Комментарии •

  • @Tulikaartacademy912
    @Tulikaartacademy912 3 месяца назад +8

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰন কমলত শত কৌতি কৌতি প্ৰনাম জনালো। প্ৰভূ জনাৰ চৰণ এটি নিবেদন আছিল। নিবেদন টি ‌হল‌ কল্প তৰু ভাগবত পুথি ভাগিৰ একাধিক ক্ৰমে শুনাব নোৱাৰে নে বাপ।কাৰন বহু জন বাপে বাখ্যা কৰে । পিছে আমি আপোনাৰ বাখ্যা ভাগি শুনি মধুৰ আন্দ পাও কৃষ্ণ।

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 6 дней назад +2

    Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 Месяц назад +2

    Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedilu.

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du 3 месяца назад +2

    Krishna bap bor hundor baykhya val lagil

  • @sarumaiborah448
    @sarumaiborah448 4 месяца назад +7

    কৃষ্ণ কৃষ্ণ ভকত ভগৱন্তৰ শ্ৰীচৰণত শত সহস্ৰ বাৰ প্ৰণাম জনালো।
    ।।কৃষ্ণ ।।🙏🙏🙏

  • @bulugogoi3548
    @bulugogoi3548 4 месяца назад +3

    Krishna, oti Sundar biyakha.🙏🙏🙏

  • @junumech7558
    @junumech7558 4 месяца назад +8

    কৃষ্ণ প্ৰভু ঈশ্বৰ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ

  • @daisyrabha2343
    @daisyrabha2343 4 месяца назад +2

    Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏

  • @prasantabhatta3428
    @prasantabhatta3428 4 месяца назад +1

    Krishna Krishna krishna bor bhal lagil . Anonya apurba sawalil Bhagawate tatta byakhya

  • @Krishnakoch174
    @Krishnakoch174 3 месяца назад +2

    Krishna krishna probhu bapjna val lagil🙏🙏🙏🙏🙏🙏🙏❤

  • @anitadas-2870
    @anitadas-2870 3 месяца назад +4

    Joi Shri Krishna 🙏🙏🙏🙏🙏🙏

  • @monisaloi-fx2tp
    @monisaloi-fx2tp 4 месяца назад +4

    কৃষ্ণ কৃষ্ণ , আজি পৰম সোভাগ্য হ'ল ।ভাগৱত শ্ৰৱণে মনক আনন্দ দিলে ।কৃষ্ণ ।

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 3 месяца назад +3

    Krishna Krishna Krishna baap shwy nebadulu krishna Joy guru Shankar krishna

  • @nripendeka9800
    @nripendeka9800 День назад +1

    sunddar explain krishnsa 🙏

  • @dibyagogoi1473
    @dibyagogoi1473 4 месяца назад +3

    Krishna Krishna bap jonak bhoktipurna hewa nibediso.

  • @keshabbora7742
    @keshabbora7742 4 месяца назад +4

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rabinchangmai2332
    @rabinchangmai2332 4 месяца назад +3

    বাস্তৱ বাদী যুক্তিৰ দৃষ্টিৰে ভাগৱত ব্যাখ্যা । কৃষ্ণ - কৃষ্ণ ।

  • @anjalibaruah7669
    @anjalibaruah7669 4 месяца назад +3

    কৃষ্ণ প্ৰভূ ভক্তি ভৰা সেৱা জনাইছো🙏🙏🙏🙏

  • @nirmalchangmai-kz5rd
    @nirmalchangmai-kz5rd 3 месяца назад +3

    ৰাম কৃষ্ণ হৰি প্ৰণাম জনাইছোঁ

  • @user-bb7go3yd4h
    @user-bb7go3yd4h 3 месяца назад +2

    Krishna bap dhany. Bad

  • @nirmalkoch737
    @nirmalkoch737 3 месяца назад +2

    Krishana bapjon apunar bhagobot bakhaya suni Moi anondit.

