Это видео недоступно.
Сожалеем об этом.
অসমীয়া পুৰণি গীতৰ শৰাই
HTML-код
- Опубликовано: 16 ноя 2019
- ⏹️ ⏬ অসমীয়া পুৰণি গীতৰ শৰাই ⏬ ⏹️
🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻
1️⃣ অ চেনাই শুনিছনে নাই 🔶 সন্ধ্যা মেনন
2️⃣ পথে পথে জোনাকে 🔶 কবিতা কৃষ্ণমূৰ্তি
3️⃣ জিলিমিলি জোনাকতে 🔶 মালবিকা বৰা
4️⃣ গাভৰু হোৱাৰে পৰা 🔶 অনিমা চৌধুৰী
5️⃣ তুমি মোৰ মৰমৰ 🔶 চাৰু গোহাঁই,সন্ধ্যা মেনন
6️⃣ লগ দিয়াৰ কথা আছিল 🔶 অনিমা চৌধুৰী
7️⃣ চিলমিল টোপনিত 🔶 সন্ধ্যা মেনন
8️⃣ বগাকৈ ধুনীয়া 🔶 মিতালী চৌধুৰী
এই গীতসমূহ অসমীয়া জাতিৰ প্ৰাণৰ, হৃদয়ৰ গীত। কেতিয়াও শুনি আমনি নলগা গীত।
পুৰণি গান বোৰহে শুনি ভাল লাগে।
.y6
সৰুৰে পৰা ৰেডিঅ'ৰ অনুষ্ঠান-কল্পতৰু,আকৌ শুনো আহক আদিত এই গানসমূহ শুনি আবেগিক লগতে আমোদ পাইছিলো।হায়! হায়!ক'ত গ'ল সোণালী অতীত!শোকত ভাগি পৰো.....
ইমান সুন্দৰ ।
❤❤❤ সেই অতীতৰ দিনবোৰলৈ এই গীতটো শুনিলে মনত পৰি যায় । সচাকৈ এইবোৰ গীতৰ আমেজেই বেলেগ অ । শুনিলে হেঁপাহ নপলায়
Hoy !! Xosakoi ekmot...
Good
সঁচাকৈ এতিয়াও সকলো লোকৰে মন জয় কৰিব পৰা এই গীত সমূহ। এই গীত সমূহ শুনিলেও আমনি নালাগে বৰঞ্চ মনটো আনন্দত নাচি উঠে। ভাল লাগিল
সঁচাই অতুলনীয় । কি যে সুমধুৰ ।
খুব সুন্দৰ পদক্ষেপ । প্ৰভু ভগৱন্ত কৃষ্ণই সদায়েই আপোনাক আগুৱাই লৈ যাওক।🙏
এই গীত বিলাকৰ গীতিকাৰ,সুৰকাৰ অৰু কন্ঠশিল্পিৰ সমন্ন ত সৃষ্টি হােৱ সু্ৰৰ মুচৰ্ছনাত মােৰ মন উটি-বুৰি যায়...
@@akduarah1080😊🎉gluing
মন ভাল লগা গীত
Puranik assamese git Bor bhal lage Baraboo chon thank u
Bijoy bhoyan,Santa Uzir,Anima Chodhury And Luna Sonuwal very very good singing.
Tahanir ganbore mon pran jurai niye
Bohut val laga purani gunnur suni
Really, very attractive beautiful song lyrics very nice.
Ki je hundar git❤❤❤hunile amoni nalage purani gitbur❤❤❤❤atia gitbur kiba katha koi
Mojja lage jai,,so old is Gold
Bohut val lagil purani gunbur suni,
Xosai xundor geet
Bor Sundar .old is gold 👍👍👍
Old is Gold, so sweer👌
এই সুমধুৰ গীত বোৰ শুনিলে হীয়া হাত পৰি যায়
Sweets songs 👌💜💙♥️
Old is gold and it's very Sweet
পুৰণি গীতয়ে আমাৰ অন্ত ৰ চুই যায়।
Apunak. Axex .dhonyobad
Bor bhal lagise.
ভাল লাগিছে❤️💐💐
দিনটো কামৰ পৰা আহি আজৰি হৈ ঘৰত চাহ কাপ লৈ গীতবোৰ শুনি কিমান যে ভাল লাগে ভাষাৰে বুজাব নোৱাৰি, ধন্যবাদ অনুপ দা ।
Nice song
এইবোৰ আমাৰ প্ৰাণৰ গীত। চিৰসেউজ গীত।
ধুনীয়া লাগিছে
Hundar 👍👍
সুন্দৰ ।
অতি মধুৰ গীত যাৰ ভাষা নায় । শুনিলে মন জুৰ পৰি যায়।
পুৰণি কালৰ এই গীতবিলাক শুনিলে শুনি থাকিব মোন যায় মোহন পৰষা গীত old is always gold gold gold
Puroni very mur bohut Val lage
Thanks 🙏🙏🙏🙏🙏 বহুত বহুত ধন্যবাদ ।
অতি সুন্দৰ ৰোমাণ্টিক গীত ।
Old is gold. Superb.
