. Watching it from Delhi since one year.

  • @nerdyfitnesstv4927
    @nerdyfitnesstv4927 5 лет назад +4

    The first video i liked about you .....you speaked logically and rightly .....and content wise was for first time relevant....stay blessed...!!!

  • @babulocalvideoupldr4649
    @babulocalvideoupldr4649 3 года назад +16

    ভাল লাগিল ভিডিঅ টো....লাভ ইও দিম্পু দা..❤

  • @goneshtanti2008
    @goneshtanti2008 2 года назад

    Thank you dimpu daa khub vl lge apunar video kiba kibi bhut hikibo pua jai ..... love you ❤️

  • @amritboro7234
    @amritboro7234 5 лет назад +5

    Bohut valuable kotha koisa tumi Dimpu aru follow korile bohut bhal hobo life.

  • @pranjalpathak4566
    @pranjalpathak4566 5 лет назад +7

    Mojjja dimpu da. Mind-blowing vedio

  • @indianwanderess18
    @indianwanderess18 4 года назад +16

    Good videos and specially good thoughts.

  • @bandanarabha6668
    @bandanarabha6668 3 года назад +1

    Dimpu tomi kowa kthaa bor xosai diya👍👍

  • @ranjitabegum7940
    @ranjitabegum7940 4 года назад +10

    ধন্যবাদ ,ধূনীয়া দিছা দেই মোৰ অন্তৰ চুই গৈছে

  • @gholumolu4284
    @gholumolu4284 5 лет назад +40

    Hahahah dimpu Da apunak kin2 manisu aru. bor dhuniya kotha koi dila.i like you 👍👍👍👍

  • @letslivelife93
    @letslivelife93 4 года назад +44

    অলপ দিনৰ আগতে মই আৰু মোৰ বন্ধু দুজন মানে এই টো Topic'ৰ উপৰতে কথা পাতি আছিলো, আৰু আপুনি বহুত ধুনিয়াকে গোটেই কথাখিনি বুজাই দিছে। আপোনাৰ চিন্তুাধাৰাক Hats off! 👍🏻👍🏻
    NO. 1 RUclipsr Of Assam For a Reason ❤️❤️❤️

  • @purnimanath6088
    @purnimanath6088 3 года назад

    Dimpu bhi . Oh god kajiya . Tumi thikai koisa bhi . Tumar kotha bilkul sosa . Kintu ma daywtar logot kajiya nokoriba bhi . God bless you dimpu . Thank you .

  • @bharatboruah9221
    @bharatboruah9221 3 года назад +7

    দিম্পু দাদা তোমি যে মা দেউতাৰ লগত কাজিয়া লাগি ঘৰৰ পৰা উলাই নাই যোৱা হে বাবে তোমাক ধন্যবাদ দিছো জন্মদিয়া মা দেউতাৰ কথা তোমি বোজি পালা যে তোমি বহুত জ্ঞানী দিম্পু দা👍🙏

  • @sanjaydeka2846
    @sanjaydeka2846 5 лет назад +4

    মনৰ কথাষাৰ (চিন্তা বোৰ) কোৱা বাবে অশেষ ধন্যবাদ।

  • @bhaskarxetry608
    @bhaskarxetry608 5 лет назад +13

    Hi Mr. Dimpu I really enjoy this fight with mothe and father video .keep making same kinds of video some more . Thank You

  • @Gaurabshorts02
    @Gaurabshorts02 2 года назад

    Ai video Tu dia deri hol kintu bohut ogyani maak bapeke buji pabo 🥰🥰👍👍👍👍val bohut video Tu sai 🥰🥰👍👍thanks🌹🌹🙏

  • @hirakjyotikalita5439
    @hirakjyotikalita5439 5 лет назад +7

    Dimpu Daaaa.... Always love you 😘😘😘

  • @tapashimahanta6621
    @tapashimahanta6621 3 года назад +7

    Ekdom hosa kotha..khoob bhal lagile..u r really talented..keep shining

  • @islamicknowledgewithraihan4651
    @islamicknowledgewithraihan4651 4 года назад +35

    Definitely brother I hope also that. If people think as your thinking they will be suscesful.

  • @amitamarak639
    @amitamarak639 2 года назад

    Very good idea Dimpuda sai bhut mind lagise

  • @janane-yt
    @janane-yt 5 лет назад +28

    Awesome.... Entrepreneurship...iyak koi develop yourself, the country will develop automatically.

    • @dhritimankalita
      @dhritimankalita 5 лет назад +1

      Please mor channel soa aru subcribe kora

  • @jeautirabha43
    @jeautirabha43 5 лет назад +4

    Dimpu da bhut vl lgel aru val ata motivation palu apunr pora hosakoi kotha khini real koise aru anakuwai hoi ase ajir jugot apunr hokolo video t ke aitu video tu bhut bhut vl lgel dada.. jay aai akhom..

  • @pjr5639
    @pjr5639 2 года назад +3

    From this to today's DB ❤️

  • @Musical_Assam98
    @Musical_Assam98 2 года назад +1

    সুন্দৰ ডিম্পু দা 👍 আশাকৰোঁ আপোনাৰ এই ভিডিঅ'টো চাই অসমৰ জনসাধাৰণৰ মনোভাৱ
    কিছু পৰিমানে হ'লেও সলনি হ'ব। আশাকৰোঁ সকলো পিতৃ মাতৃ য়ে তেওঁৰ সন্তানৰ মনৰ দুখ আৰু বেদনাবোৰ বুজি পায়। 👍👍❤️❤️❤️