মুখ্যমন্ত্ৰীৰ কাষতে অভিযন্তাক জবাবদিহি কৰালে এজন সাধাৰণ জনতাই।

Поделиться
HTML-код
  • Опубликовано: 2 фев 2025

Комментарии • 25

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 2 года назад +17

    মূখ্যমন্ত্ৰী মহোদয়ে সাধাৰণ জনতাৰ লগত হাতত ধৰা ধৰিকৈ কথা পতাৰ এটা বিৰল আৰু নান্দনিক দৃশ্য দেখা পালো।

  • @jitendrabarman6577
    @jitendrabarman6577 2 года назад +17

    পৰীক্ষাত ফেইল কৰিলে শিক্ষকক দোষ দিয়া কিন্ত কোটি কোটি টকা খৰচ কৰা চৰকাৰী আচনি সমুহ বিফল হ’লে ঠিকাদাৰ বিভাগীয় বিষয়া সকল কিয় দোষী নহয় ৷

  • @fulmanali523
    @fulmanali523 2 года назад +3

    Love u sir

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 6 месяцев назад

    জনতা সচেতন হলে মন্ত্ৰী বিধায়কে নিজকে বহুত ওপৰৰ মাল
    ঈশ্বৰ প্ৰেৰিত দূত এই বোৰ নাভাবি জনতা ৰ মাজৰে এজন বুলি ভাবিব

  • @iconic-24
    @iconic-24 2 года назад

    Die hard fan of HBS ❤❤❤

  • @ripon_bora
    @ripon_bora 2 года назад

    Sir apunak khub val lagi

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 года назад +6

    মহৰী , দালালে টকা খাই বাজেট শেষ কৰি দিয়ে

  • @jagadishdeka8118
    @jagadishdeka8118 2 года назад +7

    CM মামাক সকলোৱে ভালপায়। অখিল বদন আৰু বদনৰ দালালে নাপালে একো ক্ষতি নহয়।

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 2 года назад +2

    সেই ধুৰন্ধৰে মানুহজনৰ কান্ধত কিয় হাত দি আছে?

  • @pranabkakati3991
    @pranabkakati3991 2 года назад +5

    এইদৰেই মামাই নিজৰ দুৰ্নীতি ঢাকি ৰাখিব পাৰিছে।কাৰণ সাধাৰণ মানুহক তেনেদৰে অকণমান মৰম দেখুৱালে মানুহে সকলো পাহৰি যায়।

    • @sailendrabaruah1924
      @sailendrabaruah1924 2 года назад +3

      মহাশয় বেয়া নাপাব আজি মোৰ ৪০ বছৰ হ'ল অসমত বান পানীকে ধৰি বহুতো ভয়ানক পৰিস্থিতি দেখা পালো। কিন্তু আজিলৈ কোনো এজনকো জনসাধাৰণৰ দুখত সমভাগী বা ওচৰত থিয় হোৱা দেখা নাই ।এটিয়া কথা হ'ল আপুনি অসাধাৰণ আপুনি সকলো কথা বুজি পায় আমাক অকণমান বুজাই কবনে?best of luck.

    • @jagadishdeka8118
      @jagadishdeka8118 2 года назад +1

      বদনৰ পুতেক আহিল কেলা চুদুৰভাই কাকতি সন্মূখত আহি কবি খচি পেলাম তহঁতক

    • @MdMIslam-zv6en
      @MdMIslam-zv6en 2 года назад

      @@sailendrabaruah1924 khantona dilei jodi hoi tenehole khahajyor babe kio siyori thake manuhbure jar ghirot pani hoi khyoi khyoti hoi ase teilokehe jane kor pora purabo kheibur khantonai kam nidiye teolukok khohai lage aponar ghorot pani nai gotike kothakhinit aponaru bhul nai.

  • @bhargabacharja1778
    @bhargabacharja1778 Год назад

    ভোটাৰক সাধাৰণ বুলি ভাবিলে ভুল কৰা হব। গণতন্ত্ৰৰ ৰক্ষক জনতা।

  • @bhasmazumdar9801
    @bhasmazumdar9801 7 месяцев назад +1

    ডাঙৰ চো ৰ সৰু চুৰক ধমক মাৰে ইঞ্জিনৰ t কৈ C।M। মহা চোৰ

  • @tilak___4635
    @tilak___4635 2 года назад +1

    Mama

  • @chandandeka5981
    @chandandeka5981 2 года назад +1

    ঘৰৰ নলাতো চাফা কৰি দিও, তাৰ কাষেৰে মাটি দি মাথাউৰি নাবান্ধো।

  • @sohelafridi1222
    @sohelafridi1222 2 года назад

    Burah jn jodi moe holy hoe sir apunk habuti kiba kolie jodi palu hoe bhut hmoshre jrjorito

  • @susenchetia1551
    @susenchetia1551 2 года назад

    Jindegi.O.kush.Vi.nahi

  • @AnkurJyoti-g7i
    @AnkurJyoti-g7i 2 года назад

    I have written Many Application to the Chief Minister of Assam Dr. Himanta Biswa Sarma to get my Promotion of Administrative Officer lying Vacant in the Directorate of SCERT Assam Kahilipara Guwahati-19 this post is very important to run the office but till today No action has been taken to the Secretary Dr.Bijoya Choudhury Elementary Education Department of Secretariat and Principal Secretary Niraj Verma and Personal (B) Department Why?

  • @rajuterang4801
    @rajuterang4801 2 года назад

    Flood control chief engineer BOR SING RONGPI