Crime News | Jorabat ত কটনৰ অধীক্ষকক হত্যা, ট্ৰাক চালকে মৰিয়াই মাৰিলে অধীক্ষক গৰাকীক

Поделиться
HTML-код
  • Опубликовано: 19 ноя 2024
  • যোৰাবাটত কটনৰ অধীক্ষকক হত্যা।
    ট্ৰাক চালকে মৰিয়াই মাৰিলে অধীক্ষকক।
    ধ্ৰুৱজ্যোতি বৰ্মন নামৰ অধীক্ষকজনক মৰিয়াই হত্যা।
    লোৰ ৰডেৰে মৰিয়াই হত্যাৰ অভিযোগ পৰিয়ালৰ।
    কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় অধীক্ষক আছিল বৰ্মন।
    বৰ্মনৰ বাহনত প্ৰথমে খুন্দিয়াইছিল ট্ৰাকখনে।
    গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ থাকোতে হত্যা বৰ্মনক।
    পুৱা ৭.৩০ বজাত সংঘটিত এই ঘটনা।
    দুৰ্ঘটনাক লৈ তৰ্কা-তৰ্কিত লিপ্ত হৈছিল ট্ৰাক চালক।
    #jorabat #news18assamoriginals
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 146

  • @chinmoydas4475
    @chinmoydas4475 Месяц назад +51

    চালক জনক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে।

  • @malobikachangmai4294
    @malobikachangmai4294 Месяц назад +24

    অতি দুখৰ খবৰ ট্ৰাক চালকক মৰিয়াই মৰিয়াই মাৰি পেলাব লাগে ।

  • @bipulborah2193
    @bipulborah2193 Месяц назад +38

    Truck driver বিলাকে সিহঁতৰ লগত লোহাৰ ৰড,ডেগাৰ, weapon ৰাখে, গতিকে পুলিচে ভাল কৈ তদন্ত কৰিব লাগে , নহ'লে আগলৈ আৰু এনেধৰনৰ ঘটনা ঘতাটো খাতাঙ।

  • @nipadihingia9920
    @nipadihingia9920 Месяц назад +39

    অতি দুখজনক ।এটা প্ৰতিভা এনেকৈ হেৰুৱাব লগা হোৱাটো অতি দূৰ্ভাগ্যজনক😭

  • @rajashreebaruah6684
    @rajashreebaruah6684 Месяц назад +21

    Truck Driver and Handyman ক বিচাৰি হত্যা অপৰাধত কঠোৰতকৈ ও কঠোৰতম শাস্তি দিব বুলি আমাৰ বিশ্বাস.....

  • @bharatibarkataki7592
    @bharatibarkataki7592 Месяц назад +16

    হে ভগৱান ! বহুত দুখজনক খবৰ ৷ মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰে ৷ দোষীক উপযুক্ত শাস্তি দিয়ে যেন ৷

  • @roujahmed3935
    @roujahmed3935 Месяц назад +8

    বৰ দুখদায়ক ৰ্মমান্তিক ঘটনা , বৰ দুখ পাইছো । দোষীক উচিত শাস্তি দিব লাগে অচিৰেই ।

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef Месяц назад +8

    অতি মৰ্মান্তিক ঘটনা। ট্ৰাকচালকে কুখ্যাতি আনিলে। যুৱ অধ্যাপক গৰাকীয়ে উচিত ন্যায় পাওক 🙏🙏

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s Месяц назад +9

    CCCamera থাকিলে চুৰ আৰু পুলিচৰ অসুবিধা হ'য় বাবে চৰকাৰে ভাল নকৰে ।

  • @NripenThakuria
    @NripenThakuria Месяц назад +27

    এজন ড্ৰাইভাৰে দুৰ্ঘটনা কৰি কাজিৰঙাত এগৰাকী ছোৱালীক ড্ৰাইভাৰ সন্থাই ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল ৷ এতিয়া ড্ৰাইভাৰে দুৰ্ঘটনা কৰি এজন ব্যক্তিক লোহাৰ ৰদৰে মৰিয়াই হত্যা কৰিলে ৷ এতিয়া ড্ৰাইভাৰ সন্থাৰ প্ৰতিক্ৰিয়া কি হ’ব ?

