Jorhat aru Sivsagar baxi raije apunak nisstto bhabe joyee korabo...the most efficient MP of India... So irrespective of the party every1 will vote for you
Late tarun gogoi was a hero not a property lover. We are proud of him. Moi hurur pora congress lover. Really he is a good candidate, i we are his supporters. Congress jindabad.
নৱপ্ৰজন্মৰ ভোটাৰ হিচাবে আপোনাক সমৰ্থন কৰি যাম..শুভেচ্ছা থাকিল।
গৌৰৱ গগৈয়ে অসমীয়াৰ গৌৰৱ বঢ়াব নিশ্চিত।
মই কোনো ৰাজনৈতিক দলৰ চাপৰ্টাৰ নহয়।কিন্তু সন্মানীয় ৰাইজ,গৌৰৱক হাৰিবলৈ দিয়া মানে অসম হাৰি যাব।অসমৰ এটা জ্বলন্ত প্ৰতিভা নোমাই যাব।হে অসমবাসী ৰাইজ গৌৰৱক এই সময়ত সহায় কৰক।।
110 parcent right
সঁচা কথা কৈছে আপুনি 🎉
Jorhat aru Sibsagar'r raije kothakhini upolodhi korok...ahok ami Gourav da.k bipul bhut.t joyee kori dekhai diu....
Right
Right
God bless you
একনায়কত্ত বিজেপি নিপাত জাওক। কংগ্ৰেছ জয় হওক।
গৌৰৱ গগৈ জিন্দাবাদ❤❤।গৌৰৱ গগৈ ১০০%জয়ী হব
ৰাইজৰ উপকাৰ যিজনে কৰিব ঈশ্বৰ তাকে সকলোসময়তে সহায় কৰিব
আপোনাৰ পিতৃ নাই, কিন্তু আমি আছোঁ, অসমৰ সৰ্বসাধাৰণ ৰাইজ আছে।আপুনি চিন্তা নকৰিব।আমি আপোনাক জিকামেই।জয় আই অসম।।
Thanks.
শুভেচ্ছা জ্ঞাপন কৰিলোঁ গৈৰৱ দাদা 💐
Welcome gourav gogoi Tumi mathu aguai jua
গৌৰৱ গগৈ আমাৰ গৌৰৱ, অসমৰ গৌৰৱ । আমাক এনে এজন সংসদ লাগে যি সদনত গৰজি উঠিব পাৰে । যি আমাৰ সমস্যা বোৰ সদনত উত্থাপন কৰিব পাৰে । নিমাতী কন্যাৰ দৰে সংসদ ৰ প্ৰয়োজন নাই যি নিৰ্বাচন ৰ আগ মূহুৰ্তত ভুমুকি মাৰে ।
Thanks
গৌৰৱ গগৈ জিন্দাবাদ। গৌৰৱ গগৈৰ নেতা পোৱাটো অতি দুৰ্লভ। অসমৰ ভবিষ্যতৰ মুখ্যমন্ত্ৰী
গৌৰৱ দা আমি আছো আপোনাৰ লগত😊
।।তেখেতক মৃতক পিতৃৰ লগতে নেদেখা জন গোহাঁইয়ে তেখেতৰ লগতে আগন্তুক অসমৰ উন্নতিৰ প্ৰকল্পে কৰিছে সহায়।। আমিও জনাইছোঁ আশিবাদ আগবাঢ়ি যাওক।।
Look Sobhar Strong Voice Gourab Gogoik Vote diyok.
