কেমেৰাৰ সন্মুখত এতিয়া মুখ ঢাকি তৎ পোৱা নাই এইসকল প্ৰাক্তন বিয়াগোম আমোলা-বিষয়াই।
HTML-код
- Опубликовано: 14 окт 2024
- কেমেৰাৰ সন্মুখত এতিয়া মুখ ঢাকি তৎ পোৱা নাই এইসকল প্ৰাক্তন বিয়াগোম আমোলা-বিষয়াই। আদালতৰ পৰা জে'ললৈ নিয়া হ'ল ৰাকেশ পালসহ ৩২গৰাকী প্ৰাক্তন ACS, APS বিষয়া। টকা দি APSCৰ চাকৰি লৈ ডাঙৰ ডাঙৰ কথা কৈছিল তেওঁলোকে। এতিয়া লাজতে মুখ ঢাকিছে
খবৰটো পায় বহুত সুখী হ'লো । ৰাকেশ পালৰ ১০ বছৰ জেল ক'ম হৈছে। বেটাক ২০ বছৰমান দিব লাগিছিল
50 basar diba lagisil iak
ৰাকেশ পাল ক কি যোগ্যতাৰ ভিত্তিত প্রয়াত মূখ্য মন্ত্রী তৰুণ গগৈ য়ে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি দিছিল। সেই বিয়াগোম কেলেঙ্কাৰিবোৰ তদানিন্তন চৰকাৰে নিশ্চয়ই জানিছিল আৰু গাপ দি ৰাখিছিল। তেতিয়াৰ চৰকাৰ খনৰ বিপৰীতে ও তদন্ত হোৱা উচিত।
The past corruption of congress should be highlighted.
Rakes pale mukh khulibo lage,,asol surketa dhora porok,,, thanks for the outhorizedperson,s and our court
Very good step . Thanks god
সুন্দৰ। সাধাৰণ শ্ৰেণীৰ মানুহবোৰে ইমান কষ্ট কৈ পঢ়ি এইবিলাক মানুহৰ বাবে তেনেকুৱা পদত অধিষ্ঠিত হোৱাৰ পৰা বঞ্চিত হৈ থাকে। আমাৰ টকা নাই আমি মাত্ৰ পঢ়াত কষ্ট কৰিব পাৰো।
১০ বছৰ জেল মানে, ই জেলাতেই মৰিবগৈ। বৰ ভাল হল।
moratuwe kamona koru
Very Good
এই দুই নম্বৰী আমোলা বিষয়া কেইটাই অতি কমেও দহ বছৰ চাকৰি কৰিলে ন্যায়লয়ৰ ৰায়দান হোৱালৈকে। ইহঁতক এক কোটি টকা জৰিমনা নিচেয় কম হৱ। বছেৰেকত ১কোটি মানকৈ জৰিমনা বিহিলেহে সুদেমূলে অচোল হ'ব।
Good that govt could close the case to logical end
Good news
Very good 👍
ভাল খবৰ পালো। বঞ্চিত সকলৰ ক্ষোভ ৰ জুইয়ে পুৰিছে এওঁ লোকক।
ক'বলৈ ভাষাৰ অভাৱ।অসম চৰকাৰক অশেষ ধন্যবাদ🙏
Very good
Good Decision
ইয়াতকৈ লাজ লগা কথা কি হ'ব পাৰে আৰু, ইমান দিনে চৰকাৰী গাড়ীত বহি মজা লৈ আছিল এতিয়া ভাল মজা পালি😅😅
আৰম্ভণিৰ পৰা এতিয়ালৈকে পোৱা চোৰ বিলাকৰ দৰমহা খিনি কি হ'ব ?
Good Done.
