মহেশ দায়ে জনোৱাটো বৰ ভালো হৈছে, বাগানৰ কতৃপক্ষৰ কোনো দুখ নাই আমি চালানধাৰী সমূহে চলি দিনৰ ভিতৰত জমা দিব লাগে। গতিকে সকলো চালানধাৰীয়ে অহা বিল সমূহ সময়মতে দিবলৈ অনুৰুধ জনালো। বিল সমূহ সোনকালে পালে সকলোৱে ভাল লাগে ।মহেশ দায়ে জনোৱা বাবে ধন্যবাদ থাকিল।Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.60018 37126kliye Press and hold an item to pin it.Press and hold an item to pin it.
গৌৰীজনী সন্দেহবাদীটো হৈয়ে লগতে মানুহক ভাল ব্যৱহাৰ ও কৰিব নাজানে। ৰাকেশক কেনেকৈ ক'লে। ASI sir r মান সন্মান শেষ কৰি দিলে। সকলোৰে আগত sir k কেনেকুৱা কৰে।
Yes bro .. from starting of beharbari... I never ever missed any episodes .. but one of the bowring and irritating character of this entire part .. hope the maker remove her from this serial.. so irritating... Bakwaas
গৌৰীৰৰ over reacting একদম চাবলৈ মন নাযায়, বাকী সকলো থিকেই আছে। নহলে গৌৰীক পাঞ্জাবলৈ পঠাই দিয়ক । অতি সোনকালে Team Behar bari Outpost. ইয়াৰ পিছতো যদি প্ৰত্যেক খণ্ডত দেখা পাওঁ তেনেহলে বেয়া ভাষাৰে সমালোচনা কৰিম ধন্যবাদ Team BBOP.
Kk da , Singh sir, mohon , ic sir, beauty, taramai , basu da, and Moni bow thakile bhut vall lage mor ...... Plzz ata episode t gotai keijonok dexa pam buli xaxa thakil........ Today episode.... Singh sir, rakash ♥️♥️♥️ best...
গৌৰী জনী উলালে মোৰ দৰে কাৰ কাৰ ধাৰাবাহিক খন চাব মন নযায় লাইক এটা দি দিবা।
অনুগ্ৰহ কৰি গৌৰীক নেদেখুৱাই ভাল সন্ধিয়াটো বেয়া হয় যায়
Right
একদম সঁচা কথা
হৰ ভজন সিং ৰ মাত কথা বোৰ স্পষ্ট ..সুন্দৰ অভিনয় কৰিছে । সম্ভৱ হ'লে গৌৰী জনীক আঁতৰাই দিয়ক ।
হয় ।এই গৰাকীক আতঁৰাই দিয়ক
মহেশ দায়ে জনোৱাটো বৰ ভালো হৈছে, বাগানৰ কতৃপক্ষৰ কোনো দুখ নাই আমি চালানধাৰী সমূহে চলি দিনৰ ভিতৰত জমা দিব লাগে। গতিকে সকলো চালানধাৰীয়ে অহা বিল সমূহ সময়মতে দিবলৈ অনুৰুধ জনালো। বিল সমূহ সোনকালে পালে সকলোৱে ভাল লাগে ।মহেশ দায়ে জনোৱা বাবে ধন্যবাদ থাকিল।Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.Copied text is stored in the clipboard for 48 hour.60018 37126kliye Press and hold an item to pin it.Press and hold an item to pin it.
Right
Gouri joni ohar pora beharbari xaboloi mon nujuhaihe hol mur
Xosa kotha koise apuni akmot....fal2 lagise tair karone
গৌৰীক কেলা এক গটা মাৰি উলিয়াই দিয়ক না, চাব মন নাই সেইপাটক 🤮🤮, বাকী ❤😍😘, Love you team BOP❤
Nice
Um xosa k koisa ear overacting hoi ase
Muro sabo mon nai faltu
Irritating re.
অ সঁচা দেই Overacting ki dukan😅
সিং ছাৰৰ পত্নী য়ে অলপ বেছি কৰিছে,, বাকী সকলোৰে অভিনয় বহুত সুন্দৰ 🙏
Aijonik otorabo lage
গৌৰী জনিৰ মাতটো কিবা শুনিব মন নাযায় 😏
তেনেকুৱা ভাষা কোৱা মহিলা বোৰৰ মাতবোৰ এনেকুৱাই নেকি 😂🤣 পে পে পে ৰো একে😐
Hosake pai. Heijoni ulalai mur math2 grom hoi jai. Kenekua joni
@@rajashreesaikia4531 Matha gorom koriboi ahe jjj 🤣hei karone matha gorom hoi ko
Mattu hunile sehera tu dekhilei khong uthe.
