Kothabur huni bhtt bhal lagile dukh u lagile, Allah bless u aru hodai anekoi positive hoi jiyai thakiba jenekoi asa tenekoi gun gun loi u bhtt dua thakil jivan anekuwai june ji kore tar fall paboi hotyat solisa hotyat soliba gun gun ajoni bhal suwali hoi aguwai goi ahoraki bhal nagotik hoigoi tare kamona korilu
গঠনমূলক আৰু ইতিবাচক অনুষ্ঠান , বহুত ভাল লাগিল ।
ৰস্না বা মুখখন এটিয়াও ম্লান পৰি আছে। চকু দুটা সেমেকি আছে।ৰস্না বা আগবাঢ়ি যোৱা জীৱনত সুখতকৈ দুখ বেছি।
কথা ষ্টুডিঅ ৰ আজিৰ podcast টো সৰ্ব্বশ্ৰেষ্ঠ, মই যিমান চাইছোঁ আজিৰ দৰে চাগৈ কেতিয়াও ইম্মান গভীৰতা অনুভৱ কৰিব পৰা নাছিলো, সঁচাকৈ তোমালোক দুইজনীকে মই মোৰ আন্তৰিক শ্ৰদ্ধা মৰম আৰু আশীৰ্বাদ দিছোঁ, তোমালোক বহু দূৰ আগুৱাই যোৱা কতো thomoki nuruwakoi, thanks again n again
ময়ো তেখেতৰ দৰেই ভাবোঁ কথাবোৰ । জীৱনৰ গতি পথত সন্মুখলৈ যেতিয়াই যি প্ৰত্যাহ্বান আহে মুখামুখি হ'বলৈ চেষ্টা কৰোঁ।
তুমি ধুনীয়া ক থকা কৈছা মাইনা । এজনী থাকোঁতেই আন এজনীৰ কথা চিন্তা কৰে।
সঁচাকৈ তুমি বহুতো সাহসী। বহুতো আগবাঢ়ি যোৱা আগলৈকে।
ইমান সাহসী ! ইমান ইতিবাচক কথা ।সদায়ে নিজে বিচৰাৰ দৰেই আগুৱাই যোৱা ❤❤
শেষত কোৱা ইস্মিতাৰ এটা কথা বহুত বেছি ভাল লাগিল যে , নিজকে সৌভাগ্য ৱতী, বুলি ভাবিব লাগে। হাতৰ মুঠি টো টান কৈ ধৰিব লাগে আৰু খুলিব পাৰি। নিজৰ ফালে টানিব লাগে❤ ভাল লাগিল বহুত আজি খণ্ড টোৱে বহুত মহিলাক প্ৰজিটিভ এটা বাৰ্তা দিলে। কথা ষ্টুডিও বহুত ভাল লাগে❤❤❤
বহুত ভাল লাগিছে দুয়ো জনীলৈ শাৰদীয় দূৰ্গা পূজা ৰ শুভেচ্ছা জনালোঁ ♥️♥️
Rasna kothbur bht dhunia bhagavane shahox diyok❤❤
অনুষ্ঠান টোৱে বহুতো ইতিবাচক কথাৰে শ্ৰোতাক সন্তোষ প্ৰদান কৰিলে,,, জীৱনৰ সঙগ্যাৰ কেনে সুন্দৰ প্ৰকাশ 👍,, মানুহৰ মগজুৰ উত্তৰণ যে পৰিবৰ্তন শীল জগতখনৰ সৈতে আগুৱাই যাব পৰা নাই,,,সেই অভিজ্ঞতাবৰ ভাল কৈয়ে বাস্তৱিকতে মোৰ জীৱনত ঘটিছে,, ( শুনি আশ্চৰ্যচকিত হোৱাৰ কথা যে সেয়া আন কোনো নহয়,, এগৰাকী প্ৰথিতযশা অশিতীপৰ জনপ্ৰিয় লেখিকা,, কথাটোৱে মনত দুখ আৰু ক্ষোভ দুয়োটাই সৃষ্টি কৰিছে।)
আজিৰ প্ৰিয় অনুষ্ঠান টিলৈ মোৰ শুভ কামনা জনাইছো 🙏🎉❤❤
ভাল লাগিল আজিৰ অনুষ্ঠানটি ৷ ৰিলেট কৰিব পাৰিছোঁ কথাবোৰ ৷ গতিত যতি নপৰাকৈ গৈ থকাটোৱেই জীৱন ৷ সময়ে শিকোৱা কথা এয়া ৷
Eman posetive chinta dhoynabad ❤❤❤❤
আপোনাৰ "বেলি বিহীন কপালৰ ৰ'দ ঘাই মানুহ জনী " পঢ়িছোঁ । আজি আপোনাক এনেকৈ দেখি আৰু আপোনাৰ জীৱনৰ কথাবোৰ জানিব পাৰি ভাল লাগিল ।