এটা সময়ত সৰু মানুহক চাবলৈ সময় নাছিল সিহঁতৰ এতিয়া কেনে
Borhiya News 🔥🔥🔥
congress ৰ মন্ত্ৰী,বিধায়কো এই APSC কেলেংকাৰীত জড়িত আছিল ।তেওঁলোকৰো তদন্ত হব লাগে।
Cm u asel congres ot tateyai hoi sel aiii bur
হয় কংগ্ৰেছৰ চুপাৰ মন্ত্ৰী দুৰ্নীতি কেলেংকাৰীৰ সম্ৰাট হিমন্ত বিশ্ব শৰ্মায়ো জৰিত
Amar chief ministeru hei homoyit asil
Amar CM tu hei homoyit minister hoi asil
bjp শাসনত আছে গতিকে সুযোগৰ সৎ ব্যৱহাৰ কৰি কেলেংকাৰীত জঢ়িত কংগ্ৰেছী কেইজনকো জেইল দিয়ক।
বৰ সন্তোষ পালো খবৰটো পাই।
Good👍
কংগ্ৰেছৰ সময়ত APSC এখন ডাঙৰ বজাৰ আছিল..
Very Very Very Good News 👍👍👍
Good
Bor val lagise mama.
Student life 😢 who is studying 12 hrs per day
But some leader ips ,ACS ,ACP
Doublicate money 🤑🤑
সত্য সদায় জয়৷ মেধা কতজন ছাত্ৰ ছাএীক বঞ্চিত কৰি এইবোৰে টকাৰ বলত নিজকে উচ্চ পদাধিকাৰী সজিইছিলে৷ভাল লাগিল দেখি আইনে যে দুখিক উপযুক্ত শান্তিৰ ব্যৱস্থা কৰিছে৷
moja , aiburok dhorok , ehote uporote anai salary bur khai ase , taar holoni notun qualified lora burok sakori dibo laage
Aru bhut asa
Right decision, should be punished, 100%. No excuse.
Good very good.
বহুত সুখী হলো |
Atiya o hoi ase kelengkari... Essay paper t 240+ pai out of 250 ..baki bilak t below 100...
Habit hoi goise... jailot jua
সেই কাৰণে মানুহে মানুহৰ মূল্য বুজিব লাগে।যমেও এনেকৈয়ে নিব।
হায় টকা হায় টকা তুমি কৰিৱ নোৱাৰা কি? একালৰ মহাপ্ৰতাপী একালত কয়দী।অসৎ টকা খালে কি হয় ৰ্কৰত অসৎ বিষয়া সকলে এবাৰ ভালকৈ চাই লওক।
Mmja xuni vl lgil aeibar apsc কেলংকাৰী poisa di sakori liwa mjja Mamai vl km krisa bht vl lgil শুনি
Ashim sharma tur bongkhar Himanta Bishwa sha4ma u jail t jaba, sinta nakoribi. Tahot monubadi, brahmonbadi jatibadi jehasi bilake Axom rokgatole nili. Bamun hotya mohapap kitap t likhi khionjiak bahoot burbak bonali.
It is good but only Rakesh Paul digest the bribe money ?
খা কেলা আহু ধানৰ ভাত। ৰাকেশ বোলাটোক ফাচিয়েই দিব লাগে। ই ধেঙৰে বহুত মেধাবী ছাত্ৰ ছাত্ৰীৰ মূৰ খালে।
lifelong jail diyok aru kapur khuli fota kapur pindhibo diyok
বাৰে বাৰে একেটা কথাকে কৈ থকাতকে নাম কেইটা কৈ দিলে ভাল হলহেতেন।
Very Very Good news
It is NDA government.great great great
Assam education system ❌☠️💀😂🤣😂😂🤣😂🤣😂😂🤣
Sadharan jail kamanare. Thanks.
10bosor jiyai thkbo jnu rakesh bhaiiii.
Moja
সেয়েহে কোৱা হয় একালৰ বৃন্দাবন একালত পৰে চন
Conges dinat aibur kam karisil
হাতত ধৰি টানি নিয়াৰ দৰকাৰ নাই, Handcuff বোৰ কলৈ গ'ল, Handcuff লগাই চোঁচোৰাই নিব লাগিছিলে
ৰাইজ ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, আঁতৰি দিয়ক 😢😢😅😂
আৰু ওলাব পাৰে...
চাই থাকক...
গৈ থাকা....
আৰু আহি আছে.....
বন্ধু বান্ধৱী.........
