মানৱীয়তা আজিও জীয়াই আছে

Поделиться
HTML-код
  • Опубликовано: 5 окт 2024
  • মানৱীয়তা আজিও জীয়াই আছে

Комментарии • 1,1 тыс.

  • @duduborah5874
    @duduborah5874 5 лет назад +320

    এয়াই ভাল মানুহৰ কাম। "মানুহে মানুহৰ বাবে" সচাই বহুত ভাল লাগিল।

  • @prahlad46official20
    @prahlad46official20 5 лет назад +151

    হচাকে আজি ভূপেন হাজৰিকাৰ হেই গীততোলৈ মনত পৰিছে........
    মানুহে মানুহৰ বাবে

  • @sarukalita9509
    @sarukalita9509 5 лет назад +41

    snigdha U R great...
    Also. Your papa..
    তোমালোকৰ দৰে মানুহে মানুহৰ বাবে অলপ ভাবে৷god bles U.

  • @sabirahmedofficial8525
    @sabirahmedofficial8525 5 лет назад +30

    Thanks for she's help.
    God bless of all.
    মানুহে মানুহৰ বাবে সহায়ৰ হাত আগবাঢ়ি যোৱাই হৈছে মানুহৰ প্ৰদান কৰ্তব্য৷
    ধন্যবাদ সবাইকে৷

  • @GirijaNandaDas
    @GirijaNandaDas 5 лет назад +153

    মানুহে মানুহৰ বাবে আপোনালোকৰ পৰিয়ালে আজি দেখুৱাই দিলে ৷ দুয়োজনী ছোৱালীৰ জীৱনটো অগ্ৰগতিৰে আগবাঢ়ি যাওঁক তাকেই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছো ৷

  • @manjilkumardas2988
    @manjilkumardas2988 5 лет назад +39

    আজিৰ দিনত এইটো বিৰল ঘটনা.... 51,000/- টকা সাহার্য্য দিয়া স্নিগ্ধালৈ হিয়াভৰা ধন্যবাদ.... উজ্জ্বল ভৱিষ্যত কামণা কৰিছো

  • @hrishikeshborgohain1928
    @hrishikeshborgohain1928 5 лет назад +125

    দুয়োগৰাকী ছাত্রীৰ উজ্জ্ল ভৱিষ্যত কামনা কৰিলো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jayantabora3719
    @jayantabora3719 5 лет назад +14

    ছোৱালী হলে এনেকোৱা হৱ লাগে.যিয়ে আনৰ দুখ বোজিব পাৰে....ধনবাদ ভণি

  • @paragjyotirajkhowa5241
    @paragjyotirajkhowa5241 5 лет назад +71

    দুযো গৰাকী মহান , তোওলোকৰ উন্নতি কামনা কৰিলো ।

  • @arupbarman8115
    @arupbarman8115 5 лет назад +1

    মানৱ জীৱনত অকল টকা উপাৰ্জন কৰি বেলেগক ঠগি খোৱা দাঙৰ নহয়, বৰঞ্চ
    মানৱতা থকাটো মহৎ গুণ আৰু তাৰেই প্ৰমাণ এইজন ৰজাৰ,👈 মই ৰজা বুলি কৈছোঁ তেওঁক ।।
    আৰু এইখন অসমতে আজিও ৰজা দৰে মহান ব্যক্তি আছে,
    দুয়োজনী ছোৱালীৰ উজ্জল ভবিষ্যত কামনা কৰিলোঁ যাতে ভবিষ্যতে সফল ব্যক্তিয়েই নহয় তেখেতৰ দৰে মহান হয়, ।

  • @sahidulhoque5198
    @sahidulhoque5198 5 лет назад +147

    মানুহজন সছাই ভালদেই...দাদা আপোনাক ধন্যবাদ.

    • @duduborah5874
      @duduborah5874 5 лет назад +3

      ঠিক কৈছে আপুনি। ভাল মানুহৰ অভাব হোৱা নাই।

    • @siminkakati1469
      @siminkakati1469 5 лет назад

      Thanks dili ki bal hb..poisa di

  • @jogennath9381
    @jogennath9381 5 лет назад +14

    চকুপানী ওলাই গল।।উজ্জ্বল ভৱিষ্যৎ হওক দুয়োৰে।সমানে আগুৱাই যাওক দুয়ো।ভগৱানে আশীৰ্বাদ কৰক দুয়োজনীকে।। কি মহানুভৱতা!!🙏🙏🙏