    • @MKCinematic765
      @MKCinematic765 Месяц назад +1

      Right 👍👍

    • @nripenboruah32
      @nripenboruah32 Месяц назад +1

      চালক সন্হা কথাষাৰ গম পাইছে নে? প্ৰতিবাদ ও সততাৰে হব লাগে।

    • @sunaligogoi8551
      @sunaligogoi8551 Месяц назад +4

      এতিয়া ৰূপম দত্ত য়ে কি ক'ব

    • @Moni88-k2n
      @Moni88-k2n Месяц назад

      ঠিকেই কৈছে

    • @Ankur_08
      @Ankur_08 Месяц назад

      ট্ৰক ড্ৰাইভাৰ আৰু বাছ ড্ৰাইভাৰ মাজত বহুত Deference আছে

  • @RongXMon007
    @RongXMon007 Месяц назад +17

    Kole gol etya driver hontha hoi maat mota famous writer........etya justice or krne hei ekedhorone live ahi maat matilei hol

  • @anilkumarkalita6774
    @anilkumarkalita6774 Месяц назад +2

    যোৰাবাটৰ থানাৰ পুলিচে ৰাস্তাত টকা টোলাত ব্যস্ত থাকক ।

  • @NortheastExplorerRH
    @NortheastExplorerRH Месяц назад +1

    বহুত দুখ লাগিল 😢😢ট্টাক চালকক অতি শীঘ্ৰেই ধৰি ইয়াতকৈয়ো ভয়ানক শাস্তি দিব লাগে

  • @janardanbora2803
    @janardanbora2803 Месяц назад +7

    অসম খন ধ্বংসৰ দিশে গৈ আছে আৰু

  • @mitalideka456
    @mitalideka456 Месяц назад +7

    কি যে হ'ব ধৰিছে দেশত।অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিয়ক।

  • @mamatachakraborty-xq5by
    @mamatachakraborty-xq5by Месяц назад +6

    ট্রাক চালক বিলাকে মদ খাই থাকে। সেই কাৰনে সিহতে এনেকুয়া অপরাধ কৰিবলৈ এবাৰও নাভাবে। ওম শান্তি।

  • @rajlaxmisaikia8071
    @rajlaxmisaikia8071 Месяц назад +2

    এতিয়া ৰূপম কত আছে আপুনি...
    ট্ৰাক ড্ৰাইভাৰ জনক আপুনি কি
    বুলি কব এতিয়া...... সেই সৰু ছোৱালী জনিক কি অৱস্থা কৰিছিল আপুনি মনত পতিছেনে ??? এতিয়া
    আপুনি আগবহক ড্ৰাইভাৰ জনক শাস্তি দিয়াত সহায় কৰক 🙏🙏😳

  • @shyamolibania324
    @shyamolibania324 Месяц назад +6

    Bhal nologa hoise Kotha bur 😢 Ki hoise eibur xomajot ? Manuh moratu khub xadharon Kotha hoi porise.

  • @bipulborah2193
    @bipulborah2193 Месяц назад +4

    থানাত আৰু আৰক্ষী নাছিল নেকি? আচৰিত থানাত এনে ঘটনা ঘটে,লাজ পাইছো।

  • @kishorkrbaishyavlogs7820
    @kishorkrbaishyavlogs7820 Месяц назад +3

    🙏JAI KRISHNAGURU 🙏 Please give Justice soon. RIP🙏 😭😭😭😭😭😭🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад

    অতি লোমহৰ্ষক ঘটনা। দোষী সকলৰ বিৰুদ্ধে অতি শীঘ্ৰে আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। নিহত বৰ্মণ ছাৰৰ আত্মাৰ সদগতি কামনা কৰিলো আৰু শোকসনপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন। এনেধৰণৰ নৃশংসতাৰ বলি হোৱা কটণ বিশ্ববিদ্যালয়ৰ অধ্যাপক গৰাকীৰ পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰিব লাগে। হত্যাকাৰী ট্ৰাক চালক গৰাকী যাতে আইনী সুৰুঙাৰে সাৰি যাব নোৱাৰে সেইয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে। বৰ্হি ৰাজ্যৰ অনা অসমীয়া ট্ৰাক চালকৰ দপ দপনি দিনে দিনে বৃদ্ধি পাইছে অসমত। এই অনা অসমীয়া ট্ৰাক চালকৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱ বহুতো অসামাজিক কাৰ্য্যকলাপত জড়িত হৈ থাকে।

  • @pranitakonwar1413
    @pranitakonwar1413 Месяц назад +2

    অতি দুৰ্ভাগ্যজনক, দোষী য়ে শাস্তি পাব লাগে

  • @debajanisaikia7770
    @debajanisaikia7770 Месяц назад +4

    Very sad news Om Shanti

  • @AbdulHamid-em4ky
    @AbdulHamid-em4ky Месяц назад +1

    অতি দুঃখজনক খৱৰ, তেওৰ আত্মাই চিৰশান্তি লাভ কৰক | ট্ৰাক চালক জনক উচিত শাস্তি দিব লাগে |

  • @Raziyaahmed-w5p
    @Raziyaahmed-w5p Месяц назад +5

    Truck driver r Gunda and always attack small car bike.so sad news

  • @swapnaligogoi2235
    @swapnaligogoi2235 Месяц назад

    বৰ দুখৰ খৱৰ। দোষীকো এইদৰেই কঠোৰ শাস্তি দি হত্যা কৰিব লাগে।

  • @narendas1589
    @narendas1589 Месяц назад

    যেতিয়ালৈকে মানুহ মাৰা মানুহক ফাঁচী নিদিয়ে তেতিয়া লৈকে মানুহ মাৰি থাকিব অকৰ্ম আইনী ব্যৱস্থা

  • @KIRANSAIKI
    @KIRANSAIKI Месяц назад +2

    চৰকাৰ আছে বুলি ৰাইজে ভাবেনে ? কিমানযে কি হৈ আছে অসমত

  • @santanukalita2970
    @santanukalita2970 Месяц назад +9

    Rupom Dutta ki kobo etiya ?

  • @anipolfilmsentertainment1645
    @anipolfilmsentertainment1645 Месяц назад +1

    I will miss you Dear Friend, jua Kali tumar FB post Sai bohut hukhi hoisilu, tumar kormo jibonor 11 bosor hampurno hoisil. Kintu aji tumar biyugor khobor pai moi mormahito hoisu. Ekeloge Ascent Academy Junior College porhisilu. Tumi Matric exam 40 % pai HS examot 70+% pai pass hoisila. Porhat bohut serious asila aru ami tumar example disilu ki manuhe sesta korile sob possible hobo pare.. Tumar okal mrityut bohut dukh lagise aru tumar Atmar Siro Hantir puar karona Bhagawanor usorot parthona korisu 🙏🙏🙏 Om Shanti 🙏🙏🙏

  • @rupalaskar6501
    @rupalaskar6501 Месяц назад

    Direct action Mama

  • @mamonscreator9939
    @mamonscreator9939 Месяц назад

    অতি দুখজনক ঘটনা ! দোষীযে শাস্তি পোৱা উচিত

  • @okonscovers
    @okonscovers Месяц назад

    Unbelievable 😢...

  • @pranjalkumarborah5491
    @pranjalkumarborah5491 Месяц назад +2

    মানুহৰ নামত কলংক.....

