ধন্যবাদ মহাশয় আপনি পঞ্চায়েত নির্বাচনের ব্যাপারে যতটুকু তথ্য আপনার চ্যানেলে দিয়ে যাইতেছো তার জন্য আপনাকে অসংখ্য ধন্যবাদ জানাইতেছি ও অনেক প্রার্থী অনেক উপকৃত হইবে ও অনেক নতুন নতুন তথ্য জানতে ও বুঝতে পারবে
Sir meri behen ka sadhi ho gaya hai dusre gp me unka adress bi change ho Gaya hai, MP vote bi sasural pe diya hai. Par humare voter list me unka naam abhi bi hai. Kya oh humare yaha se candidate ho sakte hai
দাদা মোৰ প্ৰশ্ন টো হল যে মোৰ Panchayat voter লিষ্ট ট বয়স আহিছে 20 বছৰ কিন্তু মোৰ documents মতে 23 বছৰ আছে। আনহাতে এইবাৰ হৈ যোৱা MP election t আকৌ 22 বছৰ আছে ভোটাৰ তালিকাত। মোৰ প্ৰশ্নৰ উত্তৰ টো emergency লাগিছিল মই election খেলিব পাৰিম নে? মোৰ documents মতে সকলো ঠিক আছে 23 বছৰ আছে।
ধন্যবাদ মহাশয় আপনি পঞ্চায়েত নির্বাচনের ব্যাপারে যতটুকু তথ্য আপনার চ্যানেলে দিয়ে যাইতেছো তার জন্য আপনাকে অসংখ্য ধন্যবাদ জানাইতেছি ও অনেক প্রার্থী অনেক উপকৃত হইবে ও অনেক নতুন নতুন তথ্য জানতে ও বুঝতে পারবে
Thanks for your inspiration.....
Sir prostapok aru shomorthokor bank,shomobai,ancolik clearance lagibo naki
CMAAA পোৱা সকলে election খেলিব পাৰিব নে
Sanitaryr photo dilei hobo ne?
এখন জিলা পৰিষদৰ সদস্য বা ভোটীৰে আন এখন জিলা পৰিষদত নিৰ্বাচন খেলিব পাৰিব নে?
Dada , mur sakori ase mur wife ward member khelibo paribo ne ? And bike emi soli ase pleas reply
Candidate ar ki ki document lagibo
মোৰ তিনিজনী কন্যা চন 2015 ,2018 ,2022 পাৰিবনে
মোৰ স্ত্ৰী পঞ্চায়তৰ মেম্বাৰ প্ৰাৰ্থী মই যদি স্বামী হিচাপে দেউতাৰ জমি খাজনা দিওঁ সেই ৰচিদ দি মোৰ স্ত্ৰীয়ে বাকিজাই Apply কৰিব পাৰিবনে।
ছাৰ, মই জানিব বিচাৰিছো যে, পঞ্চায়ত নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থীৰ নামত নতুন
বেংক একাউণ্টৰ কিয় প্ৰয়োজন হয় ? জনাই দিবলৈ অনুৰোধ কৰিছো।
Nomination form kot joma dibo lagibo
Mor 2 ta account ase 1ta bank clearance anile hobo ne 2 ta bankr a lagibo
Hobo
Nominy r ki ki Noti lage
Jiboror bank account ase teulokor notun account khulibo lagibo neki sir?
Lagibo
Sir meri behen ka sadhi ho gaya hai dusre gp me unka adress bi change ho Gaya hai, MP vote bi sasural pe diya hai. Par humare voter list me unka naam abhi bi hai. Kya oh humare yaha se candidate ho sakte hai
দাদা মোৰ প্ৰশ্ন টো হল যে মোৰ Panchayat voter লিষ্ট ট বয়স আহিছে 20 বছৰ কিন্তু মোৰ documents মতে 23 বছৰ আছে।
আনহাতে এইবাৰ হৈ যোৱা MP election t আকৌ 22 বছৰ আছে ভোটাৰ তালিকাত।
মোৰ প্ৰশ্নৰ উত্তৰ টো emergency লাগিছিল মই election খেলিব পাৰিম নে? মোৰ documents মতে সকলো ঠিক আছে 23 বছৰ আছে।
বন্ধন বেংকৰ লোন default থাকিলে মাইকীজনীৰ নামত credit score বেয়া হ'ব নে দুয়োজনৰ ।
Bondhon Bankor lone thakile parim ne
Two months kom thakile election khelib parim ne
21yearsr 2 months kom thakile election khelib parim ne
এটা ওৱাডৰ ভোটাৰে বেলেগ বেলেগ ওৱাডত খেলিব পাৰিব নে?
নোৱাৰে