‘৬নং দফা কাৰ্যকৰীকৰণ কেতিয়াও কৰিব নোৱাৰে বিজেপিয়ে’

Поделиться
HTML-код
  • Опубликовано: 28 сен 2024
  • ‘৬নং দফা কাৰ্যকৰীকৰণ কেতিয়াও কৰিব নোৱাৰে বিজেপিয়ে’। ‘লোকসভা নিৰ্বাচনৰ ফলাফল দেখি বিজেপিয়ে ভয় খাইছে’। যাৰ বাবে ৬নং দফাৰ বিষয়টো সন্মুখলৈ আনিছে’। চৰকাৰৰ তৎপৰতাক লৈ বিস্ফোৰক মন্তব্য অখিল গগৈৰ।
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Комментарии • 37

  • @AMITSARMA-tq6jh
    @AMITSARMA-tq6jh 7 часов назад +9

    Sivsagar t apuni ki korile 4 bosart

  • @শ্ৰীসঞ্জীৱ
    @শ্ৰীসঞ্জীৱ 8 часов назад +11

    Bangladeshi Miya buror Leader Aijon

  • @hemantadeka2585
    @hemantadeka2585 7 часов назад +3

    এইজন মহাশয় মহাভাৰতৰ সুকুনিত কৈ ভয়ানক।😅

  • @kandarpabora7536
    @kandarpabora7536 4 часа назад +3

    এইতো পাগল কি কৈ আছে সিইয়ে গম নেপাই

  • @bituponborh521
    @bituponborh521 7 часов назад +2

    Aijona akol kotha Kobo Jana kintu kem ni

  • @ranjitphukan7787
    @ranjitphukan7787 7 часов назад +5

    আহোমৰ টুপি পিন্ধি লাভ নাই মিঞাৰ টুপি পিন্ধা

  • @rimirabha7181
    @rimirabha7181 4 часа назад +1

    অখিল গো বেক গো বেক পাগল অখিল গো বেক গো বেক

  • @ice-creams-are-not-real
    @ice-creams-are-not-real 5 часов назад +6

    Akhiluddin😂😂😂

  • @PBorah-v2v
    @PBorah-v2v 4 часа назад +1

    Kebol letera rajnity.

  • @papupb6357
    @papupb6357 7 часов назад +1

    Mia Nekhede o.
    Toi imman sinta nokoribi

  • @themanas1985
    @themanas1985 7 часов назад +1

    Aahi Miyar swargadeu....Chinese agent jon bahut chatur

  • @pranjalgogoi-d2q
    @pranjalgogoi-d2q 5 часов назад +1

    Bjp jindabad

  • @NayanDoley-y7j
    @NayanDoley-y7j 20 минут назад

    পাল্টো অখিল ভুভু কৈ ভুকিছে ৰাইজ ।

  • @parthaborah752
    @parthaborah752 4 минуты назад

    এই টুপীটো এ তোমাক ভাল নেদেখি বোপাকন

  • @abhijitkakaty88
    @abhijitkakaty88 28 минут назад

    Pagol. Hoi iee.

  • @ParulChutia-n7l
    @ParulChutia-n7l 23 минуты назад

    Toi Paro Jadi nakar kiyo

  • @manojtalukdar6647
    @manojtalukdar6647 5 часов назад

    সদ্দিচ্ছা নেথাকিলে কেতিয়াও কোনো কাম সাধিব নোৱাৰে ⁉️💯💯💯
    যোৱা ১০ বছৰে অবৈধ বিদেশীৰ সমাস্যাটো সমাধান কৰাৰ তিলমানো সহাৰি দোখা পোৱা নগল বৰং বঢ়োৱা যেন অনুভৱ হয় 💯💯💯

  • @dipakgogoi5084
    @dipakgogoi5084 23 минуты назад

    আমাক মিয়াৰ পৰাই নহয় হিন্দু বাংলাদেশী আৰু অনা অসমীয়াৰ পৰাও সুৰক্ষিত কৰিব লগে। কাৰণ উজনি অসমৰ ডিগবৈ, ডুমডুমা , মাৰ্ঘেৰিটা, তিনিচুকীয়া আৰু ডিব্ৰগড় এই কেইখন
    অনা অসমীয়াৰ আগ্ৰাসনৰ বাবে অসমীয়াৰ ভোটাৰে নিৰ্ধাৰণ নকৰে সমষ্টি বিজয়। লাহে লাহে অনান্য নগৰলৈও সম্প্ৰসাৰিত হৈছে।