Right
নতুন চাৰৰ কইনাতো ৰ কাৰনে চিৰিয়েল খন কিবা চাব মন নোযোৱা হল
akdom right koise
100%Right
Muru same
Really
100%right
সিং চাৰ আপোনাৰ অভিনয় ভাল লাগিছে ।থানা খন পুৰা জমাই আছে। জিতুল দাক যে মনত কৰাৰ বাবে ধন্যবাদ। Nice script.
সিং চাৰ abhinaya bhut vl lge kinto সিং চাৰ wife aku vl nlge xe Karane sa vl nologa hoise
Jitul❤
@@bitudas5526 q¹
00
জোখতকৈ বেছি অভাৰ সন্দেহ কৰিলে চাব ভাল নালাগে। আগতেই চাই ভাল লাগিছিল 🥲
Yes
জয় সিং sir ভোলানাথ😮 আপোনাৰ মানুহ জনি 1নম্বৰ সন্দেহ কাৰি অ 😅😅 এনেকে হলে আমাৰ হব লগা মানুহ জনিও 1নম্বেৰি সন্দেহ কাৰি দাংকাতি হব🥴🥴
আৰু তাইক উলিয়াই দিয়ক আৰু হেই বনৰিক চাব মন জুৱানাই
গৌৰি ক পকা চৰ দুতা দিব লাগে।।ণতুণ চাৰ জণে
নতুন নতুন চৰিত্ৰই ধাৰাবাহিকখনৰ মাদকতা নাইকীয়া কৰিছে । হৰ,লুটু,সুস্মিতা,গাৰ্গ চৰিত্ৰৰ ব্যক্তিসকলক পুনৰ আনিব লাগে ।
Garg bhal nlge
How many KK,SI sir and Mohan's Fans here,like below 👇👇
দীনে দীনে ফতুৱা হৈ গৈ আছে, সেই নলবাৰী জনি আতৰাই দিয়ক
Gou hoi goisi
গৌৰীজনী সন্দেহবাদীটো হৈয়ে লগতে মানুহক ভাল ব্যৱহাৰ ও কৰিব নাজানে। ৰাকেশক কেনেকৈ ক'লে। ASI sir r মান সন্মান শেষ কৰি দিলে। সকলোৰে আগত sir k কেনেকুৱা কৰে।
দুই চৰ দিব লাগে তাইক
Ai gouri jonik dexibo mon nujuwa hoise first vl lagibo buli vabisilu atiya kamur loga hoise daiii xodai aketai husbandk xibdex xaitu a km aru 😒😑 bki soboke vl lageee😊❤
Assamese sirial beharbari sai val lage gowri ohar pora sabole mon najai bohute koise pliss next time gowrik uliyai dibo tai nisina aktor val nalage
ASI sir jonor wife jonir aacting aku val nalage to be honest... KK n mohon obihone serial khn vl nalage ekdm..
