Bauli Fagun [ বাউলী ফাগুন ] || Ep - 492 || Highlights
HTML-код
- Опубликовано: 26 сен 2024
- ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে ।
Follow Rengoni TV :-
Facebook: / rengonitv
RUclips: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo
Ami bahirot kot pam tv dada
Digontoi akdom 💯 thik kotha koise 👍
Runjhun jonik punor adori lole tar jibontu Dhongsho he hobo karon ako je Kuhir logot sondesh nokoribo tar ki mane ase 😊
Good night all friends 🌃
দিগন্তই আকৌ ৰুজুনক লগত ননাটোৱে ভাল হব কাৰণ তাইৰ বাবে সি শেষ হৈ গল তাৰ মাক দেউতাকক ও তাই বহুত দুখ দিলে
Xosakoi Serial bor baru kiyo anekoi dekhuwaise __Bohut beya lagise sai __kiba upai nai ne
Hampurna dekhuaba nuara jadi cenaltu kati da
Tv sab kt pam sadai bauli fagun bade dilo ajir pra
Nice
Eman khiniye neki😂😂😂😂
😂😂😂
Dekhuaba nuara jadi cenal tu kati da
Tv nai ki kro
Kam nai
Bhai hot moi bauli fagun nasau maai he Sai tumar luke jodi tv t sab koi sa tumar luke amar tv too val kori de kela maak sudur Bhai hot
Remgoni TV kamnai kunu nasabo