ভাগৱত পাঠ আৰু ব্যাখ্যা - ধৰণী গীতা (অন্তিম খণ্ড)। বসুমতীয়ে কিয় ক্ৰন্দন কৰিছিল? ৰণ্টু শইকীয়া।

Поделиться
HTML-код
  • Опубликовано: 2 ноя 2024

Комментарии • 18

  • @bapdhankoch7927
    @bapdhankoch7927 3 месяца назад +2

    Krishna Krishna bap jona Val lagil 🙏🙏🙏🙏🙏🙏

  • @hiranyabora9936
    @hiranyabora9936 4 месяца назад +2

    কৃষ্ণ

  • @ramcharandeka9143
    @ramcharandeka9143 3 месяца назад +2

    Krishna Krishna Krishna Krishna Krishna Krishna Madhava Ram Ram Ram Krishna Hari

  • @pallabikagohain5720
    @pallabikagohain5720 4 месяца назад +2

    🙏🙏🙏🙏

  • @jaganathsonowal2365
    @jaganathsonowal2365 4 месяца назад +2

    🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏

  • @aswinisarma5048
    @aswinisarma5048 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ, বাপ বৰ সুখ অনুভৱ কৰিলোঁ ।পিছে সকলোৱেই যদি এইখিনি বুজিলেহেঁতেন দেশত ইজনে সিজনে টনাআজোৰা কৰি অসুখি হৈ নাথাকিলেহেঁতেন। ভালে থাকা সুখেৰে থাকাৰ কামনাৰে।

  • @JunuDutta-js8yp
    @JunuDutta-js8yp 4 месяца назад +2

    জয় গুৰু শংকৰ ধৰণী গীতাৰ বাখ্যা ভাল লাগিল ধন্যবাদ কোটি কোটি নমস্কাৰ জনালো

  • @pallabikagohain5720
    @pallabikagohain5720 4 месяца назад +2

    কৃষ্ণ বাপ জনা আপোনাৰ সুন্দৰ ব্যাখ্যা ও বৰ্ণনা শুনি পৰম আনন্দিত ও উপকিত হলো কৃষ্ণ কৃষ্ণ

  • @birenbarmon-nz3gf
    @birenbarmon-nz3gf Месяц назад +1

    কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ সুন্দৰ নিদৰ্শন বাপ সদায় যেন সুনিব পাও কৃষ্ণ কৃষ্ণ

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব ঊ

  • @birenbora4213
    @birenbora4213 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ।

  • @bhairabjyotidas2963
    @bhairabjyotidas2963 2 месяца назад +1

    Ram Krishna Hari ❤

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 2 месяца назад +1

    Krishna Krishna 🙏🙏

  • @anjumalasaikia2608
    @anjumalasaikia2608 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @chittaranjanbaruah2542
    @chittaranjanbaruah2542 4 месяца назад +2

    প্ৰভু আপোনাৰ অমৃত্ময় ভাগৱত
    চৰ্চা শুনি বৰ আপ্লুত হওঁ। পাৰে যদি প্ৰথম স্কন্ধৰ পৰা ধাৰাবাহিক ভাৱে প্ৰচাৰিত কৰিলে ভক্ত প্ৰাণ ৰাইজ বহুত উপকৃত হব। অনুৰোধ থাকিল চিন্তা কৰি চাব চোন। কৃষ্ণ।

  • @keshabbora7742
    @keshabbora7742 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pallabikagohain5720
    @pallabikagohain5720 4 месяца назад +3

    কৃষ্ণ বাপ জনা আপোনাৰ চৰণ পংকজে সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ

  • @RanuHazarika-l5v
    @RanuHazarika-l5v 4 месяца назад +2

    🙏🙏🙏