Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
চুমিৰ লগত বৰা হ’লে সাৱধান থকাই ভাল pb friends
Kola kori dia pisot kene ke dhoribo parim. Answer tu jonabi sun
Eijoni sumi bora k je dhoribo parile, bt hei joni sumi bora k aji leke kio dhoribo pora nai? Sage dhoribo mon nai just bisarifura acting kori ase.
পুলিচে কি কৰি থাকে যেতিয়ালৈকে media ত অপৰাধৰ কথা বিলাক নাহে। Information দিয়াৰ পিছত কিয় action নলয় অথবা কি action লয়? নে অপৰাধীৰ লগতহে বুজাবুজি হয়? অলপ দিন পিছত চাব সব ঠাণ্ডা হৈ যায় আৰু হয়তো অপৰাধী সকলে আকৌ Levish Lifestyle কৰি থাকে?? আজিকালি চৰকাৰে ইমান নিযুক্তি দিছে পুলিচত, কিন্তু চোৰ, ডকাইত, fraud, chain চোৰ আদি বাঢ়িছে দেখোন। আজিকালি দৰমহা বেছি, ঘৰ বনাবলৈ loan পায়, চৰকাৰে চাৰিচকীয়া দুচকীয়া বাহন দিছে। ৰাইজে চোৱা উচিত এক বছৰত কিমান case আহিছে পুলিচৰ ওচৰত আৰু কিমান solve হৈছে। আগৰ মন্দিৰ নামঘৰ আদিত যি শাস্তি দিছিল সেইয়া বহুত কামৰ আছিল। আগতে অপৰাধী সকলে ভগৱানক ভয় খাইছিল কিন্তু আজিকালি Justice system ক বুঢ়া আঙুলি দেখুৱাই দিয়ে দেখোন। Justice system লৈ সাধাৰণ মানুহৰহে ভয় লাগে। সাধাৰণ মানুহৰ অবস্থা ফুটবলৰ দৰে হৈছে, অপৰাধ আৰু Justice System দুটাইৰ পৰা দুখ কষ্টহে পায় দেখোন? এতিয়া যিসকলৰ টকা ডুবিল অৰ্থনীতিক অপৰাধৰ বাবে তেওঁলোকে যে টকা ঘূৰাই পাব তাৰ আশা একেবাৰে কম চাগে কিন্তু কিছুমানে হয়তো টকাৰ ভাগ পায় যাব? এতিয়ালৈকে fraud কেইবাটাও ধৰিবই পৰা নাইCM Sir পুলিচৰ কাৰনে প্ৰণাম আঁচনি লোৱা উচিত। তেওঁলোকে যিহেতু Case solve কৰিব নোৱাৰে গতিকে তেওঁলোকে ঘৰত থাকিব মাক দেউতাকৰ লগত ফটো upload কৰিব আৰু চৰকাৰে দৰমহা দিব। কাম নকৰি দৰমহা ললেও ৰাইজৰ লাভ হব। কিয়নো বস্তু বাহিনীৰ দাম কমি যাব পাৰে?সমাজখন ধৰি ৰাখিবৰ বাবে পুলিচ আৰু ন্যায় ব্যবস্থাৰ বিশেষ ভূমিকা আছে। কিন্তু এতিয়া ওলোটা হে হৈছে।ক্লাছ 9 ক্লাছ 10 ৰ লৰা ছোৱালীয়ে Drugs ৰ কবলত পৰিছে। CM Sir এ কয় আজিকালি অপৰাধী সকলে বেলেগ বেলেগ উপাই লৈছে কাৰনে পুলিচ সফল হোৱা নাই Drugs Mafia ৰ বিৰুদ্ধে? যদি CM Sir এ এটা বিফলতাৰ নিদৰ্শন দাঙি ধৰা বিভাগ এটাক যদি safeguard দিয়ে তেতিয়া সেই বিভাগটোৰ মানুহ সকলে আৰু বেছি উৎফুল্লিত হব? অসমৰ সমাজ ব্যবস্থাৰ বাবে আৰু ডাঙৰ বিপদ আহি আছে
koni dal kori aso kla arrest a koribo pora ni Jodi 🤣🤣🤣
Money zihad 😂😂😂mama kot
Aijoni sanatani Hindu ne mia? sanatani Hindu dekhun mia t ke aag barhi gol
ছালি কূকূৰনি মানুহক বিভ্ৰান্তিত পেলাবলৈ বাতৰি কৱ
চুমিৰ লগত বৰা হ’লে সাৱধান থকাই ভাল pb friends
Kola kori dia pisot kene ke dhoribo parim. Answer tu jonabi sun
Eijoni sumi bora k je dhoribo parile, bt hei joni sumi bora k aji leke kio dhoribo pora nai? Sage dhoribo mon nai just bisarifura acting kori ase.
