LIVE | উপগ্ৰহৰ ছবিত ওলাল চীনৰ গোপন অভিসন্ধি | সীমান্তত সমাৱেশ ঘটাইছে J-20 যুদ্ধ বিমান | N18L

Поделиться
HTML-код
  • Опубликовано: 26 сен 2024
  • LIVE | উপগ্ৰহৰ ছবিত ওলাল চীনৰ গোপন অভিসন্ধি | সীমান্তত সমাৱেশ ঘটাইছে J-20 যুদ্ধ বিমান | N18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #indiachinabordertension #indiachinarelations #live
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 319

  • @prabinsutradhar5692
    @prabinsutradhar5692 3 месяца назад +43

    চিনৰ বিপক্ষে ভাৰতে উন্নত ব্যৱস্থা ল ব লাগে জয় ভাৰত মাতা

  • @pabanbordoloi9045
    @pabanbordoloi9045 3 месяца назад +19

    ভাৰতেও একে ব্যৱস্থা লোৱা উচিত , যাতে চীনও সন্দিহান হয় ৷

  • @NorenKardong
    @NorenKardong 3 месяца назад +2

    চীনে যদি সীমান্তুত যুদ্ধংদেহী মনোবাৱ লৈ কচৰৎ কৰি বীৰত্ব দেখোৱাব পাৰে ; তেনেহলে ভাৰতৰ সেনাই কিয় হাত সাবতি বহি আছে ? উচিৎ প্ৰত্তত্বৰ দিবলৈ সাজো হোৱা নিতান্তই প্ৰয়োজন ।ভাৰত এতিয়া ইমান দূৰ্বল নহয় ।জই ইন । বন্দে মাতৰম ❤ India.

  • @amulyagogoi6943
    @amulyagogoi6943 3 месяца назад +6

    বিশ্ব গুৰু হে , মুমকীনন হে!!

  • @infantry_soldier_tagra_raho
    @infantry_soldier_tagra_raho 3 месяца назад +1

    Indian Army ❤ Jai hind 🎉❤

  • @AdarshrajSingh-pt8mm
    @AdarshrajSingh-pt8mm 3 месяца назад +1

    Smr8ty rekha
    Ai situationt Bharate cinor.logoot alusona koribalage anfale himantat protectionr baybostha koriba lage.
    Cin.jihetu Indiar Mitra nohoi so agotei aibilak hojag hobolage.jihouk Cinok Tit for tet answer diatu bohotei joruri India Jindabad❤❤❤❤❤❤❤ .

  • @muazimahmed3537
    @muazimahmed3537 3 месяца назад +1

    হিতাধিকাৰী মানে ভিক্ষাৰী সজোৱা ধুদ‌বনোৱা তাৰ মানে ফৰীপালে ফেনাইলো খাব। দাম বঢ়োৱা চীনৰ অত্যাধুনিক যুদ্ধ পৰসতুতি চলাই থকা মানে মানে মানসিক যুদ্ধ কৰি আছে। দেশ,তথা জাতি সবল কৰা ৰ চেষ্টা চলোৱাৰ বয়ৱসহা,আৰু বন্ধু ৰাষ্ট্ৰৰ সহায় আলোচনাৰ মাধ্যমেৰে ।ধন্যবাদ ।জয় হিন্দ ।জয় আই অসম।

  • @ankurvlogs369
    @ankurvlogs369 3 месяца назад +7

    🇮🇳Indian Army🚀🚀💪🏻💪🏻

  • @z.fighter4493
    @z.fighter4493 3 месяца назад +2

    1962চনত ভাৰতে অসম ক যিদৰে অনাদৰ কৰিছিল ভাৰতীয় সেনা এ চীনা সেনাৰ সৈতে তিষ্টিব নোৱাৰি।
    সেই সময় পুনৰ এতিয়া ঘূৰি আহিব যেন অনুভৱ হৈছে।