সচাঁ কথা, অন্তৰ চুই গৈছে। সাহসৰে আগবাঢ়ি যোৱাৰ কামনা কৰিলো।
Kothabur huni bhtt bhal lagile dukh u lagile, Allah bless u aru hodai anekoi positive hoi jiyai thakiba jenekoi asa tenekoi gun gun loi u bhtt dua thakil jivan anekuwai june ji kore tar fall paboi hotyat solisa hotyat soliba gun gun ajoni bhal suwali hoi aguwai goi ahoraki bhal nagotik hoigoi tare kamona korilu
সচাকৈ জীয়াই থকা যুজঁ খন বহুত কঠিন, ৰস্নাৰ কথাবোৰে হৃদয় চুই গল❤
Rashnar জীৱন ৰ defination antor চুই যোৱা, বহুত বহুত ভাল লাগিছে
আগবাঢ়ি যোৱা ৰাস্না।কভিড ত আমি দুজনো মৃত্যুমূখৰ পৰা ওভতি আহিছোঁ।তোমাৰ লেখা বহুত পঢ়িছোঁ।সাংঘাটিক ভাল লেখা তুমি।
বৰ ভাল লাগিল । বহুতকে সাহস দিব তেখেতৰ কথাই ।
মোৰ জীৱনতোৰ লগত কথাবোৰ একেবাৰে মিলি গৈছে।
বহুত ভাল লাগিল কথাবোৰ। পুনৰ আহিবা
আপোনাক বহুত ভাল পাওঁ বা🥰 আপোনাৰ "বেলিবিহীন কপালৰ ৰ'দঘাই মানুহজনী" সম্পূৰ্ণকৈ পঢ়িছিলোঁ। গুণগুণৰ লগত মনে ভবা মতে সুখী হওক।
ধন্যবাদ পল্লবী ৰাস্নাক অনাৰ বাবে।ৰাস্নাৰ লিখা পঢ়ি খুউৱ ভাল লাগে।
Rasna ma'am moi apunar class dispur college t paisu. Apunar hikuwa pranalito bor bhal loga. ❤
বৰ সুন্দৰ ।ইতিবাচক কথাবাৰ্তা ভাল লাগিল।ধন্যবাদ
তুমি বহুত সাহসী হয়।আনৰ কথাত মন বেয়া নকৰি আগবাঢ়ি যোৱা।
Bhale thaka suwali ru tumi..bhogone aguwai nibo bhaldore.
ৰাস্নাক দেখিয়েই podcast টো চাইছো।ভাল লাগে তাইক।
বহুত মৰম তোমালৈ ৰাস্না বা...💓
Most awaited interview...
One of my fav writer❤
বহুত ধুনীয়া interview 😂😂😂.
ভালে থাকা ভনী আৰু ছোৱালীজনীৰ যত্ন লোৱা ।
বৰ ভাল লাগিল । তেখেতলৈ বহুত শুভেচ্ছা থাকিল ।
কুশলে থাকা..মৰম সদায় আছে
ইমান বেয়া মানু্হও থাকিব পাৰে। তোমাৰ সাহস দেখি ভাল লাগিল।
দায়িত্বৰ ভৰ বেছি হলে মানুহৰ কান্দিব সময় নাথাকে ।বুজিছো
কথা বোৰ মোৰ লগত মিলিছে বহুত
বহুত ভাল লাগিল ৰাস্না বা আপোনাৰ কথা শুনি । ভালে থাকক আপুনি আৰু গুণগুণ । 😍😍😘😘🙏🙏🙏
একেই ঘটনা মোৰ লগত হৈছে কিন্তু মোৰ ঘৰলৈ কোনো মানুহ নাহিল সকলো অকলে কৰিব লগা হল।
ঢকুৱাখনাতে লগ পোৱা বহু ত দিন দেখা নাই এতিয়া তু আৰু তই গুৱাহাটী ত মই গোলাঘাটত জীৱনত যে ইমান বোৰ ঘটি গ'ল গমেই নাপালো
মাৰ সমান কোনো মৰম দিব নোৱাৰে❤❤❤ l love you maa
কথাই মন চুই গল বৰ ভাল লাগিল
Mam, aapuni bahut aaguwai jayok. Aaponer bhal haouk.