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du 13 дней назад +1

    Krishna krishna krishna bap krishna

  • @bhupendas6810
    @bhupendas6810 4 месяца назад +4

    krisno krisno ❤❤❤

  • @lachitborah3304
    @lachitborah3304 4 месяца назад +2

    বৰ ভাল লাগিল ‌বাপ‌জনা।‌আশিবাদ থাকিল।

  • @bulugogoi3548
    @bulugogoi3548 4 месяца назад +1

    Krishna, bor Sundar biyakha. 🙏🙏🙏

  • @rinagogoi1795
    @rinagogoi1795 3 месяца назад +1

    Krishna bap iswar dakhiye bhakti bhara sewar janalu

  • @TribinGogoi
    @TribinGogoi 3 месяца назад +1

    Ram Krishna

  • @anjumalasaikia2608
    @anjumalasaikia2608 4 месяца назад +4

    কৃষ্ণ কৃষ্ণ সেৱা জনালো

  • @kalpanahazarika7631
    @kalpanahazarika7631 4 месяца назад +4

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।

  • @jaganathsonowal2365
    @jaganathsonowal2365 4 месяца назад +3

    🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏

  • @upenbora450
    @upenbora450 Месяц назад +2

    Krishna Krishna Krishna 🙏🙏🙏 Bap

  • @shyamolimasenchuwa8473
    @shyamolimasenchuwa8473 4 месяца назад +1

    Krishna krishna krishna ❤❤❤🙏🙏🙏

  • @chinugogoi5411
    @chinugogoi5411 Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @NipenSaikia-jx7iw
    @NipenSaikia-jx7iw 3 месяца назад +4

    Krishna krishna

  • @pallabikagohain5720
    @pallabikagohain5720 3 месяца назад +2

    Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏🙏🙏

  • @princhipriyadoley4866
    @princhipriyadoley4866 3 месяца назад +3

    কৃষ্ণ কৃষ্ণ প্ৰভু ৷ সুন্দৰ ব্যাখ্যা ৷

  • @user-to3rv9yi5t
    @user-to3rv9yi5t 3 месяца назад +1

    Krishna Krishna namaste 🙏 ♥️

  • @user-ky8xq3ed3l
    @user-ky8xq3ed3l 4 месяца назад +1

    Krishna Krishna pravu.

  • @user-by2de2gy4c
    @user-by2de2gy4c 3 месяца назад +1

    Krishna Krishna 🙏🙏🙏

  • @pariboruah6694
    @pariboruah6694 5 дней назад +1

    Krishnapravusewajanalu

  • @user-bl4jx8hk6u
    @user-bl4jx8hk6u 3 месяца назад +8

    কৃষ্ণ কৃষ্ণৰ চৰণে লৈইলো শৰণ ধন্যবাদ

  • @DipKumer-ld5sx
    @DipKumer-ld5sx 3 месяца назад +1

    হে মহাপ্রভু বাপজনা আন্ধাৰৰ বন্তি গছি জ্বলাই মইহেন মহাপাপীক যি জ্ঞিয়ান দিলে প্ৰভু আপোনালৈ শত কুতী প্ৰণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @KanaujChsarkar
    @KanaujChsarkar 2 месяца назад +1

    Krishna Krishna ❤❤

  • @jitenhazarikajitenhazari-gk6kb
    @jitenhazarikajitenhazari-gk6kb 3 месяца назад +2

    কৃষ্ণ কৃষ্ণ 🙏

  • @bantiborah4174
    @bantiborah4174 3 месяца назад +3

    কৃষ্ণ🙏

  • @user-xl3wb3qf4v
    @user-xl3wb3qf4v 4 месяца назад +2

    Ram.ram.ram.ram.ram.krishna.

  • @Tulikaartacademy912
    @Tulikaartacademy912 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চনত শত‌ শত সেৱা‌ জনালো আপোনাৰ‌ কন্ঠ টি খুব‌ সুন্দৰ খগেন‌ মহন্তৰ দৰে । প্ৰভূয়‌ আপোনাক‌ কৃপা‌ কৰক‌ কৃষ্ণ।

  • @nagendrasonowal7907
    @nagendrasonowal7907 4 месяца назад +2

    প্ৰণাম প্ৰভু

  • @munindraborgohain6054
    @munindraborgohain6054 4 месяца назад +1

    Krishna. Krishna 🙏🏼

  • @girishch.boruah5582
    @girishch.boruah5582 3 месяца назад +3

    কৃষ্ণ কৃষ্ণ বাপ

  • @sumitradeka3599
    @sumitradeka3599 3 месяца назад +2

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rekhagogoi322
    @rekhagogoi322 4 месяца назад +1

    Krishna Krishna bap hatakuti pranipat janalu.