    • @binoydas6838
      @binoydas6838 3 месяца назад

      সীমান্তত গৈ নিজ চকুৰে চাই আহক....ভাৰতীয় সৈন্যৰ শক্তি কিমান ? ৬২চনত চীনে বিশ্বাস ঘাটক কৰি আক্ৰমন কৰিছিল । আগদিনা ভাৰতীয় সেনাৰ লগত চীনৰ সেনাই ভলীবল খেলি পিছদিনা পূৱতি নিশা আক্ৰমন কৰিছিল । সিহঁত কোনো বীৰ নহয়.... কাপুৰুষ । নহলে তিব্বতৰ দৰে দুখীয়া আৰু সহজ সৰল মানুহৰ দেশ এখন দখল কৰে নেকি ।

  • @bigboss.3213
    @bigboss.3213 3 месяца назад +3

    নিজৰ দেশত যি কৰে কৰক,ইয়াৰ বিপৰীতে ভাৰতেও নিজৰ দেশত কিবা কৰক ।

  • @dipaligogoi8932
    @dipaligogoi8932 3 месяца назад +15

    চীনক ভাৰতে উচিৎ প্ৰত্যুত্তৰ দিয়ক , সকলো ভাৰতীয় সজাগ হওক

    • @BipulDas-r1p
      @BipulDas-r1p 3 месяца назад

      সমষ্যা সমাধান যুদ্ধৰে কৰিবলৈ ওলোৱাতো ৰ্ববৰতাৰ পৰিচয়।

  • @mrinmoydaka
    @mrinmoydaka 3 месяца назад +1

    India is best💯💯👍

  • @RupamdasRupamdas-h5m
    @RupamdasRupamdas-h5m 3 месяца назад +2

    Bemar hole ousadh khabo lagib ,jai hind

  • @lakhikalita8394
    @lakhikalita8394 3 месяца назад +7

    আমি সাজো হব হল

  • @ParashSaikia-zq5so
    @ParashSaikia-zq5so 3 месяца назад

    জয় আই অসম

  • @KamalGogoi-c5o
    @KamalGogoi-c5o 3 месяца назад

    I. Love my. India

  • @dineshsarania4834
    @dineshsarania4834 3 месяца назад +2

    প্ৰথম অৱস্থাত ভাৰতে আক্ৰমণ কৰিব নালাগে।ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ দেখিলোঁ।ইজৰাইল-হামাচৰ যুদ্ধ দেখিলোঁ। প্ৰতিৰক্ষা বিভাগে শিকনি লোওক।বৰ্তমান ভাৰতৰ জনসংখ্যা চীনতকৈ বেচি।man to man লাগিলেও চীনে হাৰিব।

  • @bunubora8950
    @bunubora8950 3 месяца назад +33

    ভাৰতে চীনক প্ৰত্যুত্তৰ দিয়াটো বিচাৰোঁ, কিন্তু অতি সোনকালেই

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 3 месяца назад +8

      B.J.P. Sarkar very very most save for India, Congrese India bosab nowarib

    • @JyotiBorah-xu9ri
      @JyotiBorah-xu9ri 3 месяца назад +1

      It's not so easy

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 3 месяца назад

      ভাৰতৰ উগ্ৰ পন্থী বিলাকে চীনতে আশ্ৰয় লৈ থকা বুলি জনা যায়, সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলক দখল কৰিবলৈ‌ চেষ্টা চলাইছে ।

    • @prashantadas1289
      @prashantadas1289 3 месяца назад

      ​@@JyotiBorah-xu9ri congresees think so

    • @asthagogoi9560
      @asthagogoi9560 3 месяца назад

      ​@@SAILENDRAPRASADGOSWAMIty

  • @LoknathBoruah-wg6mx
    @LoknathBoruah-wg6mx 3 месяца назад +6

    যুদ্ধ নালাগে শান্তি লাগে

    • @a2zfacts745
      @a2zfacts745 3 месяца назад

      China ateck krila pati dibo lga nki goru

    • @jitulkakati4865
      @jitulkakati4865 3 месяца назад

      যুদ্ধ লাগে 😅

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf 3 месяца назад +3

    ভাৰত হ'ল এখন অনুন্নত দেশ যত ন বৈ শতাংশ দৰিদ্ৰ সীমা ৰেখা ত আছে বিশ্বগুৰু কি কৰিছে অর্জুন ৰাম অগ্নি ব্ৰক্ষ্ম চ এই বিলাক থকাৰ পিছত কিহৰ ভয় গোটেই দেশত হিতাধিকাৰী সজাই দেশ চলাই আছে ইয়াৰ প্রত্যুত্তৰ কিয় দিব নোৱাৰে গাডি ৰক্ষাৰ কাৰণে তো নহয় আগতে কৈছিল সীমান্ত মজবুত হৈ আছে এতিয়া