  • @gayatrri1
    @gayatrri1 5 лет назад +78

    SNIGDHA'S FAMILY IS THE EXAMPLE OF GOOD HUMAN BEING. GARG,ZUBIN must help. WHERE IS HIMONTA BISWA SHARMA, BLOODY. HE CAN GIVE CRORS OF RS TO PRIYANKA CHOPRA. CAN'T HE GIVE FUNDS TO THIS POOR BRILIENT TOPPER 👧? WHERE ARE ASSAMESE POLITICIANS AND RICH PEOPLE? GIVE ME HER AC NO. I DON'T LIVE IN ASSAM. BUT I CAN DO ONLY BANK TRANSACTIONS

  • @birbalboro1790
    @birbalboro1790 5 лет назад +70

    1stly Credit goes to time 8 ... duing great job... keep it up

  • @pritomsaikiadas1433
    @pritomsaikiadas1433 5 лет назад +55

    এয়া আমাৰ অসম যত আছে মানবীয়

  • @ddentertainment5646
    @ddentertainment5646 5 лет назад +8

    তেওঁৰ এই কাৰ্য সঁচাই শলাগ ল’বলগীয়া৷ দুয়োগৰাকী আৰু ভালদৰে আগবাঢ়ি যাওক তাৰেই কামনা কৰিছো৷

  • @localassam1017
    @localassam1017 5 лет назад

    এই মহান ব্যক্তিগৰাকীক শতকোটি চালাম আৰু ধন্যবাদ৷ এই মহান লোকজনৰ ব্যৱসায় বাণিজ্য হাজাৰ গুণ বৃদ্ধি হওক তাৰে কামনা কৰিছো৷ লগতে দুখিয়া ছাত্ৰী গৰাকীৰো ভৱিচ্ছৎ উৎজ্জল কামনা কৰিলো৷

  • @bishnubaruah9983
    @bishnubaruah9983 5 лет назад +45

    এইয়া মহান মানৱতাৰ নিদৰ্শণ।।।

  • @ratnamoran6527
    @ratnamoran6527 5 лет назад

    খুড়া আপুনি সচাই ধনী মানুহ বহুত বহুত ধন্যবাদ খুড়া আপোনাৰ চিন্তা ধাৰাক আৰু আগবাঢ়ি যাওক আপুনি লগতে ভন্টি দুই গৰাকীও ..........

  • @hupandi
    @hupandi 5 лет назад +6

    Such a great family! My utmost respect and love to you all...

  • @M17-f5l
    @M17-f5l Год назад +1

    মানবীয়তা আজিও জীয়াই আছে৷ এই মিনবীয়তা আছে বাবেই যেন আমি সমাজত চলি থাকিব পাৰিছো৷ দুয়ো গৰাকী ছাত্ৰীলৈ শভকামনা থাকিল৷❤🎉

  • @Rekhasvlog1515
    @Rekhasvlog1515 5 лет назад +10

    Bohut val helper dada jon thanks God bless you 👍👍👍

  • @lakshmikalita2470
    @lakshmikalita2470 5 лет назад

    স্নিগ্ধা আৰু তেওঁৰ পিতৃ মাতৃক বহুত বহুত ধন্যবাদ জনালোঁ । স্নিগ্ধা আৰু দীপাঞ্জলী তোমালোক দুয়োজনীএ ভাল কলেজ এখনত নাম লগাই ভালকৈ পঢ়া । বৰ্তমান দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লৰা ছোৱালীক চৰকাৰী কলেজত পইচা নোলোৱাকৈ এডমিচন দিয়া হৈছে । তেনেবিলাক চৰকাৰী সুবিধা পালেও বহুত সকাহ পায়। আশাকৰো আমাৰ অন্যান্য লোক সকলেও তোমাক/তোমালোকক সহায় কৰিব । ---- দুয়োজনীৰ ভবিষ্যত জীৱনৰ মঙ্গল কামনা কৰিলো ।

  • @entity8370
    @entity8370 5 лет назад +6

    আগুৱাই যোৱা ভণ্টী তোমাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো।

  • @ranjitbharali8106
    @ranjitbharali8106 5 лет назад

    স্নিগ্ধাৰ পৰিয়ালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো । তোমালোকৰ দৰে মানুহ আজিৰ দিনত পাবলে টান হৈছে।

