BRAJENJIT SINHA : ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে অভিযোগ কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ। N18V

Поделиться
HTML-код
  • Опубликовано: 27 ноя 2024

Комментарии • 29

  • @pareshmech3760
    @pareshmech3760 3 дня назад +2

    ভাল লাগিল মানুহ জনৰ কথাবোৰ , এনে ব্যক্তি বিধায়ক হোৱাৰ যোগ্য বুলি ভাৱো মই । দল যিয়েই নহওঁক কিয় ।

  • @JatinBasumatary-pf5rn
    @JatinBasumatary-pf5rn 3 дня назад +4

    বন্ধু তুমি থিক কৈছা। চিন্তা নকৰিবা 2026 চনৰ বাবে সাজু হোৱা । শুভেচ্ছা থাকিল।

  • @julhaz3336
    @julhaz3336 3 дня назад

    100% correct saying.

  • @BirenDoley-fq3wh
    @BirenDoley-fq3wh 3 дня назад +6

    Saying very tight,,,

  • @luxgygaming3154
    @luxgygaming3154 3 дня назад

    আপোনাৰ কথা বতৰা খিনি ভাল লাগিল কিন্তু আপুনি বাছি লোৱা কংগ্ৰেছ দল দলটো ভাল নালাগিলে গতিকে আপোনাক মনৰ পৰা ভোট টো দিব বিচাৰিও মোৰ ভোট টো দিব নোৱাৰিম কাৰণ মই কংগ্ৰেছক ভোট দিব নোৱাৰোঁ..

  • @sivanathbhuyan-go9zq
    @sivanathbhuyan-go9zq 3 дня назад +1

    ধন তন্ত্ৰ

  • @brahmanandadutta7357
    @brahmanandadutta7357 3 дня назад +1

    কংগ্ৰেছৰ দিনত কিমান উন্নয়ন হৈছিল জনসাধাৰণে নিশ্বয় দেখিছিল।

  • @ranjitkumardas4470
    @ranjitkumardas4470 3 дня назад +2

    আপুনি এজন ভাল মানুহ উচ্চশিক্ষিত কিন্ত দলৰ চিলেকচন........

  • @kandarpa2622
    @kandarpa2622 3 дня назад +1

    Hello Mr Anchor ! Do not use wrong pronounciation. Not 'Sinha' but "Singha" ,title of Koch Rajbongshi people of Assam(Kamatapur Kingdom).

  • @CHATRAJITROY
    @CHATRAJITROY 3 дня назад +1

    BJP Zindabad

  • @KM-tc3oe
    @KM-tc3oe 3 дня назад +1

    BONGAIGAON OR TOWN ROAD BHAAL NOHOY BOHU DINOR PORA.

  • @bikashborah2639
    @bikashborah2639 2 дня назад

    B J P 👍👍👍👍👍

  • @jaubd8ce9
    @jaubd8ce9 3 дня назад +2

    Its surpriseing that a person of Singha sir's stature got defeated from Bongaigaon LA . Voters from India really lack awareness n always fail to elect the deserving candidate. God save the Indian democracy. 😊

  • @PapluDutta-tl6wo
    @PapluDutta-tl6wo 2 дня назад

    আপোনাৰ দলটো পৰিয়াৰ বাদ নহয় হয়নে

  • @shibanath4741
    @shibanath4741 3 дня назад +2

    Harile bout kotha hulai, nije ki koribo lage take bhabibo lage

  • @DilipDoley-s5m
    @DilipDoley-s5m 3 дня назад +1

    Rokibule he bule poriyalkandrik buli koisil kintu fonibhukhonor potni poriyalkendrik nohoy naki kotha akhar ASE baliloi zi pat hugriboliu akepat

  • @premkumardas5543
    @premkumardas5543 3 дня назад +1

    Open Poisa dhali jikise

  • @successias7163
    @successias7163 3 дня назад +2

    2025 t BJP t join koribo..

    • @jugalkishore3934
      @jugalkishore3934 3 дня назад

      Toi ki bhabiso sobai bjp bihari koni supa nathake aru majot jonma hua dol ata emen utpat hodai nathaka

  • @hiranmayedeka2520
    @hiranmayedeka2520 3 дня назад +2

    মানুহৰ কথা বিশ্বাস নকৰিব। মুখত এটা কথা কয় পেটত এটা কথা। মুখৰে কোবা কথাই ভোটত জিকাব নোৱাৰিব। পেটত লুকাই থকা কথা ভোটত জিকিব পাৰি । বঙাইগাঁওৰ ৰাইজে ফণীধৰ চৌধুৰী বঙাইগাঁও ৰাইজেই জন্ম হোৱাৰ পৰা ভোট দি আহিছে । আপুনি ধপাতকৈ আহিলে আপোনাক কি ভোট দিব। ৰাইজেই আপোনাক চিনি পাব লাগিব। কংগ্ৰেছ পৰা যিয়েই ৰাজনৈতিক কৰিব জিবনত কেতিয়াও জিকিব নোৱাৰিব। যদি অসমৰ জনতাৰ হৈ কাম কৰিব বিচাৰিছে বিজেপিৰ নেতা হৈ কাম কৰক জনতা মৰমৰে আকোৱালি লব । কংগ্ৰেছ চৰকাৰ দেশৰ প্ৰধানমন্ত্ৰী নাই।

  • @jugalkishore3934
    @jugalkishore3934 3 дня назад

    Pm bjp aru cong asa val ka sabo

  • @minudas7981
    @minudas7981 3 дня назад

    লুভীয়া মানুহৰ মাজত প্ৰচাৰ কৰিও লাভ নাই ।এখন ঘৰত দুজনক ভোট দি ৰাইজে পঠাই দিব ইচ্ছা আছিল দিছে । অনুৰোধ কৰো দুয়ো জনে বাঘেশ্বৰী পাহাৰৰ আধৰুৱা মন্দিৰ টো বনাই দিব ।শুনিব পাইছো ফনি ভুষন ডাঙৰীয়াই 1st MLA হোৱাৰ পিছত খুটাবোৰ আৰম্ভ কৰিছিল কিন্ত আশাহত কৰিলে ।

  • @tamanna2813
    @tamanna2813 3 дня назад

    Jamuguri ki porialbadi nai hua

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se 3 дня назад +1

    Samugurit bhal hol nea nai haitu. kobo mohahoi😅😅😅