Ujagori Nixa (উজাগৰী নিশা) - Jayanta Nath | Nalinibala Hazarika

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • Presenting a new song "Ujagori Nixa", sung and composed by Jayanta Nath, penned by Nalinibala Hazarika.
    Title - Ujagori Nixa
    Assamese Title - উজাগৰী নিশা
    Singer - Jayanta Nath
    Lyrics - "Kabyanandini Gitikar" Nalinibala Hazarika
    Composition - Jayanta Nath
    Music - Shyamal Bhuyan
    Guitar - Homen Borah
    Drums - Munmun Das
    Keyboard - Shyamal Bhuyan
    Mix, Master - Studio Euphonix
    Producer - Captain Bipin Chandra Hazarika
    Lyrics -
    উজাগৰী নিশা মোৰ বেদনা নামিছে ঘোৰ
    হিয়া ছাটি-ফুটি তোমাৰে বিৰহত
    বৰনৈৰ বলুকাত কঁহুৱা দুলিছে তুমি মোৰ কাষৰত নাই
    বুকুৰে ভিতৰখন কিহবাই দহিছে বাসনাই মাৰিছে খাই
    শুকুলা মেঘেও ৰিঙিয়াই সুধিছে লগৰী ক’তেনো তোৰ
    হিয়া ছাটি-ফুটি তোমাৰে বিৰহত ভাবৰো নপৰে ওৰ
    বুকু ৰিঙা কৰা ফাগুনৰ পথাৰত মলয়াই দিছেহি দোলা
    তোমাৰ মুখে খনি বিজুলীৰ চমক যেন কোমল কপাহৰে জোলা
    কাষৰৰে পৰা তোমাক নয়নতৰা অন্তৰে বিচাৰে মোৰ
    হিয়া ছাটি ফুটি তোমাৰে বিৰহত ভাবৰো নপৰে ওৰ
    #JayantaNath #UjagoriNixa
    Follow Jayanta Nath
    Website - www.jayantanat...
    Facebook - / imjayantanath
    Instagram - / imjayantanath
    Twitter - / imjayantanath

Комментарии • 6

  • @anjalihazarika7246
    @anjalihazarika7246 2 года назад

    সুন্দৰ গীত , ভাল লাগিল শুনি ...

  • @subhrabaruah7310
    @subhrabaruah7310 2 года назад

    সুন্দৰ গীতটি।শুনি ভাল লাগিল।অভিনন্দন

  • @djdmaina3645
    @djdmaina3645 2 года назад

    খুউব ভাল লাগিল 👌👌👌

  • @l.p.production3223
    @l.p.production3223 2 года назад

    বাইদেউৰ সুন্দৰ কথাৰে সদায়ে শুনি থাকিব পৰা এটি সুন্দৰ গীত। বৰ ধুনীয়াকৈ সুৰেৰে গীতটি সজাই তুলিলে। শ্যামল ভূঞাৰ সংগীতো বৰ শ্ৰুতিমধুৰ হৈছে। আপোনাৰ সুন্দৰ কন্ঠ আৰু গায়কীৰে আগবঢ়োৱা এই সুৰীয়া উপহাৰটিৰ বাবে আপোনাৰ লগতে গীতটিৰে জড়িত সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।💐💐💐

  • @SaikiaBrothersArijitArindom
    @SaikiaBrothersArijitArindom 2 года назад

    ভাল লাগিল বহুত

  • @mdsafiulla8012
    @mdsafiulla8012 2 года назад

    Baaidewar geet xadaaye aapon aapon laage