  • @rupamsarma5664
    @rupamsarma5664 5 лет назад +4

    এয়াই কনকলতাৰ দেশৰ ছোৱালী আমি সচাই গৌৰাম্বিত।।।।ভাল হওক দুয়োজনীৰে।।

  • @dipenbarman6421
    @dipenbarman6421 5 лет назад +2

    মানুহে মানুহৰ বাবে মৰম চেনেহ সদায় আছে আৰু সদায় চিৰযুগমীয় হৈ থাকিব।

  • @pranabtales
    @pranabtales 5 лет назад +5

    আনৰ দুখত দুখী হোৱা জন হে প্ৰকৃত শিক্ষিত ।

  • @sushilsaharia5160
    @sushilsaharia5160 5 лет назад

    Time 8 লৈ বহুত বহুত ধন্যবাদ
    দুটা পৰিয়ালৰ দুতা মাহান পূন্য,
    স্নিগ্ধাৰ সৰলতা দেউতাকৰ মহান মনবীয়তাই বহুত আনন্দ দিলে
    সেয়েহে স্নিগ্ধালৈ বহুুত মৰম আৰ্শীদ তেওৰ মা দেউতাকলৈ বহুত বহুত ধন্যবাদ

  • @palashibaruah1841
    @palashibaruah1841 5 лет назад +5

    Bohut bhal lagil.God bless you

  • @IntrovertGuy07
    @IntrovertGuy07 5 лет назад

    এয়াই হৈছে মানৱীয়তা । দুয়োগৰাকী আমাৰ অসমৰ গৌৰৱ হৈ জিলিকি ৰও‍ঁক।লগতে দুয়োগৰাকী কে ভৱিষ্যত জীৱনৰ শুভকামনা জনালোঁ। এনেকৈয়ে আগবাঢ়ি গৈ থাকা।।

  • @dsassam9887
    @dsassam9887 5 лет назад +10

    Bahut val lagise aru snikdha aru tair deotaloi bahut bahut dhanyabad disu anekuwa ata hahay agborhuwar babe

  • @hirenphukon5201
    @hirenphukon5201 5 лет назад

    salute snigdha .....ajir prithibit tumar dore hridoiban suali bisari puatu tan......tumi hosakoi a mohan......isware tumak adin prithibir homaj jiwanot ak hukiya sthan dibo.

  • @susmitapritam2492
    @susmitapritam2492 5 лет назад +7

    Manuhor mon buji puwatuei hoi vogoban. I supported uncle .

  • @rishabpradhan3948
    @rishabpradhan3948 5 лет назад +38

    I THINK being An ex student Of SALT BROOK ACADEMY..
    SALT BROOK must PROVIDE free seat To her....

  • @tyhhyufg3337
    @tyhhyufg3337 5 лет назад +7

    Aiya Amar vonti...dujonoku utjol vobisho kamona korilu

  • @nituponboruah7618
    @nituponboruah7618 4 года назад

    তোমালোক দুইজনী আগবাঢ়ি যোৱা ।আপোনালোক ভগৱানে সদায় চাৱ ।

  • @munmuntalukdar9248
    @munmuntalukdar9248 5 лет назад +12

    Thnx Bhut vl porssce. God bless you. apunalke ai dhukhiya suwali jnir mukht hahi ghurai ahisy. aji Kali tenkua antor Manuh Bhut kom asy

  • @ayangjilisstudio9031
    @ayangjilisstudio9031 5 лет назад +1

    Bohut bohut Dhaynovad sir apunataloi, Bagobhane apunak mongol korok,Lgte bantir Pohatu akbahok

  • @rudramohangoswami5292
    @rudramohangoswami5292 5 лет назад +4

    ছোৱালী হিচাপে তুমি মহান। Thanks

  • @bishnusaikia6741
    @bishnusaikia6741 5 лет назад

    মানুহে মানুহৰ বাবে
    জীৱন জিন্দাবাদ

  • @dipjyotibarman9685
    @dipjyotibarman9685 5 лет назад +7

    Bhut val lagil ....duwore uzzal bhobisawat kamona krilu

  • @bhesojbaruah8725
    @bhesojbaruah8725 5 лет назад

    সচাই ভাল লাগিছে ,সহোদৰ নহৈও তাতকৈ কোনো গুনে কম নহয় আৰু নিজৰ ছোৱালীৰ দৰে ভাৱি তেওঁ দেখুওৱা মহানুভৱতা ও শলাগনীয় ......মানুহে মানুহৰ বাবে ......

