Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অখিল গগৈৰ নিজৰ সমষ্টিত থকা মিয়া মুছলমানক মাৰি মাৰি খেদি পঠিয়ালে। তাকলৈ এটা কথা কোৱা নাই। মুছলমান থকা সমষ্টিত আহি ডাঙৰ ডাঙৰ ভাষন মাৰি আছে। ৰাইজে বিচাৰ কৰক 🙏
26ত বিজেপিৰ strong চৰকাৰ হ'ব। অখিল গগৈৰ বৰ্তমানৰ কথা বতৰা, আচৰণ আদিয়ে তাকেই কয়। কংগ্ৰেছক অখিল গগৈয়ে যিমানে সমালোচনা কৰিব সিমানে বিজেপিৰ আসন ২৬ ত বাঢ়িব। মানে বিজেপিক অখিল গগৈয়ে তলে তলে সহায় কৰা যেন হ'ব। সময় আছে, সকলো মতভেদ বাদ দি বিৰোধী দলবোৰে লগ হৈ কথা পাতক, নহ'লে BIG ZERO হ'বলৈ গৈ আছে যেন লাগিছে।
উপনিৰ্বাচনতে থান বান । ২৬ ৰ নিৰ্বাচনত তেন্তে ধুলিসাৎ ।
Good
অখিল গগৈয়ে নিজকে সম্বৰণ কৰক, নহলে বিজেপি বিৰোধী ৰাইজৰ সন্দেহ দিনক দিনে বাঢ়ি গৈ আছে । তেওঁৰ ভূমিকাত ৰাইজ ইতিমধ্যে যথেষ্ট বিভ্ৰান্ত হৈছে । তাৰ উপৰি আকৌ মিত্ৰতা হলে তেওঁ যেতিয়া কংগ্ৰেছৰ হৈ ভোট বিচাৰি যাব তেতিয়া তেওঁক ৰাইজেই জবাব দিহি কৰিব ।
অখিলে এখনো নাপায়
অখিল গগৈ কথা কাম নাই
Akhil gogoir manuh dekhi Congress a bhoi nokara bhal ,aybor manuh akhil gogoir voters nohai , cpm manuh jonak akhil gogoi support korixel but cpm manuh jone kima vote pale rayje dekhise
কংগ্ৰেছে অখিলৰ লগ লাগিলে 5 খন আসন নাপায়,1992 পৰা কংগ্ৰেছ কৰাৰ অভিজ্ঞতা কৈছোঁ,কংগ্ৰেছে অকলে খেলিব লাগিব।অখিল লোড়িন ধুৰন্ধৰ।
Congress Big 0....Raijor Dol 126
Toi at dhurondor
@weapon4x952 তই এটা মূৰ্খ
Akhil r kam nai congress e natunk gurata db lage bhupan borahr kam nai gaurav Gogoi e natunuk gurata db lage
😂😂😂 kanitu
অখিল গগৈৰ নিজৰ সমষ্টিত থকা মিয়া মুছলমানক মাৰি মাৰি খেদি পঠিয়ালে। তাকলৈ এটা কথা কোৱা নাই। মুছলমান থকা সমষ্টিত আহি ডাঙৰ ডাঙৰ ভাষন মাৰি আছে।
ৰাইজে বিচাৰ কৰক 🙏
26ত বিজেপিৰ strong চৰকাৰ হ'ব। অখিল গগৈৰ বৰ্তমানৰ কথা বতৰা, আচৰণ আদিয়ে তাকেই কয়। কংগ্ৰেছক অখিল গগৈয়ে যিমানে সমালোচনা কৰিব সিমানে বিজেপিৰ আসন ২৬ ত বাঢ়িব। মানে বিজেপিক অখিল গগৈয়ে তলে তলে সহায় কৰা যেন হ'ব। সময় আছে, সকলো মতভেদ বাদ দি বিৰোধী দলবোৰে লগ হৈ কথা পাতক, নহ'লে BIG ZERO হ'বলৈ গৈ আছে যেন লাগিছে।
উপনিৰ্বাচনতে থান বান । ২৬ ৰ নিৰ্বাচনত তেন্তে ধুলিসাৎ ।
Good
অখিল গগৈয়ে নিজকে সম্বৰণ কৰক, নহলে বিজেপি বিৰোধী ৰাইজৰ সন্দেহ দিনক দিনে বাঢ়ি গৈ আছে । তেওঁৰ ভূমিকাত ৰাইজ ইতিমধ্যে যথেষ্ট বিভ্ৰান্ত হৈছে । তাৰ উপৰি আকৌ মিত্ৰতা হলে তেওঁ যেতিয়া কংগ্ৰেছৰ হৈ ভোট বিচাৰি যাব তেতিয়া তেওঁক ৰাইজেই জবাব দিহি কৰিব ।
অখিলে এখনো নাপায়
অখিল গগৈ কথা কাম নাই
Akhil gogoir manuh dekhi Congress a bhoi nokara bhal ,aybor manuh akhil gogoir voters nohai , cpm manuh jonak akhil gogoi support korixel but cpm manuh jone kima vote pale rayje dekhise
কংগ্ৰেছে অখিলৰ লগ লাগিলে 5 খন আসন নাপায়,1992 পৰা কংগ্ৰেছ কৰাৰ অভিজ্ঞতা কৈছোঁ,কংগ্ৰেছে অকলে খেলিব লাগিব।অখিল লোড়িন ধুৰন্ধৰ।
Congress Big 0....Raijor Dol 126
Toi at dhurondor
@weapon4x952
তই এটা মূৰ্খ