LIVE | Iran-Israel War Update | সেনাক যুদ্ধলৈ সাজু হোৱাৰ নিৰ্দেশ ইৰাণৰ | N18G

Поделиться
HTML-код
  • Опубликовано: 24 окт 2024

Комментарии • 9

  • @NayanjyotiGogoi-h1h
    @NayanjyotiGogoi-h1h 3 часа назад +1

    যুদ্ধ ই শান্তি নানে। সাধাৰণ জনতাৰ হে মৰণ।

  • @cristiano55-u4g
    @cristiano55-u4g 3 часа назад +2

    misa kotha

  • @anjimabasumatary1666
    @anjimabasumatary1666 3 часа назад +2

    🇮🇱🇮🇱🇮🇱🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🙏🙏🙏

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 3 часа назад

    আক্ৰমণ আক্ৰমণ আক্ৰমণ

  • @nilatrahba7404
    @nilatrahba7404 2 часа назад

    gd news mem💗👌👍

  • @mukulphukan2258
    @mukulphukan2258 Час назад

    তৃতীয় বিশ্ব যুদ্ধ হবৰ বাবে বা গোটেই বিশ্ব জয় কৰা শক্তিধৰ দেশ হিচাপে ইৰাণৰ কোনো ধৰণৰ পাৰফমেন্স নাই। মাঠু ইৰাণ দেশৰ ক্ষেপনাষ্ট মিছাইলহে আছে। এইবিলাক মিছাইল প্ৰতিহত কৰিবলৈ কেইবাখনো শক্তিশালি দেশৰ নিজাববীয়াকৈ অস্ত মজুত কৰি থৈছে। ইৰাণৰ তৈল নগৰিৰ পৰা তৈলক্ষেত্ৰত কাম কৰা বৰ্হিদেশৰ ইঞ্জিনিয়াৰ,শ্ৰমিক সকলক যুদ্ধ ঘোষণা কৰাৰ আগেয়ে নিজ দেশলৈ স্হানান্তৰিত কৰিলেহে ইজৰাইল আৰু ইৰাণৰ মাজৰ প্ৰকৃত যুদ্ধখন স্পষ্টৰূপত দেখা পোৱা যাব। ইৰাণে এই নিতি পালন কৰিবলৈ দ'ম নাই। কাৰণ এই নিতি পালন কৰা মানে ইৰাণৰ সকলো তৈলক্ষেত্ৰৰ লগতে নগৰ-মহানগৰ আদি ধ্বংসস্তূপত পৰিণত হব। গতিকে ইৰাণে কৌশলগতভাৱেহে ছেগা-চোৰোগাকৈহে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে।

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 2 часа назад

    Ahejar nohoy duhajar he ,al jajirar batorimote.

  • @dipak-mk3yg
    @dipak-mk3yg 2 часа назад

    it"s need to research why conflict between islam and other religion over in world what they want