  • @biswajitnath6806
    @biswajitnath6806 5 лет назад

    Chinikdha aaru yer poriyalor manosikota sai khubei val lagil ......duyore udjol vobishad kamona koriluu

  • @sumanjyotideka2472
    @sumanjyotideka2472 5 лет назад +8

    xsai manabota ajio jiai ase...bohut val krisa 2mi..

  • @rupalibhuyan8075
    @rupalibhuyan8075 4 года назад

    ভাল মানুহ আছে বাবে পৃথিৱীৰ সমাজ খন চলি আছে ।দুয়োটা পৰিয়ালক ভগৱানে ভালে ৰাখক।

  • @ronginaxomentertainment3422
    @ronginaxomentertainment3422 5 лет назад +25

    আপোনাৰ দৰে এদিন এজন ভাল মানুহ সম বুলি মই ও প্ৰতিচুতি দিলো । এতিয়া আপুনি যিমান খিনি পাৰিছে মই হিমান খিনি দিব নোৱাৰিম আৰ্শীবাদ দিম যাতে দুইজনি ছোৱালী ৰ ভৱিষ্যত জীৱন আগবাহি যাই।

  • @roktimdhmedrb6686
    @roktimdhmedrb6686 5 лет назад +2

    বহুত ভাল লগিল দাদা সচাই আপুনি মহান । ছোৱালী জনীক এনেদৰে সহায় কৰাৰ বাবে আপোনাক ধন্যবাদ ।

  • @independentchannel844
    @independentchannel844 5 лет назад +10

    মানুহে মানুহৰ বাবে
    যদিহে অকণো নাভাবে
    অকণো সহানুভূতিৰে
    ভাবিব কোনেনো কোৱাঁ? সমনীয়া?

  • @hasrat10
    @hasrat10 5 лет назад +2

    Xosakei manobta jiyai axe bohut bohiya ..god,bless you

  • @rajibulrh2431
    @rajibulrh2431 5 лет назад +12

    Time8 good job heart touch story....

  • @benalpegu7409
    @benalpegu7409 5 лет назад

    Bhal lagil... Ajir dinoti manuhe... Manohik sinta dhara... Manuhor prati Iman morom.... God bless you...

  • @BabuBabu-ce9nt
    @BabuBabu-ce9nt 5 лет назад +4

    আচল মানুহৰ পৰিচয় , এয়াই যেন এক সহায়।

  • @Hudipta
    @Hudipta 2 года назад

    মহান ব্যক্তিৰ মাজতে আছে ভগবান।

  • @deepzang4489
    @deepzang4489 5 лет назад +8

    Speechless...hundar kam dil khush ho gaya ❤

  • @pranabkalita8157
    @pranabkalita8157 5 лет назад +1

    খুবেই ভাল লাগিছে.এনেকুৱা দৰিদ্ৰ শিক্ষাৰ্থীক সহায়ৰ হাত আগবঢ়াইছে..তুমি আগবাঢ়ি যোৱা মাইনা.নিজৰ সফল প্ৰাপ্তিৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হব নোৱাৰে..নিজস্ব একাগ্ৰতা আৰু চেষ্টাৰে নিজৰ লক্ষ্যত উপনীত হবৰ বাবে চেষ্টা কৰা...দুয়োজনী ছোৱালীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো .এই চেগতে time8 চেনেলকো ধন্যবাদ জনালো ..
    ময়ো বৰ্তমান M.sc (Chemistry )অধ্যয়নৰত..কিন্ত দুৰ্ভাগ্য এয়াই যে মোৰ দেউতাই দিন হাজিৰা কৰি আমাক পোহ পাল ৰ লগতে পঢ়ুৱাই আছে..আধুনিকতাৰ এই দিনটো আমাৰ ঘৰত পানীপাম্পৰ ব্যৱস্হা কৰিব পৰা নাই.নিজস্ব চেষ্টা আৰু একাগ্ৰতাৰে লক্ষ্য প্ৰাপ্তি হয় নে নহয় মই নাজানো কাৰণ আমি দৰিদ্ৰ তথাপি নিজৰ চেষ্টা হেৰুৱা নাই

  • @Shutupnonsense
    @Shutupnonsense 5 лет назад +39

    snigdha aru tar deuta bahut val manuh sure......snigdha bht bht jldi success kribo life't... god bless all..

  • @A-Zs
    @A-Zs 5 лет назад +13

    Excellent Work done by Snigdha, congratulations Snigdha.

  • @radheshyamboro766
    @radheshyamboro766 5 лет назад +2

    Good job ,never forget helping friend and parents,this history happened for the first time,school committee should give her free admission.