  • @mofidrohman6393
    @mofidrohman6393 3 месяца назад +5

    চৰকাৰে এতিয়া এই বোৰ নেদেখে নিকি, চৰকাৰে এতিয়া সকলোৰে হাতত হাতিয়াৰ দিয়ক।

  • @paragduarah1706
    @paragduarah1706 3 месяца назад +3

    ভাৰতক চীনৰ ৰঙা চকুৰ মুলত ভাৰতীয় কিছুমান দেশদ্ৰোহী নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে চীনৰ তলুৱা মালিচ কৰোঁতা কিছুমান লম্পদ দেশ দ্ৰোহী কাৰণে চীনৰ শাহ বাঢ়িছে ।বিজেপি চৰকাৰে চীনৰ মুৰাদ পুৰহবলৈ নিদিয়ে ।বিজেপি জিন্দাবাদ জয ভাৰত ।

    • @amulyagogoi6943
      @amulyagogoi6943 3 месяца назад +1

      আমাৰ ৰজা ক'ত???
      ধ্যান 😂😂😂🤣🤣🤣

    • @wwelover8254
      @wwelover8254 3 месяца назад

      😂

  • @PrashantaBarachamoba
    @PrashantaBarachamoba 3 месяца назад

    Jai bharat mata, Jai hind,

  • @onimapatgiri1217
    @onimapatgiri1217 3 месяца назад +1

    ভাৰত মাতা কি জয়❤

  • @Ghanaktsonowal-nq2ed
    @Ghanaktsonowal-nq2ed 3 месяца назад +7

    China market borjon koribo lagy

  • @kanakchoudhury1118
    @kanakchoudhury1118 3 месяца назад +1

    , আমি সকলোৱে নিজকে সজাগ হবৰ হল।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 3 месяца назад +7

    ভাৰত বহি নাথাকে। কিন্তু যুদ্ধ নিবিচাৰোঁ।

  • @anandasonowal4493
    @anandasonowal4493 3 месяца назад +1

    Bharat Maata ki Jay.

  • @bkgogoi8636
    @bkgogoi8636 3 месяца назад +2

    J 27 বিমান ভাৰত নাই কিনিব লাগে টকা নাই । ভাৰতৰ নাগৰিক পৰা টকা গোটাই J 27 বিমান কিনিব লাগে । ভাৰত মাটাকি জয় ! জয় আই অসম কৃষ্ণ ! 🙏

    • @BhagwanDeka-yg4yw
      @BhagwanDeka-yg4yw 3 месяца назад

      ভোট কিনা। আঁচনী বন্ধ কৰি j27 যুদ্ধ বিমান কিনিব লাগে।

  • @brajagopalsharma469
    @brajagopalsharma469 3 месяца назад

    Jai hind

  • @mrajitkumarbaruah914
    @mrajitkumarbaruah914 3 месяца назад

    Jai hind bharat 🙏

  • @PunramBordoloi
    @PunramBordoloi 3 месяца назад

    Top leaders between India and Pakistan should be discussed for solution of this important matters ! Krishna Krishna Ram joy joy Ram !

  • @sirajuddinahmed1013
    @sirajuddinahmed1013 3 месяца назад +4

    ৰাছিয়াৰ লগ লাগি কূটনৈতিক ভাবে চীনক বশ কৰিব লাগে।তাত সফল নহলেহে যুদ্ধ ৰ ফালে আগবাঢ়িব লাগে।
    JAIHIND....JAI BHARAT

  • @narendrabaishya-ge5hp
    @narendrabaishya-ge5hp 3 месяца назад +1

    Knowledge is power.