শুভকামনা নিশ্বয় সদায় থাকিব,বিজয়ী হৈ আহিব আপুনি
Next cm assam আমাৰ গৌৰৱ গগৈ, আমি গৌৱৰ গগৈক জিকামেই
gourav gogoi jindhabad
গৌৰৱ গগৈ তুমি অসমৰ গৌৰৱ। আগুৱাই যোৱা ঈশ্বৰে ভালেই কৰিব।বিবেক থকা সছা ভোটাৰ ৰাইজে শুদ্ধ বিচাৰ কৰিব।
হে প্ৰভূ কৃষ্ণ... সদায় তুমি এইজন মানুহক কৃপা কৰিবা। একু নাই চাৰ জগতৰ পিতৃ শ্ৰী কৃষ্ণ প্ৰভূৰ কৃপা আপুনাৰ লগত আছে। তেওঁৰ নাম লৈ আগুৱাই যাওঁক 🙏🙏🙏
Gurav gogoi jikiboi jikibo
Best of luck Gaurav Gogoi Dangoriya ✊
Gaurav gogoi is a capable leader. All the best to him
মতা মাছ মাইকী মাছ নহয় । এইবাৰ তিমি মাছ আজিৰ গৌৰৱ গগৈ।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Nonsense Dalal aiburt aa lagi Tak @@THEKING-ge1ur
@@THEKING-ge1urমাছৰ যদি মতা মাইকী দুটা লিংগ নাথাকে তেন্তে বংসবৃদ্ধি হয় কেনেকৈ ?
শুভেচ্ছা থাকিল আপোনালৈ দাদা❤
Thank you Prag News ❤ We love Gaurav gogoi😢
গৌৰৱ গগৈ জিন্দাবাদ।
আপোনাৰ লগত ৰাইজ আছে । ভাঙি নপৰিব , দুখ নকৰিব !
আশা কৰ্মীয়ে আৰু ঘৰৰ গাঁৱৰ হ্ক লো মানুহকে কংগ্ৰেছ ট দিয়াব..
গৌৰৱ গগৈ❤
বৰ সুনদৰ বিশলেষণ ...❤❤❤
বহুত দুঃখ লাগিছে গৌৰৱ দা,আপুনি চিন্তা নকৰিব আমি আপোনাক জয়ী কৰোৱাম আৰু সাম্প্ৰদায়িক আৰু ফেচিষ্ট বিজেপিৰ কবলৰ পৰা অসমখনক এদিন নহয় এদিন উদ্ধাৰ কৰিমেই,আমি অসমৰ ৰাইজকো আজিয়েই কথা দিলো ।
❤❤❤❤
Ashirbat goigo
আমি আপোনাক বাবে আল্লাহৰ ওচৰত দুৱা মাগিছো আপোনি আগ বাহি জাওক খদাই খুসি হৈ থাকক ❤❤❤
দাদা আমি আকৌ আহিম অসম খনক আকৌ আগোৱাই নিম....আমি আগুৱাই যাম আগুৱাই নিম জয় আই অসম✌️
ভগবান সদায়েই লগত থাকিব। আগ বাঢ়ি যোৱা
গৌৰৱক ভূত দি জয়ৰৰ গান গাৱক
অসম সন্তান গৌৰৱ গগৈ ❤
❤gaurav gogoi 🎉
গৌৰৱ গগৈ আপোনালৈ শুভকামনা থাকিল ❤❤❤❤
মাননীয় গৌৰৱ গগৈ,অসমত ছয় জনগোষ্ঠী জনজতিকৰণ সংসদত উত্থাপন কৰিব আৰু কাৰ্যকৰী কৰিব পাৰিব,বুলি ৰাইজৰ বিশ্বাস আপুনি বিপুল ভোটত জয় লাভ কৰিব।
Future leader of Assam and India ....keep going with this positive attitude
গৌৰব তুমি ঈশ্বৰৰ ওচৰত ভৰষা ৰখা আমি তোমাৰলগত সদাই থাকিম
Gaurav gogoi Zindabad Ami asu apunar logot
We are with you Gourov❤.
অসমৰ ল'ৰা।
❤❤❤❤
তৰুণ তৰুণহৈ আছে । গৌৰব গৌৰবহৈ থাকক ।
I think you are the best one to represent us. Gourav Gogoi jindabad.