  • @riyagogoi557
    @riyagogoi557 5 лет назад +8

    wow tq ..tumi hosake bohut val kam korisa ..

  • @jhonlover6454
    @jhonlover6454 5 лет назад +2

    আপোনাক বহুত বহুত ধন্যবাদ চাৰ, এনেদৰে দুখীয়া ক সহায় কৰি যাব, আপোনাক ভগৱানে সহায় কৰিব

  • @rikugogoi739
    @rikugogoi739 5 лет назад +8

    Good job uncle. Tnx for help Dipanjali ...

  • @hungertolearn8547
    @hungertolearn8547 5 лет назад +2

    Uncle is the example of Assam... Kind and great human......God bless you unlce....

  • @abhijitnarah7471
    @abhijitnarah7471 5 лет назад +11

    সহানুভুতি দিব নোৱাৰাত মই দুখিত অনুভৱ কৰিছো পাৰিলে account no নাম আৰু ifsc code টো দিলে 500 বা 1000 হলেও সহায় কৰিব পাৰিলো হয়

  • @divyajyotibora778
    @divyajyotibora778 5 лет назад

    সছাকৈ আজিৰ পৃথিৱীতো যে মানৱীয়তা আছে,সেয়া দেখি বহুতো আনন্দিত হলো। তাৰ লগতে দুয়ো গৰাকী ছাত্ৰীৰ উজ্জল ভৱিষ্যত কামনা কৰিলো।

  • @chandanrabha8734
    @chandanrabha8734 5 лет назад +8

    Great work.Snigdha and her family.

  • @moynulhoque3619
    @moynulhoque3619 5 лет назад

    বহুত ভাল লাগিল। দুয়োলৈ শুভেচ্ছা থাকিল।

  • @pallabivlogs426
    @pallabivlogs426 5 лет назад +4

    Thank you Bohut help korila.. God bless you sister

  • @hemendranathdeka34
    @hemendranathdeka34 Год назад

    IAS হোৱা সংকল্পা লৈ আগ বাহক। হৃদয় বান লোকৰ মৰম আশীৰ্বাদ আছে।

  • @nitubhai7763
    @nitubhai7763 5 лет назад +7

    Ane kua manu lage.june anor duk Sai aag Bari ahe good sir apuni hukhi thakok

  • @sidharthadutta7545
    @sidharthadutta7545 4 года назад

    সচা মানৱনীয়তা। দুয়ো জনি আগবাহি জোৱা

  • @hungertolearn8547
    @hungertolearn8547 5 лет назад +5

    Congratulations 🎊 my sister don't warry one day you will be a financially strong 💪 and help other... I pary for ur bright future.....

  • @kabiratnanath3806
    @kabiratnanath3806 5 лет назад

    manobiota porisoy aeya.....hofol nagorik hoba tumaluk adin.....All The Best.....jibonot aguai jua

  • @nripennath8577
    @nripennath8577 5 лет назад +12

    Good job sir.

  • @jugenhazarika8880
    @jugenhazarika8880 5 лет назад +2

    ধন্যবাদ ভন্তি,সুন্দৰ মানৱতা ?

  • @dimbeswartaye190
    @dimbeswartaye190 5 лет назад +4

    ভাল মানুহৰ ভাল কাম🙏🙏🙏 মোৰ প্ৰাৰ্থনা আৰু মোৰ কামনা ।

  • @nittyaroy9900
    @nittyaroy9900 5 лет назад

    কষ্টৰ ফল মিঠা যে পিছত হে গম পোৱা যায়, আৰু এনেকৈ যদি সহায় কৰে মানুহে তেনেহলে আমি আৰু বেছিকৈ আগবাঢ়ি যাব পাৰিম, কিছুমান লৰা ছোৱালী বিশেষ অভাৱৰ কাৰণে পঢ়িবই নাপাও, বহুত ভাল লাগিল সহায় কৰাৰ কাৰনে, মানুহে মানুহৰ বাবে এনে কৱা নাই ভূপেনদাই,

  • @biplovloying4602
    @biplovloying4602 5 лет назад +19

    Congratulatoins nd great person snighdha's family nd god bless u

  • @md.maashukahmed4205
    @md.maashukahmed4205 5 лет назад

    Bohut val korice apuni aru g korice nitchoy adin earu purna pabo. thanks........ Manobota jiai ace ai prithvit.