  • @sukenboro7038
    @sukenboro7038 3 месяца назад +1

    নিজৰ দেশৰ সূৰক্ষাৰ কাৰণে নিজৰ দেশত যুদ্ধ বিমান J-20 ৰাখিছে নিশ্চয়। ভাৰতীয় সকলৰ চিন্তাধাৰা ভাল নহয়। নিজৰ দেশৰ মানুহৰ মাজতে মিলাজুলা নাই। জাতপাত, উচ্ছ-নীচ ভেদভাৱ থকা দেশ ভাৰত , অসম। চীন দেশৰ মানুহৰ চিন্তাধাৰা নিশ্চয় ভাল। নিজৰ দেশৰ সূৰক্ষাৰ কাৰণে কৰিছে চাগৈ। চীন উন্নত দেশ। ভাৰতীয় সকল শোষণ কাৰী। নিজৰ দেশৰ উন্নতি নকৰি নিজৰ ব্যক্তিগত পকেত ভৰাই দেশৰ টকা লুটপাত কৰি ফুৰা শোষণ কাৰী মানুহৰ দেশ ভাৰত।

  • @NkbBora
    @NkbBora 3 месяца назад +3

    Central government ৰ ভূল আছে North East ক গুৰুত্ব কমকৈ দিয়া দেখা যায় চীনে ইমান উন্নত কৰিব পাৰে কিয় ভাৰতে North East উন্নত কৰিব বাবে পিছ লয় বিশেষকৈ সামৰিক ও যোগান যাতায়তৰ ক্ষেত্ৰত ইয়াৰ সুবিধা লৈছে চীনে but ১৯৬২ বৰ্তমান ভাৰত নহয় সমগ্ৰ বিশ্বৰে জানে 😡😡

  • @basisthaacharya6590
    @basisthaacharya6590 3 месяца назад +3

    ভাৰতৰ ভয়তহে চীনে সীমান্তত এই কাৰ্য কৰিছে।

  • @PrasadGond-wh7yc
    @PrasadGond-wh7yc 3 месяца назад

    এই লাইভৰ জৰিয়তে মই কব বিচাৰো যে পোন প্ৰথমে ভাৰত তথা ৰাইজ চৰকাৰে ৰাজনীতি দিশত ভাগ ভাগ নকৰি এই সমস্যাৰ সমাধান উলিওৱা টো সকলোৱে সহায় সহযোগিতা ভাৰত চৰকাৰৰ কৰিব লাগে।

  • @BIBANGRABHA
    @BIBANGRABHA Месяц назад

    ৰঙা চীনে নিজকে বহুত বেছি ভগৱান বুলি ভাবে তাত‌ একো ধৰ্ম বুলি কোৱা বস্তুটো নাই মানুহৰ প্ৰতি মৰম শ্ৰদ্ধা ভক্তি ভাৱ একেবাৰে নাই সিহঁতক কেৱল টকা লাগে আৰু মাটি লাগে কৰোণা মহা মাৰি ভাইৰাছৰ সময়তো ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰি আহিছিল এইবাৰ কোনো কাৰণতে ভাৰতৰ লগত ফেৰ‌ মাৰিব নোৱাৰিব যদিহে ৰঙা চীনে ভাৰতৰ সৈতে যুদ্ধৰ দামামা আগবঢ়ায় তেন্তে ভাৰতীয় সেনা বাহিনীয়ে ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব আৰু ব্ৰহ্মা অস্ত্ৰ প্ৰয়োগ কৰিব

  • @dharaninath7857
    @dharaninath7857 3 месяца назад

    Jay Bharat Mata 🇮🇳

  • @DaulatPhukon-nz2pm
    @DaulatPhukon-nz2pm 3 месяца назад +1

    ভাৰতেও যিকোনো প্ৰকাৰে J -20 যুদ্ধ বিমান যোগাৰ কৰিব লাগে।মোদী থকালৈকে ভাৰত সুৰক্ষিত হৈ থাকিব।

  • @AmchilalBasumatary
    @AmchilalBasumatary 3 месяца назад +1

    Bharato khaju thakatu proyojon

  • @Deep.vlogs_05
    @Deep.vlogs_05 3 месяца назад +4

    যুদ্ধ নিবিচাৰোঁ কেতিয়াও

  • @HaniramNarah
    @HaniramNarah 3 месяца назад +1

    Moi aju axu

  • @BhriguMonikalita
    @BhriguMonikalita 3 месяца назад

    1962 sanar Bharat Hoi thoka nai ..Atia r Bharat bhu gune Strong ❤️♥️

  • @dhrubagoswami998
    @dhrubagoswami998 3 месяца назад

    ভাৰতেও সীমা ঊনত কৰিব লাগে । লগতে সীমান্তত এয়াৰপট, ৰাস্তা আদি
    উন্নত সামৰিক দিশত কৰিব লাগে।ভাৰত মাতাকী জয় ।