Bohut dhunia lagil.
খুব ভাল লাগিল
Very.nice
সচাঁকৈয়ে কিবা এটা ভাল লাগি আছে গানবোৰ শুনি শুনি। তালকদাৰক বহুত বহুত ধন্যবাদ। হেৰাই যোৱা দিনবোৰ ফিৰাই পোৱাদি পাইছো যেন লাগিছে। কন্চেপ্টটো ভাল। শঁলাগিছোদেই।
Ever green Assamese songs.👍👌
অতি সুন্দৰ গীত, শুনি ভাল লাগিল।
Dhunia👍
অতি সুন্দৰ
Bohut val lagise xuni
সদায় ভাল লাগে।
পুৰণি গীতৰ মাদকতাই সুকীয়া । বহুত ভাল লাগিল ।
Amar dinor hit gan , thanks from andharpradesh nellore district ❤.
পুৰণি গীতৰ মজাই বেলেগ। ভাল লাগিল শুনি।
কিমান যে মধুৰ ❤️
Old is good very nice
সচাকৈয়ে Old is Gold ❤❤❤❤❤❤❤❤
সুন্দৰ গীত
মজাগীত
বহুত বহত ভাল লাগিছে
Mojja
Ati sundar song 🎶🎤🎵
Supper
Hundor geet
Heart touching song
Very good song 👌
অতি সুন্দৰ গীত ।
শুনি থাকিলে হিয়া পৰে শীত ।।
Bohut val lagil,
মন পৰশা হৃদয়ৰ গীত
I am a Bodo people
But music does not have any religion
Very romantic duet song
Old is always gold
No one can beat of its shine
Kkk😊😊kk
Opposite oooojiooooooooo ojii9jo oh oioooioo9ooooioiiojjiojjojio9ooojo OK ooi
@@ranjanbania2243 Ooo OK o
@@ranjanbania2243 iioiiòi9 poo
@@ranjanbania2243 iiiiioiijiojjijooooijoioioo8oooioiloooiiooooooooooo iioiiòi9 ioiiooi8o
Heart touching love you Anup Da
প্ৰকৃত অসমীয়া সম্পদ এই পুৰণি গীতবোৰ
মিঠা গান
অসমীয়াৰ সম্পদ এই গীতবোৰ
Absolutely old is gold.Thank you Talukdar ji.
Bhal Lagise Puroni Geet Huni
গীত বোৰ ইমান ধুনীয়া
Geet bure manot khuub anando diye,...thanks.
Bhut vl lagil
Nice song...
মনমোহক ।
Eman sundar geet amoni nelagei dekhun.
সুন্দৰ গীতৰ শৰাই
Nice song
প্ৰথমে আন্তৰিক ধন্যবাদ জনালো,ইমান সুন্দৰ গীত বোৰ আমাৰ সকলোৰে মাজত আকৌ এবাৰ শুনিবলৈ সুবিধা কৰি দিয়াৰ বাবে। ❤❤❤❤ প্ৰতিটো গীতেই এক অনন্য অনুপম।
Old is gold and very sweet.
Old is gold and it's very Sweet
A,moran
Wow what the voice.....! I also love this songs....love from sivasagar
বৰ ভাল বৰগীত
Very nice 👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌
অতি জনপ্ৰিয় হেঁপাহৰ গান
Gaan bor xoni xasakoi bahot vl lagil.
Evergreen assamese songs.
Bohut bhal lagise huni hepah nopolai.
Yes🙏🙏
👌👌👌👌👌❤️❤️❤️❤️❤️dhuniya ❤️❤️❤️❤️❤️. South Delhi.
পুৰণি গীত শুনিলে মনটো থৌকি বাথৌ লাগে।কি যে ভাল গানবো।
Gaan bhal lagise
👌👌👌
Very nice
Very nice collection.Old is always gold.Many many thanks sir.
Nice all song
Awesome
পুৰণি গীতৰ মাদকতাই সুকীয়া❤️❤️
এই গীত বোৰ সচাকৈ বৰ মনোৰম, শুনিলে শুনি থাকিবলৈ মন যায়. . .
সঁচাকৈ
🙏🙏🙏সচাকৈ অবিস্মৰণীয় কালজয়ী অসমীয়া বাস্তব গীত । শুনিলে বাৰে বাৰে শুনিলেও আমনি নলাগে । সদায়েই নতুন । ধন্যবাদ ।🙏
Too sweet songs these are.
Very good song
bah mojja lagil xuni. bahu dinor murat xunilo aji .manat pari gol purana kathabor.
So beautiful song
Old is gold
Bohut val lagise.