NKTVৰ বিশেষ অনুষ্ঠান ‘দৰবাৰ’ত ৰমেন ডেকা EXCLUSIVE
HTML-код
- Опубликовано: 18 янв 2025
- বিচাৰিছিল সংসদৰ প্ৰাৰ্থিত্ব, পালে ৰাজ্যপালৰ পদবী
অসমত বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক ৰমেন ডেকা
বিজেপিৰ প্ৰথমখন ৰাষ্ট্ৰীয় সন্মিলনত অংশ লৈছিল তেওঁ
প্ৰদেশ বিজেপিৰ সভাপতি, ৰাষ্ট্ৰীয় বিজেপিৰ সম্পাদক
আৰম্ভণিতে ABVPৰ সাধাৰণ সম্পাদকো আছিল তেওঁ
অসম বিজেপিৰ সাধাৰণ সম্পাদক আছিল ৰমেন ডেকা
মঙলদৈ সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছিল লোকসভাত
২০০৯ আৰু ২০১৪ৰ নিৰ্বাচনত জয়ী হৈছিল তেওঁ
ভাৰত-চীন সংসদীয় বন্ধুত্ব গোটৰো সভাপতি আছিল ৰমেন ডেকা
গৃহ পৰিক্ৰমা বিভাগৰ ষ্টেণ্ডিং কমিটীৰো সদস্যৰ দায়িত্বত আছিল তেওঁ
দেশৰ ৰাজনীতিত বিজেপিৰ উত্থানৰ তেওঁ এজন ধ্বজ্জাবাহক
২০১৯ত পুনৰ প্ৰাৰ্থিত্ব বিচাৰি বঞ্চিত হৈছিল ৰমেন ডেকা
২০২৪ৰ ৩১ জুলাইত ছত্তীশগড়ৰ দশম ৰাজ্যপালৰূপে লৈছিল শপত
এতিয়া ৰাজনীতিত তেওঁৰ আছে কি আশা-আকাংক্ষা?
ৰাজনীতিত কোনে প্ৰতাৰণা কৰিছিল, কোন তেওঁৰ লগত আছিল?
কোনে তেওঁক ২০১৯ত কৰিছিল সাংসদৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত?
সক্ৰিয় ৰাজনীতিৰ জীৱন আৰু ৰাজ্যপালৰ পদমৰ্যদাৰে প্ৰট’কলৰ এটা জীৱন
কোনটো জীৱনক লৈ ৰমেন ডেকা অধিক সুখী?
অৱসৰ ল’ব নে পুনৰ সক্ৰিয় ৰাজনীতিৰ মাজলৈ উভতিব ৰমেন ডেকা?
ৰাজনীতিৰ পথাৰত ভৰি দিয়াৰ পিছত তেওঁৰ সপোন কি আছিল?
ছত্তীশগড়ৰ ৰাজ্যপালৰূপে কি কি কাম কৰিব বিচাৰিছে তেওঁ?
মাওবাদী সমস্যাজৰ্জৰ ৰাজ্যখনৰ আইন শৃংখলা এতিয়া কেনেকুৱা?
ছত্তীশগড়ৰ একক বৈচিত্ৰ বৰ্তাই ৰখাৰ বাবে তেওঁ কি চিন্তা কৰিছে?
পূৰ্বৰ বিৰোধী বিজেপি আৰু আজিৰ শাসকীয় বিজেপিৰ মাজত কি পাৰ্থক্য?
এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিব ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই
Consulting Editor প্ৰণয় বৰদলৈৰ ‘দৰবাৰ’ত ৰাজ্যপাল ৰমেন ডেকা
NKTVৰ বিশেষ অনুষ্ঠান ‘দৰবাৰ’ত ৰমেন ডেকা EXCLUSIVE