গৌৰী বান্ধৰীজনীক ওলিয়াই দিয়ক ছিৰিয়েল খন চাব মন নোযোৱা হৈছে এজনীৰ পৰা কেলা পাখৰী
Tor sabo eisa na nasabi
Right mekurii jonii
এই অদৰকাৰী দুটা ওলাই যোয়াই নাই। বৰ বেয়া লাগে এই দুটাক চাই
এইখণ্ডটি বৰ ভাল লাগিল। সকলো।সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
The Gauri character is so irritating
Really
Same here
Hosakoi
Really
Yes bro .. from starting of beharbari... I never ever missed any episodes .. but one of the bowring and irritating character of this entire part .. hope the maker remove her from this serial.. so irritating... Bakwaas
সিঙৰ পত্নীৰ ভাষাটো শুনিব মন নাযায় অ ভাল নালাগে৷
Ekdom fotua lage xeijonik
Patha sagoli nisina mat tu
নতুন পত্নী গৰাকীক দেকিলে আৰু চাবলে মন নোহোৱা হয়
সকলো শ্ৰমিক লৈ শ্ৰমিক দিৱসৰ শুভেচ্ছা থাকিল ❤️✨
গোলাঘাট ৰ পৰা মৰম জাছিলো 🌝💫
Same too you
Thsnks
🥰🥰🥰🥰
গৌৰী জনী মস্ত ফকতিয়া, এই জনী দেখিলে চাব মন নাজাই
Same to you
l love you❤😘 zubeen da👑❤❣️❣️ king👑❤❤
Zubben da king hoi king ❤
Singh sir ৰ বাইদেউ জনীৰ লগাত চাই অলপ বেছি কৰে । বাইদেউ জনী নহ'লে ভাল লাগে 😅
Richa bai I Love you 2 moy tumak bohut besi Val Pang Love you 2 Richa bai ❤️❤️❤️❤️
জয় জুবিন দা ❤🎉
গৌৰী জনীক আঁতৰাই দিয়ক এক দম ফালটো অভিনয় কৰে
গৌৰীৰৰ over reacting একদম চাবলৈ মন নাযায়, বাকী সকলো থিকেই আছে। নহলে গৌৰীক পাঞ্জাবলৈ পঠাই দিয়ক । অতি সোনকালে Team Behar bari Outpost. ইয়াৰ পিছতো যদি প্ৰত্যেক খণ্ডত দেখা পাওঁ তেনেহলে বেয়া ভাষাৰে সমালোচনা কৰিম ধন্যবাদ Team BBOP.
আজি কালি beharbari outpost 1দিনত বহুত view আহিছে ❤❤😊😊
আজি ep টো কোনে কোনে ভাল পালা ❤😂
গৌৰীৰ কৰ্ম কাণ্ড সমুলি ভাল নালাগে। বাকী সকলো থিক আছে ।
Mojja❤
ruclips.net/video/cC6uXnD8zTs/видео.html
Mojja
Pliss request korisu..gouri thakile beharbari sabole mon najai soboke val lage only gowrik otorai diyok 🙏🙏🙏
Basumotary ❤
Singh sir@vishnunath , xundor obhinoy. Keep it up, aru aaguwai jua❤.
হৰভজনৰ মানুহজনীৰ অভাৰ একটিং অলপো ভাল নালাগে
বহুতে বেছি দেখাই গৌৰী জনীয়ে অলপো ভাল নালাগে কিবা 🙂🙂
গৌৰী বেছি বেছি কৰে 🤑🤑🤑
Love ❤ you zubeen daa😊
Karubar premot iman premik nhoi sage jiman prem sing sir or jitul daar gaan aruh bhupen hazarika r babe❤
এই ঢেকেৰীজনী সিঙৰ ঘৈণিয়েকজনী য়ে মহা কামোৰ দি থাকে দেই!
গৌৰী চৰিত্ৰটো এটা অত্যন্ত আমনিদায়ক।
Kk da , Singh sir, mohon , ic sir, beauty, taramai , basu da, and Moni bow thakile bhut vall lage mor ...... Plzz ata episode t gotai keijonok dexa pam buli xaxa thakil........
Today episode.... Singh sir, rakash ♥️♥️♥️ best...
গৌৰীজনীক উলিওৱা বন্ধ কৰক😑 নহ'লে মই আন্দোলন কৰিম 😒😔
ধুনীয়া episode ❤️❤️❤️
গৌৰী বোলা জনীক তামোল পাণ এটা দি বিদায় দিয়ক আৰু। কালকেতুৰ নিচিনা কামোৰ হৈছে আৰু।
Singh siror wife r acting kiba Val nalgei ha
যেতিয়া কিন্তু সিংৰ পত্মীজনীয়ে দেখিব তেতিয়া হে গান কোনফালে যায় 😂😂😂
Miss you kk da
Richa bai Moja 🌺🌺🌺🌺
Bosu daa's head is brighter than my future
Why not
What a comment. Wah
😂😂
Yes
Nice
জ্বলে বুকু মোৰ নিৰলে নহয়,নিৰৱে 😢 যি মৰম সাচিছিলো গোপনে নহয়, মনতে 😪, ইমান ডাঙৰ ধাৰাবাহিক এখনে ইমান ডাঙৰ ভুল কৰিব নাপায় দেই,, এনেকুৱা সন্মান তেখেতক আপোনালোকে নিদিলেও তেখেতে বেয়া নাপায় দিয়ক 😢😢
Hoi apuni thik kotha a koise, hodai sao aikhon dharabahik, agot k besi fotua hoise 😢, guru gukhai nomona hoise 😊, ki kom sob Toka Toka aru Toka 😅
Hoi dei kotha tu
Agote adinu tekhetor uporot ata episode nobonale, atia Aiya honman dise 😂😂😂
Misa kua ny apuni, laaj paisu ami o 😢
Belegok neglect kori hole o ihotok TRP lage 😢
Gaouri Love you Tumi bahut cute hoi❤😊🥰
We are Miss KK Sir Aru Mohan 💜
❤️ from Tamulpur💜❤️🙏
English r class tu KK sir a dile neki
Ahi ase jubin da majulile ❤️❤️
কাম নাই আৰু এ হাল চাই চাই আমনি লাগিছে,, আৰু বেছিদিন ওলাই থাকিলে চুৱাই বাদ ডিম আৰু
গৌৰীক গুৰ মাৰি উলিয়াই দি অভাৰ একটিঙৰ দোকান
এটা কথা বুজি নাপাওঁ...সেইজনী সদায় সদায় থানাত কি কাম থাকে...