  • @SanjaySingha-x2y
    @SanjaySingha-x2y 3 месяца назад +1

    Amaru mama a val val judho biman loi rakhile amaru olp val hoi nohole amaru olp riks hoi jujile

  • @deepamahali1921
    @deepamahali1921 3 месяца назад

    Thanks

  • @sintugogoi6209
    @sintugogoi6209 3 месяца назад +1

    চীনৰ টেক্নলজি আছে, তাৰ বিপৰীতে ভাৰতৰ নানান দেব-দেবী আৰু অসংখ্য বাবা-বাবি আছে😂😂

  • @BirajGogoi-r8c
    @BirajGogoi-r8c 3 месяца назад

    Ye kaha se Lata he asa news hum he dekh lenga vhai

  • @khargeswarnath2624
    @khargeswarnath2624 3 месяца назад +1

    ঢোৰাসাপৰ ফোচফোচনিয়ে সাৰ , নেহৰুৰ ভাৰত নহয় এতিয়া , মোদীৰ ভাৰত হয় মনত ৰাখিব সাংবাদিক ডাঙৰীয়া ।

  • @nurulislam9573
    @nurulislam9573 3 месяца назад

    We don't want war but we don't fear also

  • @akhilsarma337
    @akhilsarma337 3 месяца назад

    পৰাজয়ত কৈ মৃত্যুয়ে শ্ৰেয়

  • @JibonSaikia-q2k
    @JibonSaikia-q2k 11 дней назад

    ভাৰতে j 20 বিমান কিনিব নোৱাৰে নেকি কিয় কিনিব নোৱাৰে

  • @jadabChroy-vq1eh
    @jadabChroy-vq1eh 3 месяца назад

    JayBharat Mata Bharat not so weak

  • @ujjalchaliha2793
    @ujjalchaliha2793 3 месяца назад +1

    ইহঁতক ভালকৈ এসেকা দিব লাগে।

  • @DulalBordoloi-t3t
    @DulalBordoloi-t3t Месяц назад

    যুদ্ধৰ কোনই নিবাচাৰে কিন্তূ যুদ্ধ হলে সমানেই অনিষ্ঠ হৱ ভাৰত কমজুৰি বুলি ভাবে নেকি চিনে

  • @dharmendardoley3903
    @dharmendardoley3903 3 месяца назад

    Jai Hind

  • @jadabgogoi5830
    @jadabgogoi5830 3 месяца назад

    আমেৰিকা ৰ পৰা নকল কৰা J 20 বিমান চীনৰ ফুটচাই মাল।

  • @AmarjyotiKolita
    @AmarjyotiKolita 3 месяца назад +6

    আপোনালোকৰ মোদীয়ে একো নকৰে, আপোনালোকেই যাওক সীমান্তলে মোদী ভক্ত সকল

    • @binoydas6838
      @binoydas6838 3 месяца назад

      আপুনি শ্ৰীলংকাৰ নেকি ?

  • @NilommaslaiMaslai
    @NilommaslaiMaslai 3 месяца назад

    Ai2 ketiao hobo noware ami sope help koribo lagibo jai hin varot.

  • @RobisonPegu
    @RobisonPegu Месяц назад

    India must prepare modern tips of arms and amunation to protect myself. But we do not attack them. And economics must be developed and commications must be developed.

  • @akhirock2836
    @akhirock2836 3 месяца назад

    India Ready hoi thakibo lage.Amar india kamzor
    nohy

  • @dadugogoi5548
    @dadugogoi5548 3 месяца назад +1

    মামা, মোদীজি, আপোনালোকে যাদু দেখাই দিয়ক।

  • @koushikdutta560
    @koushikdutta560 3 месяца назад

    Amar sorkare seibur nedekhe..
    Kune suwali poluai anile
    Kune buwari poluai anile seiburhe dekhe...

