ৰিজাল্ট দিলেই পানী-পানী আৰু গাখীৰ-গাখীৰ হৈ যাব - নিযুক্তি বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
HTML-код
- Опубликовано: 15 сен 2024
- 🛑 আম্বানীৰ পুতেকে নহয় দুখীয়াৰ লৰা ছোৱালীয়ে চাকৰি পাব, ৰিজাল্ট দিলেই পানী-পানী আৰু গাখীৰ-গাখীৰ হৈ যাব - নিযুক্তি বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
🛑 'এয়া James Bondৰ চিনেমা নেকি? কোনোবাই কাৰোবাৰ গাড়ীৰ নম্বৰ কৈ দিলেই হ'ব নেকি?
🛑 'এইবিলাক কৰি ৮ লাখ লৰা-ছোৱালী মূৰ গৰম নকৰিব'
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
আপোনাৰ ওপৰতে সকলো।আপোনাৰ ওপৰত অসমৰ লাখ লাখ নিবনুৱা ৰ ভবিষ্যত।আমি আশাৰে ৰৈ আছো,অসসমৰ যুৱ প্ৰজন্মৰ অভিভাৱক আপুনি।
তেল টো অলপ বেছি হল নেকি ?
Hoi deaaa
Score should be revealed with the result individually🙏A prayer to Our respected CM sir
With omr copy of each candidate and question paper
yes we want score card.....
Yes need score and cutoff
Yes score is important irrespective of passed or failed
OMR sheets of all the successful candidates should be made available publicly. Then only people will believe.
মামা, আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে, কেৱল বিশ্বাসটো ভাঙি নিদিব। 🙏
এতিয়াহে ভাল লাগিল। সচাঁ কথা কৈছে আপুনি ছাৰ।
Right
Kothate bhuli gola maane
Cut off marks aru individual mark show koribo lage.then mama jindabad
Ys thik koisa
সব ঠিকে কৈছে বাৰু, কিন্তু যিকেইটা ধৰা লগোৱা হল সেটোহে বুজি নাপালোঁ
Yes
যিয়েই যি কৈ নাথাকক কিয় , আমাৰ C.M. চাৰৰ উপৰত সম্পূৰ্ণ বিশ্বাস আছে । তেওঁৰ নেতৃত্বত যে অসম উন্নতিৰ এক নতুন শিখৰত উপনীত হব তাত কোনো সন্দেহ নাই । #Our_CM_Our_Pride❤️
Bamunar pwali
সকলো বাদ , মুঠতে শিক্ষিত নিবনুৱা বিলাকে চাকৰি পাব লাগে । বস্তুৰ বৰ দাম মানুহৰ জীৱন নিবিকা ৰৈ গৈছে । যাৰ অভাৱ তেওঁহে জানে , ঘৰৰ বহুত কৰিব লগা কাম থাকে । যদি খেলিমেলি হৈ ৰৈ যায় বৰ ডাঙৰ কথা হব । বিশ্বাস আছে সকলো ঠিক হব ।
Salute sir ..right kotha koise..
Toka diya sakori napai..sir olp sku dibo pls jate meritus bilake ye pai...jehe tu kiba ata olaise khsa misai
🙏🙏90%ল'ৰা-ছোৱালীয়ে অসম চৰকাৰে অনুষ্ঠিত কৰা পৰীক্ষাবোৰ যে নিকা হ'ব সেই বিশ্বাস হেৰাইছে। সেই বিশ্বাস তেতিয়াহে ঘূৰি আহিব যেতিয়া চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰি পৰীক্ষাৰ শেষত Question bookletসহ OMR Sheetৰ কাৰ্বন কপি পৰীক্ষাৰ্থীৰ হাতত তুলি দিয়া লগতে ৰিজাল্টৰ সময়ত নিৰ্দিষ্ট websiteত পৰীক্ষাৰ্থী ৰ OMR sheet ৰ লগতে Answer key আপলোড দিব।হয়; আমাৰ যুৱপ্ৰজন্মই তেনেকুৱা এখন চৰকাৰৰে কামনা কৰে। আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্তবিশ্ব শৰ্মা ছাৰে(মামাই) চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত তেনে এখন স্বচ্ছ,নিকা চৰকাৰৰ ছবি বাস্তৱত অসমৰ ৰাইজৰ আগত দাঙি ধৰি সমগ্ৰ অসমবাসী ৰাইজৰ বিশেষকৈ যুৱচামৰ হেৰাই যোৱা বিশ্বাস ঘূৰাই আনি অন্তৰ জয় কৰিব পাৰিব বুলি আমাৰ ভৰসা আছে। ধন্যবাদ।🙏
Right
Honourable chief minister sir is Absolutely correct.... This news actually astray some Aspirants... l also disappoint...