মানুহ জন নহ'লে মানুহ গৰাকীয়ে সুন্দৰকৈ সংসাৰ চলায় নিবলৈ পাৰে, কিন্তু মানুহ গৰাকী নহ'লে মানুহ জনে অকলে সংসাৰ চলায় নিবলৈ নোৱাৰে , গতিকে মানুহ জনক ঘৰৰ মানুহেও বিয়া কৰাই দিয়ে , মানুহ গৰাকীয়ে কাৰোবাৰ লগত কথা পাতিলেও বদনাম কৰে। তাৰে ময়ো ভুক্ত ভোগী।😂😂😂
ইমান দুখ লগা সহিব পৰা নাই চকুপানী ৰখাব পৰা নাই ,সচাঁকৈয়ে ভগাৱানে সদায়ে সহায় কৰে ||
❤শুভ কামনা থাকিল ৰাস্নালৈ।
Bhala thaka God help you
Val lagil ❤
Bar bhal lagil video tu
vle thkok baa apuni..apuni anr babe hahokh houk apunk dekhi an 10 goraki nari jate jiyai thkibo pre tare kamona❤...
কুশলে ৰাখক দুয়োকে ভগৱানে।
Vale thaka aaguai jua❤
Really apunarlukor program but bhut positive. So aguaia jua
ময়ো ছোৱালী কালত ৰাস্নাৰ দৰে দুখী মানুহৰ প্ৰতি আক’ষন বেছি আছিল৷ কিন্তএতিয়া নাই ৷
আপুনি আজিৰ ভিডিঅ'তু বহুত ভাল মানুহ মাতিছে।
Bohut. Bhal lagil
Moio agaraki bidhaba jitu sabda moi bohut bohut beya pao charita santanaor matry jibonto Buji palu I am now seventy years
Manuhor bhul bur nijei Buji napai je moi aan jonok jibti koi ontarot aaghat disu tate aaghat diya bhtt gunah😊
খুব ভাল লাগিল কথাখিনি
একেবাৰে সসঁঢা কথা মোৰ খুৰা ছোৱালী ৰ বিয়াত বাকচত ভৰাওতে মতা নাছিল বিধবা কাৰণে
কৰবাত মোৰ সৈতে মিলি গৈছে।
বহুত ভাল লাগিল কথাখিনি শুনি।❤️❤️❤️
Rashna baa ........aapunak sini paisi....aamr ghart aapuni ahisil bhu din aagote...vale thakok
❤❤❤❤❤ emmm dhuniya kothabur huni bohut val lagily ❤❤❤ bohut hahok sy God bless her
Baa apuni vale thakok.. Maa Kamakhyai shakti diyok apunak🙏🙏
ভাল লাগিল
Bhal lagil, tumi aguai jua
Bohut Val Lagil
Oh dear dhakuakhana sehool friend
Tumar kotha bur xuni monot bor Shakti palu.
মোৰ লৰাৰ বিয়াত মোক সেন্দুৰ দিব লৈ বাধা দিলে কাৰণ মই বিধবা। যিটো দুখ মোৰ বুকুত এতিয়াও আছে।
😢
❤❤❤❤❤thanks ❤❤
Bohut val lagil
আগুৱাই যোৱা তুমি❤❤
মোৰো একেই হৈছিল. ৰে ইকী আৰু একচেচ বাৰে মোক সম্ভালি ললে
Bhal lagil moi u sahash paisu jiyai thokar 🎉
Bor val lgil onusthantu sai❤
Bahut bahut xuveswa thakil Rasna aguwai jua
God bless you Allah tumak vale rakhk
Same to you my live
Tumi sahashi howa. Aguwai jowa. likhi jowa. suvesshya thakil
মোৰ জীৱনটো দোখত ভুগী আচো
মই এগৰাকী বিধবা নাৰী
Rasna.Gungun.Aguwai.juwa
Always be strong
❤❤❤❤❤Rasna❤❤❤❤❤ pallavi ba
Thanks
Kebol 🙏🙏🙏❤️
Anekua kisuman husbnd ase gyai thakote wifek ru santamk anath kri pelai😢😢
Barhiya❤ . Bhale thakak
God bless you 🎉
বেয়া মানুহৰ অসৎ চিন্তাৰ পৰা হাত সাৰিবলৈ সদায় ড°স্বাতী কিৰণ মেমৰ দৰে কপালত সেন্দূৰ লৈ থাকিব ৰাস্না পালক বাইদেউ
Xosa koise dei apuni
God bless you
Vl lagil
কেতিয়াবা মোৰ মৰি যাব মন যায়
Apunar kotha re antor sui gol. Vale thakok baa
Vle thaka rashna ba❤❤❤
Bhal lagil baidau ❤
Val lagil ba.
Mur beya lagil mur husband nai ajoni cuwali ase pohi ase
Vale thakok baa