"ভক্তি নিজৰা" প্ৰভাতী পুৱাৰ অনুষ্ঠান//যুগল প্ৰসংগ

Поделиться
HTML-код
  • Опубликовано: 2 ноя 2024
  • "ভক্তি নিজৰা" প্ৰভাতী পুৱাৰ অনুষ্ঠান//যুগল প্ৰসংগ নামাচাৰ্য্য-শ্ৰদ্ধাৰ শ্ৰীযুত মধুসুদন কলিতা আৰু সংগীবৃন্দ সকল ।।(বঙাইগাঁও) ।।
    পৰিচালনা-শ্ৰদ্ধাৰ শ্ৰীযুত পবিত্রপ্ৰাণ বৰা (গোলাঘাট)
    ব্যৱস্থাপনা-শ্ৰীমৃদুল মজুমদাৰ (হাজো) ।

Комментарии • 48

  • @BharatiKalita-m9b
    @BharatiKalita-m9b 2 месяца назад +2

    কৃষ্ণ, প্রসংগ ভাগ শুনি বৰ ভাল লাগিল, কৃষ্ণ ।

  • @sabitriduttas9249
    @sabitriduttas9249 2 года назад +3

    আই বাপ সকলোকে সেৱা জনাইছো সুন্দৰ ভাল লাগিল কৃষ্ণ

  • @sabitrimedhi6564
    @sabitrimedhi6564 9 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @mintubharali3092
    @mintubharali3092 3 года назад +1

    Krishna baap.... Ati xundr hosai.... Kintu aai hokole jodi mooror uroni kapur vag val koi lole haten teati aru xuoni hol haten. Krishna 🙏🙏🙏🙏🙏🙏.
    Joiguru sankar

  • @rajenchandrabaruah9877
    @rajenchandrabaruah9877 6 месяцев назад

    Krishna Krishna pranam bap aye matrisab pranam

  • @muninoza4944
    @muninoza4944 2 года назад +1

    কৃষ্ণ বৰ সুন্দৰ লাগিল দেই বাপ আই সকল কৃষ্ণ

  • @atulokalita4134
    @atulokalita4134 3 года назад +3

    আই বাপ সকল অতি সুন্দৰ পৰিবেশন। কৃষ্ণ কৃষ্ণ

  • @tarinimohankalita8206
    @tarinimohankalita8206 2 года назад +1

    Krishna bap seba jonalo krishna.

  • @hirakdekah9015
    @hirakdekah9015 2 года назад +1

    জয় গুৰু শ্ংকৰ

  • @taranidas6027
    @taranidas6027 Год назад +1

    KRISHNA,KRISHNA BAP ,

  • @KrishnaKalita-o5x
    @KrishnaKalita-o5x Месяц назад

    Jai guru sankarmadhabar abdan eksaran harinamdharmar sarsa kalinugar pradhan karmaihe jinar taranhab jai guru sankar jadab. ❤❤❤❤❤. 38:23

  • @rupamdas4885
    @rupamdas4885 3 года назад +2

    Krishna

  • @pranabbora930
    @pranabbora930 3 года назад +2

    কৃষ্ণ

  • @hirakdekah9015
    @hirakdekah9015 2 года назад +1

    যুগল শুনি ভাল লাগিল

  • @agogoimusicproduction9278
    @agogoimusicproduction9278 3 года назад +2

    🙏 krishna xundor

  • @debojitbora9152
    @debojitbora9152 3 года назад +2

    কৃষ্ণ কৃষ্ণ প্ৰণাম🙏🙏🙏

  • @prafullasaikia6128
    @prafullasaikia6128 3 года назад +2

    Joy krisna.