Right 👌👌👌👌🙏🚩❤
জুলুঙাৰ মেকুৰী নোলালেই হ'ল আৰু দেই 🙏🙏🙏
Right sir 👍🙏🙏🙏
ছাৰ মই এগৰাকী গৃহিণী হৈয়ো এই পৰীক্ষাত বহিছিলোঁ কিয়নো আপোনাৰ ওপৰত আস্থা থকাৰ বাবে সচাকৈ আজি এই কেইদিন মনত বহুত দূখ লাগিছে।
Mama tumi jui🔥🔥
Right kotha koise🙏🙏🙏
Thanks sir atiya mon alp vl lagise.
Right sir
Thank you Mama , we have faith in you..
Hatt
Well said CM sir 👍👍
Salute CM Sir
Mama is fire 🔥🔥🔥🔥... We love you Mama.. Long Live Himanta Sir... We love and respect you for this...
Maka
@@pollobbora7509 ৰাইজৰ আদালতত ৩য়/৪র্থ বৰ্গৰ চাকৰিৰ কিছু তথ্য🙏Victorফেক্টৰ হব নেকি!!🙏C.M.য়েও কলে।।ruclips.net/video/Vw3AHe1eMjc/видео.html
মুখ্যমন্ত্ৰী মহোদয় অসমৰ ৱেব পৰ্টেল বিলাকৰ ওপৰত কিবা এটা পদক্ষেপ লওক
Bhal lagil
I agree with you sir 🙏🙏🙏
You are best mama❤️
We don't want controversy, we want results as soon as possible. Mirror result.🙏🙏🙏🇮🇳🌹
মহাশয়, পৰীক্ষাৰ প্ৰশ্নকাকত দিয়াৰ ব্যৱস্থা কৰাৰ লগতে উত্তৰ কাকতৰ কাৰ্বন কপি দিব লাগে
He2 korileu jijone blank rakhi ahisil..knk gom pabo...bujise2
@@ramdhenuvibes569 hetu hoi diok ...kintu kisu porimane holeu candidates r confidence baribo
Mamar kotha 👍👍
দালাল কেইতাক ধৰা বিপৰীতে যিজনে দালালৰ বিপক্ষে আৰক্ষীক অৱগত কৰিব বিচাৰিছে সেই জনেকেই যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, অসম খন দুৰ্নীতি মুক্ত কেনেকৈ হব। আৰক্ষীয়ে হওক বা চৰকাৰে হওক এনেবোৰ কাম কৰিলে অনাগত দিনত সাধাৰণ ৰাইজে দুৰ্নীতি বিৰুদ্ধে মাত মতাত সংকোচন কৰিব ।।
Thank you 💕💕
Mama
Allah a apnk khodai safe rakhok mama ...
Ekdom right kotha sir....
Bhal kotha koise sir
ধন্যবাদ জনাইছো মুখ্যমন্ত্রী মহোদয়ক🙏🙏 বৰহিয়া শুদ্ধ কথা কৈছে 👍👍👍👍
Very very good speach. Himanta Biswas Sharma great man in the world.
