দিহানাম প্ৰতিযোগিতাৰ বিচাৰকৰ মন্তব্য-ফলাফল ঘোষণা।। স্থান :- শিলকচুবাম টকৌবিল(চাচনী)।।

Поделиться
HTML-код
  • Опубликовано: 25 ноя 2024

Комментарии •

  • @piyushphukan
    @piyushphukan 13 дней назад +2

    ছাৰ আপোনালোক বহুত অভিগ্য কিন্তু কিছুমান কথা আমি বুলি নাপালোঁ । মুকুন্দ মাধৱ ছাৰে যে কৈছে দিহানামত বৰ তাল যো বজাব নোৱাৰে বুলি কিন্তু আজি বহুত দিনৰ পৰা প্ৰতিযোগিতা কৰি আছোঁ কিন্তু আজিলৈকে কোনোৱে কোৱা নাই বৰ তাল যোৰ দিহা নামত ব্যৱহাৰ কৰিব নোৱাৰে বুলি। আজি আপোনাৰ পৰা প্ৰথম শুনিলো । কথাতো অলপ বুজাই দিব ।।

  • @sunuku8145
    @sunuku8145 15 дней назад +2

    উদযাপন সমিটিৰ অতিথি আপ্যায়ন সলাগ ল'ব লগীয়া…… বহুত ভাল লাগিল প্ৰতিযোগীতাক অংশ গ্ৰহণ কৰিবলৈ গৈ …… চক্ৰপাণি দিহানাম দ'ল, লক্ষীমপুৰ সমূহ সদস্য ফালৰ পৰা বহুত বহুত বহুত ধন্যবাদ জনালোঁ সমূহ শিলকচুবাম ৰাইজক 🙏🙏🙏 ❤️

    • @Sk2529r
      @Sk2529r 14 дней назад +1

      Dhoinnobad 🙏

  • @DhrubajyotiGogoi-kq6sy
    @DhrubajyotiGogoi-kq6sy 12 дней назад

    হৰি নামৰ প্ৰতিযোগিতা আচলতে পাতিব নালাগে।হৰি নামকলৈ টকাৰ প্ৰতিযোগিতা হোৱাৰ লগে-লগে হৰিভকতি শেষ হৈ যায়।টকা য'তেই থাকে তাতেই বেপাৰ হয়। ধুনীয়াকৈ সুৰ লগাই গাব পাৰিলেও ভক্তি নাথাকিলে ঈশ্বৰক নাপাব। ধুনীয়া সুৰ নথকা জনৰ ভকতি বেছিও থাকিব পাৰে। ঈশ্বৰৰ নাম কবলৈ প্ৰতিযোগিতা কৰা মানে .................!

  • @ashamonikalitabora6149
    @ashamonikalitabora6149 13 дней назад +3

    দিহানাম প্ৰতিযোগিতাৰ সন্মানীয় তিনিওজন বিচাৰকৰ মন্তব্য শুনি উপকৃত হ'লোঁ। নিশ্চিতভাৱে আপোনালোকৰ মন্তব্যত প্ৰতিযোগী সকল উপকৃত হ'ব।
    মহিলা প্ৰতিযোগীয়ে চেলেং গামোছা ল'ব নে নল'ব , চেলেং ল'লে গামোছা নল'লেও হয় নে নহয় এই কথাবোৰ শুদ্ধ ৰূপত জানিবলৈ সকলোৱে বিচাৰে। কিন্তু (GI) Geographical Indication tag পোৱা অসমীয়াৰ স্বাভীমান গামোছাখনক পুৰুষ আৰু প্ৰকৃতিৰ মাজত ভাগ কৰাত অকনমান বুজিবলৈ অসুবিধা পাইছোঁ।
    দ্বিতীয়তে মাননীয় মুকুন্দ মাধৱ বৰাদেৱে যিভাগ নাম হুঁচৰিৰ পদ বুলি পৰিবেশন কৰি দেখুৱালে , সেই নামভাগ মই প্ৰতিযোগিতাত পৰিবেশন কৰি আছোঁ। বৰাদেৱে মোৰ নামভাগেই বিচাৰ কৰিছে।
    বিনম্ৰতাৰে জানিব বিছাৰিছোঁ যে, "ৰাম ৰাম ৰাম ৰঘুনন্দন , বালিক বধিলা প্ৰভূ কি কাৰণ " এইভাগ প্ৰকৃততেই হুঁচৰিৰ পদ নেকি ?
    কাৰণ মোৰ বয়স প্ৰায় ৪৩ বছৰ। এই জীৱনৰ দীৰ্ঘ সময়ত মই ক'তো হুঁচৰিৰ পদ এইভাগ শুনা নাই।
    "হনুমন্তই বোলে প্ৰভূ নকৰিবা চিন্তা , সাগৰত সেতু বান্ধি আনি দিম মই সীতা।"
    নাইবা , " হনুমন্তই বোলে প্ৰভূ কি কাৰ্য কৰিলা , গৰ্ভাৱতী সীতা দেৱীক বনত এৰিলা"
    এইবিলাক পদ শুনিছোঁ। কিন্তু আমি নামভাগত বালি কি অপৰাধত অপৰাধী হৈ ৰামচন্দ্ৰৰ শৰত মৃত্যু হ'ল তাৰ সম্পূৰ্ণ বৰ্ণনা আছে। যদি প্ৰকৃততেই আমি ভুল নাম এভাগ পৰিবেশন কৰি আছোঁ তেনেহ'লে আপোনাৰ পৰামৰ্শই জয়ধ্বনি শিল্পী সমাজ , যোৰহাটৰ দিহানামৰ দলটোক কৃতাৰ্থ কৰিব।