তাকেই। কিয় আহে জানো সেইজনী । তাই ওলালে চাব মন নাযায়। অদৰকাৰী জনী
Gouri jonir babe aru Beharbari out post sabo bad dibo lgibo 😭
Basu Dak vl lage😊
Miss you mukuta dada🥀
Richa bai Congratulations 🤗🤗🤗🤗
Gouri asake bhal nalage
Richa bai Moja Lagise Video tu Sai 😍😍🥰🥰
Kk mohan beauty ba htko olp uliabosun tetia val lagibo❤
Love you Zubeen daa🙏🙏😍☺️😘
Gourik val nalage sai
Waiting ❤❤ep
Thikai kolija
পাৰে জদি গৈৰিক বদলাই দিয়ক
ফকতিয়া কেইটামানক আনি show টো বৰবাদ কৰিব লৈছে ।। আমনি লাগি গৈছে ধুৰ ।
গৌৰিক খেদিব হ'ল
সকলোকে ভাল লাগে। গৌৰী ধুনীয়া আছে ❤❤❤
KK DA MUHON DA NI 😢😢😢. MISS KORSU HA 😢😢😒
গৌৰীবোলাজনীক আতৰাব লাগে। নহ'লে বেহাৰবাৰীৰ গৰিমা ম্লান পৰি গৈছে।
Gouri k akebare val nalage 😢 please acting tu alp val korok
Waiting❤️❤️❤️❤️🙏🙏💝💘💝💘
Vall nalage
এই বান্ধৰীজনীক আহিবলৈ নিদিব অলপো ভাল নালাগে ইমান সন্দেহবাদী মাইকী থাকে না ওলিয়াই দিয়ক
গৌৰীৰ অভিনয় অলপ বেছি হৈছে নেকি।Sing sir মজ্জা
গৌৰী চৰিএ টো আলপো ভাল লগা নাই কিনতু পাৰিলে অলপ বেলেগ
Waiting 🥰🥰🥰
গৌৰীক কিবা ঙাল নালাগে 🤥😏
Love from Nagaon ❤️
সুন্দৰ
Nice❤❤❤❤❤❤
সিং চাৰ ৰ wife বেছি কৰে অভাৰ এক্টিং হয়গৈ, নিববী দৰে
Waiting for ep👀
Waiting ❤
Without mohan and kk da beharbari is too boring
Gouri jonik val nalage
Gouri scene skip deii😂
জিতু দাক সঁচা বহুত ভাল লাগে ,তেওঁ গান শুনিলে মন টো বৰ ভাল লাগে ,জিতু দা🙏
গৌৰিক অলপ অব্যাহতি দিয়ক 😒😒
Panjabi Munda & Nol baira apii 2k mororm lage ❤❤❤❤ nice Jodi
গৌৰি বোলাজনীৰ মাতটো শুনিয়েই খঙ উঠিছে ছাগে সকলোৰে।🙃
Mojja Dimpu Daa 🔥🔥
Singh or wife jonik ulai diyok monuj da please nohole beharbarioutpost flop hobo hoise ru tata by by dibor time ahil bop tu👍 👍👍
Nalbariya to val nalga hoise, alop besi hoise acting to
Um mojja