Yes ,,,,mur dadau 7 year dhari psoriasis rugat vugi asil, bahut darab khale,bahut doctor k dekhale...but paisa bur eneigol... But agi Nim pat ..bagori pat ,,,kesa haladhi ( goldmilk ) daily morning khabo diu.........,but teli mas ,,meat ,egg pura evoid ... But agi clearly val ple ...
Eku hite biporit nhoi...chemotherapy completely luale manuhei nabase dekhi asu eman din pora..just doctoror cancer dukhan khon olop nosolibo ... So let them try this...
Cancer patients doctor r hatat takile moribo,Doctor ane operation kiba kibi kori last t 3, 4 months pasot moribo ,Mr Shiddu sir is right ,ajikali Doctor bila kunu ata patient nok serious noloy
আয়ুৰবেদিক উষদ আগৰ পৰাই বিশ্বাস কৰো আৰু হালধি নিম মাজে মাজে খাই থাকো।নবজিৎ তৰ কথা এক দম সঁচা কথা।হালধিয়ে কেঞ্চাৰ ভাল হোৱা কথা আগতে জেঠিমাকৰ পৰা শুনিচিলো।শুনি বৰ ভাল লাগিল।
Last stage ত যিহেতু চিকিৎসকে কেঞ্চাৰ ৰোগ আৰোগ্য কৰিব নোৱাৰে তেন্তে একমাত্ৰ উপায় আয়ুৰ্বেদিক বনৌষধী চিকিৎসা।
😊
সচাকে সচা যদি বহুত ভাল কথা,ভগৱানে ভাল কৰক❤
Brave Sidhu salut
Bravery man Sindhu God bless you
কেঞ্চাৰৰ নামত এক বৃহত ব্যৱসায় চলি আছে । এই ব্যৱসায় বন্ধ হৈ পৰে বুলি চিকিৎসক সকলে ভয় কৰিছে ।
Sidhu 👍👍👍👍 Good News
God bless you
আয়ুৰ্বেদিক বহুত ভাল চিকিৎসাৰ হয়।
আয়ুৰ্বেদিক চিকিৎসাত সাংঘাটিক ধনাত্মক প্ৰমাণ আছে। উপযুক্ত গৱেষণাৰ যথেষ্ট প্ৰয়োজন আছে।
হালধি ৰস নিমপাত খাই মোৰ পত্নীৰ জয়ায়ু ৰোগ ভাল পালে ডক্টৰৰ ঔষ ধে কাম নিদিছিল
জৰায়ু কি ৰোগ ভাল হল জনাবছোন।
@@namitabharalideka7954 blinding
আমাৰ চিকিৎসক সকলে পৰীক্ষা নিৰীক্ষা কৰিয়েই এজন মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া দেখা পাওঁ।
আজি সিদ্ধুৱে কোৱা কাৰণেই এই কথা খিনি বহুলভাৱে প্ৰসাৰিত হৈছে। কিন্তু এজন বয়সস্থ ভদ্ৰলোকে সামাজিক মাধ্যমত বহু বছৰৰ আগৰে পৰাই এই পৰামৰ্শ দিছিল। মানুহৰ মন্তব্য বিলাক খুউব পুতৌলগা আছিল।
গতিকে আয়ুৰ্বেদ বহু পুৰণি। অথৰ্ববেদৰ দিনৰ পৰা আমাৰ সুন্দৰ দিহা বিলাক দি গৈছে।
হব পাৰে suggar শেষ হৈ যায় গাগিৰ কেচা হালধী গোৰ মিলাই খালে চুগাৰ শেষ হয় । মোৰ excident হৈছিল সাৰদি জইন কৰিবলৈ খাইছিলো sugger 98- আহি গল মাএ এমাহ খাব লাগে।
ভাৰতৰ বাবে ভাল খবৰ,
মোৰ পত্নীয়ে ৰাতিপুৱা খালি পেটত কুহুমিয়া গৰম পানীৰ লগত হালধিৰ গুৰিৰ লগত মিহলাই এগিলাছ খাবলৈ দিয়ে ; মই এতিয়াও নাজানো , কি কাৰণে দিয়ে । মোৰ প্ৰায় এবছৰ পাৰ হল আৰু মই এতিয়াও খায় আছোঁ । জয় শ্ৰী ৰাম ; জয় শ্ৰী কৃষ্ণ ❤❤❤
আপুনি ভাগ্য বান. নমস্কাৰ
Tur ghainiea kiya khowai hushibi ako😂
Thank, youu,, ❤❤❤❤to👌👌👌👌
100% khasa praman paisu .Excellent treatment 👌👌👌🙏🙏🙏
সুন্দৰ ভাল কথা, মানুহ গৰাকী ভাল পাইছে যিহেতু, আৰু বেলেগ কবলৈ কি আছে।
ভাল পাইছে কৈছে
নৱ জিত সিং সিদ্ধু ৰ কথাত বিশেষজ্ঞ চিকিৎসক সকলে গৱেষণা কৰিলে আচল সত্য ওলাব, আমি ঘৰুৱা চিকিৎসা বা আয়ুৰ্বেদিক বনৌষধীৰ পৰাই ঔষধ তৈয়াৰ হোৱা বুলি জানো,বৰ্তমান সময়ত ঔষধ কোম্পানী সমূহে কিমান শুদ্ধ ভাৱে ঔষধ তৈয়াৰ কৰে সেইটোহে লক্ষণীয়। প্ৰমাণ পোৱাৰ পিছত এনেয়ে এজন লোকক বদনাম নকৰি তথ্য বিচাৰি অনুসন্ধান কৰিলে কৰো সন্মানত আঘাত নহয়।
কিছুমানৰ ব্যৱসায় বন্ধ হোৱাৰ ও ভয় আছে।
জীৱনৰ প্ৰতি ধনাত্মক দৃষ্টি ভংগী আৰু সাহসেৰে যুঁজ দি সফল হ'ল । ইতিবাচক বাৰ্তা।
বেলেগ দেশত গৱেষণা কৰিলেহেতেন। কিন্তু আমাৰ দেশত সমালোচনা
Great post Sindhu ji
God bless you.
Good news,
N sidhu ♥️♥️♥️
Intermediate Fasting কৰিলে, বেমাৰৰ বিৰূদ্ধে সাহসেৰে যুঁজ কৰিলে, আয়ুৰ্বেদিক ঔষধ সেৱন কৰি যি কোনো বেমাৰ সহজে ৰোধ কৰিব পৰা যায়......
Good news for Ayurvedic treatment.
Good. News❤❤❤❤❤
Good news for assam
Good news ....God bless her
Congratulations 👏👏👏
প্ৰকৃততে সত্য প্ৰমাণিত হ'লে বৰ ভাল কথা হ'ব
Good news ❤❤❤
V good
Very good thanks.
Thanks 🙏🙏🙏🙏🙏
Yes ,,,,mur dadau 7 year dhari psoriasis rugat vugi asil, bahut darab khale,bahut doctor k dekhale...but paisa bur eneigol...
But agi Nim pat ..bagori pat ,,,kesa haladhi ( goldmilk ) daily morning khabo diu.........,but teli mas ,,meat ,egg pura evoid ...
But agi clearly val ple ...
আপোনাৰ মতামত বাবে ধন্যবাদ
একো কাম নাই ডাক্তৰ বোৰৰ।পইছা খোৱাৰ বাট
Thankyou news
Great 👍
Good ❤❤❤❤❤❤
Good news jadi hoi manuha hokah pabo bemaror lagotu manuha mesa kotha nokoi good bless you🙏🙏🙏
I trust the words of Siddhu
Bhoot bhoot good news
Very good news
Good v good night sidui sir keep it up up
Nice dada ❤ ❤❤
It's to good
তেখেতে মিছা নিশচয় কোৱা নাই ৷কিয় কব বাৰু ?
আৰে পুৰনি কালত বনৌষধিৰ দাৰাই বহুত ৰোগ ভাল হৈছিল ।কভিড বেমাৰৰ নামত মানুহ বিলাকক বেমাৰী কৰি পেলালে ।
ভাল কথা
Bahut vl khabr
সুন্দৰ চিন্তা
মই ক'লা হালধিৰ ৰস খাই বুকুৰ বিখ ভাল পালোঁ.মই বনৌষধ বিশ্বাস কৰোঁ
চিকিৎসকৰ প্ৰতিটো পৰামৰ্শ ই শুদ্ধ নহয়।মোৰ 1981 চনত জণ্ডিছ হৈছিল।বহু দিন চিকিৎসালয়ত চিকিৎসা লোৱাৰ পিছতো আৰোগ্য লাভ নোহোৱাত আসুৰিক চিকিৎসাৰ জৰিয়তে দুই দিনত আৰোগ্য লাভ কৰিছিলো।তদুপৰি পংকজ পাঠকৰ পৰামৰ্শত কিছু বেমাৰৰ পৰা আৰোগ্য লাভ কৰিছিলো।
❤🙏🙏🙏♥️
Jay shree krishna
Brave man, welcome
খোৱা লোৱা পৰা মানুহৰ কৰ্কট বাঢিছে
Good news 👍👍👍
Power of ayurvedic medicine.