  • @SanjaySingha-x2y
    @SanjaySingha-x2y 3 месяца назад +1

    Agor pora amar logot Chinna a juji ase bt ami eibur aku voi nai karon Ami o dekhor babe juja Manu n Amar jati o mix

  • @sumimedhi3943
    @sumimedhi3943 3 месяца назад +1

    Ami REMAL aha pis dina akaxot to tar majot rocket dekhisilu.tar pisot aru ekhon ekhon koi 15khon man rocket dekhisilu.kot goisil ki hoi najanu.kintu same distance loi sam direction loi goi asil.kak kom kune xunibo.karon kheidina current nasilso sposto dekhisilu.ki hoi ba..

  • @SanjaySingha-x2y
    @SanjaySingha-x2y 3 месяца назад +1

    Ami asu amar Assam or babe n Amar Manu n jatio sob mix Amar hatot gan di dibo n Ami Sai lom judho Kun jike

  • @anilnathanilnath6590
    @anilnathanilnath6590 3 месяца назад +1

    উচিত প্ৰত্যুত্তৰ দিয়াৰবাবে চিন্তা কৰিব লাগে।

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 3 месяца назад +1

      Jabaharlal Neharua North- Eastok Red Chinar hatat gotab bisarisil

  • @pradipdashi8638
    @pradipdashi8638 3 месяца назад

    Cin or biruddhe varot sorkar babostha grahon korib laga

  • @navakumarkuli1831
    @navakumarkuli1831 3 месяца назад

    Dada rastriyo channel burot heibur nedekhai pise.Kintu apuni dhuniyakoi dekhaise bohut bhal kotha. Thnks News 18 assam channel.

    • @HemenchDas
      @HemenchDas 3 месяца назад

      দেখুৱাইছে ।হয়তো আপুনি দেখা নাই ।

    • @Jacksparrow13963
      @Jacksparrow13963 3 месяца назад

      Godi media 😅😂😂

  • @sunuborah7670
    @sunuborah7670 3 месяца назад

    Jai hind. Fight kariba.lage.china lagat

  • @Jusnapegu-vx8lz
    @Jusnapegu-vx8lz 3 месяца назад

    Judha koribo lage nibonwa homoisa komibo komibo

  • @shyamantadas2911
    @shyamantadas2911 3 месяца назад

    যুদ্ধ নহয় শান্তি হে লাগে

  • @prashantadas1289
    @prashantadas1289 3 месяца назад

    এই প্রতিবেদন টো লৈ চিন্তা কৰি লাভ নাই।। ভাৰতে ও কম কৰা নাই সীমান্তত,, টেংক কে ধৰি এয়াৰপৰ্ট আৰু ৰাস্তা সজিছে,,,চীনে ওলোটা ভয় হে পাই আছে।।।
    এইজন সাংবাদিকে নাজানে যে ভাৰতৰ ওচৰত এনে stalth ফাইটাৰ আছে যে চীনে পত্তা নাপায়।।।
    এখেতে এবাৰ বিৰ্ডাৰ বিলাক চাই আহি ষ্টুডিঅ ত চীন আৰু ভাৰতক লৈ পৰ্যালোচনা কৰিলে ভাল হয়
    I dislike news 18

  • @rajaniborah6044
    @rajaniborah6044 3 месяца назад

    We should show our unity , avoid any disunity.

  • @purnanathborah2729
    @purnanathborah2729 3 месяца назад +1

    তেজপুৰলৈ আহি পাইছিল বুলি চীন কিবা প্ৰমাণ আছে নেকি ??

  • @mintukalita3477
    @mintukalita3477 3 месяца назад

    Scene Moradabad

  • @bhabanandabordoloi5112
    @bhabanandabordoloi5112 3 месяца назад

    Bharat u haju hobo laage

  • @JibonSaikia-q2k
    @JibonSaikia-q2k 11 дней назад

    ভাৰত ৰ ধৈজ আছে

  • @golapnath5768
    @golapnath5768 3 месяца назад

    Action should be happened.

  • @JugaPrasadBorthakurJugaPrasadB
    @JugaPrasadBorthakurJugaPrasadB 3 месяца назад

    Prevantion is need instantly .

