এয়াই ভালপোৱা... স্বামীগৃহৰ কথা কৈ উচুপি উঠিল কুইন কোঁৱৰ

Поделиться
HTML-код
  • Опубликовано: 20 май 2024
  • এয়াই ভালপোৱা... স্বামীগৃহৰ কথা কৈ উচুপি উঠিল কুইন কোঁৱৰ
    NB NEWSৰ মেগা ৰিয়েলিটী শ্ব' 'বিহুৱতী বোৱাৰী'ৰ প্ৰথম ৰাউণ্ডৰ একাদশ খণ্ডৰ দ্বিতীয় অংশ
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Комментарии • 28

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад

    অতি আৱেগিক মূহুৰ্ত। এইয়াই মৰম আৰু প্ৰকৃত ভালপোৱা। এই মৰম, ভালপোৱা সদায় এনেদৰেই অব্যাহত থাকক। ভগৱানে কুইনৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। ❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад

    অন্তৰ পবিত্ৰ যাৰ, ভগৱান সহায় তাৰ। কুইন তুমি সদায় বিহু মঞ্চৰ কুইন হৈয়েই থাকা। আমাৰ উঠি অহা নতুন প্ৰজন্মৰ কাৰণে তোমাৰ লগতে সমগ্ৰ পৰিয়ালটো আদৰ্শ আৰু প্ৰেৰণাৰ প্ৰতীক হিচাপে অনাগত দিনত জিলিকি থাকে যেন। তাকেই কামনা কৰিলো।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +6

    কুইনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। সাহস আৰু শক্তিৰ প্ৰতীক হৈ জিলিকি থাকা। আগলৈও মৰমলগা নাচনী কুইনৰ পৰা বহুত ধূনীয়া বিহুগীত শুনিবলৈ পাম বুলি আশা কৰিলো।

  • @debasishkhanikar3591
    @debasishkhanikar3591 Месяц назад

    বহুত মৰমিয়াল নাচনী আৰু ধুনীয়া নাচনী ❤

  • @RasnaBorgohain
    @RasnaBorgohain Месяц назад +2

    বহুত বহুত ধন্যবাদ ❤❤❤

  • @jdjintudeka7414
    @jdjintudeka7414 Месяц назад +4

    আচলতে ইজনে সিজনক বুজি পোৱাটো বা ইজনে সিজনক সহায় কৰাটো এয়াই ভালপোৱা। আচলতে এনেকুৱা বুজি পোৱা জীৱন সংগী ভাগ্য কৰিহে পোৱা যায়।।শহুৰৰ ঘৰ খন যেতিয়া নিজৰ ঘৰ বুলি ভাবিব বা বোৱাৰি জনিক যেতিয়া নিজৰ ছোৱালী বুলি ভাবিব তেতিয়া কোনো কাৰণত অশান্তিৰ সৃষ্টি নহয়। আজিকালি এনেকুৱা ভালপোৱা বহুত কমকৈ দেখা যায়।। বহুত ভাল লাগিল।❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +1

    মৰমলগা নাচনী। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক কুইন। আগুৱাই যোৱা। ভগৱানে তেওঁৰ লগতে পৰিয়ালৰ সকলোকে কুশলে ৰাখক তাৰেই আন্তৰিক শুভ কামনাৰে। ধন্যবাদ।

  • @binodbaruah4034
    @binodbaruah4034 Месяц назад

    Bahutvallagi

  • @pronamephukan477
    @pronamephukan477 Месяц назад +7

    Tengakhatr pora sai axu ba 🥰

  • @birennath8618
    @birennath8618 Месяц назад +2

    বিহু গোৱা ল'ৰাজনৰ মাতটো বৰ শুৱলা।

  • @najir55hussain33
    @najir55hussain33 Месяц назад +1

    Very good

  • @hiranyaborgohain9517
    @hiranyaborgohain9517 Месяц назад

    শুভেচ্ছা জনালো💕

  • @nonaboruahboruah7914
    @nonaboruahboruah7914 Месяц назад +1

    Bahut vl lagil

  • @Joyasonowal-gu6iy
    @Joyasonowal-gu6iy Месяц назад

    Bhal lagile

  • @KajalSarma-ui7mw
    @KajalSarma-ui7mw Месяц назад

    Dhuniya lagise ❤

  • @binodbaruah4034
    @binodbaruah4034 Месяц назад

    Binudbaruah

  • @AssamNitu-kv1lw
    @AssamNitu-kv1lw Месяц назад +1

    Aaguwai juwa tumi

  • @MonjuSonouwal
    @MonjuSonouwal Месяц назад +1

    😢😢😢😢😢hii

  • @tarulatakalita3792
    @tarulatakalita3792 Месяц назад

    Bahute Val lagil

  • @najir55hussain33
    @najir55hussain33 Месяц назад

    Nice 👍👍

  • @Deepamonigogoi-cr2nh
    @Deepamonigogoi-cr2nh Месяц назад

    ভাল লাগীলে

  • @parishmitagogoi4273
    @parishmitagogoi4273 Месяц назад

    Bohut dhukh lagile o...

  • @BarsaRuhi
    @BarsaRuhi Месяц назад

    Tengakhator pora sai asu❤❤❤

  • @YouTubechannel-yv9oj
    @YouTubechannel-yv9oj Месяц назад

    Noonmati r pra sai asu

  • @user-os5gb5xn7x
    @user-os5gb5xn7x Месяц назад

    Duliajan chalakataki r pora sai asu

  • @mousuminath6520
    @mousuminath6520 Месяц назад

    Saku Pani olai gl