Ahiba Edin Akou (আহিবা এদিন আকৌ) - Durgamoyee Bora

Поделиться
HTML-код
  • Опубликовано: 24 янв 2025

Комментарии • 8

  • @BHUBANESWARSAIKIA-tf8me
    @BHUBANESWARSAIKIA-tf8me 5 месяцев назад

    বহুত ভাল লাগিল বাইদেউ 🎉🎉🎉🎉

  • @chanadra
    @chanadra 2 года назад +1

    Mind blowing, ❤️ touching, my favourite song. Thanks to DurgamoyeeBora Baidew & Sri Hiren Gohaindeo Thanks a lot. Many Thanks to SWARAJ.

    • @swaraz
      @swaraz  2 года назад

      Thanks for listening

  • @chanadra
    @chanadra 2 года назад +1

    আহিম এদিন আকৌ আহিম গান শুনা যে আজি হ'ল আধৰুৱা -----------

    • @swaraz
      @swaraz  2 года назад

      ধন্যবাদ 😊

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +1

    ইমান সুন্দৰ গীত আপলোড কৰিছে! সুপ্ৰতিষ্ঠিত গীতিকাৰ কেশৱ মহন্ত দেৱৰ কথাৰে আৰু সুপ্ৰতিষ্ঠিত সুৰকাৰ হীৰেন গোহাঁই দেৱৰ সুৰেৰে এটি কালজয়ী সৃষ্টি। সেই সৃষ্টিক দৰদী শিল্পী দুৰ্গাময়ী বৰা বাইদেউৱে কন্ঠেৰে চিৰসেউজ ৰূপ দিছে। তেখেতৰ গায়কী অতি উচ্চ মানদণ্ডৰ।আশীৰ দশকতে তেখেতৰ বহুতো গীতে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছে।"তোমাৰ বাবে আছো বাট চাই, এই যে সন্ধ্যা বেলা....","অ চিনাকী চিনাকী গাওঁৰে, চিনাকী চিনাকী ঘৰৰে..(গীতিকাৰ-বিনোদ পাঠক) ","আজি শৰতৰ প্ৰথম কুঁৱলী
    সৰিছে,আজি চাগে তোমাৰ মোলৈ মনত পৰিছে,(গীতিকাৰ-দীনেশ বৈশ্য,সুৰকাৰ-মনজিৎ হাজৰিকা)আদি গীতবোৰ চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়।এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ 🙏.

    • @swaraz
      @swaraz  2 года назад

      বহুত বহুত ধন্যবাদ 😊

  • @panchanansarma7844
    @panchanansarma7844 5 месяцев назад

    মোৰ প্ৰিয় গান