Gaurav gogoi zindabad
BJPৰ তৃণমূল সদস্য যদিও গৌৰৱ গগৈকহে ভোট দিবলৈ আহ্বান জনাম।
Gaurav ❤
ভগৱানে মঙ্গল কৰক, এয়েই আশা
গৌৰৱ গগৈ চিন্তা নকৰিব আপোনাৰ দেউতা নাথাকিব পাৰে কিন্তু আমি সকলো আপোনাৰ লগতে আছো কিন্তুু আমাক নাপাহৰিব ৷
😮
আপুনি আগয়াই যাওঁক। আপোনাক অসমৰ ৰাইজে বহুতো ভাল পায়। বিশেষ কৈ যোৰহাটৰ ৰাইজে ও আপোনাক বহুতো ভাল পায়।
সততাৰ লগত ৰাইজ, শিক্ষিত মানুহ আছেই। 🎉🎉
অসমৰ প্ৰতিজন মানুহৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে। চিন্তা কৰিব নালাগে অহা দিনবোৰ আপোনাৰ বাবে বহুত ভাল হৱ।
Gaurav gogoi sir ❤🙏apunar lugot xotaj thakim jai hind🇮🇳
গৌৰব গগৈ লগত ৰাইজ আছে❤️
🙏🙏🙏
গৌৰব গগৈ অসমৰ গৌৰব তেওৰ ফটোখন দেখিলেই মায়াময় লাগে
Jorhat ❤
Gourav Gogoi zindabad..🎉
Always Gaurav..love you ❤
Gaurav gogoi perfect chief minister of Assam. 🎉
😮😮😮😮
Great Candidate Gaurav Gogoi Sir zindabad zindabad ❤ SPECIALLY
সঁচা কথা কৈছে আপুনি গৌৰৱ গগৈ থকালৈকে অসমীয়া মানুহ চিন্তা নাই
গৌৰৱৰ দৰে সংসদ দেশ ৰ বাবে যোগ।।
Gaurob A ia TUMAR. SAITAY. TUMI JOY ANIBAJJAY
গৌৰৱ গগৈ আপুনি জিকিব
One of best MP representing from our NE
To sir Gaurav that your Father will bless from heaven you will the next MP
Sir apuni aguai jaog
Sir God will helf you .
শিয়ালৰ জাক জাক, সিংহৰ এজনেই কাফী।
Gourab gogoi eibar joi hobo..hokolure akhirbad ase
Bhasa Nai Kobalie kii Mozza
Jorhat aru Sivsagar baxi raije apunak nisstto bhabe joyee korabo...the most efficient MP of India... So irrespective of the party every1 will vote for you
Gourav Gogoi really you are the best young leader of Assam...you must be win....
Good gourob gogoi long live
Gaurav zindabad
Gourav will definitely win
We hope for the best ❤️❤️❤️ 👍👍
Gaurav daa is a good person
Gaurav Gogoi Zindabad ❤❤
গৌৰৱ দা জিন্দাবাদ।
Gaurab gogoi asamar ak ujjal future.plz support him
Best wishes for gaurav da...
গৌৰৱ গগৈয়ে যি আছে যিয়ে parliamentot অসমৰ হৈ মাত দিয়ে গতিকে তেওঁক সমৰ্থন কৰক যোৰহাট সমষ্টিৰ ৰাইজ🙏🏽
You are worthy son of a worhy father
Sir gourav 🎉
Nobo pronmor voter Amee . Mur bhaitiye koichile Gourov Gogoi k Folow koriboloi koichile Apuni chinta nokoribo sir amee Apuner logote thakim
Late tarun gogoi was a hero not a property lover. We are proud of him. Moi hurur pora congress lover. Really he is a good candidate, i we are his supporters. Congress jindabad.
Gogoi ji age bado hum ap ke sath hein.Bagwan ap ku jarur madad karega.Himmat se kam kijiyee. Thanyabad.
গৌৰব গৈগৈ হাহি হাহি জীকিব
Most educated mp we got ready need
Joy Gourov
True Leader of Assam Congress......but present Govt is indulge in many scams !!
Best of luck
Gourav Gogoi jikibo 100