Subha Hone Na De | Desi Boyz | Hindi Song Karaoke Track

Поделиться
HTML-код
  • Опубликовано: 2 ноя 2024

Комментарии • 5

  • @GamingWithGuidageda
    @GamingWithGuidageda 11 дней назад

    মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে
    সাবটি বহুতকে ইপাৰে-সিপাৰে
    ও দৰীয়া ঘাটতে কলিজা থকেচি
    লুইতৰ বুকুতে বুকুখন মেলি
    ইফালে-সিফালে আনে শুণক বুলি
    ঐনিতম এফাঁকি গায় ।
    চুই গলে, চুই চালে বুজিবা
    বুকুৰে ভিতৰত কিহৰে খহনীয়া
    মন গলে , মন গলে মন গলে নোৱাৰা
    মচিব জানানে হৃদয়ৰে দোমোজা
    কপি উঠা দুটি ওঁঠতে
    ৰঙা নীলা কথা মনৰে
    কাক কব কোন বা কাষতে
    শুণিবলৈ সময় বা হবনে
    দহ টকা, দহ টকা , দহ টকা ফেৰীৰে
    কমলা , কমল, কমলাবাৰীলৈ
    আবেলি, আবেলি , আবেলি আহিলে
    গধূলি ,গধূলি , গধূলি মাজুলীলে
    দেখিবা তাইৰ চকুযুৰিতে
    তেজ ৰঙা নদী দুখনি
    দেখিবা তেঁওৰ চকুযুৰিতে
    তেজ ৰঙা নদী দুখনি
    দেখিবা তেওঁৰ সেঁতা হাঁহিতে
    খহি যোৱা যৌৱন কিজানিতে
    মাজুলীৰ........ ||

  • @programcreators
    @programcreators 9 месяцев назад +1

    Wander m new from u subscriber

  • @SangitaDey-fs4hi
    @SangitaDey-fs4hi 10 месяцев назад +1

    I love this song❤❤❤

  • @Dikshita1814
    @Dikshita1814 9 месяцев назад +2

    ❤❤

  • @technicalcrazyfacts
    @technicalcrazyfacts 8 месяцев назад +1

    Wonder in hero