Комментарии •

  • @gautamchetia3979
    @gautamchetia3979 7 месяцев назад +1

    মিতুৰ উজ্জ্বল ভৱিয্যত কামনা কৰিলো । মাক-দেউতাকলৈকো আন্তৰিক অভিনন্দন জনালো । ঈশ্বৰে সকলোটিকে কুশলে ৰাখক ।

  • @dipsikhabaruah9722
    @dipsikhabaruah9722 7 месяцев назад

    বৰ ভাল লাগিল,মিতুৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ❤💐

  • @munmichannel1155
    @munmichannel1155 7 месяцев назад

    মিতুৰ আৰু উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤❤❤

  • @paporiborpatra5124
    @paporiborpatra5124 7 месяцев назад

    মৰম দিলো বা মিতুলৈ❤

  • @lalitasonowal947
    @lalitasonowal947 7 месяцев назад

    মিতু তোমাৰ জন্ম দিনৰ শুভেচ্ছা ও আশীর্বাদ কৰিছো কোশলে থাকা

  • @gitanjalikitchenandvlogs
    @gitanjalikitchenandvlogs 7 месяцев назад

    Congratulations. Keep it up 💖

  • @arunagogoi618
    @arunagogoi618 7 месяцев назад

    Happy birthday Mitu 🎂🎂🎂🎉🎉🎁🎁

  • @Debusweetcake
    @Debusweetcake 6 месяцев назад

    Vl lagil ba❤❤

  • @maramichetia9160
    @maramichetia9160 7 месяцев назад

    অ বাইদেউৱ ইমান যে ভাল লাগিছে নহয় ,আপুনি আকৌ ওভতি আহিছে। ইমান দিনে ইমান বোৰ মানুহৰ videoচাই আছো যদিও কিবা যেন নাই নাই লাগে। সদায়েই আশা কৰো আপুনি আপোনাৰ ধুনীয়া হাঁহি টোৰে যেন আকৌ আমাৰ ৰান্ধনী শাললৈ নতুন নতুন ব্যঞ্জ্ন আগবঢ়াই দিব। আপোনাৰ সন্তানৰ উন্নতি ত শুভকামনা জ্ঞাপন কৰিলোঁ। ভালে থাকক।

  • @linchybaruahassam6155
    @linchybaruahassam6155 7 месяцев назад

    Happy birthday 🎂🎂

  • @rashmigogoi7489
    @rashmigogoi7489 7 месяцев назад

    Bohu dinor pisot dekhilu baideok

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 7 месяцев назад

    বহু ত দিনৰ মুৰত আপোনাৰ ভিডিঅ'পালোঁ, কণমানি ল'ৰা টো বহু ত ডাঙৰ হ'ল, দেউতাক মাকৰ দৰে নিজৰ নাম উজ্বলাব পৰা হ'ল, বাইদেউ আপোনাৰ মাতষাৰ শুনিবলৈ পাম বুলি আশা কৰিছিলোঁ কিন্তু নাপালোঁ, দুই এষাৰ আপোনী কৈ দিয়া হ'লে ভাল লাগিল হেতেন।মিথুৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ 🙏💕💕💕

  • @nitusworld5887
    @nitusworld5887 7 месяцев назад

    God bless

  • @sometimesruliskitchen4064
    @sometimesruliskitchen4064 7 месяцев назад

    Happy birthday 🎉🎉

    • @TaruPhukan
      @TaruPhukan 7 месяцев назад +1

      Birthday নহয়…সি কৰা কামহে দেখুৱাবলৈ মন গ'ল

  • @sunnukoly6414
    @sunnukoly6414 7 месяцев назад

    Imn dinor murt brma joni 😍

    • @TaruPhukan
      @TaruPhukan 7 месяцев назад

      দিম লাহে…ভালে আছা

  • @richanmajumdarrollno4042
    @richanmajumdarrollno4042 6 месяцев назад

    Ma'am apuni video diya kiyo baad dile

    • @TaruPhukan
      @TaruPhukan 6 месяцев назад

      ঘৰখন ভাঙি পুনৰ গঢ়ি আছো…শেষ হ'ল আহিম ❤️

  • @BharatiKakakti
    @BharatiKakakti Месяц назад

    Ki subject pahisil ba jonabasun

  • @minkshyadeka2160
    @minkshyadeka2160 5 месяцев назад

    Baideo apuni ajikali video kio nidia.moi apunar video bor val pau

    • @TaruPhukan
      @TaruPhukan 2 месяца назад

      কি ক'ম ঘৰ এখন তৰি লৈছো…সময়ে নোপোৱা হ'লো…