ককাৰ শ্ৰাদ্ধ বা সকামৰ নিয়ম ভাগো অন্ধবিশ্বাস🙏🏻Dangoria ahise atori diok

Поделиться
HTML-код

Комментарии • 18

  • @lkgogoisworld7191
    @lkgogoisworld7191 2 месяца назад +2

    সকলো মানুহৰে নিজৰ সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত ৰীতি-নীতি আচাৰ-অনুষ্ঠানেৰে ভগৱানক উপাসনা কৰাৰ অধিকাৰ আছে । তাক লৈ আনে উপলুঙা কৰা অনুচিত ।

  • @dhi1222
    @dhi1222 2 месяца назад +2

    101% right kotha koise.....

  • @zgnayan6988
    @zgnayan6988 2 месяца назад +2

    Dada akdom xosa kotha koise💯

  • @desiz1107
    @desiz1107 2 месяца назад

    Correct bro

  • @hritamkashyap
    @hritamkashyap 5 дней назад

    বিশ্বাসটো ডাঙৰ কথা ,বিশ্বাস নাথাকিলে পৃথিৱীখন অনিয়মেৰে ভৰি পৰিল হেতেন

  • @hritamkashyap
    @hritamkashyap 5 дней назад

    গছক ৰঙা কাপোৰ পিন্ধাই পূজা কৰাতো বৃক্ষ সংৰক্ষণৰ পদক্ষেপ

  • @budheswarnath6516
    @budheswarnath6516 2 месяца назад

    সুন্দৰ কথা কৈছা লাবু ❤❤ ।

  • @bijuraaj9
    @bijuraaj9 2 месяца назад

    Bhout Val lagil .... Love from Nalbari dada

  • @MrinmoyBezbaruah-vl6sx
    @MrinmoyBezbaruah-vl6sx 2 месяца назад

    101% right .

  • @acousticthunu8453
    @acousticthunu8453 2 месяца назад

    Labu da love from Balipara chariduar

  • @mrjumanphangsang6942
    @mrjumanphangsang6942 2 месяца назад +1

    Right 🫡👍

  • @RabinMedhi-vp9bt
    @RabinMedhi-vp9bt 2 месяца назад

    30 মিনিটৰ video আছিল, টানি টানি যে 11 মিনিটত সমাপ্ত কৰিছে , ধন্যবাদ দাদা 😂 বহুত ভাল লাগিল কথা চেনি 😂

  • @HappyProteaFlower-jv4ss
    @HappyProteaFlower-jv4ss 2 месяца назад +3

    য়েছ য়েছ একমত ,,,, অসমীয়াই গাহৰি খাই কাৰণে মুছলিমেও‌ খাব লাগিব নেকি,, মুছলিমেও গৰু খাই কাৰণে অসমীয়াও খাব লাগিব নেকি,,, এতিয়া হিন্দু মুছলিম,গৰু, গাহৰি, কুকুৰ, মেকুৰী, গাধ সকলোৱে চিঞৰি আছে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, আঁতৰি দিয়ক,,,,,

    • @its_avhi163
      @its_avhi163 2 месяца назад

      😂😂😂

    • @RabinMedhi-vp9bt
      @RabinMedhi-vp9bt 2 месяца назад

      আঁতৰি ডিয়ক ক্লা 😂😂

  • @subirdutta4488
    @subirdutta4488 2 месяца назад +1

    জুৱাৰী মাষ্টৰ

  • @probalkhataniar2919
    @probalkhataniar2919 2 месяца назад

    😂😂কি হব আমাৰ ??

  • @sumeshurang4250
    @sumeshurang4250 2 месяца назад

    Aji kali ji kunu kam koriboloi hole 🥃🥃🍷🍷🍾🍾 aey bostu to lagey😂😂😂😂😂😂😂 nohole kam nohoi