  • @Gunakantaboruah-up5vc
    @Gunakantaboruah-up5vc Месяц назад

    বৰ দুখ লগি গ'ল কথাষাৰ শুনি।
    দুখিক ফাঁচী দিব লাগে।মানুহে মানুহ মাৰিবলৈ কোনথাবোধ নকৰা হ'ল
    আইন কঠোৰ হব লাগে।

  • @Moni88-k2n
    @Moni88-k2n Месяц назад

    অতি দুখজনক খবৰ😢ট্ৰাকচালক জনক অতি শ্ৰীঘ্ৰে আটক কৰি উচিত শাস্তি দিব লাগে

  • @wrong-id3536
    @wrong-id3536 Месяц назад

    ফাঁচী দিয়া আইন এখন ভাৰতত লাগিছিল,

  • @SanjayborahSanjayborah
    @SanjayborahSanjayborah Месяц назад

    বৰ দুখদায়ক মমান্তিক‌ ঘটনাৰ দোষীক উভতি শান্তি দিব লাগে অচিৰেই ।

  • @nibransonowal9182
    @nibransonowal9182 Месяц назад

    এই বোৰ ঘটনা বৰ দুখ জনক নিজে নিজক বচাই চলিব লাগিব কোনেও কাকো ভয় নকৰে আজি কালি দিনত সাংবাদিক তকৈ ওপৰত মানুহৰ। চকু থিয় হৈ থাকে বহুত ভয় লগা দিন আহিছে এনেকুৱা যাতে ভৱিষ্যতে নহয় তাকে কামনা কৰিলো

  • @budheswarsaikia3103
    @budheswarsaikia3103 Месяц назад +2

    Aji tu mahalaya,pis ratir pora rastat manuh pia pi di thake ,tene stholot truck driver e kenekoi moriai maribo pare?

  • @kulendeka4718
    @kulendeka4718 Месяц назад

    অতি দুখজনক ঘটনা , অকালতে মৰহি গল এগৰাকী ডেকা প্ৰশাসনিক অধীক্ষকৰ জীৱন ।

  • @firojurrahman3930
    @firojurrahman3930 Месяц назад

    So sad......

  • @PushpaTerangpi-br1yw
    @PushpaTerangpi-br1yw Месяц назад

    Joy Krishnaguru 🙏 bor dukh loga hobor Assam r manab hampod ajonk heruwab loga hol 😢😢🙏🙏

  • @sunandaborah8177
    @sunandaborah8177 Месяц назад

    চালক টোক ধৰি ফাচি দিয়ক ।

  • @ashokdas8961
    @ashokdas8961 Месяц назад

    পুৱা ৭.৩০ বজাৰ ঘটনা প্ৰত্যক্ষদৰ্শী আন কোনো লোক বাপুলিচ প্ৰশাসন নাছিল নেকি ?? অতি দুখজনক , কি কি ঘটনা যে হৈ আছে আমাৰ অসমত ...???

  • @nurzamal9365
    @nurzamal9365 Месяц назад

    Very sad,we want justice ❤

  • @jayantiburagohain3833
    @jayantiburagohain3833 Месяц назад

    Bohut dukh lagil

  • @purabimix1976
    @purabimix1976 Месяц назад

    Oh God

  • @yahooij962
    @yahooij962 Месяц назад

    দোষীক শাস্তি প্ৰদান কৰিব লাগে l ওঁম শান্তি 🙏

  • @MonalishaBorah-x6f
    @MonalishaBorah-x6f Месяц назад

    Ajon protiva biyokti herai gol uff😭🙏🏼

  • @Saddam-e7q6v
    @Saddam-e7q6v Месяц назад

    Justice should given

  • @trinayansallinone4224
    @trinayansallinone4224 Месяц назад

    ৰূপম ড্ৰাইভাৰ কত আছা তুমি ??

  • @ManajkumarNath-h2n
    @ManajkumarNath-h2n Месяц назад

    ভালদৰে তদন্ত কৰা উচিত ।

  • @abanidas6895
    @abanidas6895 Месяц назад

    অতি দুখৰ খবৰ। উচিত বিচাৰ হব লাগে।

  • @MonalishaBorah-x6f
    @MonalishaBorah-x6f Месяц назад

    So sad😭

  • @krishnak.tboruah5536
    @krishnak.tboruah5536 Месяц назад

    অতি দুঃখ জনক এনে কাৰ্য্য সংটিত হোৱাটো

  • @S.M.8439
    @S.M.8439 Месяц назад +1

    দোষীক একে শাস্তি দিয়ক।

  • @krishnak.tboruah5536
    @krishnak.tboruah5536 Месяц назад

    😢😢

  • @jyotismitadas2
    @jyotismitadas2 Месяц назад

    Will miss you terribly Dhrubo da. Tumi aaru nai amar majot

  • @manoshboruah85
    @manoshboruah85 Месяц назад

    এই ৰূপম দত্ত bulatua কি কব এতিয়া ?