  • @risingstar7890
    @risingstar7890 3 месяца назад +2

    কৃষ্ণ বৰ সুন্দৰ লাগিল। বাপজনাৰ মুখপদ্মহন্তে কৰুণাময় ভগৱন্তৰ চৰণ কমলত কিদৰে নিজকে অৰ্পণ কৰিব লাগে, ভকত সেৱাৰ যোগে দিয়েই যে ভগৱন্তক পাব পাৰি, ভকতেই যে শ্ৰেষ্ঠ, জীৱন তাৰণৰ উপায় একমাত্র হৰি নাম ইত্যাদি বহু ৰসাল সাৰুৱা কথা শ্ৰৱণ কৰিব পাৰি নিজকে ধন্য মানিলো আৰু শ্ৰদ্ধাৰ ভকত জনাৰ শ্ৰীচৰণলৈ সেৱা নিবেদিলো। কৃষ্ণ

  • @akhilgogoi1869
    @akhilgogoi1869 4 месяца назад +2

    Krishna Krishna Krishna

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @user-vj3xm1um4x
    @user-vj3xm1um4x 4 месяца назад +2

    জয় শ্ৰী ভাগৱত জয় শ্ৰী কৃষ্ণ

  • @user-fe8eb3fv8j
    @user-fe8eb3fv8j 4 месяца назад +2

    Krishna Krishna. Bap. Apunar coronot. Hewa. Jonisu

  • @AXM_HYPER_CLASH
    @AXM_HYPER_CLASH 3 месяца назад +2

    সুন্দৰ 🙏🙏

  • @Chasingstars..
    @Chasingstars.. 2 месяца назад +2

    জয় গুৰু শংকৰ❤

  • @kabitakk5245
    @kabitakk5245 4 месяца назад +1

    প্রভু আপোনাক কোটি কোটি প্রণাম🙏🙏 আপোনাৰ সুন্দৰ বাখ্যা শুনি বহুত ভাল লাগিল।

  • @bijupathak1865
    @bijupathak1865 3 месяца назад +5

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত শত সহস্ৰ কুটি প্ৰণিপাত জনাইছো কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @jitulmorang8449
    @jitulmorang8449 4 месяца назад +2

    কৃষ্ণ, কৃষ্ণ

  • @bobitabora4354
    @bobitabora4354 4 месяца назад +2

    কৃষ্ণ

  • @DipaliBaishya-nn1do
    @DipaliBaishya-nn1do 3 месяца назад +1

    🙏🙏🙏🙏

  • @sabitriboruah4411
    @sabitriboruah4411 2 месяца назад +1

    🙏

  • @lakhandas4670
    @lakhandas4670 3 месяца назад +2

    krishna

  • @user-kk7cf5be8b
    @user-kk7cf5be8b 3 месяца назад +1

    🙏🙏🙏

  • @user-zu1dk5pc9e
    @user-zu1dk5pc9e 4 месяца назад +1

    Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @AtulBorah-jm9bn
    @AtulBorah-jm9bn 4 месяца назад +1

    Krishna 🙏

  • @RunuDutta-of3ek
    @RunuDutta-of3ek 7 дней назад +1

    Krishna

  • @RonjonaBokalial
    @RonjonaBokalial 4 месяца назад +1

    🙏🙏🙏🙏🙏🙏

  • @kabitakk5245
    @kabitakk5245 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @junuborah2568
    @junuborah2568 4 месяца назад +1

    Krishna 🙏🙏

  • @animakalita-xi2pg
    @animakalita-xi2pg 2 месяца назад +1

    Suni val lagise

  • @Tulikaartacademy912
    @Tulikaartacademy912 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত‌ কৌতি কৌতি সেৱা‌ জনলো‌ ৰঙিয়া ।

  • @UtpalSaikia-vl9rx
    @UtpalSaikia-vl9rx 3 месяца назад +2

    ভাগৱত পাঠ বাখ্যা হলে এখেতে কৰাৰ দৰে কৰিব লাগে যাতে বাখ্যা আৰু পাঠ সমানে চলে আৰু ৰাইজেও আমনি নাপাই শুনি!

