১ বিঘা মাটিত নেপিয়াৰ লগালে কিমান জনী ছাগলী পালন কৰিব পাৰি?

Поделиться
HTML-код
  • Опубликовано: 10 сен 2024
  • Hi friends
    I am Krishna Sharma your host & Dost
    Welcome to our RUclips channel SWAGATAM farming tips
    About this video
    ১ বিঘা মাটিত নেপিয়াৰ লগালে কিমান জনী ছাগলী পালন কৰিব পাৰি বিতংভাবে তথ্য দাঙি ধৰা হৈছে।
    About this channel
    Friends এই Channelৰ মাধ্যমেৰে ছাগলী আৰু বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ খেতিৰ ওপৰত ভিডিঅ' দিয়া হয়। কি কি ঘাঁহ ছাগলীৰ বাবে উত্তম হয়, কোনটো ঘাঁহত কি কি vitamins and minerals থাকে, কি জাতৰ পালন কৰিব লাগে, ছাগলী পালনত কিমান লাভ হয়, গড়াল কেনেকুৱা হব লাগে, ছাগলীক কি কি বেমাৰ হয়, ছাগলী কেনেকৈ কিনা বেচা কৰিব লাগে, এইবিলাক information দিয়া হয়। Scientific পদ্ধতি অৱলম্বন কৰি ছাগলী পালনত আমি কেনেকৈ উপকৃত হ'ব পাৰো ইয়াৰ ওপৰত ভিডিঅ'দিয়া হয়।
    Our channel playlist
    ছাগলী সম্বন্ধীয় Videos playlist
    • Goat related videos
    ছাগলীৰ ঘাঁহ সম্বন্ধীয় Video's playlist
    • Grass for Goat & Cow
    SWAGATAM farming tips all videos playlist
    • SWAGATAM farming tips
    SWAGATAM farming tipsৰ উদ্দেশ্য
    অসমৰ নিবনুৱা সমস্যা কিছুপৰিমানে হ'লেও হ্ৰাস কৰাত সহায় কৰা আৰু যুৱক আৰু যুৱতীক কৰ্মমূখী আৰু স্বাভলম্বী কৰা।
    যদি আপোনালোকক SWAGATAM farming tipsয়ে উপকৃত কৰিছে তেনেহলে Channelটো Like, Share, Comments & Subscribe কৰিব।
    #assamgoatfarm #goatfarmassam
    #blackbengalgoatfarm #assamhillgoat
    #localgoatfarm #goatfarm #smallgoat
    #grassforgoat #goatfeed #goatfarm
    #supernapier #amazonsupernapier
    #smartnapier #rednapier #giantking
    #australianrednapier #ginigrass
    #subabul #napier #goat_disease
    #goat_food_poisoning #grass_in_flood
    #dhansia #gliricidia #betel_goat_farm
    #cross_breed_goat #Vitamin_b_complex_deficiency
    #sagoli_palan #assam_sagoli_palan #local_sagoli_farm_assam #local_sagoli_farm #assam_goat_farm #assam_goat_market #assam_goat #goat_farm_nagaon #assam_goat_farm_video #goat_farm_tezpur
    #ছাগলীৰ_ফাৰ্ম #ছাগলীৰ_খাদ্য #ছাগলী_ফাৰ্মত_লাভালাভ #ছাগলীৰ_বেমাৰ #ছাগলীৰ_দানা
    Smart napier, Super napier, Australian red napier, Giant king, Napier co4, Gini, Subabul, Hari patti, gliricidia, Local goat, Black bengal goat, Assam hill goatৰ বাবে যোগাযোগ কৰিব।
    SWAGATAM farming tips
    Kaliabor, Nagaon
    8638035590
    Thank you

Комментарии • 141