  • @riturajX
    @riturajX Месяц назад

    bus driver ru truck driver bohut utpat kaziranga road t....

  • @kp23456
    @kp23456 Месяц назад

    বৰ্তমান কি হৈছে কেৱল ৰহস্য ৰহস্য।

  • @nonyborgohain6109
    @nonyborgohain6109 Месяц назад +1

    চালক জনক ধৰিলে উলাব

  • @greenearth6207
    @greenearth6207 Месяц назад +1

    Tollgate di Paisa lab Jane bjp government but cc tv lagab Paisa nai

  • @binodneog3320
    @binodneog3320 Месяц назад

    শিক্ষা বিভাগৰ কি হৈছে।

  • @SelimaBegum-x6x
    @SelimaBegum-x6x Месяц назад +1

    Eman dux loga kotha aibor kio anekuwa hoise manuh bor

  • @RupTalukdar-vb1dy
    @RupTalukdar-vb1dy Месяц назад

    RIP 🙏

  • @Neenasonowal
    @Neenasonowal Месяц назад

    😭😭😭

  • @rupalaskar6501
    @rupalaskar6501 Месяц назад

    NL truck bahut levels diye

  • @WhatsthehellXyz
    @WhatsthehellXyz Месяц назад +3

    অসমীয়া লোকে তল মুৰ থকাৰ মনোবিত্ৰী পৰিত্যাগ কৰাৰ সময় আহি পৰিছে ।
    অসম ভূমিৰ ভিতৰত কোনো কাৰণতে যাতে অসমীয়া লোকক কোনো অনা অসমীয়া আৰু বহি:ৰাজ্যৰ লোকে আঘাট কৰা বা কাজিয়া কৰাৰ সাহস যোগাব নোৱাৰে।
    মই সুদীৰ্ঘ ৪ টা দশক অসমৰ বাহিৰত আছোঁ আৰু সেইবোৰ ৰাজ্যত সেই ৰাজ্যৰ লোক সকলে পুলিচ আৰু সাধাৰণ প্ৰশাসনৰ পৰা সদায় বিশেষ সুবিধা পায় আৰু তাত স্থানীয় লোকৰ লগত কাজিয়া, তৰ্কা তৰ্কি বা মাৰধৰ কৰাৰ কাৰো সাহস নাথাকে। তেনে অৱস্থাত অসম কিয় বেতিক্ৰমি হব ?
    আমি অসমীয়া সকল সহজ সৰল নে ভয়াতুৰ দুৰ্বল ?

    • @Pinhole-h2g
      @Pinhole-h2g Месяц назад

      पता नहीं आसामीज लोगो के अंदर लाचित महाराज की ताकत कहा खो गई । इतना डरपोक बन गया है सोंचने वाली विषय है ।

    • @LEENADAS-l6v
      @LEENADAS-l6v Месяц назад

      Assam r manuh br unity nai heibabe anekua hboloi dhorise .
      Aru besi din nai aneke thakile Tripura r dore obostha hbo Assam r aji r pra 5 bosor pist

    • @AsiefaliKarim
      @AsiefaliKarim Месяц назад

      Nhi bro abhi bhi jinda hai Assamese log​@@Pinhole-h2g

  • @atultanti1597
    @atultanti1597 Месяц назад

    Truck driverok cross ba overtake Kori par hobolou nidiye jetiya joruri thakileu nidiye,

  • @paragchoudhury-b7q
    @paragchoudhury-b7q Месяц назад

    Rupam datta sir kot gol ba. Kiba aeta kaouk

  • @biplab2698
    @biplab2698 Месяц назад

    Road safety nai public police duty nai

  • @pranabkumarmedhi2286
    @pranabkumarmedhi2286 Месяц назад

    RIP an irreparable loss of a talent for Assamese society

  • @JintiHazarika-ei3zk
    @JintiHazarika-ei3zk Месяц назад +2

    এই অসভ্য ট্ৰাক চালক বোৰক ভালকৈ নাকি লগাব লাগে।

  • @johnwick-re8hu
    @johnwick-re8hu Месяц назад

    Truck 🚛 driver tuku thanat ni ulomai same treatment dibo lage!!