পুলিচে কি কৰি থাকে যেতিয়ালৈকে media ত অপৰাধৰ কথা বিলাক নাহে। Information দিয়াৰ পিছত কিয় action নলয় অথবা কি action লয়? নে অপৰাধীৰ লগতহে বুজাবুজি হয়? অলপ দিন পিছত চাব সব ঠাণ্ডা হৈ যায় আৰু হয়তো অপৰাধী সকলে আকৌ Levish Lifestyle কৰি থাকে?? আজিকালি চৰকাৰে ইমান নিযুক্তি দিছে পুলিচত, কিন্তু চোৰ, ডকাইত, fraud, chain চোৰ আদি বাঢ়িছে দেখোন। আজিকালি দৰমহা বেছি, ঘৰ বনাবলৈ loan পায়, চৰকাৰে চাৰিচকীয়া দুচকীয়া বাহন দিছে। ৰাইজে চোৱা উচিত এক বছৰত কিমান case আহিছে পুলিচৰ ওচৰত আৰু কিমান solve হৈছে। আগৰ মন্দিৰ নামঘৰ আদিত যি শাস্তি দিছিল সেইয়া বহুত কামৰ আছিল। আগতে অপৰাধী সকলে ভগৱানক ভয় খাইছিল কিন্তু আজিকালি Justice system ক বুঢ়া আঙুলি দেখুৱাই দিয়ে দেখোন। Justice system লৈ সাধাৰণ মানুহৰহে ভয় লাগে। সাধাৰণ মানুহৰ অবস্থা ফুটবলৰ দৰে হৈছে, অপৰাধ আৰু Justice System দুটাইৰ পৰা দুখ কষ্টহে পায় দেখোন? এতিয়া যিসকলৰ টকা ডুবিল অৰ্থনীতিক অপৰাধৰ বাবে তেওঁলোকে যে টকা ঘূৰাই পাব তাৰ আশা একেবাৰে কম চাগে কিন্তু কিছুমানে হয়তো টকাৰ ভাগ পায় যাব? এতিয়ালৈকে fraud কেইবাটাও ধৰিবই পৰা নাই
CM Sir পুলিচৰ কাৰনে প্ৰণাম আঁচনি লোৱা উচিত। তেওঁলোকে যিহেতু Case solve কৰিব নোৱাৰে গতিকে তেওঁলোকে ঘৰত থাকিব মাক দেউতাকৰ লগত ফটো upload কৰিব আৰু চৰকাৰে দৰমহা দিব। কাম নকৰি দৰমহা ললেও ৰাইজৰ লাভ হব। কিয়নো বস্তু বাহিনীৰ দাম কমি যাব পাৰে?
সমাজখন ধৰি ৰাখিবৰ বাবে পুলিচ আৰু ন্যায় ব্যবস্থাৰ বিশেষ ভূমিকা আছে। কিন্তু এতিয়া ওলোটা হে হৈছে।ক্লাছ 9 ক্লাছ 10 ৰ লৰা ছোৱালীয়ে Drugs ৰ কবলত পৰিছে। CM Sir এ কয় আজিকালি অপৰাধী সকলে বেলেগ বেলেগ উপাই লৈছে কাৰনে পুলিচ সফল হোৱা নাই Drugs Mafia ৰ বিৰুদ্ধে? যদি CM Sir এ এটা বিফলতাৰ নিদৰ্শন দাঙি ধৰা বিভাগ এটাক যদি safeguard দিয়ে তেতিয়া সেই বিভাগটোৰ মানুহ সকলে আৰু বেছি উৎফুল্লিত হব? অসমৰ সমাজ ব্যবস্থাৰ বাবে আৰু ডাঙৰ বিপদ আহি আছে
koni dal kori aso kla arrest a koribo pora ni Jodi 🤣🤣🤣
Money zihad 😂😂😂mama kot
Aijoni sanatani Hindu ne mia? sanatani Hindu dekhun mia t ke aag barhi gol
ছালি কূকূৰনি মানুহক বিভ্ৰান্তিত পেলাবলৈ বাতৰি কৱ