সকল........😂😅
10 বছৰ কম হৈছে । ইয়াতকৈ কঠোৰ শাস্তি দিব লাগে ।
Very good news
আইনৰ জয় হওক
ৰাক্ষস পালক ফাঁচী দিব লাগে ।
Very Nice News, 20 bosorman jail dibo lagisil
Name and passport photo diyok akou. Sob sakorite ulabo. Pion somidar r pora officer loika aru todonto hobo lage
Bohut Lora sowalir jiban nasta korise aibore, life time jail hoba lagisil
Thanks Adalot
Aioo tohotor knowledge manisw kintu... Aibur acs aps nohoi ado agriculture development officer. APSC e exam to conduct kore but APSC from t nohoi exam to.. Only agriculture studente apply koribo pare aitu postot
Good News
আৰ পি শৰ্মা নামৰ বিহাৰীটোৰ জীয়েকো আছিল । সেইজনীৰ কি হল । ৰাকেশ পালে এই গৰমত জেলত যাতে A/C , ফেন একো নেপায় । ই বিৰাট বুধিয়ক । গান শিকাম বুলি music room ত A/c ৰ সুবিধা লব ।
😂
ইমান কম দিনৰ জেল ? কম চে কম 30 বছৰ জেল হব লাগিছিল। তেওঁলোকে 2 নম্বৰ কাম কৰি আহৰন কৰা সম্পত্তি বোৰ চৰকাৰে অধিগ্ৰহন কৰিবনে?
বৰ ভাল খবৰ,ইহঁত মৰি যোৱা ভাল বাচি থাকি কি কৰিব
Logote kubo pabo lagisil dekhun ,
very good diction
Khub moja
Bohut vhal anayka govt pai public kok dom di asil laj nai
Aibor ACS nahoi he.. aibor ADO.. sob arrest Kari jail dse
ACS aru APS buror ki hobo . Teulok basi jabo 😂
বাতৰিটো ভুল।এওঁলোক ADO.
Thakok de jelet toka he sini pai dangr sakori lage
List khn dyk ACS keitar
Ata kotha 10 bar koisa kala
Rakesh paul kar under t thaki aibur karisile....Fadil karok....
ইমান চিয়ৰি কৈছে ভাল লাগিল। কিন্তু সঁচা কৈ এই কেইটাই আছিল নে ? নে ৰৌ বাৰালি খাৰি গল ।
Guna t Puja ,dosa t Dand.
Good step🎉 BJP Sarkar jindabad❤
Ki hobo suprim court or pora bail loi 2 bosor man pisot olai ahibo, toka ase ihotor
Upajukta bure atiya sakari pabo lage
What nonsense...they are not acs/aps...ADOs of agriculture department only
Destroying persons of honest society
40/45 bosor aagor porai khuni aahisilu toka nedile henu acs/aps napai buli.
Good news mjja ♥️♥️♥️♥️
A very good judicial achievement and also part of Government of Assam towards clean and transperancy in appointments in govt jobs.
Nambilak koboloi voi khaise neki?
Good job
Thumbnail t bhul kiyo likhise. Teulook ACS/APS NOHOI. ADO HEE
মজা অতি সুন্দৰ কথা হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
Kukurhetor karonei sompurna suroxyabahinir bodnam hoise. Video sai vaal lagil.
100garu marile bagharu mritu.jay aai akham..
Ai xokolor bahire aru kisu culprit xari gol neki baru ?
এই কেইজন ADOহে ACSবাAPSনহয়
পকৰত ৱম দিম ইহতক
Bhal hoise ehotor attitude bilak besi hoi hadharon manuhok manuh buli a nabhabe...
Son toka r jurot sakori loise
বাকী আৰু কোনোবা Indian kubra আছে... ভাল দৰে জেৰা কৰা হয়.. kubra কেইটা ওলাল হয়। হয়টো এওঁলোকে জেল খাটিব নিজে কিন্তু kubra নাম নলয়।
tatkoi aru ase neta.. nijor income koi bahut xampati ase....😊
Suror bhitoror sur keitamaan gol
ঐতিহাসিক ৰায়দান
BJP sarkar agar bestwork kar'a sahiye talent boys and girls are deprive so 'jantako bisar kar'a sahiye