  • @dipakkumarray3864
    @dipakkumarray3864 3 года назад +3

    Krishna Krishna bap 🙏🙏🙏🙏

  • @jogeshbaishya5366
    @jogeshbaishya5366 2 года назад

    কৃষ্ণ কৃষ্ণ বাপ/আইসৱ আপোনালোকৰ প্রচেষ্ঠা দেখি ভাল লাগিল | কিন্তু নামচন্দ আগত পিচতহে শৰণ

  • @apurbabanikya7123
    @apurbabanikya7123 3 года назад +3

    🙏🙏🙏

  • @jaganathsonowal2365
    @jaganathsonowal2365 3 года назад +2

    🙏 কৃষ্ণ 🙌

  • @nayanraj1599
    @nayanraj1599 4 года назад +4

    কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ

  • @rekhagogoi322
    @rekhagogoi322 4 года назад +4

    কৃষ্ণ বাপ বান্ধৱ আই মাতৃ সমস্তলৈ আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিলো ।

  • @madanborah8890
    @madanborah8890 3 года назад +5

    🙏🙏 কৃষ্ণ কৃষ্ণ বাপ, সেৱা আগবঢ়ালো। অতি ‌সুনদৰ হৈছে নাম ‌ভাগ। এটা ভুল আঙুলিয়াই দিয়া হ'ল, সঙ্গী বৃন্দ মানেই‌ সঙ্গী সকল। কৃষ্ণ কৃষ্ণ।

  • @KrishnaKalita-o5x
    @KrishnaKalita-o5x Месяц назад

    Dha nyanad❤ 40:53

  • @dipanjalibailung1180
    @dipanjalibailung1180 4 года назад +2

    কৃষ্ণ প্ৰভু

  • @labaram566
    @labaram566 3 года назад +6

    শ্ৰী মন্ত শংকৰ দেৱ সংঘৰ সৌজন্যত গঢ় লৈ উঠা 'ভক্তি নিজৰা 'যুগল পটলৰ মহান এই ভক্তি মূলক চেনেলৰ কতৃপক্ষ তথা সমূহ ভক্তকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিলো ।এনেহেন মহান অথচ দুঃসাহসিক কৰ্মত পদক্ষেপ আগবঢ়োৱা কথাটো সচাঁকৈয়ে বৰ প্ৰশংসনীয় পদক্ষেপ বুলি কব লাগিব ।কিন্তু মোৰ ব্যক্তিগত দুই এটা কথা কবলৈ বিচাৰিছো, ভুল দোষ হলে ক্ষমা দৃষ্টিৰে চাব-এয়া মোৰ আপোনাসবৰ ওচৰত প্ৰাৰ্থনা ও অনুৰোধ ।প্ৰথম কথাটো হ'ল-বৰপেটা সত্ৰত মহাপুৰুষ দুজনাৰ ঘোষা আৰু যুগল পটল যিটো সুৰত পচলিত হৈ আহিছে, সেই সুৰ, লয় আৰু তাল ফুটি উঠা দেখা নাই ।দ্বিতীয় কথাটো হ'ল এই যে-বৰপেটা সত্রত যুগল আৰম্ভ কৰিলে, প্ৰথমতে নাম ছন্দৰ পৰা আৰম্ভ কৰে । প্ৰথমে শৰণ ছন্দ আৰম্ভ নকৰে ।আপোনালোকে কিন্তু শৰণ ছন্দ খিনি আগতে গাই পিছত নাম ছন্দৰ পটল কেইটা গাইছে । মই ভাবোঁ এইটো মথুৰা দাস বুঢ়া আতাৰ পৰা এতিয়া পৰ্যন্ত পৰম্পৰা গতিকে ভাবে অসমৰ সকলো সত্রই মানি চলি আছে । এনে ধৰণৰ বহুত কথাই আছে ।কিন্তু কমেন্টত সকলো কথা কোৱা সম্ভব নহয় ।আশা কৰো খুটি নাতি ভুল বোৰ দূৰ কৰি যথা সম্ভব শুদ্ধকৈ গাবলৈ চেষ্টা কৰিব ।কাৰণ, ই আমাৰ সকলোৰে সম্পদ ।আপোনাৰ দুঃনাম মানে মোৰো দুঃনাম ,সমগ্ৰ অসমীয়া জাতিৰে দুঃনাম । তথাপি আপোনা লোকৰ এই প্ৰচেষ্টাক মই অশেষ ধন্যবাদ জনাইছোঁ ।ভগবানে কৃপা কৰক ।সেবাহে ।ধন্যবাদ ।বৰপেটাৰ পৰা মই লব ৰাম দেৱান ।