  • @swadhindas29
    @swadhindas29 15 дней назад +3

    কৃষ্ণ...... বিচাৰকৰ মন্তব্য আৰু বিচাৰকৰ নিৰ্বাচন প্ৰক্ৰিয়া কোনো সাদৃশ্য দেখা নাপালো, যিখিন কথা ভূল বুলি আপোনালোকে কৈছে সেই ভুলবোৰ কৰা দল কিছুমান পুৰষ্কাৰ পোৱা দেখিলো চোন। প্রতিযোগিতাত থকা আমাৰ বিচাৰক ছাৰ কেইজনক আমি মাত্র অনুৰোধ কৰিছো সকলোৰে বাবে নিয়ম সমূহ সমান বুলি ভাবি বিচাৰ বোৰ কৰে যেন । কথাষাৰ কোৱা বাবে ক্ষমা কৰিব।
    আপোনালোকক কথা কব পৰাকৈ আমাৰ জ্ঞান নাই।

  • @Adityaankur939
    @Adityaankur939 15 дней назад +4

    Kokai bisarokr keijonr namb pam ni? Kotha keitam janib lga asil

  • @bastobBastob-w3m
    @bastobBastob-w3m 15 дней назад +2

    বিচাৰক জনৰ ওচৰতে যদি চাৰিখনমান দিহানামৰ নিৱমাবলি আছে তেন্তে তেওঁ যোৱাকালি কোনখন নিৱমাবলি চাই দিহানামৰ বিচাৰ কৰিলে । আৰু এজনে কৈছে মহিলাই চেলেং ভাগি লব নালাগে বুলি ,তেন্তে চেলেং ভাগি লোৱা দলবোৰক তেওঁ কিয় পুৰস্কাৰ দিলে। বিশেষকৈ হাতৰ চাপৰি ভুল হলে আপোনালোকে গুৰুত্ব নিদিয়ে নি। যিটো দলে নিজেই কৈছে আমি পুৰস্কাৰ পাব নালাগিছিল আমাৰ অলপ ভুল হৈছিল ,সেইটো দলক আপোনালোকে কেনেকৈ পুৰস্কাৰ দিব পাৰিলে। আপোনালোক বিশেষকৈ বহুত জ্ঞানী মানুহ ,মই কওঁতে কিবা ভুল হলে ক্ষমা কৰিব। কৃষ্ণ❤

    • @piyushphukan
      @piyushphukan 15 дней назад

      কোনটো দলৰ কথা কৈছে

    • @duliajanmlachit4321
      @duliajanmlachit4321 15 дней назад

      Apunaluke jikhini kotha kole hai kothabur baru hunilu kin2 vul Kora dol burok kiyo puroskar pale hai2 ha najanilu Nana bisarok Nana mot Kunu bisarok ak mot nohoi

    • @bastobBastob-w3m
      @bastobBastob-w3m 15 дней назад

      ​@@piyushphukanবুজাই বুজিছে।

  • @hiranyadas459
    @hiranyadas459 14 дней назад

    বিচাৰক মণ্ডলী আপোনালোকে কি বিচাৰ কৰিলে আমি একেবাৰে ধৰিব নোৱাৰিলোঁ , আৰু আপোনালোকে টো কৈছিলে হাতৰ চাপৰি এটাই 👏বজাইছে আৰু এটাই 🙏 এনেকৈ বজাইছে ,আৰু যিটো দলে হাতৰ চাপৰি ভুল কৰাৰ পাছতো আপোনালোকে পুৰস্কাৰ দিছে সেইটো আমি বুজি নাপালোঁ ,আৰু কি কৈছিল কোনোবা এখাৰ দিহানাম বোলে আপোনালোকে বিহুত হে গাইছিল এতিয়া কথা টো হল যে দিহানাম আৰু বিহু কি একেই নেকি ?যদি একেই নহয় তেনেহলে কেনেকৈ পুৰষ্কাৰ পালে ,ক্ষমা কৰিব আপোনালোকৰ দৰে মহান কেইজনক ভুল ধৰিব পৰা আমাৰ অকণো ক্ষমতা নাই কৃষ্ণ 🙏🙏

  • @bastobBastob-w3m
    @bastobBastob-w3m 15 дней назад +1

    আপোনালোকৰ হাজাৰ জন বিচাৰকৰ মন্তব্য হাজাৰটা হলে আমি কোনটো নিয়ম মানি চলিম।