  • @ankurvlogs6590
    @ankurvlogs6590 Месяц назад

    Bohut besi utpat hoise truck ru Bus bus r driver buror

  • @chandragogoi2252
    @chandragogoi2252 Месяц назад

    অসমত আৰু কি নহয়,অৰাজকতা ছলিআছে।

  • @mmoy378
    @mmoy378 Месяц назад

    Atiaa Rupam Duttai ki kobo?

  • @anandaray4225
    @anandaray4225 Месяц назад

    Nei lagibo kar hahaso hoise

  • @duluchoudhury9007
    @duluchoudhury9007 Месяц назад

    Sirjonok Niyai diok

  • @monikadevi5563
    @monikadevi5563 Месяц назад

    Ratipua kuneu nedekhile nki baru kajia loga

  • @micklukalita253
    @micklukalita253 Месяц назад

    Aai truck,dumper buror utpat t thakibo nuara abostha hoise....besibhag truck,dumper r driver ei nisajukta drobya xebaan kori sanmukhat ji ahe takei mohotiyai loi jaai

  • @anandaray4225
    @anandaray4225 Месяц назад

    Val ki jidiha

  • @preann8730
    @preann8730 Месяц назад

    Aji kali manu paagol hoi goise. Dadagiri kori lav ni. Jaga,poristhti si nijok kaitaba khoru kori loa tu bhal. Ami Kaliyug asu. Jodihai manu nokomai imane baya din ahi ase bhabibo noara hobo.

  • @RubiRubidevi-n5x
    @RubiRubidevi-n5x Месяц назад

    Driver aro handymen 2jnke usit khasti dib lage

  • @ffgnourim5248
    @ffgnourim5248 Месяц назад

    Manobota,nuhuwaholniki

  • @HeeramoniHazarika
    @HeeramoniHazarika Месяц назад

    Rip

  • @anandaray4225
    @anandaray4225 Месяц назад

    Takkhonor malikok dorilei ulaijabo sob

  • @LatuSaikia-s5w
    @LatuSaikia-s5w Месяц назад

    এই,গণনা,সহজ,নহয়

  • @anandaray4225
    @anandaray4225 Месяц назад

    Takdaivar jon ghor kot nobar lage Tak moi marim moriyai moriyai

  • @dilipbrry7377
    @dilipbrry7377 Месяц назад

    Drivertuk dhorile tar mathatu dufalkoridibolage. Besi ain ain mani lavnai.case khelile driver basijabo 100/.

  • @shivanandasingha7795
    @shivanandasingha7795 Месяц назад

    dumper aru truck driver bur a jeneke mon jai solai rastat bike scooty gari aku nasai rati holay to aku nasai

  • @anandaray4225
    @anandaray4225 Месяц назад

    Tar 14 gosotik seh koribo lage

  • @Meena-xo6qh
    @Meena-xo6qh Месяц назад

    Manuh borar magajat aku nuhua hal neki

  • @punyeswar
    @punyeswar Месяц назад

    Fasi diba lageh driver janak

  • @durgeswardutta3313
    @durgeswardutta3313 Месяц назад

    Truck driveror utpat besi hoise,fansi dibo lage

  • @abdulmunnafnaturelover9817
    @abdulmunnafnaturelover9817 Месяц назад

    Teo garit Akale asil neki ?

  • @bandanakonwar664
    @bandanakonwar664 Месяц назад

    Rupm kot goal eatya

  • @pinkugoswami7448
    @pinkugoswami7448 Месяц назад

    First salok santha aru rupam dutta k police station t matok ,,bor driver r side loi nhy aibr saw ,,,