পাৰিজাত ফুলৰ বিষয়ে কিছু কথা /Queen of the night/ব্ৰহ্মকমল , পাতো আহক🙏

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024

Комментарии • 19

  • @user-np4bh6yl8f
    @user-np4bh6yl8f Месяц назад

    এই ফুল আমাৰ ঘৰত বহুত ফুলিছিল ৷ বৰ ভাল লাগে ৷ গছজোপাৰ নাম এতিয়াহে জানিলো ৷ ঘৰৰ চাদত চাব লাগিব ফুলজোপা আছেনে নাই ৷

  • @nilakhiboruah4534
    @nilakhiboruah4534 3 года назад +2

    Dhunia lge 😍😘😘💕

  • @sharoneastwood.1025
    @sharoneastwood.1025 2 года назад

    How beautiful ❤️ is that 😍.

  • @himanshujaanboruah4762
    @himanshujaanboruah4762 3 года назад +3

    Bohut vl lagil bondhu holu dy muku bonabo dy

  • @sumiboruah704
    @sumiboruah704 3 года назад +1

    👌👌👌

  • @NondonPachanivlogss
    @NondonPachanivlogss 2 года назад

    All the best

  • @nirusaikia7631
    @nirusaikia7631 2 года назад

    সুন্দৰ

  • @kukimoni6337
    @kukimoni6337 2 года назад +1

    পাৰিজাত ফুল কত পাম বাৰু কব নি ,, মই শিৱসাগৰ হয়

  • @bipulgogoi309
    @bipulgogoi309 2 года назад

    পাৰিজাত ফুল কি মাহত ৰুব লাগে ?ইয়াৰ যত্নৰ বিষয়ত জনাব

    • @sumiboruahneogetu-hitu9434
      @sumiboruahneogetu-hitu9434  2 года назад +1

      মাহ বুলি কথা নাই ,যেতিয়াই মন যায় তেতিয়া ই লগাব পাৰে ইমান যত্ন লবলগীয়া নহয় বালিচহিয়া মাটি ত ৰুব অাৰু সপ্তাহত দুবাৰ মান কৈ পানি দিব

  • @joyantamorang7699
    @joyantamorang7699 2 года назад

    পাৰিজাত ফুল চিঙিব পাৰিনে জনাবচোন 👏👏

    • @sumiboruahneogetu-hitu9434
      @sumiboruahneogetu-hitu9434  2 года назад

      পাৰিজাত ফুল এদিনত মৰহি যাই। মৰহা পাছত চিঙি ভগৱান ৰ ওচৰত ৰাখিব পাৰে

  • @hirakkalita9360
    @hirakkalita9360 Год назад

    Moi besari asu powa ni debo paribo nkin

  • @sharoneastwood.1025
    @sharoneastwood.1025 2 года назад

    Shame 😒 we don't know what she's saying.