  • @rameshdas9195
    @rameshdas9195 3 месяца назад

    যুদ্ধ হব নালাগে। আলোচনালৈ আহক দুই দেশ

  • @nurulhoque5897
    @nurulhoque5897 3 месяца назад

    আমিও তৈয়াৰ হ'ব লাগে

  • @bhubandas9883
    @bhubandas9883 3 месяца назад

    আন্ত:ৰাষ্ট্ৰীয় বাতৰি অনুসৰি চীনে টাইৱান আক্ৰমণ কৰাৰ প্ৰস্তুতি চলাইছে।যুদ্ধ আৰাম্ভ হ'লে যাতে ভাৰতে টাইৱানক সহায় নকৰে তাৰেই আগতীয়া সতৰ্কবাণীও হ'ব পাৰে ।

  • @Yyyyyyyuuuuuuuuuuuuuuuu
    @Yyyyyyyuuuuuuuuuuuuuuuu 3 месяца назад

    Joy Hindustan

  • @PRASANNAGOSWAMI-h2z
    @PRASANNAGOSWAMI-h2z 3 месяца назад

    চীন দেশে তাহানিৰে পৰাই ভাৰতৰ ওপৰত ৰঙা চকু দেখুৱাই আহিছে। ভৰতেও তাক প্রতিৰোধ কৰিব পৰা শক্তি বৃদ্ধি কৰিছে।

  • @DipankarBaruah-ul5rl
    @DipankarBaruah-ul5rl 3 месяца назад +1

    কলি যুগ

  • @martialartsdiganta9915
    @martialartsdiganta9915 3 месяца назад

    Cin logt lagibo kunu nuara

  • @nurulislam9573
    @nurulislam9573 3 месяца назад

    We should avoid Chinese goods

  • @hangoverfriends7995
    @hangoverfriends7995 3 месяца назад

    New 18 a hoitu gom napai.. Aamar india't ki ki astro ase, fighter jet ase, icbm missile with mirv technology. Aru bht kiba kibi so jani lobo..khokoluea.

  • @dilipsaikia8741
    @dilipsaikia8741 3 месяца назад

    AIRT কৰিছে- বছৰে বছৰে কৰে । চীনৰ লগত ফেৰ মাৰি সীমা অঞ্চল উন্নতি কৰক- সুবিধা আসুবিধা সকলোৰে থাকে । মানব সম্পদে চীনত চৰকাৰ ৰ কাম কৰে- মানৱ সম্পদ ভাৰতত পুঁজিপতিৰ গোলামী কৰে ।

  • @mridulneog7034
    @mridulneog7034 3 месяца назад

    যুদ্ধ লাগিলে ভালেই হব। কাৰণ ভাৰতত বহুত জনসংখ্যা বাঢ়িল। আধা মৰিলেহে অলপ শান্তি হব ।

    • @Indirarongson
      @Indirarongson 3 месяца назад

      Tumi nomra kio fast India kotha na ki Mora ok

  • @JakirHussain-bp9bt
    @JakirHussain-bp9bt 3 месяца назад

    Joi india

  • @PriynkaBiswas-rx4ln
    @PriynkaBiswas-rx4ln 3 месяца назад

    Amar Asomor Hena boreki korise, joy hint

  • @priyabala2064
    @priyabala2064 3 месяца назад

    Chinak valka ahaka Dibo lagibo..Bharote..Ami hokolowa Mili chinak o khotom Kori dibo lagibo..Bharote Mata ki joy...joy hind..🙏🙏🙏🙏🙏🙏🇪🇬🇪🇬🇪🇬🇪🇬🇪🇬🇪🇬

  • @chandansonowal485
    @chandansonowal485 3 месяца назад +1

    India Tainup quickly

  • @subhashvlogs9014
    @subhashvlogs9014 3 месяца назад

    Boss Bharat eiman kamjur nhoi news tu alop chain ak besi tarif Kara dekha goise

  • @AnnoyedBakedCustard-hl9kp
    @AnnoyedBakedCustard-hl9kp 3 месяца назад

    J20 is not a stealth fighter jet

  • @janardanrabha2482
    @janardanrabha2482 3 месяца назад

    Bisho guru aase gotike kono chinta nai