  • @user-yk7rq4tr1r
    @user-yk7rq4tr1r 3 месяца назад +2

    কৃষ্ণ কৃষ্ণ

  • @LakhimiGohain
    @LakhimiGohain 4 месяца назад +1

    Krishna Krishna Ram Ram

  • @dipengogoi2598
    @dipengogoi2598 3 месяца назад +1

    কৃষ্ণ
    আপোনাৰ মুখ পদ্মৰ পৰা ভাগৱতৰ সাৰ মৰ্ম জানিব পাৰি বহুত ভাল লাগে

  • @user-qj2pd8jf1w
    @user-qj2pd8jf1w 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @khiroddeori1669
    @khiroddeori1669 4 месяца назад +1

    🙏 কৃষ্ণ ।অতি সুন্দৰকৈ ব্যাখাৰ বাবে সেৱা নিবেদিলো।

  • @mamonipathak2431
    @mamonipathak2431 3 месяца назад +1

    Krishna krihna

  • @gitalineog930
    @gitalineog930 3 месяца назад +4

    Krishna 🙏🙏🙏

  • @subhadrabhuyan3777
    @subhadrabhuyan3777 3 месяца назад +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @sanskritaboro239
    @sanskritaboro239 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দর বাখ্যা সেবা জনাইছো কৃষ্ণ।

  • @pradipdeka-ge7mz
    @pradipdeka-ge7mz 4 месяца назад +1

    Krishna Krishna bap

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t Месяц назад +1

    বাপ ঈশ্বৰৰ আশীৰ্বাদ শিৰুধ্যায্য কৰি আকৌ এষাৰ পাতনি মেলিলো। ভূল হ'লে ক্ষমা কৰিব। ‌‌ এই বিচিত্ৰতময় সৌন্দৰ্য্যময় মাধুয্যময় মায়াময় মোহময় প্ৰকূতিৰ শিলাময় অনন্ত কোটি ব্ৰহ্মাণ্ডখনিৰ অধিকাৰী ব্ৰহ্ম বা আত্মা আৰু ব্ৰহ্মৰ পৰাই উদ্ভৱ হোৱা অপৰাৰ নৰম শক্তিৰ পৰাই পঞ্চ ভৌতিক পদাৰ্থৰে গঠিত মায়াৰ ভ্ৰমৰে হোৱা এই প্ৰকূতিৰ জগত খন। এই অমূল্য জগত খন মায়াময় আৰু বিনাশশীল মিথ্যা । এই আছে এই নাই। ব্ৰহ্মৰ ওপৰত কোনো ভগৱান নাই। ব্ৰহ্মৰ পৰাই উদ্ভৱ হোৱা পৰা প্ৰকৃতিৰ চেতনা শক্তি বা আত্মাৰ প্ৰতিবিম্ব বিলাকেই জগতৰ উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱ আত্মা বা ব্ৰহ্ম নিজৰ কৰ্ম ফলে প্ৰাপ্ত হৈছে নিজ নিজ দেহৰ। কাৰণ আত্মা বা ব্ৰহ্ম সত্য আৰু এক। গতিকে ব্ৰহ্ম এজনে চাৰি মুঠি দেহত কেনেকৈ সোমাই থাকিব? ব্ৰহ্মৰেই প্ৰতিবিম্ব চাৰি মুঠি দেহত আত্মা স্বৰূপে প্ৰতিবিম্ব প্ৰক্ষেপিত হৈ আছে। কাৰণ ব্ৰহ্ম এজনে চাৰি মুঠি দেহত থকা অসম্ভৱ। গতিকে ব্ৰহ্মৰ প্ৰতিবিম্ব প্ৰতি টো ঘটতেই বা দেহত সুমাই থাকে। সেই হে ব্ৰহ্ম সত্য জগৎ মিথ্যা। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হ'ল পূৰ্ণ ব্ৰহ্ম । ব্ৰহ্ম সত্য অচল অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত নিগূন নিস্কাম অভেদ্য অদাহ্য অদ্ৰৱনীয় অসীম সবব্যাপী সবাৰো উদ্ধত কালৰ অতীত চৈতন্য সনাতন কল্পনাতীত সৰ্ববৃহৎ অকত্তা অকম্মা অদূশ্য সববিহৎ চিৰন্তন আদি। ব্ৰহ্মক চিনিব লৈ অহম ভাৱনা ত্যাগ কৰি অহ্ঙকাৰ শূন্য হৈ পৱিত্ৰ আৰু শুদ্ধ চেতনা আহিব লাগিব। পৱিত্ৰ আৰু শুদ্ধ অহ্ঙকাৰ শূন্য চেতনাই আত্মা বা ব্ৰহ্মৰ প্ৰতিবিম্ব। ব্ৰহ্মক জানিলে সকলো জনা হয়। জন্ম মৃত্যু বন্ধনৰ পৰা আত্মা মুক্ত হয়। ব্ৰহ্মক জানিবলৈ সৎ আৰু সদাচাৰী হ'ব লাগিব।মন আৰু হ্নদয়ৰৰ পৰা কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল অহ্ঙকাৰ শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ শোষণ নিস্পেষন কুৎনীতি অমানুষিক কাৰ্যকলাপ ৰোধ কৰিব লাগিব। তাৰ বিপৰীতে সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তিৰ ক্ষুধা আৰু তূপ্তিৰ মাদকতা এৰিব লাগিব। সৎ চিন্তা ভাৱনা বিবেচনা আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ আদি বিভিন্ন দৈৱিক ঐশ্বৰিক গুণ সম্পন্ন ব্যক্তি হ'ব লাগিব। সকলো আত্মা কেই সম জ্ঞান সম দূষ্টি মৰম স্নেহ প্ৰেম ভক্তি বিশ্বাস আদৰ সমাদৰ মানৱ কল্যাণ জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে কাম কৰা আধ্যাত্মিক শ্ৰদ্ধা নিবেদন কৰা ইত্যাদি। প্ৰদীপ গগৈ গুৱাহাটী।