  • @rubulgogoi9558
    @rubulgogoi9558 5 лет назад +13

    Heijon dadaloy bohut bohut dhoyniobad ji jon dadai 51000 toka di hohai korisey

  • @babajipegu4666
    @babajipegu4666 5 лет назад +1

    Congratulations on your success in your life

  • @SanjayDas-dl9sl
    @SanjayDas-dl9sl 5 лет назад +12

    Dipanjoli tumi iman dukh mane nathakiba..... Val hobo tumar

  • @RahulGupta-gq7xf
    @RahulGupta-gq7xf 5 лет назад +1

    Good job. ... val lagil. .. hune. ..

  • @gonesh1994
    @gonesh1994 5 лет назад +21

    দুখ লাগিছে.. ভালো লাগিছে.. ময়ো দিলো হয়.. কিন্তু ময়ো দুখীয়া ০ 😭

  • @mrigen1241__das
    @mrigen1241__das 5 лет назад

    সচাকৈ বহুত ভাল লাগিছে ছোৱালীজনীৰ সহায় দেখি

  • @bhargabkumardeka9538
    @bhargabkumardeka9538 5 лет назад +13

    Channel ho to eisaa..jo acchi news de kr lgoko help krta hain..n thnks to snigdha and her family to help that pretty girl..carry on time 8

  • @rojoniprovaboruah9833
    @rojoniprovaboruah9833 4 года назад

    Eman uder manhu. Paboloi kom Bohut val lagil. Thanks

  • @deepsvlogs2150
    @deepsvlogs2150 5 лет назад +7

    ভাল লাগিল সহায় কৰা দেখি। মইয়ো দিব পাৰিলো হেতেন নিশ্চিতভাৱে কিন্তু কি কৰিম মইয়ো এজন ছাত্ৰ দুখীয়া পৰিয়ালৰ 😢😢😢
    যি কি নহওক দিপাঞ্জলীৰ লগতে সহায় কৰিব ওলাই অহা পৰিয়ালটোৰ যাতে আৰু অধিক উন্নতি সাধন হয় তাৰেই প্ৰাথৰ্না কৰিছো ।

    • @ujjaldeka115
      @ujjaldeka115 5 лет назад +1

      Tumiu val heart r mnuh ...
      God bless

  • @brajenbarman5996
    @brajenbarman5996 5 лет назад +1

    প্ৰকৃত শিক্ষা লাভ কৰিছিল মাক দেউতাকৰ পৰা

  • @excursionistthakuria73
    @excursionistthakuria73 5 лет назад +14

    Hosai bht vaal lagil, Snigdha ru Dipanjali duiugoraki, hokolure adorkho houk😊 Best of luck for future 😎

  • @mr.bikashxyz1002
    @mr.bikashxyz1002 5 лет назад +2

    ভাল লাগিল তাইক যে সহায় কৰিছে...বহুত বহুত ধন্যবাদ🙏🙏

  • @debojitmoran3671
    @debojitmoran3671 5 лет назад +7

    Baru ji hok Val kamei korile god bless her

  • @anilgogoi4834
    @anilgogoi4834 5 лет назад

    Many many thanks snigdha .Tumi manobotar nidorshon .duiure unnoti kamona korilu .joy manobota .

  • @abuwahidislam6171
    @abuwahidislam6171 5 лет назад +5

    Congratulations

  • @kapildas2944
    @kapildas2944 5 лет назад +1

    Snighdha tumak bhut dhnyabad jonaisu .2 tai aguwai juwa. Vnti tomalok

  • @duttabhai2423
    @duttabhai2423 5 лет назад +6

    Thnkqq manobiyota agi u ase nisina lgi gol

  • @dipankarnath1556
    @dipankarnath1556 5 лет назад

    All The Best Both Of You.....Aguwai juwa aru nijor khopun bur puron kora...

  • @Saurav-i2l
    @Saurav-i2l 5 лет назад +16

    VL km korisa2mi.amr homajot VL mnu ni buli Kuna koba.tnku 🙏🙏

  • @rupamgamingff8313
    @rupamgamingff8313 5 лет назад

    দুখীয়া দূখ বুজি পোৱা জনেহে আছল বন্ধু দুয়ো গৰাকী ভনীক উজ্জ্বল ভবিষ্যত কামনা কৰিলো

  • @ganadiptadeka2011
    @ganadiptadeka2011 5 лет назад +7

    Ji garaki loke daridra sowali janiloi xahayar hat agbarhale teoloi moyu dhanyabad janalo. Nichai eya ek mohot kam. Pise badanyata dekhowa lok janar xampurna parichay thikona adi janowa heten val asil.