Pesticides types| systemic vs contact vs Translaminar_v004
HTML-код
- Опубликовано: 15 дек 2024
- Pesticides types| systemic vs contact vs Translaminar_v004#pesticides #insecticides #types #farming
খাদ্য সুৰক্ষাৰ বাবে আৰু দৰিদ্ৰতা নিৰ্মূলৰ বাবে সেউজ বিপ্লব (Green Revolution) আমাৰ বাবে অতি দৰকাৰী আছিল 🌳🍏🥗
❇️ Four pillars of Green Revolution:
1.উচ্চ উৎপাদনশীল বৰ্ণসংকৰ প্ৰজাতিৰ উদ্ভাৱন (High Yielding Crop varieties)
2.জলসিঞ্চনৰ বিজ্ঞাণসন্মত সুলভ উপাই (Scientific Irrigation techniques)
3.মেচিনৰ ব্যবহাৰ (Farm Mechanization)
4.ৰাসায়নিকৰ ব্যবহাৰ (Modern Fertilizer Usage)
কিন্তু আমাৰ হাতত এটা ডাঙৰ অসুবিধাই দেখা দিছে (Big Problem) - ৰাসায়নিকৰ অনুচিত ব্যবহাৰ (Misuse of Chemical Fertilizers)।
ইয়াৰ বাবে খেতিয়কক দোষ দি লাভ নাই। আমি তেওলোকক উচিত জ্ঞাণ দিব পৰা নাই।
আপুনি কিটনাশক (pesticides) কিনোতে তাৰ লেবেলখন পঢ়েনে? তাত কিছুমান শব্দ লিখা থাকে systemic বা Contact।
কীটনাশক (pesticides) , ভেকুৰ নাশক (fungicides) বা অপতৃণনাশক (herbicides) সকলো দুই প্ৰকাৰৰ থাকে - SYSTEMIC বা CONTACT।
দুয়োবিধৰ কাম কৰাৰ ধৰণ বেলেগ বেলেগ আৰু বেলেগ বেলেগ সময়ত ব্যবহাৰ কৰিব লাগে।
❇️Systemic insecticide: যেতিয়া আমি systemic কীটনাশক পাতত স্প্ৰে কৰো তেতিয়া পাতৰ ৰন্ধ্ৰ বা ফুটাবোৰেৰে সোমাই বা পাতে শুহি লৈ গোটেই গছজোপাৰ ডাল পাত শিপালৈ বিয়পাই দিয়ে। ফলত গছৰ যিকোনো অংশতে কিটনাশকে আক্ৰমণ কৰিলে পোক পৰুৱাৰ মৃত্যু হয়।
এবাৰ ব্যবহাৰ কৰিলে বহুদিনলৈ কিছুমানে মাহলৈকে গছজোপাক ৰক্ষা কৰে।
❇️ Translaminar: Translaminar: স্থানীয় প্ৰণালীবদ্ধ কাৰ্য্যকলাপ বুলি কব পাৰো। এই পদাৰ্থবোৰে পাতৰ কলাবোৰত সোমাই পাতৰ ভিতৰত দৰবথকা পানীৰ সৰু সৰু টোপোলা বনায়। ইয়াৰ ফলত কিছুমান পাত খোৱা পোক বিৰুদ্ধে কিছু দিনলৈ কাম কৰি থাকে।
❇️Contact insecticide: যাক আমি অসমীয়াত সংস্পৰ্শ কীটনাশক বুলি কব পাৰো স্প্ৰে কৰাৰ পিছত কেবল পাতত লাগি থাকে বা কমকৈ শুহি লয়। গতিকে কেবল পাতৰ বা যি অংশত কীটনাশক লাগি থাকে তাৰ সংস্পৰ্শত কীট আহিলে তাৰ মৃত্যু হয়।
সংস্পৰ্শ কীটনাশকৰ এটা প্ৰধান উপকাৰ হ’ল ইয়াৰ সোণকালে ফলাফল পোৱাৰ ক্ষমতা।
contact কীটনাশকসমূহ প্ৰায়ে নিৰ্দিষ্ট কীট-পতংগক লক্ষ্য কৰি প্ৰস্তুত কৰা হয়, যাৰ ফলত উপকাৰী পোক-পৰুৱা (beneficial insects 🐝🐞🪲) আৰু চাৰিওফালৰ পৰিৱেশ ওপৰত ইয়াৰ প্ৰভাৱ কম হয়। এই পদ্ধতিয়ে কীট-পতংগৰ জনসংখ্যা ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰাৰ লগতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে (environmental protection)। 🌳🌳🌳
-----------------------------------------------------------------
-- 🚩Video Chapters --
00:26 Green Revolution and its 4 pillars
02:28 About Systemic and Contact pesticides.
04:40 About Translaminar pesticides
08:00 Organic Pesticides and Integrated Pest Management video coming soon
-------------------------------------------------------
Our Recommendations👇
✅ We personally recommend this super affordable hosting to you as a beginner? Go and Purchase Hostinger
✅Tools we use for You Tube and other Social Media"
Canva
Blender
audacity
------------------------------------------------------------
Follow Assam Green Tech👇
✅ INSTAGRAM |
✅ FACEBOOK PAGE| Assam Green Tech
✅ www.assamgreentech.com
---------------------------------------------------------------------
🙌Make sure to subscribe to help me reach my goal of 1️⃣0️⃣0️⃣0️⃣0️⃣0️⃣subscribers in 2024! 🚀
DISCLOSURE: We often review or link to products & services we regularly use and think you might find helpful. Wherever possible we use referral links, which means if you click one of the links in this video or description and make a purchase we may receive a small commission or other compensation.
We're big fans of Amazon, and many of our links to products/gear are links to those products on Amazon. We are a participant in the Amazon Services LLC Associates Program, an affiliate advertising program designed to provide a means for us to earn fees by linking to Amazon.com and related sites.
Perfect 👌
Glad you think so!
Very good
Thanks