  • @tarunboruah7366
    @tarunboruah7366 4 месяца назад +1

    Krishna Krishna

  • @anjanjyotigogoi613
    @anjanjyotigogoi613 3 месяца назад +1

    ❤😂 কৃষ্ণ কৃষ্ণ।

  • @jibonjyotidutta622
    @jibonjyotidutta622 3 месяца назад +1

    Nice

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t Месяц назад +1

    চিএ মানে মনৰ ছায়া
    অতি চঞ্চল। কৈছে তুমি চিএ বূতি মোৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ(গৰাকী)ম ই অনাথৰ অন্ত (অধীন) 😮 প্ৰদীপ গগৈ।

  • @lakhigogoi1825
    @lakhigogoi1825 2 месяца назад +2

    Krishna krishna provu 🙏🙏🙏🙏❤️

  • @binaprovasaikia8555
    @binaprovasaikia8555 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ বহত বহত ধন্যবাদ

  • @lakhidutta2980
    @lakhidutta2980 4 месяца назад +1

    Krishna baap

  • @tankeswardeka6070
    @tankeswardeka6070 4 месяца назад +1

    Ram krishna pravo sipajhar

  • @CheerfulBurrito-ff2yu
    @CheerfulBurrito-ff2yu 4 месяца назад +1

    Kisna kisna

  • @Tulikaartacademy912
    @Tulikaartacademy912 3 месяца назад +2

    কৃষ্ণ কৃষ্ণ বাপ জনাৰ চৰণ কমলত আমৰ সেৱা ভাগি‌ নিবেদ‌‌ন কৰা হৈছে।

  • @kanchowalidas9204
    @kanchowalidas9204 3 месяца назад +1

    Kerisan kerisan

  • @pulakdas2171
    @pulakdas2171 4 месяца назад +1

    Vallagilsune

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 3 месяца назад +2

    Krishna Krishna 🙏🙏