Great news
বহুত ভাল লাগিল কথাবোৰ শুনি ভগৱানে তোমাৰ মানুহ গৰাকীক সোনকালে আৰোগ্য লাভ কৰক
Sidhu Salut
Good news.
Ayurvedic Power full medicine
Great Ayurved always Zindabaad 👍👍
Veri good Sidhu ji
Jay kumar Ray Barai bari Dhubri Assam In India
Nice
Good news
❤❤❤❤ good morning
👍👍
Dipaligogoi🙏♥️💕♥️💕👌🙏🙏
Danenad Dada amko jomaya babe ❤❤❤❤
Thank you
Eku hite biporit nhoi...chemotherapy completely luale manuhei nabase dekhi asu eman din pora..just doctoror cancer dukhan khon olop nosolibo ... So let them try this...
Good. News. For.. Poor. Man
Excellent 👌
Biswaroop ray choudhury jindabad
Excellent
❤❤
Share কৰিলোঁ । কিন্তু আপোনাক অনুৰোধ কৰিলোঁ সিদ্ধু ডাঙৰিয়াৰ পত্নীৰ সংবাদ মেলৰ আহ্বান দেখোৱাবলৈ।
ইতিমধ্যে সিদ্ধুৱে কেমেৰাৰ সন্মুখত সাহসেৰে কৈছিল এই কাহিনীটো
@amalsarmah831 পত্নীয়ে নিজেই কʼলে সমাজৰ উপকাৰ হয় । তেওঁটো ওচৰত বহি থকা দেখিছো
😢😢😢
🙏👍👍
Very good
🙏🙏🙏
Thik asa great man of Sindhu. Cancer is bisness
Cancer patients doctor r hatat takile moribo,Doctor ane operation kiba kibi kori last t 3, 4 months pasot moribo ,Mr Shiddu sir is right ,ajikali Doctor bila kunu ata patient nok serious noloy
I would like to invite our Pankaj Pathak sir to give a declarertion whether it is true or false
Intermediat fasting kori bohut বেমাৰৰ পৰা বাঢ়িব পাৰি,,তেওঁ খোৱা হালধি,, নিম্ তাৰো এটা অংশ,,,,তাৰ উপৰত গৱেষণা হব লাগে,,,বিতৰ্ক নহয়
Chemotherapy e eko help koribo nuare...so nature r aasori luaai best
একদম সঁচা কথা ডক্টৰ বিলাকৰ মেডিচিন কেতিয়াও ফলপ্ৰসূ নহয়।তাহাতৰ চিঞৰ বাখৰ কৰিবলৈ কি হ'ল তাহাতি কাৰবাৰ কাৰণে টকা খৰচ কৰে নেকি
Good
Great job 👍. If i is true this is a good news to ll
এলোপেথিক চিকিৎসাৰ যিসমূহ ঔষধ, সেইসমূহ পৃথিৱীৰ প্ৰকৃতিৰ পৰা গোটাই ঔষধ বনোৱা হয় । ডাক্তৰসকলে বেলেগ গ্ৰহ বা গেলেক্সিৰ দ্ৰব্য সমূহ আনি ঔষধ নবনাই। ডাক্তৰ সকলে বেপাৰৰ মনোভাৱ বাদ দি, চতুৰ্থ পৰ্যায়ৰ কেঞ্চাৰ ৰোগীৰ ডায়েটৰ এই ব্যৱস্থাতো মানৱ সেৱাৰ মনোভাৱেৰে গৱেষণাৰ কথা চিন্তা কৰিব লাগে। সমালোচনা নহয়। কাৰণ সাধাৰণ জনগণৰ আয়ুৰ্বেদৰ ওপৰত আস্থা বহুত। এলোপেথিক চিকিৎসাৰ দ্বাৰা কেঞ্চাৰ ৰোগীৰ আয়ুস অলপ বাঢ়ে।
Thinku.to.sidhu
🎉😊
ডাক্তৰৰ কোনো বেমাৰতে কাম নাই। আয়ুৰ্বেদিক ঔষধৰ জৰিয়তে নিৰাময় লাভ কৰিব পাৰে।
বহুতো মেডিকেলৰ ধান্দা বন্ন্ধ হববুলি ভয়সাইছে