আৰু অলপ ভালকৈ তেল মৰা , বিয়াৰ উচ্ছৰ্গা টো ডাঙৰকৈ পাবা ।
@@rewatimali1007 👌👌👌👌
Thank you sir🙏🙏🙏
We believe you.. Please hold nokoribo job r process tu sir pls🙏
Mama বিশ্বাস নাই অভিযোগ দিয়াক এৰেষ্ট কৰে
💯 percent.. Your exam didn't go well .. that's why you writing negative comments.. You should have studied hard instead of giving this comments..Grow up!
@@bikashchetry5692 good reply
মামা, প্ৰত্যেক পৰীক্ষাৰ্থীয়ে যাতে নিজৰ নিজৰ মাৰ্ক বিলাক যাতে ছাবপাৰে তেনে পদক্ষেপ লয়যেন ৷ আৰু Answerkey Provide কৰিলে ভাল হয় ৷
Respected ❤️❤️🙏🙏🙏
Mama tumi 🔥🔥🔥🔥
#westand with victor sir
Hoi mama apuni thik kotha koise.... mama Dhs exm2 patok xunkale mama
বিপৰিত পাৰ্টি নেটা বোৰে ভাৱিছে
বিজেপি চৰকাৰ শেষ কৰিব লাগে
কিন্তু আমি ভাৱো এইয়া বিজেপি চৰকাৰ নহয়
আমাৰ অসম এটা নতুন দল বোলি
মামা বিজেপি চৰকাৰ মূখ্যমন্ত্ৰী নহয়
অসমৰ অসমিয়া বাবে এজন মূখ্যমন্ত্ৰী
দেশৰ সকলো ৰাজ্যৰ মূখ্যমন্ত্ৰী বোৰে মামাৰ বিপৰিত কয়
কাৰণ অসমিয়া সকলৰ বাবে অসমৰ বাবে বহুত কৰিছে
এনেদৰে থাকিলে মামাৰ কেতিয়াও এই অসমৰ পৰা এঘৰিয়া নহয়য়য়য় বিজেপি জিন্দাবাদ জয়য়য়য়য়য়য়য় শ্ৰীৰামমমমমমমমমমমমমমমমমমমমমমম
U r right Sir
You are Great cm sir
Dear CM sir your speech is wright, 100% i like your speech because always i like honestly
চৰকাৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে👍👍
Results should be provided with individual mark and cutoff mark then we will trust you
Love you mama ....god bless you
মামা পুলিচৰ ৪১৪ জনক নিযুক্তি দিয়ক ! বহুত কষ্ট কৰিছিলো চাকৰিটোৰ বাবে ! ৪ বছৰৰ কষ্ট অথলে যাব নিদিব !
wait krok sn dada, nissoi kiba kribo
Aru 2 nombori certificate dia😂😂😂
@@palfootballshow322 madari bapere disil neki 2nmbri certificate
Thanks and wc
Great sir
Protyekjon candidates r jate marksheet diyar byabostha kore TET exam r dore 🙏.. tetiai ulai poribo hosa ki Misa ki ... Protyekore marksheet dile karu monot aitu vab nathakibo je moi kiyo pass nokorilu ba he kiyo pass koril .. hokolue jane nije hoitu kiman marks pabo pare so #WE WANT OUR MARKSHEET#
Mama..well said !!
Wait and watch, rumours will be vanished 😊
You are great sir
Mama is rock
Result tu baddiyok sir victor sir mukti dbo lge amar eituye dabi
Right
Right mama .so thank you so much
Right 👍
Right 🙏🙏
Apunar uprt bishakh ase moiu exm disu Mur mote moi pass korim kintu aibur kheli meli huni montu vl loga nai
We will keep rolling, but I don't have Clear evidence 😀
If Victor has Clear evidence than he should have openly Shared it so that Public can also raise their voice higher, Now we are in confusion who is wrong who is right? Some ex MLAs name Tu mukoli korok, kihor karoney bat sai ase. Victor himself maybe in the trap due to believing some rumours
Yes
Sir right.👍
পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগতেই Answer Key জনাই দিয়ক, offical answer keyত আপত্তি থকা বিলাকৰ আবেদন কৰিবলৈ দিয়ক, তাৰ পাছত ব্যক্তিগত OMR key বিলাক দি দিয়ক আৰু ঠিক কেইদিন মানৰ পিছতে ফাইনেল ৰিজাল্ট দিয়ক। নহলে 1,2 কম পোৱা বিলাকে অত তত দুখ উলিয়াই ৰামৰ দেউতাকৰ নাম ৰাৱণ কৰিব।
Very good job Mama
Apunar kotha bur val lage
We believe our CM sir ... because recently appointment of the constable has been given to the deserved ones...
