I never forget bipul mahanta. Where ever you are god bless you. Before 25th yrs we heard the audio of mahanta. Swami ram naru aru saran tumar. swami ram dur kara sansar nikar. Outstanding namasajya. .I buying the audio cassette from near jorhat town petrol depu. Cassette house . May be this cassette house can given you the audio cassette of mahanta. And then N.k production was the producer of bipul mahanta audio cassette.
কৃষ্ণ কৃষ্ণ প্ৰভূজনাক বহুত দিন youtube ত খুচৰি খুচৰি পোৱা নাছিলো আজি পালো। শান্তি পাইছো।
কৃষ্ণ; ১৯৯০ চনত ৰঘুমনি; দীনবন্ধু একেলগে বানীবন্ধন হৈছিল; আমি সহযোগী আছিলোঁ; প্ৰভূজনালৈ মনত পৰিথাকে।
দাদা আপোনাৰ আত্মাই সৎগতি পাওক,
আজি আপোনাৰ নাম তথা নাম প্ৰসং পালো ,হঠাৎ সেই দিনালৈ মনত পৰিল, অৱশ্যে মই সৰু আছিলোঁ আপুনি আমাৰ মাহিৰ ঘৰত দাদাহতক লগ পাই আমাৰ ঘৰত বহুত দিন আছিল ,দেউতাই আপুনি গোসাঁই লৰা হোৱা বাবে আপোনাক নাম প্ৰসং ত মনোনিবেশ কৰিবলৈ কৈ পঠাই দিছিল, নহলে সমাজে বেয়া ভাবিব বুলি ।
শেহতীয়া কৈ মই আপোনাক সঞ্জীৱনি মেজিকেল তে যি পালো আৰু একো গম নাপালো ।
দাদা সচাকৈ আপোনাৰ কথা মনত পাৰে, যতে আছে শান্তিৰে থাকক , তাকে কামনা কৰিছোঁ নেদেখা জনৰ ওচৰত,
সুন্দৰ হৈছে ।
কৃষ্ণ কৃষ্ণ।
Ha bap Krishna Krishna bor monot pora jehato ameu gicelo prvujoner logot
Provu tumar aatma jote ase vogobane hantit rakhoK🙏🙏🙏
Nice
🙏🙏🙏অতি সুন্দৰ।ভক্তি ৰস বৈ আহিছে।
দ্বিতীয় এজন বিপুল মহন্ত নোলাব। সুমধুৰ নামেৰেই তেখেত অমৰ হৈ থাকিব।
বৰ ভাল লাগিল।কৃষ্ণ
কীৰ্তনৰ মহাপুৰুষীয়া সমাজৰ অপূৰ্ব তাল মান লয় আৰু নিশী পৰিৱৰ্তন ৷ সেৱাৰে
কৃষ্ণ
Bahut din or murot suni bhal lagil. Agate caset joge sunisilu jadio atiya seibor beya howat suniba powa nasilu. Subidha diyar babe dhanyabad
Krishna
হে প্ৰভূ তোমাক হেৰুৱাই আমি বহুত অভাৱ অনুভৱ কৰিছো। তুমি যতেই আছা তাৰ পৰাই আমাক আশীৰ্বাদ কৰা।
হে প্রভু য়তে আছে কুশলে থাকক🙏🙏🙏🙏
I never forget bipul mahanta. Where ever you are god bless you. Before 25th yrs we heard the audio of mahanta. Swami ram naru aru saran tumar. swami ram dur kara sansar nikar. Outstanding namasajya. .I buying the audio cassette from near jorhat town petrol depu. Cassette house . May be this cassette house can given you the audio cassette of mahanta.
And then N.k production was the producer of bipul mahanta audio cassette.
প্ৰভূজনাৰ নামপ্ৰসঙ্গ ২৫বছৰ পূৰ্বে শুনিছিলোঁ।বহুত ভাল লাগে।কবলৈ ভাষা নাই।
Ananta Mili hosai bohut vl lage
বহুত ভাল লাগিল কৃষ্ণ ।
প্ৰিয় আছিল তেওঁ
বহুত ভাল লাগিছে আৰু আচে জদি দিৱচোন
Bipuk mahanta dore uporat kuneu nuare gabo
আমাৰ ঘৰতো প্ৰভুজনাই নাম গাইছিল । অত্যন্ত সুন্দৰ । আৰু আছে যদি upload কৰিব ।
তেখেতৰ আৰু নাম প্ৰসঙ্গ আছে যদি পুত্ৰ হিচাবে তুমি দিয়া যাতে প্ৰচলিত হোৱা বিকৃত সুৰ বোৰৰ প্ৰভাৱ নোহোৱা হয় ৷
Aru upload krib sun
এ মজা লাগিছে 🙏🙏🙏🙏🙏
অতি সুন্দৰ
আৰু শুনিবলৈ পাম বুলি আশা থাকিল
অতি সুন্দৰ,,,দাদাৰ প্ৰসংগৰ ৰেকডিং কৰা বাকী কেইজনা আছে যদি আপডেট দিয়া আছে নেকি, নাই যদি দিব লাগে।
Ru dibo sun
Krishna bap
সুন্দৰ সাৱলীল কণ্ঠৰ গৰাকী লগতে কীৰ্ত্তনৰ নিশিত থকা ভগৱান প্ৰদত্ত কলাৰ অধিকাৰী ৷সেৱা জনাইছো ৷পুত্ৰ হিচাবে আপুনিও আগবাঢ়ি যাওঁক এই কামনাৰে ৷
অনুগ্ৰহ কৰি বৰ্তাৰ মুখৰ "দুৰাছাৰ মন মোৰ ৰাম হৰি বোল" কীৰ্তন জন আপলোড কৰিব ।
Aru tewr jiman nam ase sob upload koib.bahut dinor murat mat tu hunib palu
আৰু আছে যদি প্ৰভুজনাৰ শ্ৰীমুখে নিগৰিত নামৰ ৰেকৰ্ড দি ধন্য কৰিব। অতি সুমধুৰ, দেহ মন নাচি উঠে এনেহেন নামৰ ধ্বনিত...
Probhur Tumi jotai asa ter porai amak arsibad kora,
Krishna bap jon bor monurom deiii
কৃষ্ণ