    • @bhaktinijora3720
      @bhaktinijora3720  3 года назад +3

      ভুল শুদ্ধই মানুহক বহু দুৰলৈ লৈ যাব বাপ যিহেতু আমি চেনেলৰ সম্প্ৰচাৰ দায়িত্বত আছো সেয়ে আমি ভক্তি নিজৰা চেনেলৰ জৰিয়তে সকলো আধ্যাত্মিক বিষয় বস্তুক তুলি ধৰাতো দায়িত্ব, কৃষ্ণ লগতে যি সকলে গুৰু জনাৰ নাম ধৰ্ম ভূলকৈ যদি প্ৰচাৰ কৰি আহিছে তেওলোকৰ পৰিচালনা দায়িত্বত থকা সকলে বিষয় তো চালি জাৰি চোৱাতো উচিত। কৃষ্ণ

  • @saratmedhi994
    @saratmedhi994 3 года назад +4

    বৰ ভাল লাগিছে ।

  • @tarinimohankalita8206
    @tarinimohankalita8206 Год назад +1

    Baap krishna,bapbandhab,aai matri sakaloloi seba nibediso,krishna.

  • @tridip4088
    @tridip4088 3 года назад +1

    বৰগীত নাগালে য়ে কিয়?

  • @jugenkonwar9480
    @jugenkonwar9480 3 года назад +2

    Very nice ☺😊😍😍😘

  • @pranjoldutta7038
    @pranjoldutta7038 3 года назад +3

    কৃষ্ণ বাপ আৰু আই সকল প্ৰসংগ ‌ভাগি বৰ মনোৰম হৈছে।।।। নাম আচাৰ্য ‌বাপ জন আপোনাৰ চৰণ কমলত এই অভাজনে ‌সেৱাৰ নিবেদন জনালোঁ ‌।

  • @prafullaborah1541
    @prafullaborah1541 3 года назад +2

    বৰগীত ণাথাকিলে ণাম সম্পূৰ্ণ ণহয় নিশচয়

  • @gebarcysaikia3606
    @gebarcysaikia3606 2 года назад

    l

  • @barunbibhursaikia9095
    @barunbibhursaikia9095 3 года назад +2

    নাম প্ৰসংগ ভাল লাগিল।পিছে বৰগীত ভাগি কিয় গোৱা নহল । জানিৱ পাৰিম নে?

  • @jugenkonwar9480
    @jugenkonwar9480 3 года назад +3

    🙏🙏👏👏

  • @kamaldutta5577
    @kamaldutta5577 4 года назад +3

    Bap bor git nai dekhun

  • @krishnakakaty2624
    @krishnakakaty2624 3 года назад +1

    Vokotor. Xarit mohila xomane. Bihar val. Dekha nai

    • @bhaktinijora3720
      @bhaktinijora3720  3 года назад

      গুৰু জনাই কৈছিল নেকি ভকতৰ শাৰীত মহিলা বা নামঘৰৰ ভিতৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ বুলি, মনে সজা কিছু কথা লৈ ভক্তি নিজৰা চেনেলৰ আধ্যাত্মিক পৰিৱেশ বিনষ্ট নকৰিবলৈ সেৱা ধৰিলোঁ 🙏

  • @pranjoldutta7038
    @pranjoldutta7038 3 года назад +2

    নাম আচাৰ্য ‌বাপ জন কথা জনাব বৰ ‌গীত নোহোৱাকৈ প্ৰসংগ ‌ভাগি কৰিব পৰা যায় নেকি,??? অনুগ্ৰহ কৰি জনাব

    • @bhaktinijora3720
      @bhaktinijora3720  3 года назад +1

      যোগাযোগ ব্যৱস্থা বৰ্তমান নাই বাপ জনাৰ🙏

    • @hemopravatalukdar408
      @hemopravatalukdar408 3 года назад

      Bhall hoise bap seba jonaisu krishna

  • @rupamdas4885
    @rupamdas4885 3 года назад +2

    Krishna