Mama jui
ভিক্টৰৰ পৰা বালেক্টৰলৈ চব এইবোৰ আপৰ এজেণ্ট।
😂.
Mama is on fire❤️❤️❤️❤️❤️
Nice CM sir
Yes you are right sir
Mama zindabad ❤️❤️ love you
Mama you are great 👍🙏🙏🙏
Answer booklet jodi goru a khai ? Jodi short circuit hoi tetia ki hobo ?
Negativity iman kio?
আশা কৰিছোঁ সকলো নিকাকৈ হ'ব। লগতে ৰিজাল্টত প্ৰশ্নকাকত আৰু উত্তৰ পত্ৰিকা দিয়াৰ ব্যৱস্থা কৰে যেন।
Honorable CM of Assam ,hope apuni koa khini ai hosa hoi. Jodi eaat apuni worng hoi tetiya hole next kinto apuni axomor youths beleive earn koribo nuaribo aru Bollywood movie jenekoi boycott soli ase apunar sarkar ko boycott koribo. So youths r beleive lost nokoribor dhanyawad 🙏
Amar CM sir uporot bishah ase.....Good CM of Assam. I proud of you sir.
Ekdom jagat Mama👌👌🔥
Nd hoi news channel keita asol culprit 😑😑
We have faith on you
Amar media bilak pagol😡😡🤬🤬🤬
I have faith that the result shall be 💯 percent genuine. People are making mountain out of molehill and media is adding fuel to the fire which is disturbing the genuine candidates expectations, peace and sleep.
Scorebur aru omr sit sabo porakoi diye jen result
ভিক্টৰ sir ক মুক্ত কৰিব লাগে। তেওঁ ছাত্ৰ ছাত্ৰীৰ কথাত অভিযোগ টো কৰিছিলে। কিন্তু আপোনালোকে তাক বুজাই দিয়াৰ বিপৰীতে arrest কিয় কৰিব লাগে। ভিক্টৰ sir ক মুক্তি কৰি দিয়ক।
Himanta sir uport xompurno bisash ase.great cm.
Ryt sir🙏🙏🙏
Very good...❤❤❤ Mama
Love you Sir! Thanks for clearing all this drama
good speech sir
Mama jindabad b j p jindabad
Answer sheet ru cut off show krib...tar pist he blv krib prim
হয় ছাৰ, আপুনি ঠিকেই কৈছে আমি শেষত একোকে বিশ্বাস কৰিব নোৱাৰিম।
ভাবিছিলোঁ এই পৰীক্ষাটো নিকাকৈ হৈছে। কিন্তু এইবোৰ শুনাৰ পিছত বেলেগ পৰীক্ষাত বহিবলৈ মন ও নোযোৱা হৈছে। মনলৈ এইটোই আহিছে ইমানকৈ পঢ়িনো কি হ'ব আকৌ কিবা এটা হ'বই।
right mama result lage amak
Yes HBS sir you are right bjp zindabaad
HBS, Jatiya Nayak of Asom' salute to you 🌹🌹🌹🙏🇮🇳 salute to your cabinet minister's, working hard all around. 1lakhs recruitment, who can bring such a big recruitment, no one can, except you.🙏🙏🙏🇮🇳
আপোনাৰ কথা বিলাক শুনিব ভালেই লাগে,পিছে কাম বিলাক হে কিবা ধৰিব নোৱাৰি।
Akdom right
Right koisa ভাই
hosa kotha
একেবাৰে সছা কথা ।এইবিলাক ৰাজনৈতিক দল তথা কিছুমান মানুহৰ মেদিয়াত উলাবলৈ এক প্ৰক্ৰিয়া ।
Right