  • @pankajdutta9131
    @pankajdutta9131 39 минут назад

    বৰাক উপত্যকাৰ তিনিখন জিলাক সকলো সময়তে পৃথককৈ উল্লেখ কৰি কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিক অসমৰ পৰা আঁতৰাই পঠিয়াব খোজা হৈছে নেকি? প্ৰয়োজন আছিল উক্ত জিলা কেইখনত বাস কৰি থকা অবৈধ অনুপ্ৰবেশকাৰীক চিনাক্ত কৰি নাগৰিকত্ব কৰ্তন কৰা! (কেৱল টকা উপাৰ্জন কৰিবলৈ ৰাজনীতি কৰা সকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হোৱা অনুপ্ৰবেশকলৈ চিন্তিত নোহোৱাটো স্বাভাৱিক!)

  • @dipakgogoi5084
    @dipakgogoi5084 39 минут назад

    অসমত বিজেপিৰ দিন টুটি আহিছে। হিমন্ত বিশ্বই
    অসমীয়া বিৰোধী । ২৬ ৰ নিৰ্বাচনী বৈতৰণি পাৰ হবৰ কাৰণে এই বোৰ ভেঁকু ভাওনা। হিমন্ত বিশ্ব অসমীয়া বিৰোধী বুলি আগতেই প্ৰমাণ হৈ গৈছে। হিমন্ত বিশ্বই CAA আনি নিঃশেষ কৰাৰ ষড়যন্ত্ৰ লিপ্ত হৈছে। APSC পৰা অসমীয়া উঠাই দি ৰাজস্থান, উত্তৰ প্ৰদেশৰ প্ৰাৰ্থীক নিযুক্তি দি অসমীয়াৰ পৰা প্ৰশাসন অনা অসমীয়াৰ হাতলৈ হস্তান্তৰ কৰি অসমীয়াক অনা অসমীয়াৰ তলতীয়া কৰি নিশেষ কৰিছে। অসমৰ নিযুক্তি পৰীক্ষাত হিন্দী ভাষা সংযোজন কৰি অসমীয়াৰ চৰকাৰী চাকৰি কৰ্তন কৰিলে। অসমীয়া ট্ৰাইবেল্ট হিন্দু বাংলাদেশী আৰু বাঙালী মাটি কিনিব পৰা ব্যৱস্থা কৰি অসমীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ লিপ্ত হিমন্ত বিশ্ব। তেনে এজন অসমীয়া বিৰোধীযে কেতিয়াও কেন্দ্ৰক পতিয়ন নিয়াই সংবিধান সংশোধন কৰি অসমীয়াক ৰক্ষা কৱচ নিদিয়ে।

  • @anupamdutta9712
    @anupamdutta9712 12 минут назад

    We do not want further delay and worthless politics.

  • @ilovemybharatdesh5697
    @ilovemybharatdesh5697 7 часов назад

    No place for Maao wadi in Assam .

  • @surjyaboro
    @surjyaboro 13 минут назад

    Petkoliya

  • @ArjunB7064
    @ArjunB7064 2 часа назад

    Shivsagar bakhiye aituk vul t a vut dile... akhil ali ..😂

  • @TolanGogoi-s3u
    @TolanGogoi-s3u 11 минут назад

    👁️

  • @JadusaikiaJadu-ed5ju
    @JadusaikiaJadu-ed5ju 5 часов назад +4

    অখিল আলি কি খবৰ😂

    • @dipakgogoi5084
      @dipakgogoi5084 29 минут назад

      হিন্দু বাংলাদেশী নে কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়া।

  • @dhirajnath
    @dhirajnath 2 часа назад

    Akhil dak edin CM pati dbo lage ki kore dekha pua jabo

  • @dipakgogoi5084
    @dipakgogoi5084 53 минуты назад

    একেবাৰে সঁচা কথা কৈছে অখিল গগৈয়ে।

  • @ramjanali5782
    @ramjanali5782 7 часов назад +3

    Akhil Gogoi zindabad

  • @dipakgogoi5084
    @dipakgogoi5084 31 минуту назад

    আমাক মিয়াকে নহয় হিন্দু বাংলাদেশী আৰু অনা অসমীয়াৰ পৰাও ৰক্ষা কৱচ লাগে । কেয়ল মিয়া মিয়া কৈ থকা সকলে কিয় বিজেপিক সমৰ্থন কৰে তাৰ উত্তৰ দিব নাজানে। কেয়ল ১৫০০ টকাৰ কাৰণে যি মান চিঞৰে ভিক্ষাৰীও ইমান চিঞৰি নাথাকে। হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই।